🟪Part-380(33:01-08)Al-Ahzãb(The Parties)
🌾৩৮০-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)
Part-380(33:01-08)Al-Ahzãb(The Parties)
Video- https://youtu.be/GNhpxdo7sWQ
(Spiritual and Physical Relationship-33:1-8)
.
মিনি সূচিঃPart-380(33:01-08)Al-Ahzãb
৩৩:১✅(The definition of: Expression of "Nabi", Taqwa, Shrik/Kafir, Munafiq)
৩৩:২✅(ৱহীৰ অনুকৰণ আৰু অনুসৰণ-টোকা চাব)
৩৩:৩(কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা)
৩৩:৪(মুখেৰে কলে বুলিলেই সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়-টোকা চাওঁক)(জায়দক নবীৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা নহ’ব)
৩৩:৫(Note on Din)
৩৩:৬(Note on- mumin,Al-kitāb,kitāb-Allah,
maʿrūf)
৩৩:৭(আল্লাহে নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল-টোকা চাব)
৩৩:৮(In the Hereafter, the truthful shall stand as witnesses how the Prophets conveyed their messages and how their people received them- See Note)
.
🟢৩৩:১
يَا أَيُّهَا النَّبِيُّ اتَّقِ اللَّهَ وَلَا تُطِعِ الْكَافِرِينَ وَالْمُنَافِقِينَ ۗ إِنَّ اللَّهَ كَانَ عَلِيمًا حَكِيمًا
হে নবী📍1 আল্লাহৰ তাক্বৱা📍2 অৱলম্বন কৰা আৰু কাফিৰ📍3, মুনাফিকসকলৰ📍4 আনুগত্য নকৰিবা। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
✍️Notes:
(📍1-The Prophet is addressed directly (i.e. in the vocative) thirteen times in the Qur’an — five of them in this chapter.
.
📍2-Taqwa:
.
📍3-Shrik and Kufr:
.
📍4-Definition Munafiq
.
🟢৩৩:২
وَاتَّبِعْ مَا يُوحَىٰ إِلَيْكَ مِنْ رَبِّكَ ۚ إِنَّ اللَّهَ كَانَ بِمَا تَعْمَلُونَ خَبِيرًا
আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী🔺1 হয় কেৱল তাৰেই অনুসৰণ🔺2 কৰা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
.
✍️Note on Revelation: see link:🔺1
Both reveal and instruct depending on context.
.
🔺2-Imp.Note✍️: ৱহী লিপিবদ্ধ হৈআছে কোৰআনত।গতিকে ৱহীৰ অনুকৰণ আৰু অনুসৰণ কথাটো আহিব। ৩৩:১ ত নবীক সম্বোধন কৰা হৈছে:
অনুকৰণীয় আৰু অনুসৰণীয়
(Imitated and followed)
➡️তেতিয়াঃ ৰছুলৰ প্ৰতি যি কোৰআনৰ ওহী নাযিল হৈছে সেয়া অনুকৰণীয়। কিন্তু;
➡️এতিয়াঃ আজিৰ তাৰিখত কোৰআনত যেতিয়া সেই ওহীবোৰ পঢ়িম তেতিয়া সেইবোৰ হ'ব আমাৰ বাবে অনুসৰণীয়। যিহেতু ৰছুল নাই।প্ৰসঙ্গ: ৭:৩
.
🟢৩৩:৩
وَتَوَكَّلْ عَلَى اللَّهِ ۚ وَكَفَىٰ بِاللَّهِ وَكِيلًا
আৰু তুমি কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা। কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
.
🟢৩৩:৪
مَا جَعَلَ اللَّهُ لِرَجُلٍ مِنْ قَلْبَيْنِ فِي جَوْفِهِ ۚ وَمَا جَعَلَ أَزْوَاجَكُمُ اللَّائِي تُظَاهِرُونَ مِنْهُنَّ أُمَّهَاتِكُمْ ۚ وَمَا جَعَلَ أَدْعِيَاءَكُمْ أَبْنَاءَكُمْ ۚ ذَٰلِكُمْ قَوْلُكُمْ بِأَفْوَاهِكُمْ ۖ وَاللَّهُ يَقُولُ الْحَقَّ وَهُوَ يَهْدِي السَّبِيلَ
আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুখন হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই🍁। এইবোৰ তোমালোকৰ মুখৰ কথাহে। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথৰ নিৰ্দেশ কৰে।
.
✍️Verse/note/refs: See link:
.
✍️Note-sam🍁
presages 33:37 which treats of Zayd, the Prophet’s own adopted son, and indirectly makes it clear that Zayd was not to be considered heir to the prophet.
পূর্বাভাস ৩৩:৩৭ ত নবীৰ নিজৰ তোলনীয়া পুত্ৰ জায়দৰ বিষয়ে কোৱা হৈছে আৰু পৰোক্ষভাৱে স্পষ্ট কৰি দিয়া হৈছে যে জায়দক নবীৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা নহ’ব।
(৩৩:৩৭
وَإِذْ تَقُولُ لِلَّذِي أَنْعَمَ اللَّهُ عَلَيْهِ وَأَنْعَمْتَ عَلَيْهِ أَمْسِكْ عَلَيْكَ زَوْجَكَ وَاتَّقِ اللَّهَ وَتُخْفِي فِي نَفْسِكَ مَا اللَّهُ مُبْدِيهِ وَتَخْشَى النَّاسَ وَاللَّهُ أَحَقُّ أَنْ تَخْشَاهُ ۖ فَلَمَّا قَضَىٰ زَيْدٌ مِنْهَا وَطَرًا زَوَّجْنَاكَهَا لِكَيْ لَا يَكُونَ عَلَى الْمُؤْمِنِينَ حَرَجٌ فِي أَزْوَاجِ أَدْعِيَائِهِمْ إِذَا قَضَوْا مِنْهُنَّ وَطَرًا ۚ وَكَانَ أَمْرُ اللَّهِ مَفْعُولًا
আৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ আল্লাহক ভয় কৰাটোহে তোমাৰ বেছি দৰকাৰ। তাৰ পিছত যেতিয়া যায়েদে তাৰ (স্ত্ৰীৰ) সৈতে প্ৰয়োজন শেষ কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলো, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰৰ স্ত্ৰীক (স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) কোনো সমস্যা নহয়, যেতিয়া সিহঁতে (তোলনীয়া পুত্ৰসকলে) নিজ স্ত্ৰীৰ লগত প্ৰয়োজন শেষ কৰিব (তালাক দিব)। আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই।)
.
🟢৩৩:৫
ادْعُوهُمْ لِآبَائِهِمْ هُوَ أَقْسَطُ عِنْدَ اللَّهِ ۚ فَإِنْ لَمْ تَعْلَمُوا آبَاءَهُمْ فَإِخْوَانُكُمْ فِي الدِّينِ وَمَوَالِيكُمْ ۚ وَلَيْسَ عَلَيْكُمْ جُنَاحٌ فِيمَا أَخْطَأْتُمْ بِهِ وَلَٰكِنْ مَا تَعَمَّدَتْ قُلُوبُكُمْ ۚ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
তোমালোকে সিহঁতক (তোলনীয়া পুত্ৰক) সিহঁতৰ পিতৃৰ পৰিচয়েৰে মাতিবা; আল্লাহৰ ওচৰত এইটোৱেই বেছি ন্যায়সংগত। এতেকে যদি তোমালোকে সিহঁতৰ পিতৃৰ পৰিচয় নাজানা তেন্তে সিহঁত তোমালোকৰ দ্বীনি🥀 ভাই আৰু বন্ধু। এই বিষয়ে তোমালোকে কোনো অনিচ্ছাকৃত ভুল কৰিলে তোমালোকৰ কোনো দোষ নহয়; কিন্তু তোমালোকৰ অন্তৰে যিটো ইচ্ছাকৃতভাৱে কৰিছে (সেয়া অপৰাধ); আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️Note on Din🥀
আমি আমাৰ লেখা বা ভিডিঅ'ত দীন মানে ধৰ্ম নহয় বুলি কওঁ বা লিখো। সাধাৰণভাৱে বুজাবলৈ দীনৰ অৰ্থ জীৱন-ব্যৱস্থা বুলি কওঁ। এই জীৱনব্যৱস্থা
বিভিন্ন মতবাদত(doctrine) বিভিন্ন হ'ব পাৰে।আমি উল্লেখ কৰা জীৱন-ব্যৱস্থাটো আল্লাহৰ মতবাদৰ ওপৰত অৰ্থাৎ কোৰআনৰ ওপৰত প্ৰতিষ্ঠিত। এই দীনৰ মতে চলা সকলেই মুছলিম। আৰু আল্লাহৰ দীনত নাথাকি ইছলাম পালন কৰিলে হ'ব ইছলাম-ধৰ্ম, যত থাকিব ছিয়া চুন্নী আদি বিভিন্ন ফিৰ্কা।
।।।
প্ৰকৃত বন্ধু #ShamsShahid ৰ কমেণ্ট লেখা তলত সংযোগ কৰা হ'ল:
হয়, কোৰআনৰ ওপৰত প্ৰতিষ্ঠিত জীবন ব্যৱস্থা (দ্বীন) মানি চলাসকলে মুছলিম আৰু যি সকলে দ্বীন বিভক্ত কৰিছে আৰু বিভিন্ন দলত ভাগ ভাগ হৈছে, তেওঁলোকে নিজৰ নিজৰ জীৱন ব্যৱস্থা বনাই লৈছে যাৰ লগত আল্লাহৰ কোৰআনৰ ওপৰত প্ৰতিষ্ঠিত দ্বীন সম্পৰ্ক নাই। তেওঁলোকৰ কিছুমানে কোৰআনক অসম্পূৰ্ণ বুলি ভাবে , নাজিল হোৱা কোৰআনৰ আয়াত লিখি বিচনাৰ তলত থৈ দিছিল সেইবোৰ ছাগলে খাই পেলোৱা বুলি বিশ্বাস কৰে।
।।।
দীনৰ ওপৰত বহু আয়াতৰ কেইটামান:
Read more:Link:
.
✍️Note:
Unintentional mistake: For example, coming to know their real parents rather early. Will that instantly render them “strangers”? 2:220
অনাকাংক্ষিত ভুল: উদাহৰণস্বৰূপে, তেওঁলোকৰ প্ৰকৃত পিতৃ-মাতৃক যথেষ্ট সোনকালে চিনি পোৱা। সেইটোৱে তেওঁলোকক নিমিষতে “অচিনাকি” কৰি তুলিবনে? ২:২২০.
(২:২২০
فِي الدُّنْيَا وَالْآخِرَةِ ۗ وَيَسْأَلُونَكَ عَنِ الْيَتَامَىٰ ۖ قُلْ إِصْلَاحٌ لَهُمْ خَيْرٌ ۖ وَإِنْ تُخَالِطُوهُمْ فَإِخْوَانُكُمْ ۚ وَاللَّهُ يَعْلَمُ الْمُفْسِدَ مِنَ الْمُصْلِحِ ۚ وَلَوْ شَاءَ اللَّهُ لَأَعْنَتَكُمْ ۚ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
পৃথিৱী আৰু আখিৰাতৰ বিষয়ে। মানুহে তোমাক ইয়াতীমসকলৰ বিষয়ে প্ৰশ্ন কৰে; কোৱা, ‘সিহঁতৰ বাবে সুব্যৱস্থা কৰা উত্তম’। তোমালোকে যদি সিহঁতৰ লগত একেলগে থাকা তেন্তে সিহঁত তোমালোকৰে ভাই। আল্লাহে জানে কোন উপকাৰী আৰু কোন অনিষ্টকাৰী। আৰু আল্লাহে ইচ্ছা কৰিলে এই বিষয়ে নিশ্চয় তোমালোকক কষ্টত পেলাব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।)
.
🟢৩৩:৬
النَّبِيُّ أَوْلَىٰ بِالْمُؤْمِنِينَ مِنْ أَنْفُسِهِمْ ۖ وَأَزْوَاجُهُ أُمَّهَاتُهُمْ ۗ وَأُولُو الْأَرْحَامِ بَعْضُهُمْ أَوْلَىٰ بِبَعْضٍ فِي كِتَابِ اللَّهِ مِنَ الْمُؤْمِنِينَ وَالْمُهَاجِرِينَ إِلَّا أَنْ تَفْعَلُوا إِلَىٰ أَوْلِيَائِكُمْ مَعْرُوفًا ۚ كَانَ ذَٰلِكَ فِي الْكِتَابِ مَسْطُورًا
মুমিনসকলৰ🥀 ওচৰত নবী হৈছে তেওঁলোকৰ নিজতকৈও বেছি ঘনিষ্ঠ, আৰু তেওঁৰ স্ত্ৰীসকল তেওঁলোকৰ মাতৃ। আল্লাহৰ বিধান অনুযায়ী মুমিন🥀 আৰু মুহাজিৰসকলতকৈ আত্মীয়-স্বজনসকল পৰস্পৰে বেছি ওচৰত। কিন্তু তোমালোকে তোমালোকৰ বন্ধু-বান্ধৱৰ প্ৰতি কল্যাণমূলক কিবা কৰিব বিচাৰিলে সেয়া সূকীয়া কথা। এয়া কিতাবত লিপিবদ্ধ আছে।
.
✍️See note to (al)mu’minūn🥀 at 8:2.
Press Link:
https://ahsana3923.blogspot.com/2022/10/what-is-benchmark-of-mumin.html
And More notes on: (mumin,Al-kitāb,kitāb-Allah,maʿrūf)press link:
.
✍️Verse/note/refs:
33:6 The Prophet is closer to the believers than their own selves, and his wives are their mothers. Relatives have rights on one another in accordance with the Book of God. Thus, the believers shall take care of their relatives who immigrate to them, while they have taken care of their immediate family members first. And you shall treat your friends in all kindness. Such is the writing in this Book (of God).
Note.
2:180, 4:11, 9:111, 33:53, 48:10. Awliya includes immediate family members as well as close friends, in the context(sa).
🟢৩৩:৭
وَإِذْ أَخَذْنَا مِنَ النَّبِيِّينَ مِيثَاقَهُمْ وَمِنْكَ وَمِنْ نُوحٍ وَإِبْرَاهِيمَ وَمُوسَىٰ وَعِيسَى ابْنِ مَرْيَمَ ۖ وَأَخَذْنَا مِنْهُمْ مِيثَاقًا غَلِيظًا
আৰু স্মৰণ কৰা, যেতিয়া আমি নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিলো আৰু তোমাৰ পৰাও, লগতে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মাৰয়ামৰ পৰাও। আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলো দৃঢ় অঙ্গীকাৰ,
.
✍️Verse/note/refs:
33:7 And remember, We did take a solemn pledge from all the Prophets, and from you (O Prophet), as well as from Noah, and Abraham, and Moses, and Jesus son of Mary. We took from them a very solemn pledge,
Note.
Verse 3:81. The pledge in 33:7 refers to conveying to people all that was revealed to prophets. 29:45(sa).
(৩:৮১
وَإِذْ أَخَذَ اللَّهُ مِيثَاقَ النَّبِيِّينَ لَمَا آتَيْتُكُمْ مِنْ كِتَابٍ وَحِكْمَةٍ ثُمَّ جَاءَكُمْ رَسُولٌ مُصَدِّقٌ لِمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهِ وَلَتَنْصُرُنَّهُ ۚ قَالَ أَأَقْرَرْتُمْ وَأَخَذْتُمْ عَلَىٰ ذَٰلِكُمْ إِصْرِي ۖ قَالُوا أَقْرَرْنَا ۚ قَالَ فَاشْهَدُوا وَأَنَا مَعَكُمْ مِنَ الشَّاهِدِينَ
আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছো; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যে তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলো’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলো।
(Pl find notes on 3:81:link:
.
২৯:৪৫
اتْلُ مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ وَلَذِكْرُ اللَّهِ أَكْبَرُ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
(Pl find 29:45 for notes: link:
.
🟢৩৩:৮
لِيَسْأَلَ الصَّادِقِينَ عَنْ صِدْقِهِمْ ۚ وَأَعَدَّ لِلْكَافِرِينَ عَذَابًا أَلِيمًا
সত্যবাদীসকলক সিহঁতৰ সত্যবাদিতা সম্পৰ্কে সুধিবলৈ। আৰু তেওঁ কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
.
✍️Verse/note/refs:
33:8 That God may ask the truthful about their truthfulness (how people received it). And He has readied an awful suffering for the deniers of the truth.
Note.
In the Hereafter, the truthful shall stand as witnesses how the Prophets conveyed their messages and how their people received them. Also see 3:81. The Covenant: Each Prophet will clearly convey the revelation to his people, live by the revelation and try to establish the System. And that he would support the mission of the previous Prophets. 2:83, 3:81, 3:187, 5:7, 7:169, 42:13. Since there will be no Prophet after Muhammad S, his people will be questioned how well they conveyed the Qur’an(sa).
(See the verses: link:
।।।
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[33:1] O you (Yaa Ayyuha) Prophet (En'Nabiyyu), beware of GOD (Ettaqi-llaha) and do not (Walaa) obey
(Tutie) the disbelievers (El'Kaafiriina) and the hypocrites (Wal' Munaafiqiina). Indeed, GOD (Innallaha) is
(Kaana) Omniscient (Åliiman) and Wise (Hakiimaa).
[33:2] And (Wa) follow (6:106) (Ettabi') what (Maa) has been inspired (Yuuhaa) to you (s) (ilai'ka) from (Min)
your LORD (Rabbi-ka). Indeed, GOD (Innallaha) is (Kaana) conversant (Khabiiraa) with what (Bimaa) you
do (Ta'maluun).
[33:3] And (Wa) rely (Tawakkal') on GOD (Ålaallahi); for (Wa) sufficient is GOD (Kafaa Bi-llahi) as a
Representative (Wakiilaa).
[33:4] GOD (Ellahu) did not (Maa) make (Jaåla) for (Li) any (Min) man (Rajulin) two hearts (Qal'bai'ni) in
(Fii) his venter (abdomen) (Jaw'fi-hi) nor (Wamaa) has HE made (Jaåla) your wives (Az'waaja-kumu) whom
(Ellaai) you distinct (Tuzoahiruun) from them (Min'hunna) your mothers (Ummahaati-kum), nor (Wamaa)
has HE made (Jaåla) your adopted sons (Ad'eyaa'a-kum) your children (Ab'naa'a-kum). That (Zaalikum) is
your statement (Qaw'lu-kum) with (Bi) your mouths (Af'waahi-kum), for (Wa) GOD (Ellahu) speaks
(Yaquulu) the truth (El'Haqqa), and (Wa) HE (Huwa) guides (Yah'dii) to the way (Es'Sabiil).
[33:5] Call them (the adopted children) (Ed'uu-hum’) by (Li) their fathers (Abaai-him), it (Huwa) is more equitable
(Aq'satu) in front of GOD (Endallahi); but (Fa) if (In) you do not (Lam') know (Ta'lamuu') their fathers
(Aabaa'a-hum’), then (Fa) they are your brethren (Ikh'waanu-kum) in (Fii) the religion (Ed'Diini) and (Wa)
your heirs (Mawaalii-kum). And (Wa) there is no (Lai'sa) blame (Junaahu) on you (Ålai'kum) concerning
what (Fiimaa) you have done incorrectly (Akh'ta'tum) about it (Bihi), unless (Walaakin) what (Maa) your
hearts (Quluubu-kum’) have done deliberately (Taåmmadat'). And (Wa) GOD (Ellahu) is (Kaana) Forgiving
(Gafuuran) and Merciful (Rahiimaa).
[33:6] The Prophet (En'Nabiyyu) is more devoted (Aw'laa) to the believers (Bil' Mu'miniina) than (Min)
themselves (Anfusi-him’), and (Wa) his wives (Az'waaju-hu) are as their mothers (Ummahaatu-hum). And
(Wa) those (U'lu') of kinship (El'Ar'haami) are more devoted (Aw'laa) to each other (Ba'du-hum Bi Ba'din) in
(Fii) the register of GOD (Kitaabi-llahi) than (Min) the believers (El'Mu'miniina) and the emigrants (Wal'
Muhaajiriina), unless (illaa An) you do (Taf'åluu') kindness (Ma'ruufa) to (ilaa) your allies (Aw'liyaai-kum).
That (Zaalika) will be (Kaana) jotted down (Mas'tuura) in (Fii) the register (El'Kitaabi).
[33:7] And (Wa) when (Iz') We took (Akhaz'naa) from (Mina) the prophets (En'Nabiyyiina) their covenant
(Miithaaqa-hum) and (Wa) from you (s)
(Minka), from (Min) Noah (Nuuhin), and (Wa) Abraham
(Ib'raahiima), Moses (Muusaa), and Jesus (Eesa), the son (Eb'ni) of Mary (Mar'yama); and (Wa) We took
(Akhaz'na) a heavy (Galiizoa) covenant (Miithaaqan) from them (Min'hum)
(3:81)
[33:8] so that (Li) HE may question (Yas'ala) the truthful (Es'Soadiqiina) about (An) their truthfulness
(Sid'qi-him’), and (Wa) HE has prepared (A'ådda) a painful (Aliimaa) punishment (Åzaaban) for the
disbelievers (Lil' Kaafiriina).
.
syedraf #muktabulhussain
Comments
Post a Comment