🟩Part-418(38:27-40)Saad(ص)ছুৰা-ছা'দ
✔️Part-418(38:27-40)Saad(ص)ছুৰা-ছা'দ
✔️Video- https://youtu.be/OdXMiPLgsWo
__"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__
এই খণ্ডটোৰ ৰসাল ভিডিঅ' চাব
.
মিনি সূচিঃPart-418(38:27-40)Saad(ص)
৩৮:২৭(আল্লাহে কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই-Note)✅(আল্লাধিনা কাফৰু - যিসকলে সতর্কবাণীক উপেক্ষা কৰে-লিংক চাওঁক)
৩৮:২৮✅(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?)
৩৮:২৯✅(Research the Quran within Quran:
(DON'T ASSOCIATE ANYTHING WITH ALLAH: 7:33, 4:36, 6:151-see link)
৩৮:৩০(Solomon is Tested by Wealth)
৩৮:৩১-৪০(নবী ছুলাইমানৰ(আ:ছা:) কথা)
.
🟪৩৮:২৭
وَمَا خَلَقْنَا السَّمَاءَ وَالْأَرْضَ وَمَا بَيْنَهُمَا بَاطِلًا ۚ ذَٰلِكَ ظَنُّ ⬅️الَّذِينَ كَفَرُوا ۚ فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنَ النَّارِ
আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই*। এইটো ধাৰণা কেৱল সিহঁতৰ ➡️যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।
.
✍️[[➡️যিসকলে কুফৰী কৰিছে(الَّذِينَ كَفَرُوا)=
34:31-Quranic meaning:alladhīna kafarū-কুফুৰী কৰা: link:
alladhīna kafarū — those who ignore warning. The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof.
.
✍️BB-ref:(3:191)*
৩:১৯১
الَّذِينَ يَذْكُرُونَ اللَّهَ قِيَامًا وَقُعُودًا وَعَلَىٰ جُنُوبِهِمْ وَيَتَفَكَّرُونَ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ رَبَّنَا مَا خَلَقْتَ هَٰذَا بَاطِلًا سُبْحَانَكَ فَقِنَا عَذَابَ النَّارِ
যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
(Pl find the verse,note 3:191:press link:
.
🟪৩৮:২৮
أَمْ نَجْعَلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ كَالْمُفْسِدِينَ فِي الْأَرْضِ أَمْ نَجْعَلُ الْمُتَّقِينَ كَالْفُجَّارِ
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম📍 কৰিছে আমি তেওঁলোকক পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সমতুল্য গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক*📍 পাপীষ্ঠবিলাকৰ দৰে গণ্য কৰিম?
.
✍️Note🔺:ref16:30:সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?
.
🟪৩৮:২৯
كِتَابٌ أَنْزَلْنَاهُ إِلَيْكَ مُبَارَكٌ لِيَدَّبَّرُوا آيَاتِهِ وَلِيَتَذَكَّرَ أُولُو الْأَلْبَابِ
এখন বৰকতময় পুথি, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে মানুহে ইয়াৰ আয়াতসমূহত গভীৰভাৱে চিন্তা কৰে আৰু যাতে বোধশক্তিসম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।
.
✍️Sam's note on: 1kitāb,2al kitāb,3kitābun anzalnāhu ilayka mubārakun & 4āyāt:
.
✍️Research the Quran within Quran:
(DON'T ASSOCIATE ANYTHING WITH ALLAH: 7:33, 4:36, 6:151: link:
.
✍️BB-refs:(4:82 / 47:24)
৪:৮২
أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ ۚ وَلَوْ كَانَ مِنْ عِنْدِ غَيْرِ اللَّهِ لَوَجَدُوا فِيهِ اخْتِلَافًا كَثِيرًا
সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো বিসঙ্গতি পালেহেঁতেন।
.
৪৭:২৪
أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ أَمْ عَلَىٰ قُلُوبٍ أَقْفَالُهَا
তেন্তে সিহঁতে কোৰআনক লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে?
.
🟪৩৮:৩০(Solomon is Tested by Wealth)
وَوَهَبْنَا لِدَاوُودَ سُلَيْمَانَ ۚ نِعْمَ الْعَبْدُ ۖ إِنَّهُ أَوَّابٌ
আৰু আমি দাউদক দান কৰিছিলো ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।
.
🟪৩৮:৩১
إِذْ عُرِضَ عَلَيْهِ بِالْعَشِيِّ الصَّافِنَاتُ الْجِيَادُ
স্মৰণ কৰা, গধূলি যেতিয়া তেওঁৰ সন্মুখত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হ’ল,
.
🟪৩৮:৩২
فَقَالَ إِنِّي أَحْبَبْتُ حُبَّ الْخَيْرِ عَنْ ذِكْرِ رَبِّي حَتَّىٰ تَوَارَتْ بِالْحِجَابِ
তেতিয়া তেওঁ ক’লে, ‘মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছো, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে,
.
🟪৩৮:৩৩
رُدُّوهَا عَلَيَّ ۖ فَطَفِقَ مَسْحًا بِالسُّوقِ وَالْأَعْنَاقِ
‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত❌ কৰি জবেহ❌ কৰিবলৈ ধৰিলে।
(correct translation:
[38:33] Solomon said "Bring them back (Rudduuhaa) to me (Ålayya)," and (Fa) he immediately began (Tofiqa)
✔️rubbing (Mas'ha Bi) the legs (their) (El'Suuqi) and the necks (their) (Wal' A'naaq).)
.
🟪৩৮:৩৪
وَلَقَدْ فَتَنَّا سُلَيْمَانَ وَأَلْقَيْنَا عَلَىٰ كُرْسِيِّهِ جَسَدًا ثُمَّ أَنَابَ
অৱশ্যে আমি ছুলাইমানক পৰীক্ষা কৰিছিলো আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলো এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।
.
✍️Note: To explain this verse, some of the commentators advance the most fantastic stories, almost all of them going back to Talmudic sources. It should be rejected them all, actually the "body" (jasad) upon Solomon's throne is an allusion to his own body, and - metonymically - to his kingly power, which was bound to remain "lifeless" so long as it was not inspired by God-willed ethical values. (It is to be borne in mind that in classical Arabic a person utterly weakened by illness, worry or fear, or devoid of moral values, is often described as "a body without a soul".) In other words, Solomon's early trial consisted in his inheriting no more than a kingly position, and it rested upon him to endow that position with spiritual essence and meaning.(as).
(Google translate no guarantee:
এই পদটোৰ ব্যাখ্যা কৰিবলৈ কিছুমান ধাৰাভাষ্যকাৰে আটাইতকৈ কল্পনাতীত কাহিনীবোৰ আগবঢ়াই লৈ গৈছে, প্ৰায় সকলোবোৰেই তালমুদিক উৎসলৈ উভতি গৈছে। ইয়াক সকলোকে নাকচ কৰা উচিত, আচলতে চলোমনৰ সিংহাসনত থকা "শৰীৰ" (জাছাদ)টো তেওঁৰ নিজৰ শৰীৰৰ ইংগিত, আৰু -মেটনিমিকভাৱে (metonymically
-ৰূপকভাৱে) - তেওঁৰ ৰাজকীয় শক্তিৰ ইংগিত, যিটো অনুপ্ৰাণিত নহ'লে "নিৰাজীৱ" হৈ থকাটো নিশ্চিত আছিল ঈশ্বৰ-ইচ্ছাকৃত নৈতিক মূল্যবোধৰ দ্বাৰা। (মনত ৰাখিব লাগিব যে ধ্ৰুপদী আৰবী ভাষাত অসুস্থতা, চিন্তা বা ভয়ৰ দ্বাৰা সম্পূৰ্ণৰূপে দুৰ্বল বা নৈতিক মূল্যবোধৰ পৰা বঞ্চিত ব্যক্তিক প্ৰায়ে "আত্মাহীন শৰীৰ" বুলি বৰ্ণনা কৰা হয়।) অৰ্থাৎ চলোমনৰ প্ৰাৰম্ভিক বিচাৰ আছিল তেওঁৰ উত্তৰাধিকাৰী সূত্ৰে ৰজাৰ পদতকৈ বেছি নাছিল আৰু সেই পদটোক আধ্যাত্মিক সত্তা আৰু অৰ্থৰে সজ্জিত কৰাটো তেওঁৰ ওপৰত নিৰ্ভৰশীল আছিল।)
.
✍️Verse/note:
38:34. While Solomon possessed such great qualities, he was immensely concerned about his son who was likely to be his successor. His son was just like a lifeless body (34:14)
(and did not possess any qualities which are essential to run and administer this kingdom1). However instead of becoming disheartened, Solomon turned towards Divine Guidance
more enthusiastically (so that he could further strengthen the Divine System in his
kingdom1).
(1-At that time the government ran in the family of Yaqoub (Bani-Israel).
(৩৪:১৪
فَلَمَّا قَضَيْنَا عَلَيْهِ الْمَوْتَ مَا دَلَّهُمْ عَلَىٰ مَوْتِهِ إِلَّا دَابَّةُ الْأَرْضِ تَأْكُلُ مِنْسَأَتَهُ ۖ فَلَمَّا خَرَّ تَبَيَّنَتِ الْجِنُّ أَنْ لَوْ كَانُوا يَعْلَمُونَ الْغَيْبَ مَا لَبِثُوا فِي الْعَذَابِ الْمُهِينِ
এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালো, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰালে মাটিৰ পৰুৱায়, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিল, তেতিয়াহে জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলেহেঁতেন।)
.
🟪৩৮:৩৫
قَالَ رَبِّ اغْفِرْ لِي وَهَبْ لِي مُلْكًا لَا يَنْبَغِي لِأَحَدٍ مِنْ بَعْدِي ۖ إِنَّكَ أَنْتَ الْوَهَّابُ
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন ৰাজ্য দান কৰা যিখন মোৰ পিছত আন কাৰো বাবে প্ৰযোজ্য নহ’ব*। নিশ্চয় তুমি পৰম দাতা’।
.
38:35 he prayed: “O my Sustainer! Forgive me my sins, and bestow upon me the gift of a kingdom which may not suit anyone after me:33 verily, Thou alone art a giver of gifts!"
Note:
I.e., a spiritual kingdom, which could not be inherited by anyone and, hence, would not be exposed to envy or worldly intrigue.(as).
(Google translate no guarantee:
আধ্যাত্মিক ৰাজ্য, যিখন কাৰো উত্তৰাধিকাৰী সূত্ৰে ল’ব নোৱাৰিব আৰু সেয়েহে ঈৰ্ষা বা লৌকিক ষড়যন্ত্ৰৰ সন্মুখীন নহ’ব।)
.
🟪৩৮:৩৬
فَسَخَّرْنَا لَهُ الرِّيحَ تَجْرِي بِأَمْرِهِ رُخَاءً حَيْثُ أَصَابَ
তেতিয়া আমি বতাহক তেওঁৰ অধীন কৰি দিলো, যিয়ে তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুমন্দভাৱে প্ৰবাহিত হৈছিল,
.
✍️Verse/note:
38:36 And so* We made subservient to him the wind, so that it gently sped at his behest whithersoever he willed,**(as).
Note*
I.e., as a reward for his humility and turning-away from worldly ambitions, implied in the prayer, "Forgive me my sins".
Note**
Cf. 21:81. For the meaning, in general, of the many legends surrounding the person of Solomon 21:82.
(২১:৮১
وَلِسُلَيْمَانَ الرِّيحَ عَاصِفَةً تَجْرِي بِأَمْرِهِ إِلَى الْأَرْضِ الَّتِي بَارَكْنَا فِيهَا ۚ وَكُنَّا بِكُلِّ شَيْءٍ عَالِمِينَ
আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলো; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছো; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।
.
২১:৮২
وَمِنَ الشَّيَاطِينِ مَنْ يَغُوصُونَ لَهُ وَيَعْمَلُونَ عَمَلًا دُونَ ذَٰلِكَ ۖ وَكُنَّا لَهُمْ حَافِظِينَ
আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলো), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলো।)
.
✍️Verse/refs:
38:36 So We gave him the science of making the wind serve him and it carried his ships wherever he intended. [34:12](sa).
(৩৪:১২
وَلِسُلَيْمَانَ الرِّيحَ غُدُوُّهَا شَهْرٌ وَرَوَاحُهَا شَهْرٌ ۖ وَأَسَلْنَا لَهُ عَيْنَ الْقِطْرِ ۖ وَمِنَ الْجِنِّ مَنْ يَعْمَلُ بَيْنَ يَدَيْهِ بِإِذْنِ رَبِّهِ ۖ وَمَنْ يَزِغْ مِنْهُمْ عَنْ أَمْرِنَا نُذِقْهُ مِنْ عَذَابِ السَّعِيرِ
আৰু বতাহক ছুলাইমানৰ অধীন কৰি দিছিলো যিটোৱে ৰাতি পুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলি এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলো আৰু এনে কিছুমান জিনক তেওঁৰ অনুগত কৰি দিছিলোঁ যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।)
.
🟪৩৮:৩৭
وَالشَّيَاطِينَ كُلَّ بَنَّاءٍ وَغَوَّاصٍ
আৰু (অধীন কৰি দিছিলো) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু ছয়তানবোৰকো,
.
✍️Verse/ref:
38:37 And We made subservient to him the wild unruly men, every kind of builder and diver. [21:82, 34:13](sa).
(২১:৮২-see above)
.
৩৪:১৩
يَعْمَلُونَ لَهُ مَا يَشَاءُ مِنْ مَحَارِيبَ وَتَمَاثِيلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُورٍ رَاسِيَاتٍ ۚ اعْمَلُوا آلَ دَاوُودَ شُكْرًا ۚ وَقَلِيلٌ مِنْ عِبَادِيَ الشَّكُورُ
সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ কিছু সংখ্যকহে কৃতজ্ঞ!’)
.
🟪৩৮:৩৮
وَآخَرِينَ مُقَرَّنِينَ فِي الْأَصْفَادِ
শিকলিত আৱদ্ধ আৰু বহুতকে।
.
✍️On 21:82, which explains in this context, of shayatin as "rebellious forces".(as).
.
🟪৩৮:৩৯
هَٰذَا عَطَاؤُنَا فَامْنُنْ أَوْ أَمْسِكْ بِغَيْرِ حِسَابٍ
এইবোৰ আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ কোনো হিচাব দিব নালাগে।
.
🟪৩৮:৪০
وَإِنَّ لَهُ عِنْدَنَا لَزُلْفَىٰ وَحُسْنَ مَآبٍ
আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।
.
[38:27] And (Wa) We did not (Maa) create (Khalaq'naa) the heaven (Es'Samaa'a) and the earth (Wal' Ar'do)
and whatever (Wamaa) is between them (Bai'nahumaa) in vain (3:191) (Baatilan). That (Zaalika) is the
assumption (Zonnu) of those who (Ellaziina) disbelieve (Kafaru'), so (Fa) woe (Wai'lun) to those who (Lillaziina) disbelieve (Kafaru') about (Mina) the Fire (En'Naar).
[38:28] Or (Am') should We render (Naj'ålu) those who (Ellaziina) believe (Aamanu') and (Wa) do (Åmilu')
good deeds (Es'Soalihaati) like (Ka) the corrupters (El'Muf'sidiina) on earth (Fiil' Ar'di)? Or (Am') should We
render (Naj'ålu) the pious (El'Muttaqiina) like (Ka) the immoral (El'Fujjaar)?
[38:29] It is a blessed (Mubaarakun) book (Kitaabun) which We have revealed (Anzal'naa-hu) to you (s)
(ilai'ka) so that (Li) they may contemplate (Yaddabbaruu') its verses (Aayaati-hi) and (Wa) that (Li) those
(U'lu') of intelligence (El'Al'baab) would take heed (Yatazakkara). (4:82 / 47:24)
[38:30] And (Wa) We granted (Hab'naa) Solomon (Sulai'maana) to (Li) David (Daawuda); a wonderful
(Ni'ma) servant (El'Åb'du). Indeed, he (Solomon) (Innahu) was repentant (Awwaab).
[38:31] When (Iz') he examined (Urida Ålai'hi) the scrotums (Es'Soafinaatu) of the steeds (El'Jiyaad) in the
evening (Bil' Åshiyyi),
[38:32] then (Fa) he said (Qaala), "I (Innii) prefer (Ah'bab'tu) the love (Hubba) of welfare (El'Khai'ri) to (Ån)
the remembrance (Zik'ri) of my LORD (Rabbii)," until (Hattaa) they (the horses) were concealed (Tawaarat) by
the partition (Bil' Hijaab),
[38:33] Solomon said "Bring them back (Rudduuhaa) to me (Ålayya)," and (Fa) he immediately began (Tofiqa)
rubbing (Mas'ha Bi) the legs (their) (El'Suuqi) and the necks (their) (Wal' A'naaq).
[38:34] And (Wa) certainly (Laqad') We tested (Fatanna) Solomon (Sulai'maana) and bore down (Al'qai'na) a
body (Jasadan) on (Ålaa) his throne (Kur'siyyi-hi); then (Thumma) he repented (Anaab).
[38:35] He (Solomon) said (Qaala), "LORD (Rabbi), forgive me (Eg'fir' Lii) and (Wa) grant me (Hab' Lii) a
kingdom (Mul'kan) which shall not (Laa) be incumbent (Yanbagii) for (Li) anyone (Ahadin) after me (Min
Ba'dii). Indeed (Innaka), YOU (Anta) are the GRANTOR (El' Wahhaab)."
[38:36] So (Fa) We subjugated (Sakkhar'na) the wind (34:12) (Er'Riiha) occurring (Taj'rii) for him (Lahu) by
(Bi) his command (Am'ri-hi), at ease (Rukhaa'an), wherever (Hai'thu) it strikes (Asoab),
(27:38-40)
[38:37] also (Wa) the devils (Es'Shayaatiina); all (Kulla) were building (34:13) (Banaa'in) and diving (Gawwaas),
[38:38] while (Wa) others (Aakhariina) were connected (Muqarraniina) in (Fii) handcuffs (El'As'faad).
[38:39] "This (Haaza) is Our gift (Åtoau-naa); so (Fa) grant (Em'nun') or (Aw') withhold (Am'sik') without
(Bi-Gai'ri) reckoning (Hisaab)."
[38:40] And (Wa) indeed (Inna), he (Solomon) has (Lahu) a (La) rank (Zul'faa) with Us (Endanaa) and (Wa) a
beautiful (Hus'na) resort (Ma'aab).
.___________________________________________
💚jiaulhussain(syedraf) #muktabulhussain
💛Date of Starting(Video)~10/August/2021
💙Progress ~
❤️Approx. Pages~3,124 nos.
.___________________________________________
Continue....
.___________________________________________
Comments
Post a Comment