🟦Part-400(35:29-35)Faater(Originator)
✔️Part-400(35:29-35)Faater(Originator)
✔️Video- https://youtu.be/WMhwOY-P8HM
✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
.___________________________________________
মিনি সূচিঃPart-400(35:29-35)Faater
৩৫:২৯-৩০(এই আয়াতত "এনেকুৱা এটা ব্যৱসায়"ৰ কথা কৈছে যিটোৱে আপোনাৰ জান্নাত কনফাৰ্ম কৰিব-টোকা চাওঁক)
৩৫:৩১(The Qur'an is The true Book of Allah)
৩৫:৩৩-৩৫(নিশ্চয় যিসকলে ঈমান🌿 আনিছে আৰু সৎকৰ্ম🌿 কৰিছে আল্লাহে তেওঁলোকক চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব-টোকা চাব)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🌄৩৫:২৯
إِنَّ الَّذِينَ يَتْلُونَ كِتَابَ اللَّهِ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً يَرْجُونَ تِجَارَةً لَنْ تَبُورَ
নিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে ব্যয় কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ📌, যিটো কেতিয়াও ধ্বংস নহয়।
⬇️
(📌বি:দ্ৰ: এই আয়াতত "এনেকুৱা এটা ব্যৱসায়"ৰ কথা কৈছে যিটোৱে আপোনাৰ জান্নাত কনফাৰ্ম কৰিব। ব্যৱসায়টো কি জানিবলৈ তলৰ 📌৯:১১১নং আয়াতটো বুজি হৃদয়াঙ্গম কৰিব লাগিব।
বাকীখিনি লিংকত চাওঁক:https://bit.ly/3hdbj9b
.
✍️Note:
35:29-Social Welfare and helping those in need is a duty for every individual. This spending on social welfare is not an act of charity but a right to be given to all those entitled to it. See verses 2:215; 21:112.(sig).
.
✍️Verse/note:
29. (This variety of natural products is created by nature and not by the things
themselves. However, the differences amongst mankind are created by themselves; and for which they themselves are responsible. One will also see the results of whatever path one chooses. Therefore of) Those who follow the Divine Laws; establish Nizam-us-Salat; use whatever Allah has provided them, be it their latent potentialities or a product of their efforts, and ensure that everything is openly kept available for the nourishment of others (or
secretly if the situation demands so); they are doing a business which never goes in loss
(9:111; 61:10; 62:11).pz.
(৯:১১১
۞ إِنَّ اللَّهَ اشْتَرَىٰ مِنَ الْمُؤْمِنِينَ أَنْفُسَهُمْ وَأَمْوَالَهُمْ بِأَنَّ لَهُمُ الْجَنَّةَ ۚ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ ۖ وَعْدًا عَلَيْهِ حَقًّا فِي التَّوْرَاةِ وَالْإِنْجِيلِ وَالْقُرْآنِ ۚ وَمَنْ أَوْفَىٰ بِعَهْدِهِ مِنَ اللَّهِ ۚ فَاسْتَبْشِرُوا بِبَيْعِكُمُ الَّذِي بَايَعْتُمْ بِهِ ۚ وَذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।
.
৬১:১০
يَا أَيُّهَا الَّذِينَ آمَنُوا هَلْ أَدُلُّكُمْ عَلَىٰ تِجَارَةٍ تُنْجِيكُمْ مِنْ عَذَابٍ أَلِيمٍ
হে ঈমান্দাৰসকল! মই তোমালোকক এনে এটা ব্যৱসায়ৰ সন্ধান দিমনে, যিটোৱে তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?
.
৬২:১১
وَإِذَا رَأَوْا تِجَارَةً أَوْ لَهْوًا انْفَضُّوا إِلَيْهَا وَتَرَكُوكَ قَائِمًا ۚ قُلْ مَا عِنْدَ اللَّهِ خَيْرٌ مِنَ اللَّهْوِ وَمِنَ التِّجَارَةِ ۚ وَاللَّهُ خَيْرُ الرَّازِقِينَ
আৰু সিহঁতে যেতিয়া ব্যৱসায় অথবা ক্ৰীড়া-কৌতুক দেখা পায় তেতিয়া সিহঁতে তোমাক থিয় অৱস্থাতেই ৰাখি সেইফালে ধাৱিত হয়। কোৱা, আল্লাহৰ ওচৰত যি আছে সেয়া ক্ৰীড়া-কৌতুক আৰু ব্যৱসায়-বাণিজ্যতকৈয়ো উৎকৃষ্ট; আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ জীৱিকাদাতা।)
.___________________________________________
🌄৩৫:৩০
لِيُوَفِّيَهُمْ أُجُورَهُمْ وَيَزِيدَهُمْ مِنْ فَضْلِهِ ۚ إِنَّهُ غَفُورٌ شَكُورٌ
যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী।
.___________________________________________
🌄৩৫:৩১(The Qur'an is The true Book of Allah)
وَالَّذِي أَوْحَيْنَا إِلَيْكَ مِنَ الْكِتَابِ هُوَ الْحَقُّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ ۗ إِنَّ اللَّهَ بِعِبَادِهِ لَخَبِيرٌ بَصِيرٌ
আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া সত্য, ইয়াৰ পূৰ্বে যি আছিল তাৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, সৰ্বদ্ৰষ্টা।
.
✍️BB-ref:(6:19)
৬:১৯
قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
.
✍️refs:As.
৩:৩
نَزَّلَ عَلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ وَأَنْزَلَ التَّوْرَاةَ وَالْإِنْجِيلَ
তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেৱেঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জীল।
.
✍️Verse/Note/refs:
35:31 And (O Prophet) all that We have revealed in this Book to you is the very truth, confirming (the surviving truth in) what was revealed before it. God is Aware, Seer of His servants (knowing their physical and intellectual needs). [2:79, 2:101, 3:78, 3:187, 5:48](sa).
.___________________________________________
🌄৩৫:৩২
ثُمَّ أَوْرَثْنَا الْكِتَابَ الَّذِينَ اصْطَفَيْنَا مِنْ عِبَادِنَا ۖ فَمِنْهُمْ ظَالِمٌ لِنَفْسِهِ وَمِنْهُمْ مُقْتَصِدٌ وَمِنْهُمْ سَابِقٌ بِالْخَيْرَاتِ بِإِذْنِ اللَّهِ ۚ ذَٰلِكَ هُوَ الْفَضْلُ الْكَبِيرُ
তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলো তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছো; কিন্তু সিহঁতৰ মাজৰ কিছুমান নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।
.
✍️As-ref:
৭:৪৬
وَبَيْنَهُمَا حِجَابٌ ۚ وَعَلَى الْأَعْرَافِ رِجَالٌ يَعْرِفُونَ كُلًّا بِسِيمَاهُمْ ۚ وَنَادَوْا أَصْحَابَ الْجَنَّةِ أَنْ سَلَامٌ عَلَيْكُمْ ۚ لَمْ يَدْخُلُوهَا وَهُمْ يَطْمَعُونَ
আৰু সিহঁত উভয়ৰ মাজত থাকিব পৰ্দা, আৰু আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে জান্নাতবাসীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওঁক তোমালোকৰ ওপৰত’। সিহঁতে তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু আকাংক্ষা কৰে।
(see v/n 7:46: https://bit.ly/3E2Tkvt)
.
✍️Verse/note:
35:32. (All that was important or necessary has been revealed and preserved in this Quran,
because after this the institution of Wahi is being closed. The only thing required now is to
establish a System according to these Laws and for human society to be formed under this guidance. For this purpose a group (an Ummah) is required. This Ummah has been selected (2:143; 3:109); and the Book has been entrusted to them.
But the condition of this Ummah will be such that some of them will commit 'zulm'
on themselves by abandoning it; some will stay half way; and some will be foremost in
working according to the Divine Laws. They will be the ones who deserve high ranks.pz.
.___________________________________________
🌄৩৫:৩৩(THE BENEFACTORS OF MANKIND)
جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِنْ ذَهَبٍ وَلُؤْلُؤًا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌ
চিৰস্থায়ী জান্নাত, য’ত তেওঁলোকে প্ৰৱেশ কৰিব। তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ’ব আৰু তাত তেওঁলোকৰ পোছাক হ’ব খাটি ৰেচমৰ।
.
✍️refs:
১৮:৩১
أُولَٰئِكَ لَهُمْ جَنَّاتُ عَدْنٍ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِنْ ذَهَبٍ وَيَلْبَسُونَ ثِيَابًا خُضْرًا مِنْ سُنْدُسٍ وَإِسْتَبْرَقٍ مُتَّكِئِينَ فِيهَا عَلَى الْأَرَائِكِ ۚ نِعْمَ الثَّوَابُ وَحَسُنَتْ مُرْتَفَقًا
তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব সূক্ষ্ম আৰু মিহি ৰেছমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে ধুনীয়া পুৰস্কাৰ আৰু উত্তম বিশ্ৰামস্থল!
.
✍️Verse/note:
35:33. They will establish a society in which they will enjoy all the pleasantries of life and
leadership. They will have and enjoy all the signs of high stature, symbolised by gold and
pearl bracelets; and they will be clad in garments of silk and gold brocade (22:23)pz
(২২:২৩
إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِنْ ذَهَبٍ وَلُؤْلُؤًا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌ
নিশ্চয় যিসকলে ঈমান🌿 আনিছে আৰু সৎকৰ্ম🌿 কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।
(see notes 22:23🌿 :
.___________________________________________
🌄৩৫:৩৪
وَقَالُوا الْحَمْدُ لِلَّهِ الَّذِي أَذْهَبَ عَنَّا الْحَزَنَ ۖ إِنَّ رَبَّنَا لَغَفُورٌ شَكُورٌ
আৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ ৰব পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী;
.
✍️Verse/note:
34 Upon seeing such luxuries, comforts and grandeur, they will spontaneously
exclaim, “He Who has removed all anxieties and grief from us is worthy of all Hamd. Now we have seen with our own eyes that this system has inherent safety measures to keep
destructive elements away and also to provide full rewards for our efforts.pz.
.___________________________________________
🌄৩৫:৩৫
الَّذِي أَحَلَّنَا دَارَ الْمُقَامَةِ مِنْ فَضْلِهِ لَا يَمَسُّنَا فِيهَا نَصَبٌ وَلَا يَمَسُّنَا فِيهَا لُغُوبٌ
‘যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আবাসত প্ৰৱেশ কৰাইছে, য’ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে’।
.
✍️Verse/note:
35:35. Such are the blessings of this system, that we will be living in a society where no
strenuous labour is required (20:118). We will also not have any mental strain,
psychological depression or weariness, arising out of the complications of mutual dealings
which can otherwise create unnecessary worries for man. (Such a state will exist in this world under the Divine System, and also in the hereafter.)pz.
(২০:১১৮
إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعْرَىٰ
নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।)
.___________________________________________
"বিশ্লেষণাত্মক-কোৰআন-চৰ্চা" ~চৈয়দৰফিক~
"একমাত্ৰ-পথ" ~ভিডিঅ' #মুক্তাবুলহুছেইন
✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
.___________________________________________
WORD BY WORD MEANING:
[35:29] Indeed (Inna), those who (Ellaziina) recite (Yat'luuna) the book of GOD (Kitaaba-llahi) and (Wa)
establish (Aqaamu') Prayer (Es'Solaata) and disburse (Anfaqu') from what (Mimmaa) We have provided
them (Razaq'naa-hum); secretly (Sirran) and publicly (Ålaaniyatan), are expecting (Yar'juuna) a business
(Tijaaratan)
which will never (Lan) perish (Tabuur),
[35:30] so that (Li) HE (God) may pay them (Yuwaffiya-hum) their rewards (Ujuura-hum) and (Wa) augment
them (Yaziida-hum) from (Min) HIS favour (Fad'li-hi). Indeed, HE (Innahu) is Forgiving (Gafuurun) and
Grateful (Shakuur).
[35:31] And (Wa) what (Ellazii) We have inspired (Aw'hai'naa) to you (s) (ilai'ka) of (Mina) the Book (El'Kitaabi) is (Huwa) the truth (El'Haqqu) confirming (Musoddiqan) what (Limaa) was before it (Bai'na
Yadai'hi). Indeed, GOD (Innallaha), to (Bi) HIS servants (Ebaadi-hi), is (La) Cognizant (Khabiiru) and
Conversant (Basiir).(6:19)
[35:32] Then (Thumma) We transmit (Aw'rath'naa) the Book (El'Kitaaba) to those (Ellaziina) We have
chosen (Es'tofai'naa) among (Min’) Our servants (Ebaadi-naa), then (Fa) among them (Min'hum) is one who
wrongs (Zoalimun Li) himself (Naf'si-hi), and (Wa) among them (Min'hum) is one who is careful (Muq'tasidun), and among them (Min'hum) is one who competes in (Saabiqu Bi) good deeds (El'Khai'raati)
by (Bi) the permission of GOD (Iz'ni-llahi). That (Zaalika) is (Huwa) a great (El'Kabiir) preference (El'Fad'lu).
[35:33] They will be admitted into (Yad'khuluuna-haa) the Gardens (Jannaatu) of Eden (Ed'nin). They will
be adorned (Yuhallaw'na) therein (Fiiha) with (Min’) bracelets (Asaawira) of (Min) gold (Zahabin) and
pearls (Lu'luan). And (Wa) their clothing (Libaasu-hum) therein (Fiiha) will be silk (Hariir).
[35:34] They will say (Qaalu'), "Praise (El'Hamdu) be to GOD (Lillahi), who (Ellazii) has removed (Az'haba)
all sorrow (El'Hazana) from us (Ånnaa). Indeed (Inna), our LORD (Rabba-naa) is (La) Forgiving (Gafuurun)
and Grateful (Shakuur).
[35:35] "The One who (Ellazii) has placed us (Ahalla-naa) in the Home of Stature (Daaral' Muqaamati) from (Min) HIS favour (Fad'li-hi). Neither (Laa) will exertion (Nasobun) touch us (Yumassu-naa) therein (Fiiha)
nor (Walaa) will exhaustion (Luguub) touch us (Yumassu-naa) therein (Fiihaa)."
.___________________________________________
.___________________________________________
syedraf #muktabulhussain
Progress ~ 70.14%
Approximate Page ~ 2,988nos.
.___________________________________________
.___________________________________________
Comments
Post a Comment