🟦Part-397(35:08-12)Faater(Originator)
✔️Part-397(35:08-12)Faater(Originator)
✔️Video- https://youtu.be/7b2STbWz6JQ
.___________________________________________
মিনি সূচিঃPart-397(35:08-12)Faater
৩৫:৮✅(বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে। যি ইচ্ছা কৰে আল্লাহে তাকে হিদায়ত দিয়ে।ইয়াৰ শুদ্ধ অনুবাদ ইংৰাজীত দিয়া আছে)-see link:
৩৫:১০✅(১-সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহ:২-What is Kalimatan Tayyebah?-Note)
৩৫:১১(Your own life is a living example)
৩৫:১২(The Blessings and Signs of Allah -দুয়োখন সাগৰ সমান নহয়, এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা।)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
।।।
⚽৩৫:৮
أَفَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ فَرَآهُ حَسَنًا ۖ فَإِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۖ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَاتٍ ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَصْنَعُونَ
কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা🩸 বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত🩸 দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।
(Correct translation:
35:8 The one whose evil work is adorned and he sees it as being good. God thus misguides whom/whomever wills, and He guides whom/whomever wills. So do not let yourself grieve over them. God is fully aware of what they are doing).
.
✍️৩৫:৮(বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে। আল্লাহে ইচ্ছা তাকে হিদায়ত দিয়ে)-see link:
.
✍️Sa-ref:Laws of guidance, 4:88
৪:৮৮
۞ فَمَا لَكُمْ فِي الْمُنَافِقِينَ فِئَتَيْنِ وَاللَّهُ أَرْكَسَهُمْ بِمَا كَسَبُوا ۚ أَتُرِيدُونَ أَنْ تَهْدُوا مَنْ أَضَلَّ اللَّهُ ۖ وَمَنْ يُضْلِلِ اللَّهُ فَلَنْ تَجِدَ لَهُ سَبِيلًا
এতেকে তোমালোকৰ কি হ’ল, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰবাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভোতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰবাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
.___________________________________________
⚽৩৫:৯
وَاللَّهُ الَّذِي أَرْسَلَ الرِّيَاحَ فَتُثِيرُ سَحَابًا فَسُقْنَاهُ إِلَىٰ بَلَدٍ مَيِّتٍ فَأَحْيَيْنَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا ۚ كَذَٰلِكَ النُّشُورُ
সেইজনেই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে। তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰো, ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰ্জীৱিত কৰো। এইদৰেই পুনৰ্জীৱন সংঘটিত হ’ব।
.___________________________________________
⚽৩৫:১০
مَنْ كَانَ يُرِيدُ ⬅️الْعِزَّةَ فَلِلَّهِ الْعِزَّةُ جَمِيعًا ۚ إِلَيْهِ يَصْعَدُ الْكَلِمُ الطَّيِّبُ وَالْعَمَلُ الصَّالِحُ يَرْفَعُهُ ۚ وَالَّذِينَ يَمْكُرُونَ السَّيِّئَاتِ لَهُمْ عَذَابٌ شَدِيدٌ ۖ وَمَكْرُ أُولَٰئِكَ هُوَ يَبُورُ
যদি কোনোবাই ➡️সন্মান বিচাৰে (তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত) কিয়নো সকলো সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতেই সকলো ভাল কথা উত্থিত হয় আৰু নেক আমলক তেওঁ ওপৰলৈ উঠায়। আৰু যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’বই।
(➡️Arabic: ʿizza — power, prestige, honour, respect and fame.)
.
✍️Note:(১-সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহ:২-What is Kalimatan Tayyebah?)link:
.
Kalimatan Tayyebah= https://bit.ly/3h3FaAS
.___________________________________________
⚽৩৫:১১
وَاللَّهُ خَلَقَكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ جَعَلَكُمْ أَزْوَاجًا ۚ وَمَا تَحْمِلُ مِنْ أُنْثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِ ۚ وَمَا يُعَمَّرُ مِنْ مُعَمَّرٍ وَلَا يُنْقَصُ مِنْ عُمُرِهِ إِلَّا فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰ যোৰ কৰিছে। আল্লাহৰ অজ্ঞাতত কোনো নাৰীয়ে গৰ্ভধাৰণ নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ুস বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ুস হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এখন পুথিত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।
.
✍️Verse/note:
35:11. Your own life is a living example of how correct the ideology rises through
constructive human effort. Allah the Almighty, according to His Law, initiated your own
creation from inorganic matter. The evolutionary process then progressed to a stage where procreation started from a sperm-drop, for which purpose one specie got split into two parts (one male, the other female). Thereafter, with the inter-mixture of both according to the Divine Law, the female conceives and gives birth. Thereafter, who lives a long life and whose life is shortened is also determined according to the Law of Nature fixed by God. (If one lives according to the natural laws, one lives longer. If one goes against them, life is shortened ~ 3:144.) All this happens without any difficulty (Because God’s Law of
Evolution ~ Kalima ~ has the ability to rise and progress; and a constructive programme
takes it up).Pz.
(Google translate no guarantee:
৩৫:১১। মতাদৰ্শটো কিমান শুদ্ধকৈ উঠি যায় তাৰ এক জীৱন্ত উদাহৰণ আপোনাৰ নিজৰ জীৱন
গঠনমূলক মানৱীয় প্ৰচেষ্টা। সৰ্বশক্তিমান আল্লাহে তেওঁৰ বিধান অনুসৰি আপোনাৰ নিজৰ দীক্ষা দিলে
অজৈৱিক পদাৰ্থৰ পৰা সৃষ্টি। তাৰ পিছত বিৱৰ্তন প্ৰক্ৰিয়াটো এনে এটা পৰ্যায়লৈ আগবাঢ়িল য'ত শুক্ৰাণুৰ টোপালৰ পৰা সন্তান জন্ম আৰম্ভ হয়, যাৰ বাবে এটা প্ৰজাতি দুটা ভাগত বিভক্ত হয় (এটা মতা, আনটো মাইকী)। ইয়াৰ পিছত দুয়োটাৰে আন্তঃমিশ্ৰণৰ সৈতে অনুসৰি...
আল্লাহৰ নিয়ম, মাইকী মানুহে গৰ্ভধাৰণ কৰে আৰু জন্ম দিয়ে। ইয়াৰ পিছত কোনে দীৰ্ঘায়ু কৰিব আৰু কোনৰ আয়ুস চুটি হয়, সেইটোও ঈশ্বৰে নিৰ্ধাৰণ কৰা প্ৰকৃতিৰ নিয়ম অনুসৰি নিৰ্ধাৰণ কৰা হয়। (যদি
এজনে প্ৰাকৃতিক নিয়ম অনুসৰি জীয়াই থাকে, এজনে বেছি দিন জীয়াই থাকে। যদি কোনোবাই তেওঁলোকৰ বিৰুদ্ধে যায়, তেন্তে জীৱনটো চুটি হয় ~ ৩:১৪৪।) এই সকলোবোৰ কোনো অসুবিধা নোহোৱাকৈয়ে ঘটে (কাৰণ আল্লাহৰ নিয়মৰ...
বিৱৰ্তন ~ কলিমা ~ উত্থান আৰু অগ্ৰগতিৰ ক্ষমতা আছে; আৰু এটা গঠনমূলক কাৰ্যসূচী
লয়)
(৩:১৪৪
وَمَا مُحَمَّدٌ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ۚ أَفَإِنْ مَاتَ أَوْ قُتِلَ انْقَلَبْتُمْ عَلَىٰ أَعْقَابِكُمْ ۚ وَمَنْ يَنْقَلِبْ عَلَىٰ عَقِبَيْهِ فَلَنْ يَضُرَّ اللَّهَ شَيْئًا ۗ وَسَيَجْزِي اللَّهُ الشَّاكِرِينَ
আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব।)
.
✍️Note:
To Give Life: to prosper, sustain, cultivate or flourish (Arabic: Amr root M'R). See verses and 9:18; 36:82. See verses and 7:201 & 65:11.(sig).
(৯:১৮
إِنَّمَا يَعْمُرُ مَسَاجِدَ اللَّهِ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَأَقَامَ الصَّلَاةَ وَآتَى الزَّكَاةَ وَلَمْ يَخْشَ إِلَّا اللَّهَ ۖ فَعَسَىٰ أُولَٰئِكَ أَنْ يَكُونُوا مِنَ الْمُهْتَدِينَ
একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ন লব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, চালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
.
৭:২০১
إِنَّ الَّذِينَ اتَّقَوْا إِذَا مَسَّهُمْ طَائِفٌ مِنَ الشَّيْطَانِ تَذَكَّرُوا فَإِذَا هُمْ مُبْصِرُونَ
নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে, লগে লগে সিহঁতৰ দৃষ্টি প্ৰকট হয়।)
.___________________________________________
⚽৩৫:১২
وَمَا يَسْتَوِي الْبَحْرَانِ هَٰذَا عَذْبٌ فُرَاتٌ سَائِغٌ شَرَابُهُ وَهَٰذَا مِلْحٌ أُجَاجٌ ۖ وَمِنْ كُلٍّ تَأْكُلُونَ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُونَ حِلْيَةً تَلْبَسُونَهَا ۖ وَتَرَى الْفُلْكَ فِيهِ مَوَاخِرَ لِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
আৰু দুয়োখন সাগৰ সমান নহয়, এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা। প্ৰতিখনৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ*, যিবোৰ তোমালোকে পৰিধান কৰা। আৰু তোমালোকে তাত দেখা পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰ, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
.
✍️BB-ref:(16:14)
১৬:১৪
وَهُوَ الَّذِي سَخَّرَ الْبَحْرَ لِتَأْكُلُوا مِنْهُ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُوا مِنْهُ حِلْيَةً تَلْبَسُونَهَا وَتَرَى الْفُلْكَ مَوَاخِرَ فِيهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে ভূষণৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযান চলাচল কৰে, এইটো এইবাবে যে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;
.
✍️Verse/note:
35:12. Similarly, if you observe the outer world you see different schemes in operation. Water streams flow underground. If you dig a well in one place, the water would be sweet
and pleasant, while at another it would be salty and bitter. Both waters are not the same;
sweet and pleasant rivers flow side by side with bitter and saltish water (25:53). And from
these you take out fresh fish to eat; and pearls which you wear for adornment.
You also see how boats sail, piercing through the waves, so that you can seek for your subsistence; and your efforts bear fruit.
।।।
Out of them both come out pearl and coral. Then which of the blessings of your Lord will you both (Jinn and men) deny! (55:22-23)Ap
।।।
Note 13
35:12. See 18:60 for two streams in a different sense.(sa).
(১৮:৬০
وَإِذْ قَالَ مُوسَىٰ لِفَتَاهُ لَا أَبْرَحُ حَتَّىٰ أَبْلُغَ مَجْمَعَ الْبَحْرَيْنِ أَوْ أَمْضِيَ حُقُبًا
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱালৈকে নৰখো, লাগিলে মই যুগ যুগ সময় গৈ থাকিম’।)
.___________________________________________
WORD BY WORD MEANING:BB.
[35:8] Is there anyone (Afaman) whose (-hi) bad (Suu'u) deed (Åmali-) has been adorned to him (Zuyyina
Lahu) and (Fa) he considers it (Ra'aa-hu) as good (Hasanan)? For (Fa) indeed, GOD (Innallaha) sends
whomever (Man) HE wills (Yashaau) astray (-Yudillu) and (Wa) guides (Yah'dii) whomever (Man) HE wills
(Yashaau). So do not (Falaa) get rid of (Taz'hab') yourself (Naf'su-ka) because of them (Ålai'him) in
heartbreak (Hasaraatin). Indeed, GOD (Innallaha) is aware (Åliimu) of what (Bimaa) they do (Yas'nauun).
[35:9] And (Wa) GOD (Ellahu) is the One who (Ellazii) sends (Ar'sala) the winds (Er'Riyaaha) to (Fa) arouse
(Tuthiiru) the clouds (Sahaaban), then (Fa) We drive them (Suq'naa-hu) to (ilaa) a lifeless (Mayyitin) land
(Baladin) to (Fa) revive (Ah'yai'na) the earth (El'Ar'do) thereby (Bihi) after (Ba'da) its lifelessness (Maw'ti-ha).
Likewise (Kazaalika) is the resurrection (En'Nushuur).
[35:10] Whoever (Man Kaana) desires (Yuriidu) glory (El'Ezzata), then (Fa) all (Jamiiä) glory (El'Ezzatu)
belongs to GOD (Lillahi). Good (Ettoyyibu) speech (El'Kalimu) rises (Yas'ådu) to HIM (ilai'hi), and (Wa)
righteous (Es'Soalihu) work (El'Åmalu) raises it (Yar'fau-hu). But (Wa) those (Ellaziina) scheming
(Yam'kuruuna) bad deeds (Es'Sayyiaati) will have (Lahum) a severe (Shadiid) punishment (Åzaabun), and
(Wa) the scheming (Mak'ru) of those (U'laaika) will (Huwa) perish (Yabuur).
[35:11] And (Wa) GOD (Ellahu) created you (Khalaqa-kum) from (Min) dust (Turaabin), then (Thumma)
from (Min) sperm (Nut'fatin), then HE made you (Jaåla-kum) couples (spouses) (Az'waaja). And (Wa) no (Maa
Min') female (Unthaa) gets pregnant (Tah'milu) nor (Walaa) gives birth (Tadau) except (illa) by (Bi) HIS
knowledge (il'mi-hi), and (Wa) none (Maa) lives long (Yuåmmaru) of (Min) longevity (Muåmmarin) nor
(Walaa) does his life (Umuri-hi) decrease (-Yunqasu) except (illa) in (Fii) a register (Kitaabin). Indeed (Inna),
that (Zaalika) is easy (Yasiir) for GOD (Ålaallahi).
[35:12] And (Wa) the two seas (El'Bah'raani) are not (Maa) alike (Yas'tawii), there is (Haazaa) sweet water (Åz'bun Furaatun); which (-hu) is palatable (Saaigun) to drink (Sharaabu-), and (Wa) there is (Haazaa) the
salty (Mil'hun) and bitter (Ujaajun). And (Wa) from (Min) each (Kullin) you eat (Ta'kuluuna) tender
(Tariyyan) meat (Lah'man) and extract (Tas'takh'rijuuna) trinkets (16:14) (Hil'yatan) which you wear (Tal'basuuna-ha). And (Wa) you see (Taraa) the ships (El'Ful'ki) ploughing (Mawaakhira) through them
(Fiihi) that (Li) you may seek (Tab'tagu') for (Min) HIS favour (Fad'li-hi) perhaps you (Laållakum’) will be
thankful (Tash'kuruun).
.
syedraf #muktabulhussain
Comments
Post a Comment