🟨Part-422(39:01-08)Az-Zumar(The Throngs)
🍏Part-422(39:01-08)Az-Zumar(The Throngs/Groups)
✔️(People will enter their worldly or Afterlife Paradise or Hellfire in groups)
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
🍏Video- https://youtu.be/ao5cO48shmI
.___________________________________________
✔️Pre-Page:
This is the 39th Surah of the Qur’an. It has 75 verses. Besides other concepts, this Surah underscores collective life of people as tribes, nations and communities. It indicates that people will enter their worldly or Afterlife Paradise or Hellfire in groups. This confirms the sociological observation that societies are made for individuals but individuals are not made for societies. It also confirms that a benevolent social order facilitates the development of the ‘self’ toward actualization.(sa).
.___________________________________________
মিনি সূচিঃPart-422(39:01-08)Az-Zumar
৩৯:৩✅(Excuse for Intercession)(যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে(أَوْلِيَاءَ) গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইবাবেই ইহঁতৰ ইবাদত কৰো যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য(মধ্যস্থতাকাৰী) লাভ কৰাই দিব’। সিহঁত মিছলীয়া কাফিৰ)(Note:Muhammed, who did not accept any other authority besides the Quran.Any other books besides the Quran is Tagut-see note-4)
৩৯:৫✅(The earth has its north and south poles compressed-see note)
৩৯:৬✅(আল্লাহে মানুহক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰা তাৰ যোৰা সৃষ্টি কৰিছে।)(কোৰআনত ভ্ৰূণ(Embryology) বিজ্ঞান -See link)
৩৯:৭(কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব-see note)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ
(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
.___________________________________________
⭕৩৯:১
تَنْزِيلُ الْكِتَابِ مِنَ اللَّهِ الْعَزِيزِ الْحَكِيمِ
এই কিতাব মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।
.
✍️Ap-refs:
26:192-195-Press link: https://bit.ly/3ie23lT
40:41-42
.___________________________________________
⭕৩৯:২
إِنَّا أَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ فَاعْبُدِ اللَّهَ مُخْلِصًا لَهُ الدِّينَ
নিশ্চয় আমি তোমাৰ ওচৰত এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছো। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।
.
✍️Edip-ref: 39:11
৩৯:১১
قُلْ إِنِّي أُمِرْتُ أَنْ أَعْبُدَ اللَّهَ مُخْلِصًا لَهُ الدِّينَ
কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰো,
.___________________________________________
⭕৩৯:৩(Excuse for Intercession)
أَلَا لِلَّهِ الدِّينُ الْخَالِصُ ۚ وَالَّذِينَ اتَّخَذُوا مِنْ دُونِهِ أَوْلِيَاءَ مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَا إِلَى اللَّهِ زُلْفَىٰ إِنَّ اللَّهَ يَحْكُمُ بَيْنَهُمْ فِي مَا هُمْ فِيهِ يَخْتَلِفُونَ ۗ إِنَّ اللَّهَ لَا يَهْدِي مَنْ هُوَ كَاذِبٌ كَفَّارٌ
জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইবাবেই ইহঁতৰ ইবাদত কৰো যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়ে নিজৰ মাজত মতভেদ কৰি আছে নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।
.
✍️ Verse/note-1
39:3 Absolutely, to God is the true system. Those who set up allies besides Him: "We only serve them so that they may bring us closer to God." God will judge between them in what they dispute. Surely, God does not guide the one who is a liar, an ingrate.
Note:
There is not much difference between the Meccan polytheists and modern polytheists who turned Islam into a limited corporation or limited liability partnership. Those who expect their prophets and saints to one day intercede on their behalf are setting up partners with God, even though they do not admit it (6:23). Also, see 2:48(edip).
(৬:২৩
ثُمَّ لَمْ تَكُنْ فِتْنَتُهُمْ إِلَّا أَنْ قَالُوا وَاللَّهِ رَبِّنَا مَا كُنَّا مُشْرِكِينَ
তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব, ‘আমাৰ ৰব আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলো’।
.
২:৪৮
وَاتَّقُوا يَوْمًا لَا تَجْزِي نَفْسٌ عَنْ نَفْسٍ شَيْئًا وَلَا يُقْبَلُ مِنْهَا شَفَاعَةٌ وَلَا يُؤْخَذُ مِنْهَا عَدْلٌ وَلَا هُمْ يُنْصَرُونَ
আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব । আৰু কাৰো ছুপাৰিছ গ্ৰহণ কৰা নহ’ব লগতে কাৰো পৰা কোনো বিনিময় লোৱাও নহ’ব, আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব।
(Verse/note: Press link:
.
✍️Versr/Note-2
39:3. Proclaim that obedience is due only to Allah's Laws. The people who leave Allah
aside and take to following (worshipping) other 'protectors', in the pretext that these would help bring them close to Almighty, are in gross error. (In fact to achieve proximity to
Allah, all that is needed is to follow the Code of Laws given by Him, without any
intermediaries whatsoever ~ 5:35; 17:57.)
In any case, people have adopted many different ways. Now Allah the Almighty (through
this Quran) will settle all the disputed matters. (He will tell that) Whosoever attributes false
things to Allah or conceals what has been revealed by Us, will never be able to reach his destination.pz.
(৫:৩৫
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَابْتَغُوا إِلَيْهِ الْوَسِيلَةَ وَجَاهِدُوا فِي سَبِيلِهِ لَعَلَّكُمْ تُفْلِحُونَ
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য অন্বেষণ কৰা আৰু তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।
.
১৭:৫৭
أُولَٰئِكَ الَّذِينَ يَدْعُونَ يَبْتَغُونَ إِلَىٰ رَبِّهِمُ الْوَسِيلَةَ أَيُّهُمْ أَقْرَبُ وَيَرْجُونَ رَحْمَتَهُ وَيَخَافُونَ عَذَابَهُ ۚ إِنَّ عَذَابَ رَبِّكَ كَانَ مَحْذُورًا
সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।)
.
✍️Note-3
Authority that people assign to equal God can be: saints, priests, preachers, politicians, leaders and even lifeless things like 'lucky' stones, rabbits' feet, 'magic' rings etc. Following anyone or serving anything in contradiction to God's guidance is shirk: treason and a crime. See verses 10:28-30; 46:28. See also 36:74(sig).
.
✍️Ap-note/refs-4
১৬:৩৬
وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ فَمِنْهُمْ مَنْ هَدَى اللَّهُ وَمِنْهُمْ مَنْ حَقَّتْ عَلَيْهِ الضَّلَالَةُ ۚ فَسِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?
[Note:Muhammed, who did not accept any other authority besides the Quran (6:114).
Any other books besides the Quran is Tagut* - Link:
Pl find v/note 16:36=https://bit.ly/3Wuh8iH
.
.
২১:২৫
وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَسُولٍ إِلَّا نُوحِي إِلَيْهِ أَنَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاعْبُدُونِ
আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছো তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছো যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।
(Press link to find verse/notes 21:25:
.
১৬:৭৪
فَلَا تَضْرِبُوا لِلَّهِ الْأَمْثَالَ ۚ إِنَّ اللَّهَ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ
সেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা। নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।
(Press link for 16:74:https://bit.ly/3WNTpdK)
.
৩৪:৪০-৪১
وَيَوْمَ يَحْشُرُهُمْ جَمِيعًا ثُمَّ يَقُولُ لِلْمَلَائِكَةِ أَهَٰؤُلَاءِ إِيَّاكُمْ كَانُوا يَعْبُدُونَ
আৰু স্মৰণ কৰা, যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব, তাৰ পিছত ফিৰিস্তাসকলক সুধিব, ‘ইহঁতে তোমালোকৰ ইবাদত কৰিছিল নেকি’?
৩৪:৪১
قَالُوا سُبْحَانَكَ أَنْتَ وَلِيُّنَا مِنْ دُونِهِمْ ۖ بَلْ كَانُوا يَعْبُدُونَ الْجِنَّ ۖ أَكْثَرُهُمْ بِهِمْ مُؤْمِنُونَ
তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিনবিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।
(Press link for 34:40-41:https://bit.ly/3ild2tG)
.___________________________________________
⭕৩৯:৪
لَوْ أَرَادَ اللَّهُ أَنْ يَتَّخِذَ وَلَدًا لَاصْطَفَىٰ مِمَّا يَخْلُقُ مَا يَشَاءُ ۚ سُبْحَانَهُ ۖ هُوَ اللَّهُ الْوَاحِدُ الْقَهَّارُ
যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান*! তেওঁ আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।
.
✍️Note:
The implication is this: Since God is almighty, He can have or do anything that He wills; and so, if He wanted, He could "take unto Himself a son" (which is an allusion to the Christian doctrine of Jesus as "the son of God"). Since, however, He is "limitless in His glory" - i.e., complete in His excellence and utterly remote from all imperfection - He is ipso facto remote from the incompleteness inherent in the need of, or desire for, progeny, which logically precludes the possibility of His having a "son". (Cf. the last sentence of 6:100.
(৬:১০০
وَجَعَلُوا لِلَّهِ شُرَكَاءَ الْجِنَّ وَخَلَقَهُمْ ۖ وَخَرَقُوا لَهُ بَنِينَ وَبَنَاتٍ بِغَيْرِ عِلْمٍ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يَصِفُونَ
আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।)
.___________________________________________
⭕৩৯:৫
خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۖ يُكَوِّرُ اللَّيْلَ عَلَى النَّهَارِ وَيُكَوِّرُ النَّهَارَ عَلَى اللَّيْلِ ۖ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ۖ كُلٌّ يَجْرِي لِأَجَلٍ مُسَمًّى ۗ أَلَا هُوَ الْعَزِيزُ الْغَفَّارُ
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।
.
✍️Note:(sa).
Yukawwir = ‘He rolls’ comes from the word Kurah = Ball. In 79:30 an additional point is given that the earth has its north and south poles compressed. This was unknown and even impossible to know in the 7th century.
(৭৯:৩০
وَالْأَرْضَ بَعْدَ ذَٰلِكَ دَحَاهَا
তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।)
.___________________________________________
⭕৩৯:৬
خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ ثُمَّ جَعَلَ مِنْهَا زَوْجَهَا وَأَنْزَلَ لَكُمْ مِنَ الْأَنْعَامِ ثَمَانِيَةَ أَزْوَاجٍ ۚ يَخْلُقُكُمْ فِي بُطُونِ أُمَّهَاتِكُمْ خَلْقًا مِنْ بَعْدِ خَلْقٍ فِي ظُلُمَاتٍ ثَلَاثٍ ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ لَهُ الْمُلْكُ ۖ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُصْرَفُونَ
তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰা তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু* অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ ৰব; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে?
.
✍️কোৰআনত ভ্ৰূণ(Embryology) বিজ্ঞান:Link:
Press link: https://bit.ly/3UeGYVR
.
✍️BB-refs:livestock (6:143-144)*see below note link:
.
✍️Verse/Sp notes: Press-link:
.___________________________________________
⭕৩৯:৭
إِنْ تَكْفُرُوا فَإِنَّ اللَّهَ غَنِيٌّ عَنْكُمْ ۖ وَلَا يَرْضَىٰ لِعِبَادِهِ الْكُفْرَ ۖ وَإِنْ تَشْكُرُوا يَرْضَهُ لَكُمْ ۗ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ ثُمَّ إِلَىٰ رَبِّكُمْ مَرْجِعُكُمْ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ নিজ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে এয়া পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব📍। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।
.
✍️Note📍
This statement occurs in the Qur'an five times in exactly the same formulation (apart from the above instance, in 6:164, 17:15,
35:18 and 53:38 - this last being the earliest in the chronology of revelation). In the present instance, it contains an allusion to (and rejection of) the Christian doctrine of "vicarious atonement" and, indirectly, to the worship of saints, etc., spoken of in verse 3 above and referred to in the corresponding note above. (See also on 53:38.)(as).
.___________________________________________
⭕৩৯:৮
۞ وَإِذَا مَسَّ الْإِنْسَانَ ضُرٌّ دَعَا رَبَّهُ مُنِيبًا إِلَيْهِ ثُمَّ إِذَا خَوَّلَهُ نِعْمَةً مِنْهُ نَسِيَ مَا كَانَ يَدْعُو إِلَيْهِ مِنْ قَبْلُ وَجَعَلَ لِلَّهِ أَنْدَادًا لِيُضِلَّ عَنْ سَبِيلِهِ ۚ قُلْ تَمَتَّعْ بِكُفْرِكَ قَلِيلًا ۖ إِنَّكَ مِنْ أَصْحَابِ النَّارِ
আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে ইতিপূৰ্বে কি কাৰণত সি তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু সি আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ধৰে, আনক তেওঁৰ পথৰ পৰা বিভ্ৰান্ত কৰাৰ বাবে। কোৱা, ‘কুফৰীৰ জীৱন তুমি কিছুকাল উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।
(ref:the last sentence of 2:22 )
.___________________________________________
.___________________________________________
⭕WORD BY WORD MEANING: BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[39:1] The revelation (Tanziilu) of the Book (El'Kitaabi) is from GOD (Minallahi), the ALMIGHTY (El' Åziizi), the WISE (El' Hakiim).
[39:2] Indeed (Innaa), We have revealed (Anzal'naa) the Book (El'Kitaaba) to you (s) (ilai'ka) in truth (Bil'
Haqqi). So (Fa) worship GOD (E'budi-llaha), being sincere (Mukh'lisoan) to HIM (Lahu) in religion (Ed'Diin).
[39:3] Verily (Ala), for GOD (Lillahi) is the pure (exclusive)
(El'Khaalisu) religion (Ed'Diinu). And (Wa) those
who (Ellaziina) taken (Ettakhazu') guardians (Aw'liyaa'a) besides HIM (Min Duuni-hi), "We only (Maa illa)
worship them (Na'budu-hum) that (Li) they may bring us closer (Yuqarribuu-naa) to GOD (ilaallahi) in
rank (Zul'faa)." Indeed, GOD (Innallaha) will judge (Yah'kumu) between them (Bai'nahum) concerning (Fii)
what (Maa) they (Hum) differ in (Yakh'talifuun Fiihi). Indeed, GOD (Innallaha) does not (Laa) guide (Yah'dii)
one who (Man') is (Huwa) a liar (Kaazibun) and a disbeliever (Kaffaar).
[39:4] If (Law') GOD had intended (Araada-llahu) to (An) have (Yattakhiza) a son (Waladan), HE could have
(La) chosen (Es'tofaa) whatever (Maa) HE willed (Yashaau) from what (Mimmaa) HE creates (Yakh'luqu).
Glory be to HIM (Sub'haana-hu); HE (Huwa) is the GOD (Ellahu), the ONE (El' Waahidu), the CONQUEROR
(El' Qahhaar).
[39:5] HE created (Khalaqa) the heavens (Es'Samaawaati) and the earth (Wal' Ar'do) in truth (Bil' Haqqi); HE
wraps up (Yukawwiru) the night (Ellai'la) over (Ålaa) the day (En'Nahaari), and (Wa) wraps up (Yukawwiru)
the day (En'Nahaara) over (Ålaa) the night (Ellai'li), and (Wa) has subjugated (Sakkhara) the sun (Es'Sham'sa)
and the moon (Wal' Qamara), each (Kullun) occurring (Yaj'rii) for (Li) a fixed (Musamman) term (Ajalin). Verily (Ala), HE (Huwa) is the ALMIGHTY (El' Åziizu), the FORGIVER (El' Gaffaar).
[39:6] HE created you (Khalaqa-kum) from (Min) one (Waahidatin) soul (Naf'sin), and then (Thumma) made
(Jaåla) its mate (Zaw'ja-ha) from it (Min'ha), and (Wa) HE revealed (Anzala) eight (Thamaaniyata) pairs (kinds)
(Az'waaj') of livestock (6:143-144) (El'An'ååmi) for you (Lakum). HE creates you (p) (Yakh'luqu-kum) in (Fii) the
bellies (Butuuni) of your mothers (Ummahaati-kum); creation (Khal'qan) after (Min Ba'di) creation
(Khal'qin), in (Fii) three (Thalaathin) darknesses (Zulumaatin). That (Zaalikumu) is GOD (Ellahu), your LORD
(Rabbu-kum), to HIM belongs (Lahu) the dominion (El'Mul'ku); there is no god (Laa ilaaha) except (illa)
HIM (Huwa). So (Fa) how (Annaa) are you deviating(Tus'rafuun)?
[39:7] If (In) you ungrateful (Tak'furu'), then (Fa) indeed, GOD (Innallaha) would relinquish you (Ganiyyun
Ånkum); for (Wa) HE does not (Laa) approve (Yar'doa) disbelief (El'Kuf'ra) for (Li) HIS servants (Ebaadi-hi),
but (Wa) if (In) you are thankful (Tash'kuru'), HE will approve it (Yar'do-hu) for you (Lakum). And (Wa) no
(Laa) bearer of burden (Waaziratun) can bear (Taziru) the burden (Wiz'ra) of another (Ukh'raa). Thus
(Thumma) to (ilaa) your LORD (Rabbi-kum) is your return (Mar'jiu-kum), then (Fa) HE will inform you
(Yunabbiu-kum) of what (Bimaa) you have (Kuntum') done (Ta'maluun). Indeed, HE (Innahu) is aware of
(Åliimu Bi) the essence (Zaati) of the bosoms (Es'Suduur).
[39:8] And (Wa) whenever (Izaa) adversity (Durrun) touches (Massa) the human being (El' Insaana) he
invokes (Da'åå) his LORD (Rabba-hu), being repentant (Muniiban) to HIM (ilai'hi), but (Thumma) when
(Izaa) HE bestows him (Khawwala-hu) a blessing (Ni'matan) from HIM (Min'hu), he (the human)
forgets (Nasiya)
what (Maa) he had (Kaana) invoked HIM (Yad'uu' ilai'hi) before (Min Qab'lu), and (Wa) he assigns (Jaåla)
counterparts (Andaadan) to GOD (Lillahi) in order to (Li) deviate from (Yudilla Ån) HIS way (Sabiili-hi). Say
(Qul'): "Enjoy (Tamatta') in (Bi) your disbelief (Kuf'ri-ka) for a while (Qaliilan); indeed, you (Innaka) will be
among (Min') the companions (As'haabi) of the Fire (En'Naar)."
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 28.11.2022-Nvilla
🟦Progress ~
🟨Approx. Pages~3,148 nos.
.___________________________________________
CONTINUE....
.___________________________________________
Comments
Post a Comment