🌼Part-403(36:13-32)Ya Sin
✔️Part-403(36:13-32)Ya Sin
✔️Video- https://youtu.be/I-b8KvMg8Jc
✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
._________________________________________
🟥🟥🟥🟥🟥🟥ৰঙা-দলিছা🟥🟥🟥🟥🟥🟥
এজনে কোৰআনৰ কথাকৈ আল্লাহৰ একত্বৰ পিনে আহ্বান কৰাত আৰু এজন লগহৈ দুজন হ'ল।দুজনৰ পৰা তিনিজন হ'ল।
এওঁলোক তিনিজনৰ আহ্বানৰ প্ৰতি সহাৰি জনাই জনতাই ৰঙা দলিছা পাৰি স্বাগতম নজনায়। বৰং গালি গালাজৰ উপৰিও পাথৰ মৰাৰ দৰে কাম কৰিবলৈ কুন্ঠাবুধ নকৰে।
সীমাৰ বাহিৰৰ পৰা সাধাৰণ মানুহ এজনে উক্ত তিনিজনৰ কথাবোৰ বুজিলে আৰু পাথৰ মাৰিবলৈ ধৰাসকলক বুজনি দিলেযে তিনিজনে কোৱা কথা মানি লোৱা।
এই চতুৰ্থজনৰ বিষয়ে পঢ়ক⬇️
এই খণ্ডৰ ভিডিঅ' চাবই চাব, কাৰণ ছুৰা য়া-ছীনৰ বিষয়ে এনে শুনা আৰু পঢ়াৰ কথা আপোনাৰ হয়তো মনত নপৰে।।
._________________________________________
মিনি সূচিঃPart-403(36:13-32)Ya Sin
৩৬:১৩(Messengers were Rejected by their People)
৩৬:১৪(এখন নগৰলৈ তিনিজন ৰছুল আহিছিল)
৩৬:১৫(ref-কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।)
৩৬:১৭(স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে ৰছুলৰ দায়িত্ব’)
৩৬:২০(This man from the farthest end represents the believers who journeyed a long way from the falsehood to the truth)
(নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন(চতুৰ্থ জন) ব্যক্তি দৌৰি আহি ক’লে,কি ক'লে? ....৩৬:২০-২৭ চাওঁক)
৩৬:২৮-২৯(ব্যক্তিজনৰ কথা নুশুনাৰ ফল)
৩৬:৩২(সিহঁত সকলোকে একত্ৰিত কৰি আল্লাহৰ ওচৰত উপস্থিত কৰোৱা হ’ব)
._________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
._________________________________________
🟤৩৬:১৩(MESSENGER'S SOLE MISSION TO DELIVER THE MESSAGE)
وَاضْرِبْ لَهُمْ مَثَلًا أَصْحَابَ الْقَرْيَةِ إِذْ جَاءَهَا الْمُرْسَلُونَ
সিহঁতৰ ওচৰত বৰ্ণনা কৰা এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত; যেতিয়া সিহঁতৰ ওচৰত ৰাছুলসকল আহিছিল।
._________________________________________
🟤৩৬:১৪
إِذْ أَرْسَلْنَا إِلَيْهِمُ اثْنَيْنِ فَكَذَّبُوهُمَا فَعَزَّزْنَا بِثَالِثٍ فَقَالُوا إِنَّا إِلَيْكُمْ مُرْسَلُونَ
যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰেৰণ কৰিছিলো দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলো। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।
.
✍️Asad Note:see link:
._________________________________________
🟤৩৬:১৫
قَالُوا مَا أَنْتُمْ إِلَّا بَشَرٌ مِثْلُنَا وَمَا أَنْزَلَ الرَّحْمَٰنُ مِنْ شَيْءٍ إِنْ أَنْتُمْ إِلَّا تَكْذِبُونَ
সিহঁতে ক’লে, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈছা’।
.
✍️Sa-refs:[6:91, 34:31]
৬:৯১
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিখন মূছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখন তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুখিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
(Find notes on 6:91 in this link:
.
৩৪:৩১
وَقَالَ الَّذِينَ كَفَرُوا لَنْ نُؤْمِنَ بِهَٰذَا الْقُرْآنِ وَلَا بِالَّذِي بَيْنَ يَدَيْهِ ۗ وَلَوْ تَرَىٰ إِذِ الظَّالِمُونَ مَوْقُوفُونَ عِنْدَ رَبِّهِمْ يَرْجِعُ بَعْضُهُمْ إِلَىٰ بَعْضٍ الْقَوْلَ يَقُولُ الَّذِينَ اسْتُضْعِفُوا لِلَّذِينَ اسْتَكْبَرُوا لَوْلَا أَنْتُمْ لَكُنَّا مُؤْمِنِينَ
যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ’। হায়! যদি তুমি দেখিলাহেঁতেন যালিমসকলক, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভৱা হৈছিল, সিহঁতে অহংকাৰী বিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি অৱশ্যে মুমিন হ’লোহেঁতেন!’
.
✍️Ap-refs:
৬৪:৬
ذَٰلِكَ بِأَنَّهُ كَانَتْ تَأْتِيهِمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَقَالُوا أَبَشَرٌ يَهْدُونَنَا فَكَفَرُوا وَتَوَلَّوْا ۚ وَاسْتَغْنَى اللَّهُ ۚ وَاللَّهُ غَنِيٌّ حَمِيدٌ
এয়া এইবাবেই যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল অথচ সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফৰী কৰিলে আৰু মুখ ঘূৰাই ল’লে; আৰু আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰূক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।
.
১৪:১০
۞ قَالَتْ رُسُلُهُمْ أَفِي اللَّهِ شَكٌّ فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ ۖ يَدْعُوكُمْ لِيَغْفِرَ لَكُمْ مِنْ ذُنُوبِكُمْ وَيُؤَخِّرَكُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۚ قَالُوا إِنْ أَنْتُمْ إِلَّا بَشَرٌ مِثْلُنَا تُرِيدُونَ أَنْ تَصُدُّونَا عَمَّا كَانَ يَعْبُدُ آبَاؤُنَا فَأْتُونَا بِسُلْطَانٍ مُبِينٍ
সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপ মোচন কৰাৰ বাবে আৰু নিৰ্দিষ্ট কাল পৰ্যন্ত তোমালোকক অৱকাশ দিয়াৰ বাবে’। সিহঁতে ক’লে, ‘তোমালোক হেনো আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰত কোনো অকাট্য প্ৰমাণ লৈ আহা’।
(find 14:10-link: https://bit.ly/3EagOyD)
.
২৩:৩৪
وَلَئِنْ أَطَعْتُمْ بَشَرًا مِثْلَكُمْ إِنَّكُمْ إِذًا لَخَاسِرُونَ
‘যদি তোমালোকে তোমালোকৰ দৰেই এজন মানুহৰ আনুগত্য কৰা তেন্তে তোমালোকে অৱশ্যে ক্ষতিগ্ৰস্ত হ’বা;(Prophets after Noah-23:33-50)
.
১৭:৯৪
وَمَا مَنَعَ النَّاسَ أَنْ يُؤْمِنُوا إِذْ جَاءَهُمُ الْهُدَىٰ إِلَّا أَنْ قَالُوا أَبَعَثَ اللَّهُ بَشَرًا رَسُولًا
আৰু যেতিয়া মানুহৰ ওচৰত হিদায়ত আহে, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিয়ে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’?
(Messengership: An Essential Test)
._________________________________________
🟤৩৬:১৬
قَالُوا رَبُّنَا يَعْلَمُ إِنَّا إِلَيْكُمْ لَمُرْسَلُونَ
তেওঁলোকে ক’লে, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।
.
✍️Ap-ref:
২৯:৫২
قُلْ كَفَىٰ بِاللَّهِ بَيْنِي وَبَيْنَكُمْ شَهِيدًا ۖ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۗ وَالَّذِينَ آمَنُوا بِالْبَاطِلِ وَكَفَرُوا بِاللَّهِ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত’।
(find 29:52 in the link:
._________________________________________
🟤৩৬:১৭
وَمَا عَلَيْنَا إِلَّا الْبَلَاغُ الْمُبِينُ
‘আৰু স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।
._________________________________________
🟤৩৬:১৮
قَالُوا إِنَّا تَطَيَّرْنَا بِكُمْ ۖ لَئِنْ لَمْ تَنْتَهُوا لَنَرْجُمَنَّكُمْ وَلَيَمَسَّنَّكُمْ مِنَّا عَذَابٌ أَلِيمٌ
সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰো, যদি তোমালোকে বিৰত নোহোৱা তেন্তে অৱশ্যে আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।
.
✍️ref:As.
৭:১৩১
فَإِذَا جَاءَتْهُمُ الْحَسَنَةُ قَالُوا لَنَا هَٰذِهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَطَّيَّرُوا بِمُوسَىٰ وَمَنْ مَعَهُ ۗ أَلَا إِنَّمَا طَائِرُهُمْ عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।
.
✍️Note:
Stoning as a punishment is not decreed in the Quran. In the Quran, stoning is only carried out
by mushrik people, disbelievers and those who reject this guidance. See verse 11:91.(sig).
._________________________________________
🟤৩৬:১৯
قَالُوا طَائِرُكُمْ مَعَكُمْ ۚ أَئِنْ ذُكِّرْتُمْ ۚ بَلْ أَنْتُمْ قَوْمٌ مُسْرِفُونَ
তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি?* বৰং তোমালোক এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।**
.
✍️Verse/note/refs:
36:19 The Messengers replied, "Your destiny rests with yourselves, now that you have been reminded. (17:13.)* Nay, but you are a people who are wasting away your potentials.” (10:12)**(sa).
(১৭:১৩*
وَكُلَّ إِنْسَانٍ أَلْزَمْنَاهُ طَائِرَهُ فِي عُنُقِهِ ۖ وَنُخْرِجُ لَهُ يَوْمَ الْقِيَامَةِ كِتَابًا يَلْقَاهُ مَنْشُورًا
আৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ, যিখন সি উন্মুক্ত পাব।
.
১০:১২**
وَإِذَا مَسَّ الْإِنْسَانَ الضُّرُّ دَعَانَا لِجَنْبِهِ أَوْ قَاعِدًا أَوْ قَائِمًا فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهُ مَرَّ كَأَنْ لَمْ يَدْعُنَا إِلَىٰ ضُرٍّ مَسَّهُ ۚ كَذَٰلِكَ زُيِّنَ لِلْمُسْرِفِينَ مَا كَانُوا يَعْمَلُونَ
আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈ আমাক আহ্বান কৰে। তাৰ পিছত আমি যেতিয়া তাৰ দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰী সকলৰ কৃতকৰ্ম সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।)
.
✍️Ap-refs:
৭:১৩১
فَإِذَا جَاءَتْهُمُ الْحَسَنَةُ قَالُوا لَنَا هَٰذِهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَطَّيَّرُوا بِمُوسَىٰ وَمَنْ مَعَهُ ۗ أَلَا إِنَّمَا طَائِرُهُمْ عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।
.
২৭:৪৭
قَالُوا اطَّيَّرْنَا بِكَ وَبِمَنْ مَعَكَ ۚ قَالَ طَائِرُكُمْ عِنْدَ اللَّهِ ۖ بَلْ أَنْتُمْ قَوْمٌ تُفْتَنُونَ
সিহঁতে ক’লে, ‘আমি তোমাক আৰু তোমাৰ সঙ্গীসকলক অমঙ্গলৰ কাৰণ বুলি ভাৱোঁ’। ছলেহে ক’লে, ‘তোমালোকৰ অমঙ্গল গ্ৰহণ কৰা আল্লাহৰ ইখতিয়াৰত, প্ৰকৃততে তোমালোকে এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে’।
.
৪:৭৪
۞ فَلْيُقَاتِلْ فِي سَبِيلِ اللَّهِ الَّذِينَ يَشْرُونَ الْحَيَاةَ الدُّنْيَا بِالْآخِرَةِ ۚ وَمَنْ يُقَاتِلْ فِي سَبِيلِ اللَّهِ فَيُقْتَلْ أَوْ يَغْلِبْ فَسَوْفَ نُؤْتِيهِ أَجْرًا عَظِيمًا
এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। আৰু যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব সি নিহত হওঁক অথবা বিজয়ী হওঁক আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।
._________________________________________
🟤৩৬:২০
وَجَاءَ مِنْ أَقْصَى الْمَدِينَةِ رَجُلٌ يَسْعَىٰ قَالَ يَا قَوْمِ اتَّبِعُوا الْمُرْسَلِينَ
আৰু নগৰৰ* দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা;
.
✍️Sam-ref*
২৮:২০
وَجَاءَ رَجُلٌ مِنْ أَقْصَى الْمَدِينَةِ يَسْعَىٰ قَالَ يَا مُوسَىٰ إِنَّ الْمَلَأَ يَأْتَمِرُونَ بِكَ لِيَقْتُلُوكَ فَاخْرُجْ إِنِّي لَكَ مِنَ النَّاصِحِينَ
আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।
.
✍️Verse/note:
36:20 At that, a man came running from the farthest end of the Town and said, "O My people! Follow these Messengers.(sa).
Note.
This man from the farthest end represents the believers who journeyed a long way from the falsehood to the truth.
._________________________________________
🟤৩৬:২১
اتَّبِعُوا مَنْ لَا يَسْأَلُكُمْ أَجْرًا وَهُمْ مُهْتَدُونَ
‘অনুসৰণ কৰা তেওঁলোকৰ যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক সৎপথপ্ৰাপ্ত।
._________________________________________
🟤৩৬:২২
وَمَا لِيَ لَا أَعْبُدُ الَّذِي فَطَرَنِي وَإِلَيْهِ تُرْجَعُونَ
‘আৰু মোৰ কি যুক্তি আছে যে, মই তেওঁৰ ইবাদত নকৰিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰত তোমালোকক ওভোতাই নিয়া হ’ব।
._________________________________________
🟤৩৬:২৩
أَأَتَّخِذُ مِنْ دُونِهِ آلِهَةً إِنْ يُرِدْنِ الرَّحْمَٰنُ بِضُرٍّ لَا تُغْنِ عَنِّي شَفَاعَتُهُمْ شَيْئًا وَلَا يُنْقِذُونِ
‘মই তেওঁৰ বাহিৰে1 আন কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ ছুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।2
.
✍️Sam-verse/note/refs:
23 “Shall I take gods besides1 Him? If the Almighty2 intends me harm, their intercession will avail me nothing, nor can they rescue me;
1-Arabic: min dūni. See note to 2:23.
(২:২৩
وَإِنْ كُنْتُمْ فِي رَيْبٍ مِمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِنْ مِثْلِهِ وَادْعُوا شُهَدَاءَكُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।)
2-Arabic: raḥmān. Typically rendered most merciful. See 36:23 and , 1:1, The verse here provides strong corroborative evidence that raḥmān means, as rendered throughout, almighty and not, as the Traditionalist claims, beneficent or most merciful since intending harm is nowhere a characteristic of mercy.
(Google translate no guarantee:
সাধাৰণতে অতি দয়ালু বুলি ব্যৱহাৰ কৰা হয়। 36:23 আৰু , 1:1 চাওক, ইয়াত পদটোৱে শক্তিশালী সমৰ্থনমূলক প্ৰমাণ আগবঢ়াইছে যে ৰহমানৰ অৰ্থ হৈছে, গোটেইখিনিতে অনুবাদ কৰা অনুসৰি, সৰ্বশক্তিমান আৰু পৰম্পৰাবাদীয়ে দাবী কৰা ধৰণে উপকাৰী বা অতি দয়ালু নহয় যিহেতু ক্ষতিৰ উদ্দেশ্য ক'তো দয়াৰ বৈশিষ্ট্য নহয়।)
.
✍️Ap-ref:
৬:১৭
وَإِنْ يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ ۖ وَإِنْ يَمْسَسْكَ بِخَيْرٍ فَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও তাক দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
._________________________________________
🟤৩৬:২৪
إِنِّي إِذًا لَفِي ضَلَالٍ مُبِينٍ
‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হম।
._________________________________________
🟤৩৬:২৫
إِنِّي آمَنْتُ بِرَبِّكُمْ فَاسْمَعُونِ
‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছো, এতেকে তোমালোকে মোৰ কথা শুনা’।
._________________________________________
🟤৩৬:২৬
قِيلَ ادْخُلِ الْجَنَّةَ ۖ قَالَ يَا لَيْتَ قَوْمِي يَعْلَمُونَ
তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন,
._________________________________________
🟤৩৬:২৭
بِمَا غَفَرَ لِي رَبِّي وَجَعَلَنِي مِنَ الْمُكْرَمِينَ
‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।
._________________________________________
🟤৩৬:২৮
۞ وَمَا أَنْزَلْنَا عَلَىٰ قَوْمِهِ مِنْ بَعْدِهِ مِنْ جُنْدٍ مِنَ السَّمَاءِ وَمَا كُنَّا مُنْزِلِينَ
আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাই আৰু সেয়া প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।
._________________________________________
🟤৩৬:২৯
إِنْ كَانَتْ إِلَّا صَيْحَةً وَاحِدَةً فَإِذَا هُمْ خَامِدُونَ
সেয়া আছিল কেৱল এটা বিকট শব্দ। ফলত সিহঁত নিথৰ নিস্তব্ধ হৈ গ’ল।
.
✍️Ap-ref:
২৮:৪৩
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ مِنْ بَعْدِ مَا أَهْلَكْنَا الْقُرُونَ الْأُولَىٰ بَصَائِرَ لِلنَّاسِ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ يَتَذَكَّرُونَ
আৰু অৱশ্যে পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলো কিতাব, মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
._________________________________________
🟤৩৬:৩০
يَا حَسْرَةً عَلَى 🔺الْعِبَادِ ۚ مَا يَأْتِيهِمْ مِنْ رَسُولٍ إِلَّا كَانُوا بِهِ يَسْتَهْزِئُونَ
পৰিতাপ বান্দাসকলৰ🔺 বাবে; সিহঁতৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়া সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।
.
✍️Sam-note:🔺
There is mention throughout of the servants. At times this convention is, by necessity, rendered his servants. The set is found at 2:207, 3:15, 3:20, 3:30, 3:182, 8:51, 22:10, 36:30, 40:31, 40:44, 40:48, 41:46, 50:11. All instances appear in the notes and reference this verse.
(২:২০৭🔺
وَمِنَ النَّاسِ مَنْ يَشْرِي نَفْسَهُ ابْتِغَاءَ مَرْضَاتِ اللَّهِ ۗ وَاللَّهُ رَءُوفٌ بِالْعِبَادِ
আৰু মানুহৰ মাজত এনে প্ৰকৃতিৰ মানুহো আছে, যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে নিজকে বিক্ৰী কৰি দিয়ে। আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।)
.
✍️Verse/note:
36:30 OH, THE REGRETS that [most] human beings will have to bear!* Never has an apostle come to them without their deriding him!
Note*
Lit., "Oh, the regrets upon the bondmen" (al-ibad) - since all human beings, good or bad, are God's "bondmen". This phrase alludes to the Day of Judgment - which is described in 19:39 as "the Day of Regrets" - as well as to the fact, repeatedly stressed in the Qur'an, that most human beings choose to remain deaf to the voice of truth, and thus condemn themselves to spiritual death.
(১৯:৩৯
وَأَنْذِرْهُمْ يَوْمَ الْحَسْرَةِ إِذْ قُضِيَ الْأَمْرُ وَهُمْ فِي غَفْلَةٍ وَهُمْ لَا يُؤْمِنُونَ
আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁতে ঈমান পোষণ নকৰে।)
._________________________________________
🟤৩৬:৩১
أَلَمْ يَرَوْا كَمْ أَهْلَكْنَا قَبْلَهُمْ مِنَ الْقُرُونِ أَنَّهُمْ إِلَيْهِمْ لَا يَرْجِعُونَ
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো? নিশ্চয় সিহঁতে সিহঁতৰ ওচৰলৈ উভতি নাহিব।
.
✍️Ap-ref:
It is not as many of those ignorant and immoral people claim that ...
২৩:৩৭
إِنْ هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا نَحْنُ بِمَبْعُوثِينَ
‘একমাত্ৰ পাৰ্থিৱ জীৱনেই আমাৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই; আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
._________________________________________
🟤৩৬:৩২
وَإِنْ كُلٌّ لَمَّا جَمِيعٌ لَدَيْنَا مُحْضَرُونَ
সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।
.
✍️Ap-ref:
১১:১১১
وَإِنَّ كُلًّا لَمَّا لَيُوَفِّيَنَّهُمْ رَبُّكَ أَعْمَالَهُمْ ۚ إِنَّهُ بِمَا يَعْمَلُونَ خَبِيرٌ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।
._________________________________________
WORD BY WORD MEANING:BB.
[36:13] And (Wa) cite (Ed'rib') for them (Lahum) the example (Mathalan) of the companions (As'haaba) of
the town (El'Qar'yati), when (Iz') the messengers (El'Mur'saluun) came to them (Jaa'a-haa).
[36:14] When (Iz') We sent (Ar'sal'naa) two messengers (Eth'nai'ni) to them (ilai'himu) but (Fa) they denied
them both (Kazzabuu-humaa), so (Fa) We reinforced (Åzzaz'naa) with (Bi) a third messenger (Thaalithin), and
(Fa) they said (Qaaluu'), "Indeed, we (Innaa) are messengers (Mur'saluun) to you (ilai'kum)."
[36:15] They (the people)
said (Qaalu'), "You (Antum) are only (Maa illa) humans (Basharun) like us (Mith'lu-
naa), and (Wa) the GRACIOUS (Er' Rah'maanu) has not (Maa) sent down (Anzala) anything (Min Shai'in).
You (Antum') are only (In illa) lying (Tak'zibuun)."
[36:16] They (the messengers) said (Qaalu'), "Our LORD (Rabbu-naa) knows (Ya'lamu) that we (Innaa) are (La)
messengers (Mur'saluun) to you (ilai'kum),
[36:17] and (Wa) only (Maa illa) the clear (El'Mubiin) notification (El'Balaagu) is upon us (Ålai'naa)."
[36:18] They (the people)
said (Qaaluu'), "Indeed (Innaa), we consider you an evil omen (Tatoyyar'naa Bi-kum’).
Indeed, if (La'In) you do not (Lam') refrain (Tantahu'), we will (La) stone you (p) (Nar'jumannakum’) and let
(Wala) a painful (Aliim) punishment (Åzaabun) touch you (Yamassanna-kum) from us (Minnaa)."
[36:19] They (the messengers) said (Qaalu), "Your omen (Toairu-kum) is with you (Maåkum’). Is it because (A'in)
you were reminded (Zukkir'tum)? In fact (Bal'), you (Antum’) are a profligate (Mus'rifuun) people (Qaw'mun)."
[36:20] And (Wa) a man (Rajulun) came (Jaa'a) from (Min) the farthest (Aq'soa) of the city (El'Madiinati),
striving (Yas'åå), he said (Qaala), "O (Yaa) my people (Qaw'mi), follow (Ettabiu') the messengers
(El'Mur'saliin).
[36:21] "Follow (Ettabiu') those who (Man) do not (Laa) ask you (Yas'alu-kum)
for a wage (Aj'ran) while (Wa)
they (Hum) are guided (Muh'taduun).
[36:22] "Why should I (Maa Liya) not (Laa) worship (A'budu) the One who (Ellazii) originated me (Fatora-
nii), and (Wa) to HIM (ilai'hi) you will be returned (Tur'jauun)?
[36:23] "Should I take (A'attakhizu) gods (Aalihatan) besides HIM (Min Duuni-hi)? If (In) the GRACIOUS
(Er' Rah'maanu) intends for me (Yurid'ni Bi) adversity (Durri), their intercession (Shafa'aåtu-hum) would not
(Laa) avail me (Tug'ni Ånnii) at all (Shai'an) nor (Walaa) could they rescue me (Yunqizuuni).
[36:24] "Indeed, I (Innii) then (Izan) would be in (Lafii) clear (Mubiin) error (Dolaalin).
[36:25] "Indeed, I (Innii) have believed (Aamantu) in (Bi) your LORD (Rabbi-kum’), so (Fa) listen to me
(Es'mauuni)."
[36:26] He (the man) was told (Qiila), "Enter (Ed'khuli) Paradise (El'Jannata)." He said (Qaala), "O (Yaa) if only
(Lai'ta) my people (Qaw'mii) would know (Ya'lamuun),
[36:27] because of what (Bimaa) my LORD (Rabbii) has forgiven me (Gafara Lii) and (Wa) placed me
(Jaåla-nii) among (Mina) the honoured (El'Muk'ramiin)."
[36:28] And (Wa) We did not (Maa) send down (Anzal'naa) any (Min) soldiers (Jundin) from (Mina) the sky
(Es'Samaai) to (Ålaa) his people (Qaw'mi-hi) after him (Min Ba'di-hi) nor (Wamaa) did We (Kunnaa) come down (Munziliin).
[36:29] It was (Kaanat') only (In illa) one (Waahidatan) blow (blast) (Soi'hatan), and (Fa) then (Izaa) they (Hum')
were silent (dead)
(Khaamiduun).
[36:30] O (Yaa)! Heartbreak (Has'ratan) for (Ålaa) the servants (mankind)
(El'Ebaadi); no (Maa Min) messenger
(Rasuulin) came to them (Ya'tii-him) except (illa) they (Kaanu') humiliated him (Yas'tah'ziuun Bihi).
[36:31] Have they not (Alam') seen (Yaraw') how many (Kam') of (Mina) the generations (El'Quruuni) We
have annihilated (Ah'lak'naa) before them (Qab'lahum); that they (the annihilated) (Annahum) will not (Laa)
return (Yar'jiuun) to them (ilai'him)?
[36:32] And (Wa) indeed (In), everyone (Kullun) will still (Lammaa) be in attendance (Muh'doruun) before Us (Ladai'naa), all together (Jamiiun).
._________________________________________
jiaulhussain(syedraf) #muktabulhussain
Progress ~
Approximate Pages ~ 3,016 nos.
._________________________________________
Comments
Post a Comment