🟪Part-386(33:47-52)Al-Ahzãb(The Parties

🍀Part-386(33:47-52)Al-Ahzãb(The Parties)
.
মিনি সূচিঃPart-386(33:47-52)Al-Ahzãb
৩৩:৪৯(Marriage Laws)
৩৩:৫০(The Women who are Lawful for the Prophet)
.
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
_________________________________________
🟢৩৩:৪৭
وَبَشِّرِ الْمُؤْمِنِينَ بِأَنَّ لَهُمْ مِنَ اللَّهِ فَضْلًا كَبِيرًا
আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহা অনুগ্ৰহ।
_________________________________________
🟢৩৩:৪৮
وَلَا تُطِعِ الْكَافِرِينَ وَالْمُنَافِقِينَ وَدَعْ أَذَاهُمْ وَتَوَكَّلْ عَلَى اللَّهِ ۚ وَكَفَىٰ بِاللَّهِ وَكِيلًا
তুমি কাফিৰ আৰু মুনাফিকবিলাকৰ আনুগত্য নকৰিবা, সিহঁতৰ নিৰ্যাতন উপেক্ষা কৰা আৰু আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
._________________________________________
🟢৩৩:৪৯(Marriage Laws)
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نَكَحْتُمُ الْمُؤْمِنَاتِ ثُمَّ طَلَّقْتُمُوهُنَّ مِنْ قَبْلِ أَنْ تَمَسُّوهُنَّ فَمَا لَكُمْ عَلَيْهِنَّ مِنْ عِدَّةٍ تَعْتَدُّونَهَا ۖ فَمَتِّعُوهُنَّ وَسَرِّحُوهُنَّ سَرَاحًا جَمِيلًا
হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে মুমিন নাৰীসকলক বিয়া কৰিবা, তাৰ পিছত সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক দিলে তোমালোকৰ বাবে সিহঁতৰ পালনীয় কোনো ইদ্দত নাই যিটো তোমালোকে গণনা কৰা*। এতেকে তোমালোকে সিহঁতক অলপ সামগ্ৰী প্ৰদান কৰিবা আৰু সৌজন্যৰ সৈতে সিহঁতক বিদায় কৰিবা।
.
✍️BB-ref:(65:4)
৬৫:৪
وَاللَّائِي يَئِسْنَ مِنَ الْمَحِيضِ مِنْ نِسَائِكُمْ إِنِ ارْتَبْتُمْ فَعِدَّتُهُنَّ ثَلَاثَةُ أَشْهُرٍ وَاللَّائِي لَمْ يَحِضْنَ ۚ وَأُولَاتُ الْأَحْمَالِ أَجَلُهُنَّ أَنْ يَضَعْنَ حَمْلَهُنَّ ۚ وَمَنْ يَتَّقِ اللَّهَ يَجْعَلْ لَهُ مِنْ أَمْرِهِ يُسْرًا
তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সংশয় কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ আৰু যিসকল এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল সন্তান প্ৰসৱ নোহোৱালৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।
.
✍️Verse/refs:
33:49 O You who have chosen to be graced with belief! When you wed believing women, and divorce them before you have intimately touched them, then there is no waiting period for them (to marry another man). Make decent provision for them and let them go in a becoming manner. [2:228-241, 4:3, 4:19, 4:35, 4:128, 33:49, 58:1 65:1-4](sa).
.
✍️Verse/note/refs:
33:49. (In this system men and women have to work together and as such it is mandatory 
that explicit regulatory laws be given about family life. Various laws and directions have 
been given earlier in detail ~2:228-241; and now some more laws are being given in 
continuation of the above.)
O Jamaat-ul-Momineen! If you marry Momin women and then divorce them (according to 
laws) before you have touched them, it is not obligatory on you to count the 'Iddah' (the 
period during which you are responsible for their provision because they cannot enter into another marriage). So give them suitable provisions and set them free in a handsome 
manner. (Marriage is a contract. When this contract cannot be fulfilled, it should be 
cancelled as per laws. It should not be made into a dispute ~ 2:228-236; 65:1-4).pz.
._________________________________________
🟢৩৩:৫০(The Women who are Lawful for the Prophet)
يَا أَيُّهَا النَّبِيُّ إِنَّا أَحْلَلْنَا لَكَ أَزْوَاجَكَ اللَّاتِي آتَيْتَ أُجُورَهُنَّ وَمَا مَلَكَتْ يَمِينُكَ مِمَّا أَفَاءَ اللَّهُ عَلَيْكَ وَبَنَاتِ عَمِّكَ وَبَنَاتِ عَمَّاتِكَ وَبَنَاتِ خَالِكَ وَبَنَاتِ خَالَاتِكَ اللَّاتِي هَاجَرْنَ مَعَكَ وَامْرَأَةً مُؤْمِنَةً إِنْ وَهَبَتْ نَفْسَهَا لِلنَّبِيِّ إِنْ أَرَادَ النَّبِيُّ أَنْ يَسْتَنْكِحَهَا خَالِصَةً لَكَ مِنْ دُونِ الْمُؤْمِنِينَ ۗ قَدْ عَلِمْنَا مَا فَرَضْنَا عَلَيْهِمْ فِي أَزْوَاجِهِمْ وَمَا مَلَكَتْ أَيْمَانُهُمْ لِكَيْلَا يَكُونَ عَلَيْكَ حَرَجٌ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
হে নবী! আমি তোমাৰ বাবে বৈধ কৰিছো তোমাৰ স্ত্ৰীসকলক, যিসকলক তুমি মোহৰ প্ৰদান কৰিছা আৰু বৈধ কৰিছো ফায় হিচাপে আল্লাহে তোমাক যি প্ৰদান কৰিছে সিহঁতৰ মাজৰ পৰা যিসকল তোমাৰ মালিকানাধীন হৈছে। আৰু বিবাহৰ বাবে বৈধ কৰিছো তোমাৰ দদাই-বৰপাইৰ জীয়েকহঁতক, জেঠাই-পেহীৰ জীয়েকহঁতক, মোমাইৰ জীয়েকহঁতক আৰু তোমাৰ জেঠাই-মাহীৰ জীয়েকহঁতক, যিসকলে তোমাৰ লগত হিজৰত কৰিছে লগতে এনেকুৱা মুমিন নাৰীসকলকো (বিবাহৰ বাবে বৈধ কৰিছো) যিয়ে নবীৰ বাবে নিজকে সমৰ্পন কৰে, যদি নবীয়ে তেওঁক বিয়া কৰিব বিচাৰে, এই বিধান বিশেষকৈ তোমাৰ বাবে, আন মুমিনসকলৰ বাবে নহয়; যাতে তোমাৰ কোনো অসুবিধা নহয়। সৰ্বসাধাৰণ মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী আৰু দাসীবিলাকৰ বিষয়ে আমি যি বিধি নিৰ্ধাৰণ কৰিছোঁ সেয়া আমাৰ জনা আছে। আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️Verse/notes: Press link:
.
✍️Note:
Marriage is the key subject in this verse listing those women who are lawful in marriage - this 
includes any women taken as prisoners of war. These women must be mature adults and able to 
give their consent. Other marriage decrees such as giving the mahr must also be adhered to. 
Muslim men are prohibited from marrying women who were previously married to their fathers. Nor can a father marry the divorced wife of his genetic son. See verse 4:23. This divine 
commandment preserves respect for our fathers and their most private affairs. Similarly, the 
messenger was a respected figure for the believers of his time. For the good of those believers, God forbade them from marrying women who were previously married to the messenger. 
Marriage is a sacred and very private relationship and the messenger's private life was better kept 
private. See verses 4:22-28. Mahr: This is the groom’s gift to the bride. See verse 2:236. Marriage:
the criteria for a suitable marriage partner is first and most important criteria that he or she should be a muslim, that is someone who accepts and lives by the Quranic values. Other than that 
they can be of any race or culture. See verses 2:221; 4:22-28; 60:10-13.sig.
._________________________________________
🟢৩৩:৫১
۞ تُرْجِي مَنْ تَشَاءُ مِنْهُنَّ وَتُؤْوِي إِلَيْكَ مَنْ تَشَاءُ ۖ وَمَنِ ابْتَغَيْتَ مِمَّنْ عَزَلْتَ فَلَا جُنَاحَ عَلَيْكَ ۚ ذَٰلِكَ أَدْنَىٰ أَنْ تَقَرَّ أَعْيُنُهُنَّ وَلَا يَحْزَنَّ وَيَرْضَيْنَ بِمَا آتَيْتَهُنَّ كُلُّهُنَّ ۚ وَاللَّهُ يَعْلَمُ مَا فِي قُلُوبِكُمْ ۚ وَكَانَ اللَّهُ عَلِيمًا حَلِيمًا
তুমি সিহঁতৰ মাজৰ পৰা যাক ইচ্ছা তোমাৰ ওচৰৰ পৰা দূৰৈত ৰাখিব পাৰা আৰু যাক ইচ্ছা তোমাৰ ওচৰত স্থান দিব পাৰা। তুমি যাক দূৰৈত ৰাখিছা তাক কামনা কৰিলে তোমাৰ কোনো অপৰাধ নাই। এই বিধান এইবাবে যে, এনে কৰিলে সিহঁতৰ চকু জুৰ পৰাৰ বেছি সম্ভাৱনা থাকিব আৰু সিহঁতে দুখ নাপাব আৰু সিহঁতক তুমি যি প্ৰদান কৰিবা সেইটোতেই সিহঁত প্ৰত্যেকেই সন্তুষ্ট হৈ থাকিব। তোমালোকৰ অন্তৰত যি আছে আল্লাহে সেয়া জানে আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।
.
✍️Verse/note/refs:
33:51 You may let any of your wives leave amicably if they so wish, and likewise you may keep close those who accept the extra responsibilities as the mothers of believers. If you reconcile with anyone you had estranged, you commit no error. This will gladden their eyes, their grief will disappear and all of them will be content with whatever you give them. God alone knows what is in your hearts, and God is Knower, Clement. [33:6, 33:28](sa).
(৩৩:৬
النَّبِيُّ أَوْلَىٰ بِالْمُؤْمِنِينَ مِنْ أَنْفُسِهِمْ ۖ وَأَزْوَاجُهُ أُمَّهَاتُهُمْ ۗ وَأُولُو الْأَرْحَامِ بَعْضُهُمْ أَوْلَىٰ بِبَعْضٍ فِي كِتَابِ اللَّهِ مِنَ الْمُؤْمِنِينَ وَالْمُهَاجِرِينَ إِلَّا أَنْ تَفْعَلُوا إِلَىٰ أَوْلِيَائِكُمْ مَعْرُوفًا ۚ كَانَ ذَٰلِكَ فِي الْكِتَابِ مَسْطُورًا
মুমিনসকলৰ ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈও বেছি ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল পৰস্পৰে বেছি ওচৰত। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সূকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।
.
৩৩:২৮
يَا أَيُّهَا النَّبِيُّ قُلْ لِأَزْوَاجِكَ إِنْ كُنْتُنَّ تُرِدْنَ الْحَيَاةَ الدُّنْيَا وَزِينَتَهَا فَتَعَالَيْنَ أُمَتِّعْكُنَّ وَأُسَرِّحْكُنَّ سَرَاحًا جَمِيلًا
হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক কোৱা, ‘তোমালোকে যদি পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্যতা কামনা কৰা তেন্তে আহা, মই তোমালোকক ভোগ-বিলাসৰ ব্যৱস্থা কৰি দিওঁ আৰু সৌজন্যৰ সৈতে তোমালোকক বিদায় দিওঁ।)
.
✍️Verse/note:
33:51. (At the same time, some special restrictions are being imposed particularly on you, and not on other Momineen.)
As has been mentioned afore, since the emergent conditions are now over, you may allow freedom of choice to your wives. Those who still want to live with you, even in somewhat constrained circumstances, can stay on. Those who want to go away, let them go gracefully (33:28). Just as they have been given this choice, you too have the choice to keep the one whom you think can live with you as a compatible companion. Those who cannot livewith 
you compatibly may be asked to depart. (They had come to your household during the emergency conditions, arising out of wars. At that time the primary objective was to give them protection. Now that the emergency is over, one should reconsider the situation according to prevalent circumstances.) If after you have separated from someone you notice that she is disheartened and would be happy to come back, you have the permission to marry her again. However, she should be agreeable and happy over whatever you can give her (and should not crib about having to live a life of austerity in the house of the Nabi). These matters have been made absolutely clear as Allah knows fully well what is in 
your heart. Allah is always all-knowing and all of His decisions are based on wisdom.pz.
._________________________________________
🟢৩৩:৫২
لَا يَحِلُّ لَكَ النِّسَاءُ مِنْ بَعْدُ وَلَا أَنْ تَبَدَّلَ بِهِنَّ مِنْ أَزْوَاجٍ وَلَوْ أَعْجَبَكَ حُسْنُهُنَّ إِلَّا مَا مَلَكَتْ يَمِينُكَ ۗ وَكَانَ اللَّهُ عَلَىٰ كُلِّ شَيْءٍ رَقِيبًا
ইয়াৰ পিছত তোমাৰ বাবে আন কোনো নাৰী বৈধ নহয় আৰু তোমাৰ স্ত্ৰীসকলৰ পৰিবৰ্তে আন স্ত্ৰী গ্ৰহণ কৰাও বৈধ নহয়, যদিও সিহঁতৰ সৌন্দৰ্যই তোমাক মুগ্ধ কৰে; কিন্তু তোমাৰ অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে*🔺। আল্লাহ সকলো বস্তুৰ ওপৰত তীক্ষ্ণ পৰ্যবেক্ষণকাৰী।
.
✍️Note*🔺
The expression ma malakat yaminuka (lit., "what thy right hand possesses", or has come to possess") has here the same meaning as in 4:24, namely, "those whom thou hast come to possess through wedlock" (see surah 4 note 26); thus, the above verse is to be understood as limiting the Prophet's marriages to those already contracted.
(Google translate no guarantee:
মা মালাকত য়ামিনুকা (আক্ষৰিক অৰ্থত, "তোমাৰ সোঁহাতে যি আছে", বা লাভ কৰিবলৈ আহিছে") অভিব্যক্তিটোৰ ইয়াত ৪:২৪ পদৰ দৰেই একে অৰ্থ আছে, অৰ্থাৎ, "যিবোৰক তুমি বিয়াৰ ফলত অধিকাৰ কৰিবলৈ আহিছা" (চাওক  সূৰা ৪:২৪);এইদৰে ওপৰৰ আয়াতটোক নবীৰ বিবাহ ইতিমধ্যে চুক্তিবদ্ধ হোৱাসকলৰ মাজতে সীমাবদ্ধ কৰি ৰখা বুলি বুজিব লাগে।)
(৪:২৪
۞ وَالْمُحْصَنَاتُ مِنَ النِّسَاءِ إِلَّا مَا مَلَكَتْ أَيْمَانُكُمْ ۖ كِتَابَ اللَّهِ عَلَيْكُمْ ۚ وَأُحِلَّ لَكُمْ مَا وَرَاءَ ذَٰلِكُمْ أَنْ تَبْتَغُوا بِأَمْوَالِكُمْ مُحْصِنِينَ غَيْرَ مُسَافِحِينَ ۚ فَمَا اسْتَمْتَعْتُمْ بِهِ مِنْهُنَّ فَآتُوهُنَّ أُجُورَهُنَّ فَرِيضَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ فِيمَا تَرَاضَيْتُمْ بِهِ مِنْ بَعْدِ الْفَرِيضَةِ ۚ إِنَّ اللَّهَ كَانَ عَلِيمًا حَكِيمًا
আৰু নাৰীসকলৰ মাজত তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ আল্লাহৰ বিধান*🔺। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য নাৰীসকলক ধন-সম্পদৰ বিনিময়ত বিবাহ কৰা তোমালোকৰ বাবে বৈধ কৰা হৈছে, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজত যিসকলৰ লগত তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।)
.
✍️Note:
The veil or the hijab is not decreed in the Quran otherwise how could men be forbidden to 
marry certain women, even if they admired their beauty, when in fact they could not see their faces and beauty? See verse and footnote 28:26.sig.
_________________________________________
[33:47] So (Wa) give good news (Basshiri) to the believers (El'Mu'miniina), because (Bi'anna) they have 
(Lahum) a great (Kabiiraa) favour (Fad'lan) from GOD (Minallahi). 
[33:48] And (Wa) do not (Laa) obey (Tutie) the disbelievers (El'Kaafiriina) and the hypocrites
(El'Munaafiqiina) and let alone (Da') their offence (Azaa-hum'), but (Wa) rely (Tawakkal') on GOD 
(Ålaallahi). And (Wa) sufficient is GOD (Kafaa Bi-llahi) as a Representative (Wakiilaa). 
[33:49] O you (Yaa Ayyuha) who (Ellaziina) have believed (Aamanuu'), when (Izaa) you marry (Nakah'tumu)
believing women (El'Mu'minaati) and (Thumma) divorce them (Tollaq'tumuu-hunna) before (Min Qab'li An)
touching them (Tamassuu-hunna), then (Fa) you do not have (Maa Lakum') any (Min') period (65:4) (Eddatin)
to count (Ta'tadduuna-haa) for them (Ålai'hinna). But (Fa) provide for them (Mattauu-hunna) and (Wa) let 
them go (Sarrihuu-hunna) with a beautiful (Jamiilaa) dismissal (Saraahan).
[33:50] O you (Yaa Ayyuha) Prophet (En'Nabiyyu), indeed (Innaa) We have made lawful (Ah'lal'naa) to you 
(Laka) your wives (Az'waaja-ka) whom (Ellaatii) you have given (Aatai'ta) their fees (Ujuura-hunna) and 
those (Wamaa) your right hand (Yamiinu-ka) possesses (Malakat') from what (Mimmaa) GOD has awarded 
(Afaa'a-llahu) to you (s) (Ålai'ka) and (Wa) the daughters (Banaati) of your paternal uncle (Åmmi-ka), the 
daughters (Banaati) of your paternal aunt (Åmmaati-ka), the daughters (Banaati) of your maternal uncle 
(Khaali-ka), the daughters (Banaati) of your maternal aunt (Khaalaati-ka) who (Ellaati) emigrated 
(Haajar'na) with you (s) (Maåka), as well as (Wa) a believing (Mu'minatan) woman (Em'ra'atan) if (In) she 
presents (Wahabat) herself (Naf'sa-ha) to the Prophet (Lin' Nabiyyi), if (In') the Prophet (En'Nabiyyu) intends 
(Araada) to marry her (Yas'tankiha-haa), exclusively (Khaalisotan) for you (s) (Laka) other than (Min Duuni)
the believers (El'Mu'miniin). We have certainly (Qad') made known (Ålim'naa) what (Maa) We have 
obligated (Farad'naa) for them (Ålai'him) concerning (Fii) their wives (Az'waaji-him) and those (Wamaa)
their right hands (Ai'maanu-hum) possess (Malakat') so that (Li Kai') it will not (Laa) become (Yakuuna)
guilt (Haraj') upon you (s)
(Ålai'ka). And (Wa) GOD (Ellahu) is (Kaana) Forgiving (Gafuuran) and Merciful
(Rahiimaa).
[33:51] You may request for (Tur'jii) whomever (Man) you will (Tashaau) among them (f) (Min'hunna) and 
(Wa) you may lodge (Tu'wii) whomever (Man) you will (Tashaau) by you (s) (ilai'ka). And whomever (Mani)
you desire (Eb'tagai'ta) from those (Minmman') you had dismissed (Åzal'ta), then (Fa) there is no (Laa) blame 
on you (Junaaha Ålai'ka). That (Zaalika) is the nearest (Ad'naa) to (An) entertain their eyes (Taqarra A'yunu-
hunna) and not (Walaa) grieve (Yah'zanna), and (Wa) they should be content (Yar'dai'na) with what (Bimaa)
you have given them (f) (Aatai'ta-hunna); all of them (Kullu-hunna). And (Wa) GOD (Ellahu) knows 
(Ya'lamu) what (Maa) is in (Fii) your hearts (Quluubi-kum'); for (Wa) GOD (Ellahu) is (Kaana) Omniscient 
(Åliiman) and Clement (Haliimaa). 
[33:52] Not (Laa) lawful for you (s)
(Yahillu Laka) are women (En'Nisaau) afterwards (Min Ba'du), nor 
(Walaa) to (An) substitute them for (Tabaddala Bi-hinna) any (Min') wives (spouses)
(Az'waajin), even if 
(Walaw') you admire (A'jaba-ka) their beauty (Hus'nu-hunna), except (illa) those (Maa) your right hand 
(Yamiinu-ka) possesses (Malakat'). And (Wa) GOD (Ellahu) is (Kaana) watching (Raqiiba) over (Ålaa) all 
(Kulli) things (Shai'in). 
.
syedraf #muktabulhussain
🌹বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)