🌀🟩৩৮-মিনি সূচি:(ص)ছুৰা-ছা'দ ‎(০১-৮৮)

🟩415-মিনি সূচিঃPart-415(38:01-07)ছুৰা-ছা'দ
✔️💥Thanks Muktabul https://bit.ly/3UNClTE
➡️৩৮:১[আল্লাহৰ বাণী বুজি পঢ়ি(Quran) চিন্তা-চৰ্চা(89:5-و-Quranic oaths)কৰি মনত ৰাখি
(Zikr)সেইমতে ইবাদত* কৰক
➡️৩৮:২(৯৯%ই কোৰআনৰ সত্যটো স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰে কাৰণ এনে স্বীকৃতিৰ অৰ্থ হ'ব আল্লাহৰ প্ৰতি মানুহৰ দায়িত্ব স্বীকাৰ কৰা - আৰু এইটোৱেই তেওঁলোকৰ মিছা অহংকাৰে, যিটো মানুহৰ "স্বনিৰ্ভৰশীলতা"ৰ ওপৰত তেওঁলোকৰ অহংকাৰী বিশ্বাসত প্ৰকাশ পায়-টোকা/লিংক চাওঁক: https://bit.ly/3hPRWU5)
➡️৩৮:৪✅(Quranic definition of الْكَافِرُونَ:Press Link: https://bit.ly/3EGzGVd - Imp.link note)
➡️৩৮:৭(Note: সমাজত চলি থকা বহুবাদক বহু মুছলমানে একত্ববাদ এৰি ৩² ৰে ইছলাম চলাই আছে। কোৰআনৰ একত্ববাদৰ কথা কলে কয়, কোনে এইটো নতুন ধৰ্ম উলিয়ালে!)
.
৩৮:৮(See Note**"on people who refuse to accept the truth" ie Zikr means Quran)
৩৮:৯(কাক অনুগ্ৰহ কৰা উচিত বা অনুচিত সেই বিষয়ে সিদ্ধান্ত লোৱাটো একমাত্ৰ আল্লাহৰ কাম)
৩৮:১৪(সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল অৰ্থাৎ কোৰআন। ফলত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি সাব্যস্ত হৈছিল-see note)
৩৮:১৭-২০(দাউদৰ আ:ছা: কথা-আয়াত চাওঁক)
.
৩৮:২১(হঠাতে দায়ূদৰ আগত হাজিৰ হোৱা "বিবাদকাৰী")
৩৮:২২(bil ḥaqqi)
৩৮:২৪(আল্লাহে সকলো মানুহক পৰীক্ষা কৰে, আনকি আল্লাহৰ মনোনীত নবী আৰু ৰছুলসকলকো পৰীক্ষা কৰা হৈছিল-See Note)
৩৮:২৬(প্ৰবৃত্তিৰ(instinct) অনুসৰণ কৰা মানেই চ‌তানৰ পূজা কৰা ৪:১১৭):
(🟢VERY SPECIAL NOTE.Press LINK)
.
৩৮:২৭(আল্লাহে কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই-Note)✅(আল্লাধিনা কাফৰু - যিসকলে সতর্কবাণীক উপেক্ষা কৰে-লিংক চাওঁক)
৩৮:২৮✅(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?)
৩৮:২৯✅(Research the Quran within Quran:
(DON'T ASSOCIATE ANYTHING WITH ALLAH: 7:33, 4:36, 6:151-see link)
৩৮:৩০(Solomon is Tested by Wealth)
৩৮:৩১-৪০(নবী ছুলাইমানৰ(আ:ছা:) কথা)
.
৩৮:৪১{✅(চয়তানে বিশ্বাসীসকলৰ ওপৰত শাৰীৰিক ক্ষতি বা কষ্ট দিব নোৱাৰে-See sp Note-2}{Job(আইয়্যুব) is Tested by Health and Family Problems}
৩৮:৪২(😜বুখাৰিয়ে কেনেকৈ ৩৮:৪২ নং আয়াতটো জমজম কোঁৱাৰ লগত ফিটিং কৰি দিলে টোকাত চাওঁক।)
৩৮:৪৩-৪৪(😅সেইবিলাকে এক অদ্ভুত কাহিনী ইয়াত যোগ কৰিছে-43-Note-1)(44-Note)
৩৮:৪৫-৪৯(OTHER MESSENGERS)
.
৩৮:৫০-৫১(চিৰস্থায়ী জান্নাত)
৩৮:৫২✅[Well-matched(At'raab),Hoor?]-Note
৩৮:৫৫(সেইদিনা সীমালঙ্ঘনকাৰীসকল হতাশ হ'ব)
৩৮:৫৪-৬৪(জান্নাত আৰু জাহান্নামৰ বিৱৰণ)
.
৩৮:৬৫(ৰছুল কেৱল এজন সতৰ্ককাৰী মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই)
৩৮:৭০(মহম্মদৰ ওচৰত এই অহী আহিছে যে, তেওঁ কেৱল এজন সতৰ্ককাৰী মাথোন’)
৩৮:৭২(Ruh❤️ is the directive energy from God, but not of God. See verse 4:171-Link)(sajada💥 means-Link)
৩৮:৭৪(Iblees = Satan = Selfish desires.See Note-3 link)
৩৮:৭৪-৮৫(ইবলীছৰ/চয়তানৰ বিষয়ে)
৩৮:৮৩(আল্লাহৰ একনিষ্ঠ বান্দাসকলক চয়তানে একো কৰিব নোৱাৰে)
৩৮:৮৬[নবীৰ কোনো "অতিপ্ৰাকৃতিক"
(supernatural)মৰ্যাদাৰ অস্বীকাৰৰ ইংগিত দিয়ে]
___________🟩🟩ছুৰা সমাপ্ত 🟩🟩_____________

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)