🟢PART-314(22:52-64)Al-Hajj(Pilgrimage)

🟥PART-314(22:52-64)Al-Hajj(Pilgrimage)


।।।

🟥মিনি সূচিঃPART-314(22:52-64)Al-Hajj

২২:৫২-৫৪(চয়তানী লোকসকলে আগৰ নবী/ৰছুলৰ ৱহীবোৰৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰাত আল্লাহে আল-কোৰআন প্ৰকাশ কৰিলে আৰু  নিজেই ইয়াৰ সঠিকতা আৰু সংৰক্ষণৰ নিশ্চয়তা দিলে-টোকা চাওঁক)

২২:৫৬✅(যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে-টোকা)

২২:৫৮✅(ref:যিসকলে আল্লাহৰ পথত নিহত হৈছে সিহঁতক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং সিহঁত জীৱিত আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতে জীৱিকাপ্ৰাপ্ত।।

২২:৬০(ref:অত্যাচাৰ আৰু আক্ৰমণাত্মকতাৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰক)

২২:৬১(ref:তোমালোকেই বিজয়ী যদি তোমালোক মুমিন হোৱা)

২২:৬২-৬৪(আল্লাহ সুক্ষ্মদৰ্শী,তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত)

।।।

🔵২২:৫২

وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَسُولٍ وَلَا نَبِيٍّ إِلَّا إِذَا تَمَنَّىٰ أَلْقَى الشَّيْطَانُ فِي أُمْنِيَّتِهِ فَيَنْسَخُ اللَّهُ مَا يُلْقِي الشَّيْطَانُ ثُمَّ يُحْكِمُ اللَّهُ آيَاتِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ

আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছো, তেওঁলোকৰ কোনোবাই যেতিয়া (অহী বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

.

✍️Verse/Note/ref:

22:52 Yet whenever We sent a Messenger or Prophet before you, Satan (satanic people) tried to confound the central aims of the message. But God, renders null and void all the aspirations Satan had. And God makes His messages clear in and by themselves. God is All Knower, Wise.


Note.

Satanic people then tried to alter his teachings after he passed on. God sent another Messenger to restore the purity of His messages. Then, God revealed His Final Message Al-Qur’an and Himself guaranteed its accuracy and preservation. 5:48, 6:113, 

15:9, 16:101, 22:52(sa).

তাৰ পিছত চয়তানী লোকসকলে তেওঁৰ শিক্ষাৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল তেওঁৰ মৃত্যুৰ পিছত।  আল্লাহে তেওঁৰ বাৰ্তাসমূহৰ পবিত্ৰতা ঘূৰাই আনিবলৈ আন এজন ৰাছুল পঠিয়াইছিল।  তাৰ পিছত, আল্লাহে তেওঁৰ চূড়ান্ত বাৰ্তা আল-কোৰআন প্ৰকাশ কৰিলে আৰু নিজেই ইয়াৰ সঠিকতা আৰু সংৰক্ষণৰ নিশ্চয়তা দিলে: (Google translate).

(৫:৪৮

وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَاحْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ عَمَّا جَاءَكَ مِنَ الْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ إِلَى اللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ

আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।

.

১৫:৯

إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ

নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।

.

৬:১১২-১১৩

وَكَذَٰلِكَ جَعَلْنَا لِكُلِّ نَبِيٍّ عَدُوًّا شَيَاطِينَ الْإِنْسِ وَالْجِنِّ يُوحِي بَعْضُهُمْ إِلَىٰ بَعْضٍ زُخْرُفَ الْقَوْلِ غُرُورًا ۚ وَلَوْ شَاءَ رَبُّكَ مَا فَعَلُوهُ ۖ فَذَرْهُمْ وَمَا يَفْتَرُونَ

আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছো, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।

৬:১১৩

وَلِتَصْغَىٰ إِلَيْهِ أَفْئِدَةُ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ وَلِيَرْضَوْهُ وَلِيَقْتَرِفُوا مَا هُمْ مُقْتَرِفُونَ

আৰু সিহঁতে এই কাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান নাৰাখে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।

.

✍️verse/ref:

22:52. (This is not the first time that We have laid down and explained the causes of the 

rise and fall of nations. We have revealed this through various Anbia; but what has 

happened is that) Our Rasool came and conveyed Allah's message to the people; but when 

he departed they interfered with the Divine Message because of their nefarious designs, so 

much so that it became totally different. Then Allah would send another Rasool, who 

would strengthen these Laws again by sifting out human interference. This is because  Allah knows all and His acts are based on wisdom (6:113).pz.
.

🔵২২:৫৩

لِيَجْعَلَ مَا يُلْقِي الشَّيْطَانُ فِتْنَةً لِلَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْقَاسِيَةِ قُلُوبُهُمْ ۗ وَإِنَّ ⬅️الظَّالِمِينَ لَفِي شِقَاقٍ بَعِيدٍ

এইটো এইকাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেয়া তেওঁ সিহঁতৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যাধি📍 আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত আছে।

.

✍️ref📍See 2:10.

২:১০

فِي قُلُوبِهِمْ مَرَضٌ فَزَادَهُمُ اللَّهُ مَرَضًا ۖ وَلَهُمْ عَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْذِبُونَ

সিহঁতৰ অন্তৰসমূহত ব্যাধি আছে। এতেকে আল্লাহে সিহঁতৰ ব্যাধি আৰু বৃদ্ধি কৰি দিছে , আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি, কাৰণ সিহঁত মিছলীয়া ।

.

✍️Zulm(الظَّالِمِينَ⬅️) = Displacing something from its rightful place = Oppression = Violation of human rights = Relegation of the truth = Wrongdoing. 2:53.

(২:৫৩

وَإِذْ آتَيْنَا مُوسَى الْكِتَابَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُونَ

আৰু স্মৰণ কৰা, যেতিয়া আমি মুছাক কিতাব আৰু ফুৰকান  দান কৰিছিলো যাতে তোমালোকে হিদায়ত লাভ কৰিব পাৰা।)

.

✍️Verse/note:

22:53. The result of human interference in the Divine Laws is that those whose hearts are 

deceased (with selfish motives), or are rigidly against accepting the truth, remain seditious 

(and also keep others in the same state of mind).

Think of the extent to which the zalimeen who reject the Divine Laws can go. (They coin 

their own Sharia and then attribute it to Allah ~ 2:79.)pz.

(২:৭৯

فَوَيْلٌ لِلَّذِينَ يَكْتُبُونَ الْكِتَابَ بِأَيْدِيهِمْ ثُمَّ يَقُولُونَ هَٰذَا مِنْ عِنْدِ اللَّهِ لِيَشْتَرُوا بِهِ ثَمَنًا قَلِيلًا ۖ فَوَيْلٌ لَهُمْ مِمَّا كَتَبَتْ أَيْدِيهِمْ وَوَيْلٌ لَهُمْ مِمَّا يَكْسِبُونَ

এতেকে দুৰ্ভোগ  সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাব ৰচনা কৰে, তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস।

.

🔵২২:৫৪

وَلِيَعْلَمَ الَّذِينَ أُوتُوا الْعِلْمَ أَنَّهُ الْحَقُّ مِنْ رَبِّكَ فَيُؤْمِنُوا بِهِ فَتُخْبِتَ لَهُ قُلُوبُهُمْ ۗ وَإِنَّ اللَّهَ لَهَادِ الَّذِينَ آمَنُوا إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ

আৰু এইটো এইবাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে সিহঁতে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত সিহঁতে ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।

.

✍️BB-ref:(34:6).

৩৪:৬

وَيَرَى الَّذِينَ أُوتُوا الْعِلْمَ الَّذِي أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ هُوَ الْحَقَّ وَيَهْدِي إِلَىٰ صِرَاطِ الْعَزِيزِ الْحَمِيدِ

আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইটোৱে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ নিৰ্দেশ কৰে।

.

✍️verse/note:

22:54. This consecutive system of revelation has now reached the Quran, wherein We 

have collected in its true form, all that was revealed earlier to various Anbia (5:48). There 

is no human adulteration in it; nor will it ever be possible to do so because Allah himself 

has taken the responsibility of its preservation (15:9). People who ponder over it rationally will clearly understand that everything revealed in the 

Quran is the established truth from your Sustainer. (So in all fairness) With complete 

submission of their hearts they should express Eiman in its truthfulness and obey it in true 

spirit. (And Our Law is that) We guide whoever expresses Eiman in the truthfulness of  Wahi, towards a balanced and straight path of life.pz.
.
🔵২২:৫৫

وَلَا يَزَالُ الَّذِينَ كَفَرُوا فِي مِرْيَةٍ مِنْهُ حَتَّىٰ تَأْتِيَهُمُ السَّاعَةُ بَغْتَةً أَوْ يَأْتِيَهُمْ عَذَابُ يَوْمٍ عَقِيمٍ

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰত আকস্মিকভাৱে কিয়ামত নহালৈকে অথবা সিহঁতৰ ওচৰত এটা বন্ধ্যা দিনৰ শাস্তি নহালৈকে।

.

🔵২২:৫৬

الْمُلْكُ يَوْمَئِذٍ لِلَّهِ يَحْكُمُ بَيْنَهُمْ ۚ فَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فِي جَنَّاتِ النَّعِيمِ

সেইদিনা কেৱল আল্লাহৰেই আধিপত্য; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম🔺 কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।

.

✍️Note:🔺যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে : Find v/n 22:50:link:


.

🔵২২:৫৭

وَالَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا فَأُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ

আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।

.

🔵২২:৫৮

وَالَّذِينَ هَاجَرُوا فِي سَبِيلِ اللَّهِ ثُمَّ قُتِلُوا أَوْ مَاتُوا لَيَرْزُقَنَّهُمُ اللَّهُ رِزْقًا حَسَنًا ۚ وَإِنَّ اللَّهَ لَهُوَ خَيْرُ الرَّازِقِينَ

আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত নিহত হৈছে অথবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক অৱশ্যে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।

.

✍️BB-ref:(3:169).

৩:১৬৯

وَلَا تَحْسَبَنَّ الَّذِينَ قُتِلُوا فِي سَبِيلِ اللَّهِ أَمْوَاتًا ۚ بَلْ أَحْيَاءٌ عِنْدَ رَبِّهِمْ يُرْزَقُونَ

আৰু যিসকলে আল্লাহৰ পথত নিহত হৈছে সিহঁতক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং সিহঁত জীৱিত আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতে জীৱিকাপ্ৰাপ্ত।

(Pl find the verse/notes 3:169:link:


.

🔵২২:৫৯

لَيُدْخِلَنَّهُمْ مُدْخَلًا يَرْضَوْنَهُ ۗ وَإِنَّ اللَّهَ لَعَلِيمٌ حَلِيمٌ

তেওঁ অৱশ্যে তেওঁলোকক এনে স্থানত প্ৰৱেশ কৰাব, যিটো তেওঁলোকে পছন্দ কৰিব📍। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।

.

✍️Ref:

(৪:৩১📍

إِنْ تَجْتَنِبُوا كَبَائِرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنْكُمْ سَيِّئَاتِكُمْ وَنُدْخِلْكُمْ مُدْخَلًا كَرِيمًا

তোমালোকক যিবোৰ নিষেধ কৰা হৈছে তাৰ মাজৰ পৰা যিবোৰ কবিৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।)

.

🔵২২:৬০

۞ ذَٰلِكَ وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوقِبَ بِهِ ثُمَّ بُغِيَ عَلَيْهِ لَيَنْصُرَنَّهُ اللَّهُ ۗ إِنَّ اللَّهَ لَعَفُوٌّ غَفُورٌ

এইটোৱেই হ’ল প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ🌀 গ্ৰহণ কৰে, তাৰ পিছত পুনৰ সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

(🌀A similar phrase, relating to retaliation in argument, is found in 16:126)

(১৬:১২৬

وَإِنْ عَاقَبْتُمْ فَعَاقِبُوا بِمِثْلِ مَا عُوقِبْتُمْ بِهِ ۖ وَلَئِنْ صَبَرْتُمْ لَهُوَ خَيْرٌ لِلصَّابِرِينَ

আৰু যদি তোমালোকে শাস্তি দিয়া, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। কিন্তু যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে ধৈৰ্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।)

.

✍️BB-ref:(16:126).see above.

.

✍️Verse/ref:

22:60. However (the purpose for which you have been given permission to wage war is 

22:39🐬) people who had not committed aggression on others but had themselves been 

subjected to tyranny, have retaliated. Even then the enemy has not stopped and has instead committed further excesses. Under these circumstances the victim must be provided with 

every help in accordance with the Divine Laws. His Law certainly provides the means of 

protection to overcome excesses and every kind of aggression.pz.

[২২:৩৯🐬(অত্যাচাৰ আৰু আক্ৰমণাত্মকতাৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰক).

أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ

যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;

(ref: ২:১৯০

وَقَاتِلُوا فِي سَبِيلِ اللَّهِ الَّذِينَ يُقَاتِلُونَكُمْ وَلَا تَعْتَدُوا ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْمُعْتَدِينَ

আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক ভাল নাপায়।)]

.

✍️Note:

Pardoner and Protector: (Arabic: afuwwun-ghafur). See verses 2:52, 2:58; 4:43; 58:2.(sig).
.
🔵২২:৬১

ذَٰلِكَ بِأَنَّ اللَّهَ يُولِجُ اللَّيْلَ فِي النَّهَارِ وَيُولِجُ النَّهَارَ فِي اللَّيْلِ وَأَنَّ اللَّهَ سَمِيعٌ بَصِيرٌ

এইটো এইবাবে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা,

.

✍️Verse/ref:

22:61.(This is because the Divine Law which operates in the universe, itself desires 

change ~ 3:139; so that the oppressed do not remain under perpetual oppression and the 

aggressor does not always have an upper hand.) Can you not see how (in the outer 

universe) the Divine Law makes night pass into daylight, and how the day then merges into 

the night? He is All-hearing, All-seeing.pz.

(৩:১৩৯

وَلَا تَهِنُوا وَلَا تَحْزَنُوا وَأَنْتُمُ الْأَعْلَوْنَ إِنْ كُنْتُمْ مُؤْمِنِينَ

তোমালোক দুৰ্বল নহ'বা আৰু চিন্তিতও নহ'বা; তোমালোকেই বিজয়ী যদি তোমালোক মুমিন হোৱা।)

(ref:ওপৰৰ ২২:৬১ অংশটোত ৩:২৬ আয়াতৰ প্ৰত্যক্ষ ইংগিত দিয়া হৈছে:

৩:২৬

قُلِ اللَّهُمَّ مَالِكَ الْمُلْكِ تُؤْتِي الْمُلْكَ مَنْ تَشَاءُ وَتَنْزِعُ الْمُلْكَ مِمَّنْ تَشَاءُ وَتُعِزُّ مَنْ تَشَاءُ وَتُذِلُّ مَنْ تَشَاءُ ۖ بِيَدِكَ الْخَيْرُ ۖ إِنَّكَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা তুমি সন্মানিত কৰা আৰু যাক ইচ্ছা তুমি অপমানিত কৰা। তোমাৰ হাততেই কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

.

🔵২২:৬২

ذَٰلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّ مَا يَدْعُونَ مِنْ دُونِهِ هُوَ الْبَاطِلُ وَأَنَّ اللَّهَ هُوَ الْعَلِيُّ الْكَبِيرُ

আৰু এই কাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য📍 আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলো অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।

.

✍️ref:

২০:১১৪

فَتَعَالَى اللَّهُ الْمَلِكُ الْحَقُّ ۗ وَلَا تَعْجَلْ بِالْقُرْآنِ مِنْ قَبْلِ أَنْ يُقْضَىٰ إِلَيْكَ وَحْيُهُ ۖ وَقُلْ رَبِّ زِدْنِي عِلْمًا

এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ ৰব! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।

.

🔵২২:৬৩

أَلَمْ تَرَ أَنَّ اللَّهَ أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَتُصْبِحُ الْأَرْضُ مُخْضَرَّةً ۗ إِنَّ اللَّهَ لَطِيفٌ خَبِيرٌ

তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী✔️, সম্যক অৱহিত।

.

✍️ref:✔️

৬:১০৩

لَا تُدْرِكُهُ الْأَبْصَارُ وَهُوَ يُدْرِكُ الْأَبْصَارَ ۖ وَهُوَ اللَّطِيفُ الْخَبِيرُ

দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিক আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

.

🔵২২:৬৪

لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَإِنَّ اللَّهَ لَهُوَ الْغَنِيُّ الْحَمِيدُ

আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।

।।।

🟥WORD BY WORD MEANING:

[22:52] For (Wa) We did not (Maa) send (Ar'sal'naa) any (Min) messenger (Rasuulin) nor (Walaa) a prophet

(Nabiyyin) before you (Mohammed) (Min Qab'li-ka) except (illa) when (Izaa) he wishes (Tamannaa), the devil 

(Es'Shai'toanu) contrives (Al'qaa) in (Fii) his wishes (Um'niyyati-hi); but (Fa) GOD abolishes (Yansakhu-llahu)

what (Maa) the devil (Es'Shai'toanu) contrives (Yul'qii), and then (Thumma) GOD perfects (Yuh'kimu-llahu)

HIS verses (Aayaati-hi). And (Wa) GOD (Ellahu) is Omniscient (Åliimun) and Wise (Hakiim). 

[22:53] So that (Li) HE may render (Yaj'åla) what (Maa) the devil (Es'Shai'toanu) contrives (Yul'qii) as a trial

(Fit'natan) for those (Lillaziina) in (Fii) whose hearts (Quluubi-him) is disease (Maradun) and (Wa) whose 

hearts (Quluubu-hum') are stubborn (El'Qaasiyati). For (Wa) indeed (Inna), the transgressors (Ez'Zoalimiina)

are in (Lafii) distant (Baeed) dissension (Shiqaaqi).

[22:54] So (Wa) that (Li) those who (Ellaziina) have been given (Uutu') the knowledge (El' il'mi) will know 

(Ya'lama) that it (the Koran) (Annahu) is the truth (El'Haqqu) from (Min) your LORD (s) (Rabba-ka), and (Fa) they 

will believe (Yu'minu') in it (Bihi), and their hearts (Quluubu-hum) will humble (Tukh'bita) to it (Lahu). For 

(Wa) indeed, GOD (Innallaha) is the (La) Guide (Haadi) of those who (Ellaziina) have believed (Aamanuu') to 

(ilaa) a straight (Mus'taqiim) path (Siraatin). (34:6).

[22:55] But (Wa) those who (Ellaziina) disbelieve (Kafaru') will not (Laa) cease (Yazaalu) being in (Fii) doubt 

(Mir'yatin) of it (Min'hu) until (Hattaa) the Hour (Es'Saa'åtu) comes to them (Ya'tiya-humu) surprisingly 

(Bag'tatan) or (Aw') the punishment (Åzaabu) of a fruitless (Åqiim) day (Yaw'min) comes to them (Ya'tiya-hum').

[22:56] The sovereignty (El'Mul'ku) on that day (Yaw'maizin) belongs to GOD (Lillahi); HE will judge 

(Yah'kumu) between them (Bai'nahum'). Then (Fa) those who (Ellaziina) believed (Aamanu') and (Wa) did 

(Åmilu') good deeds (Es'Soalihaati) will be in (Fii) the Gardens (Jannaati) of Bliss (En'Naeem). 

[22:57] As for (Wa) those who (Ellaziina) disbelieved (Kafaru') and (Wa) denied (Kazzabu' Bi) Our verses 

(Aayaati-naa), thus (Fa) those (U'laaika) will have (Lahum') a humiliating (Muhiin) punishment (Åzaabun). 

[22:58] And (Wa) those who (Ellaziina) emigrated (Haajaru') in (Fii) the way of GOD (Sabiili-llahi), and 

then (Thumma) got killed (Qutiluu') or (Aw') died (Maatu'); GOD (Ellahu) will (La) provide them with 

(Yar'zuqannahumu) good (Hasanan) sustenance (Riz'qan). For (Wa) indeed, GOD (Innallaha) is (Lahuwa) the 

best (Khai'ru) of providers (Er'Raaziqiin). 

(3:169)

[22:59] HE will (La) admit them (Yad'khilanna-hum)

with an admittance (Mud'khalan) which they will be 

pleased (Yar'daw'na-hu). For (Wa) indeed, GOD (Innallaha) is (La) Omniscient (Åliimun) and Clement (Haliim). 

[22:60] That (Zaalika), and (Wa) whoever (Man') will punish (Ååqaba) with (Bi) the like (Mith'li) of what 

(Maa) he was punished (Uuqiba) and then (Thumaa) he is tyrannized (16:126) (Bigiya Ålai'hi); GOD (Ellahu)

will (La) assist him (Yansurannahu). Indeed, GOD (Innallaha) is (La) Pardoning (Åfuwwun) and Forgiving 

(Gafuur).

[22:61] That (Zaalika) is because (Bi'anna) GOD (Ellaha) inserts (Yuuliju) the night (Ellai'la) into (Fii) the day 

(En'Nahaari) and (Wa) inserts (Yuuliju) the day (En'Nahaara) into (Fii) the night (Ellai'li) and that (Anna)

GOD (Ellaha) is Hearing (Samiiu) and Seeing (Basiir). 

[22:62] That (Zaalika) is because (Bi'anna) GOD (Ellaha) is (Huwa) the TRUTH (El' Haqqu), and (Wa) that 

(Anna) what (Maa) they invoke (Yad'uuna) besides HIM (Min Duuni-hi) is (Huwa) the falsehood (El'Baatilu), 

and that GOD (Annallaha) is (Huwa) the SUPREME (El' Åliyyu), the MAGNIFICENT (El' Kabiir). 

[22:63] Do you not (Alam') see (Tara) that GOD (Annallaha) sends down (Anzala) water (Maa'an) from 

(Mina) the sky (Es'Samaai) and (Fa) the ground (land) (El'Ar'du) becomes (Tus'bihu) meadow (Mukh'dorratan)? 

Indeed, GOD (Innallaha) is Affable (Latiifun) and Cognizant (Khabiir). 

[22:64] To HIM belongs (Lahu) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and whatever 

(Wamaa) is on earth (Fiil' Ar'di). And (Wa) indeed, GOD (Innallaha) is (Lahuwa) the RICH (El' Ganiyyu), the 

PRAISEWORTHY (El' Hamiid). 

.

analysis syedraf, video #muktabulhussain

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)