🟩Part-421(38:65-88)Saad(ص)ছুৰা-ছা'দEnd
✔️Part-421(38:65-88)Saad(ص)ছুৰা-ছা'দEnd
✔️Video- https://youtu.be/DJ2bP4sD8uc
➡️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"⬅️
💯-See the complete Chapter-38:Saad(ص)
Press link:
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
মিনি সূচিঃPart-421(38:65-88)Saad(ص)
৩৮:৬৫(ৰছুল কেৱল এজন সতৰ্ককাৰী মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই)
৩৮:৭০(মহম্মদৰ ওচৰত এই অহী আহিছে যে, তেওঁ কেৱল এজন সতৰ্ককাৰী মাথোন’)
৩৮:৭২(Ruh❤️ is the directive energy from God, but not of God. See verse 4:171-Link)(sajada💥 means-Link)
৩৮:৭৪(Iblees = Satan = Selfish desires.See Note-3 link)
৩৮:৭৪-৮৫(ইবলীছৰ/চয়তানৰ বিষয়ে)
৩৮:৮৩(আল্লাহৰ একনিষ্ঠ বান্দাসকলক চয়তানে একো কৰিব নোৱাৰে)
৩৮:৮৬[নবীৰ কোনো "অতিপ্ৰাকৃতিক"
(supernatural)মৰ্যাদাৰ অস্বীকাৰৰ ইংগিত দিয়ে]
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৬৫(The Message of the Messenger is a Great News)
قُلْ إِنَّمَا أَنَا مُنْذِرٌ ۖ وَمَا مِنْ إِلَٰهٍ إِلَّا اللَّهُ الْوَاحِدُ الْقَهَّارُ
কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৬৬
رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا الْعَزِيزُ الْغَفَّارُ
‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ ৰব, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৬৭
قُلْ هُوَ نَبَأٌ عَظِيمٌ
কোৱা, ‘এইটো এটা মহাসংবাদ,
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৬৮
أَنْتُمْ عَنْهُ مُعْرِضُونَ
‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৬৯(The First Racist Disobeys God)
مَا كَانَ لِيَ مِنْ عِلْمٍ بِالْمَلَإِ الْأَعْلَىٰ إِذْ يَخْتَصِمُونَ
‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে বাদানুবাদ কৰিছিল।
.
✍️Verse/Note:
38:69. (You contend that I make up stories about the future on my own. You can say that
as regards the future there is no way of knowing whether it is Wahi or the story of my own creation. However, how can I tell you certain things about the past?) I did not know anything before; and how can I concoct things on my own; particularly the historical episodes of the previous Anbia and their altercations and discussions with highly placed leaders in the opposition2-pz.
___________________________________________
2
In verse 37:8, “Al Mala Al Aala” was understood by us to mean “God’s ‘Amr” where decisions about the universe are taken. However, here the word “yakhkasemona” is linked with it and hence this meaning cannot be applied here. In God’s world of “Amr” there cannot be any ‘mutual fights’. Hence
we have translated this here to mean the big chieftains who used to oppose the Anbia, as well as each
other. One school of thought is that “akhtasam” (mutual fights) refers to the query of Malaika at the time of creation of Adam (as has been mentioned in 2:30). However that cannot be termed “akhtasam”.-pz.
.
✍️Verse/note:
38:69 [Say, O Muhammad:] “No knowledge would I have had of [what passed among] the host on high when they argued [against the creation of man],
Note of Asad:
For the allegorical contention of the angels ("the host on high") against the creation of man, see 2:30 ff. and the corresponding notes 22-24. The allegory of man's creation, of God's command to the angels to "prostrate themselves" before the new creature, and of Iblis' refusal to do so appears in the Qur'an six times (2:30, 7:11 ff., 15:28, 17:61, 18:50, and -85), each time with an accent on a different aspect of this allegory. In the present instance (which is undoubtedly the earliest in the chronology of revelation) it is connected with the statement, in 2:31, that God "imparted unto Adam the names of all things", i.e., endowed man with the faculty of conceptual thinking (see note 23 on 2:31) and, thus, with the ability to discern between what is true and what false. Since he possesses this faculty, man has no excuse for not realizing God's existence and oneness - the "message tremendous" referred to in the preceding passage.(as).
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭০
إِنْ يُوحَىٰ إِلَيَّ إِلَّا أَنَّمَا أَنَا نَذِيرٌ مُبِينٌ
‘মোৰ ওচৰত এই অহী আহিছে যে, মই কেৱল এজন সতৰ্ককাৰী মাথোন’।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭১
إِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي خَالِقٌ بَشَرًا مِنْ طِينٍ
স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম,
.
✍️ Verse/note:
38:71. (The same Wahi has told me the great facts about possible human potentialities and
psychological conflicts. These facts were revealed to me in an allegorical manner in the
story of Adam which has been conveyed to you earlier, and is being repeated here briefly.
It begins when) Your Sustainer told the 'Malaika' (heavenly forces) that “I am about to
initiate the creation of a human being from inanimate matter (15:27-39).”pz.
.
✍️Note:
Human beings created from clay. See verses 3:59; 36:80-82.
sig.
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭২
فَإِذَا سَوَّيْتُهُ وَنَفَخْتُ فِيهِ مِنْ رُوحِي فَقَعُوا لَهُ سَاجِدِينَ
‘এতেকে যেতিয়া আমি তেওঁক সুষম কৰিম আৰু তাত মোৰ ৰূহ❤️ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁৰ প্ৰতি ছাজদাৱনত💥 হ’বা’।
(💥Press link for sajada:
.
✍️Note on Ruh:❤️
God "breathes of His spirit" into every human being-Quran-15:29 and 38:72.Press link:
.
✍️Note:
Ruh is the directive energy from God, but not of God. See verse 4:171. Everything in the
heavens and the earth in the service of mankind. See verse 31:20.sig.
.
✍️Verse/note:
38:72. When the human being reaches a stage where it has acquired the best of proportions
in every respect (after passing through all the developmental/evolutionary stages, and I
breathe into it a sparkle of My energy, he attains a human personality capable of making
choices and discretions. Then, at that stage, you (Malaika) should bow before him.pz.
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭৩
فَسَجَدَ الْمَلَائِكَةُ كُلُّهُمْ أَجْمَعُونَ
‘তেতিয়া ফিৰিস্তাসকল আটায়ে ছাজদাৱনত💥 হ’ল,
(Sajada💥,see avove at 72 link)
.
✍️ Verse:
38:73. According to this programme, all the heavenly forces bowed before him;-pz.
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭৪
إِلَّا إِبْلِيسَ اسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ
কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।
.
Verse/note-1
38:74. Except his own rebellious desires (Iblees). They did not bow. They revolted and
refused to bow before him (2:34).pz.
.
✍️Note-2
Egotistic/ Arrogant: (Arabic: takabbar. Root K'B'R). See verse 7:75. See also
verses 6:19; 9:72; 29:45.sig.
.
✍️Note-3
Iblees = Satan = Selfish desires. 2:34,15:41.
(Pl find the the verse and notes 2:34:Link:
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭৫
قَالَ يَا إِبْلِيسُ مَا مَنَعَكَ أَنْ تَسْجُدَ لِمَا خَلَقْتُ بِيَدَيَّ ۖ أَسْتَكْبَرْتَ أَمْ كُنْتَ مِنَ الْعَالِينَ
আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে📍 সৃষ্টি কৰিছো, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’?
.
✍️Verse/note:
38:75. Allah asked Iblees (the rebellious desires of man) “Why did you not bow before him (7:12*) and why did you adopt a rebellious course? Did you not see the fine proportion I have created him in and how I have endowed him with discretion and choice? Do you want to become greater than him or even consider yourself greater than all the Malaika?”pz.
(৭:১২
قَالَ مَا مَنَعَكَ أَلَّا تَسْجُدَ إِذْ أَمَرْتُكَ ۖ قَالَ أَنَا خَيْرٌ مِنْهُ خَلَقْتَنِي مِنْ نَارٍ وَخَلَقْتَهُ مِنْ طِينٍ
তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলো তেতিয়া কিহে তোমাক নিবৃত্ত কৰিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই তাতকৈ শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।)
.
✍️Refs:As📍
৩৬:৭১
أَوَلَمْ يَرَوْا أَنَّا خَلَقْنَا لَهُمْ مِمَّا عَمِلَتْ أَيْدِينَا أَنْعَامًا فَهُمْ لَهَا مَالِكُونَ
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছো। সিহঁতেই সেইবোৰৰ মালিক।
.
2:34-(see lnote-3 link of 2:74)
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭৬
قَالَ أَنَا خَيْرٌ مِنْهُ ۖ خَلَقْتَنِي مِنْ نَارٍ وَخَلَقْتَهُ مِنْ طِينٍ
সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭৮
وَإِنَّ عَلَيْكَ لَعْنَتِي إِلَىٰ يَوْمِ الدِّينِ
‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱসলৈকে’।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৭৯
قَالَ رَبِّ فَأَنْظِرْنِي إِلَىٰ يَوْمِ يُبْعَثُونَ
সি ক’লে, ‘হে মোৰ ৰব! এতেকে তুমি মোক অৱকাশ দিয়া সেইদিনালৈকে যিদিনা সিহঁতক পুনৰুত্থিত কৰা হ’ব’।
.
✍️Verse/ref:
38:79. Iblees appealed to the Almighty, "O my Rabb grant me respite till the Day of
resurrection (15:36)."pz.
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮০
قَالَ فَإِنَّكَ مِنَ الْمُنْظَرِينَ
তেওঁ ক’লে, ‘যোৱা, নিশ্চয় তুমি অৱকাশপ্ৰাপ্ত বিলাকৰ অন্তৰ্ভুক্ত,
.
✍️Verse/note:
38:80 Answered He, “Certainly, you shall be among those who are given respite. [15:36-38](sa).
(১৫:৩৬-৩৮
قَالَ رَبِّ فَأَنْظِرْنِي إِلَىٰ يَوْمِ يُبْعَثُونَ
সি ক’লে, ‘হে মোৰ ৰব! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
১৫:৩৭
قَالَ فَإِنَّكَ مِنَ الْمُنْظَرِينَ
তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,
১৫:৩৮
إِلَىٰ يَوْمِ الْوَقْتِ الْمَعْلُومِ
‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।)
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮১
إِلَىٰ يَوْمِ الْوَقْتِ الْمَعْلُومِ
‘নিৰ্ধাৰিত সময় উপস্থিত হোৱাৰ দিনালৈকে’।
.
✍️BB-refs:(15:37-38)(see verses at 38:80)
.
✍️Verse/ref:
38:81. Till a known time" (15:37-38)
(The grant of "respite" to Iblis implies that he would have the power to tempt man until the end of time).
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮২
قَالَ فَبِعِزَّتِكَ لَأُغْوِيَنَّهُمْ أَجْمَعِينَ
সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! অৱশ্যে মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮৩
إِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِينَ
‘কিন্তু সিহঁতৰ মাজৰ তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
.
✍️BB-ref(Except..):(15:40)
১৫:৪০
إِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِينَ
‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
(find 15:40-42 for verse/notes:Link:☘️
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮৪
قَالَ فَالْحَقُّ وَالْحَقَّ أَقُولُ
আল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ,
(ref-15:41-see above☘️link)
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮৫
لَأَمْلَأَنَّ جَهَنَّمَ مِنْكَ وَمِمَّنْ تَبِعَكَ مِنْهُمْ أَجْمَعِينَ
‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮৬
قُلْ مَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ وَمَا أَنَا مِنَ *الْمُتَكَلِّفِينَ
কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো আৰু মই কোনো প্ৰবঞ্চক-*ছলনাকাৰীও নহয়’।
.
✍️[*mutakallif-নবীৰ কোনো "অতিপ্ৰাকৃতিক"(supernatural status) মৰ্যাদাৰ অস্বীকাৰৰ ইংগিত দিয়ে]
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮৭
إِنْ هُوَ إِلَّا ذِكْرٌ لِلْعَالَمِينَ
এয়া কেৱল সৃষ্টিজগতৰ বাবে উপদেশ মাত্ৰ।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
🟧৩৮:৮৮
وَلَتَعْلَمُنَّ نَبَأَهُ بَعْدَ حِينٍ
আৰু ইয়াৰ সংবাদ তোমালোকে অৱশ্যে জানিবা, কিছুদিন পিছত।
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
______________ছুৰা সমাপ্ত _____________
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
WORD BY WORD MEANING:BB:
[38:65] Say (Qul'): "I am (Ana') only (Innamaa) a warner (Munzirun), and (Wa) there is no (Maa Min') god
(ilaahin) except (illa) the GOD (Ellahu), the ONE (El' Waahidu), the CONQUEROR (El' Qahhaar).
[38:66] "LORD (Rabbu) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di) and whatever (Wamaa) is
between them both (Bai'nahumaa), the ALMIGHTY (El' Åziizu), the FORGIVER (El' Gaffaar)."
[38:67] Say (Qul'): "It (Huwa) is a great (Åziim) news (Nabaun')
[38:68] from which (Ån'hu) you (Antum) are turning away (Mu'riduun).
[38:69] "I (Mohammed) had (Kaana Liya) no (Maa Min') knowledge (il'mi) of (Bi) the highest (El'A'laa) assembly
(El'Malai) when (Iz') they were arguing (Yakh'tasimuun).
[38:70] "It was only (In illaa) inspired to me (Yuuhaa ilayya) that (Annamaa) I am (Ana') a clear (Mubiin)
warner (Naziirun)."
[38:71] “When (Iz') your LORD (s) (Rabbu-ka) said (Qaala) to the Angels (Lil' Malaaikati), "I am (Innii)
creating (Khaaliqu) a human (Basharan) from (Min) clay (Tiin).
[38:72] "So (Fa) when (Izaa) I have organized him (Sawwai'tu-hu) and (Wa) blown (Nafakh'tu) MY Spirit
(Ruuhii) into him (Fiihi), then (Fa) fall down (Qau') to him (Lahu) in prostration (Saajidiin)."
[38:73] So (Fa) the Angels (El'Malaaikatu) prostrated (Sajada) all of them (Kulluhum') entirely (Aj'mauun),
[38:74] except (illa) Lucifer (Ib'liisa); he became arrogant (Es'tak'bara) and (Wa) was (Kaana) of (Mina) the
disbelievers (El'Kaafiriin).
[38:75] HE (God) said (Qaala), "O (Yaa) Lucifer (Ib'liisu), what (Maa) prevented you (Manaå-ka) from (An)
prostrating (Tas'juda) to what (Limaa) I created (Khalaq'tu) with (Bi) MY hands (Yadayya)? Are you
arrogant (As'tak'bar'ta), or (Am') are you (Kunta) of (Mina) the haughty (El'Ååliin)?"
[38:76] He (Lucifer) said (Qaala), "I am (Ana') better (Khai'run) than him (Min'hu). YOU created me (Khalaq'ta-
nii) from (Min) fire (Naarin) and (Wa) created him (Khalaq'ta-hu) from (Min) clay (Tiin)."
[38:77] HE (God)said (Qaala), "Then (Fa) get out from it (Ekh'ruj' Min'ha), for (Fa) indeed, you (Innaka) are cursed (Rajiim).
[38:78] "And (Wa) indeed (Inna), upon you (Lucifer) (Ålai'ka) is MY curse (La'natii) till (ilaa) the Day of
Judgement (Yaw'mi-d'Diin)."
[38:79] He (Lucifer) said (Qaala), "LORD (Rabbi), then (Fa) respite me (Anzir'nii) till (ilaa) the day (Yaw'mi) they
(p) are resurrected (Yub'åthuun)."
[38:80] HE (God) said (Qaala), "Then (Fa) indeed, you (Innaka) are of (Mina) the respited (El'Munzoriin)
[38:81] until (ilaa) the day (Yaw'mi) of the fixed (El'Ma'luum) time (El'Waq'ti).”
(15:37-38)
[38:82] He (Lucifer) said (Qaala), "Then (Fa) by (Bi) YOUR might (Ezzati-ka), I will (La) mislead them
(Ug'wiyanna-hum') all (Aj'maeen)
[38:83] except (15:40) (illa) YOUR (-ka) sincere (El'Mukh'lasiin) servants (Ebaada-) among them (Min'humu)."
[38:84] HE (God) said (Qaala), "Then (Fa) the truth (El'Haqqu), and the truth (Wal' Haqqa) do I say (Aquul),
[38:85] "I will (La) fill (Am'la'anna) Hell (Jahannama) with you (Lucifer) (Minka) and (Wa) whoever (Mimman)
follows you (Tabiå-ka) among them (Min'hum'), all together (Aj'maeen)."
[38:86] Say (Qul'): "I do not (Maa) ask you (p) (As'alu-kum') any (Min') wage (Aj'rin) for it (Ålai'hi), and (Wa) I
am (Ana') not (Maa) of (Mina) the phonies (El'Mutakallifiin).
[38:87] "It (Huwa) is only (In' illa) a remembrance (Zik'run) for the worlds (Lil' Åålamiin).
[38:88] "And (Wa) you will (La) find out (Ta'lamunna) its news (Naba'a-hu) after (Ba'da) a time (Hiin)."
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
___________End of Chapter __________
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
💚jiaulhussain(syedraf) #muktabulhussain
💛Date of Starting(Video)~10/August/2021
💙Progress ~ 73.70%
❤️Approx. Pages~3144 nos.
.••••••••••••••••••••••••••~~~••••••••••••••••••••••••••
Comments
Post a Comment