🌀🟪মিনি সূচিঃ৩৩-আল-আহজাব(০১-৭৩)
💙380-মিনি সূচিঃPart-380(33:01-08)Al-Ahzãb
৩৩:১✅(The definition of: Expression of "Nabi", Taqwa, Shrik/Kafir, Munafiq)
৩৩:২✅(ৱহীৰ অনুকৰণ আৰু অনুসৰণ-টোকা চাব)
৩৩:৩(কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা)
৩৩:৪(মুখেৰে কলে বুলিলেই সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়-টোকা চাওঁক)(জায়দক নবীৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা নহ’ব)
৩৩:৫(Note on Din)
৩৩:৬(Note on- mumin,Al-kitāb,kitāb-Allah,
maʿrūf)
৩৩:৭(আল্লাহে নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল-টোকা চাব)
৩৩:৮(In the Hereafter, the truthful shall stand as witnesses how the Prophets conveyed their messages and how their people received them- See Note)
.
💙381-মিনি সূচিঃPart-381(33:09-20)Al-Ahzãb
৩৩:৯(আক্ৰমণকাৰীৰ বিৰুদ্ধে মুছলিমে নিজকে ৰক্ষা কৰে)
৩৩:১০-১১(refs: মানুহে ভাৱিছে নেকি যে, ‘আমি ঈমান আনিছো’ এইবুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেয়ে এৰি দিয়া হ’ব?)
৩৩:১২✅[(নবীৰ চাহাবাসকলৰ মাজত ভণ্ড (মুনাফিক) আছিল-see sp. Note]
৩৩:১৩✅(মহম্মদ (আ:ছা:)লৈকে মদিনা বুলি কোনো চহৰ নাছিল,আছিল য়াথ্ৰিব(يَثْرِبَ)বুলি- টোকা)(এই বিষয়ে ফে:বু:ত🔺 কিছু আলোচনা/সমালোচনা চলি আছে। ইয়াৰ সাৰাংশ পিছত সংযোজিত কৰা হ'ব:🔺https://bit.ly/3fVAUTF)
৩৩:২০(আ’ৰাব বা মৰুবাসীসকল কিছুমান কুফৰী আৰু নিফাক্বত আছিল)
.
💙382-মিনি সূচিঃ382(33:21-27)Al-Ahzãb
৩৩:২১✅(The Messenger, A good role model-
এই আয়াতটোৰ বিশ্লেষণে জ্ঞানীজনক ভবাই তুলিব- See sp Notes)
৩৩:২২(ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়ক্ষতিৰ দ্বাৰা ধৈৰ্যশীলসকলৰ
ঈমান আৰু আনুগত্যহে বৃদ্ধি কৰে)
৩৩:২৩✅(মুমিনসকলৰ মাজৰ কিছুমানে আল্লাহৰ লগত কৰা তেওঁলোকৰ অঙ্গীকাৰ পূৰ্ণ কৰিছে-ref:২:১১১)
৩৩:২৪(God, who has willed upon Himself the law of grace and mercy- গতিকে মুনাফিকে সৰল পথলৈ ঘূৰি আহিলে আল্লাহৰ ক্ষমা পাব পাৰে)
৩৩:২৫(যুদ্ধত মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট)
৩৩:২৭(ref: আল্লাহে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব-টোকা চাব)
.
💙383+384-মিনি সূচিঃPart-383(33:28-38)Al-Ahzãb
৩৩:৩০[নাৰীসকলৰ "ফাহিছাত" {(فحشة = অনৈতিকতা (immorality)} কথাটো আছে। এই আয়াতত তথাকথিত হাদিসৰ বিষ সুমুৱাই দি সমাজ কলুষিত কৰিছে-টোকা চাব]
৩৩:৩৫(There is no difference between men and women- See link/note)
৩৩:৩৬(হাদীছ অনুগামীসকলে এই আয়াত ব্যৱহাৰ কৰি দাবী কৰিছে যে হজৰত মহম্মদৰ হাদীছ আৰু ছুন্নাত সকলো মুমিন লোকে ৰক্ষা কৰিব লাগিব আৰু মানি চলিব লাগিব, সেই আইনৰ বৈধ উৎস, আৰু কোৰআন একমাত্ৰ ধৰ্মীয় আইন প্ৰণয়নৰ উৎস নহয়। ইয়াৰ ভুল ব্যাখ্যা চাওঁক: Press link)
৩৩:৩৭(MARRIAGE TO ADOPTED SON'S DIVORCED WIFE-see note/link)
৩৩:৩৮[God's way: (Arabic: sunnatullah) God's system is consistent and does not change. Unchanging principles in changing times]
.
💙385-মিনি সূচিঃPart-385(33:38-46)Al-Ahzãb
৩৩:৩৮[God's way: (Arabic: sunnatullah) God's system is consistent and does not change. Unchanging
principles in changing times]
৩৩:৪০(✅Muhammed the Final Prophet,but Not The Final Messenger-see SP Note✅)
৩৩:৪১-৪২(হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা)
৩৩:৪৩(ref-তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে)
৩৩:৪৪(Greeting approved by God)
৩৩:৪৫-৪৬(নবীক সকলো জাতিৰ ওপৰত সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছে)
.
💙386-মিনি সূচিঃPart-386(33:47-52)Al-Ahzãb
৩৩:৪৯(Marriage Laws)
৩৩:৫০(The Women who are Lawful for the Prophet)
.
💙387-
.
💙388-মিনি সূচিঃPart-388(33:59-73)Al-Ahzãb(সমাপ্ত)
৩৩:৫৯(হিজাব: কেনেকৈ ভুল ব্যাখ্যাৰে সম্পূৰ্ণ শৰীৰ ঢকা কৰিছে-টোকা চাব)
৩৩:৬০(মুনাফিকসকল আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁত আৰু চহৰত মিছা সংবাদ প্ৰচাৰকাৰীসকল শাস্তি দিয়া হয়)
৩৩:৬১(ৰাস্তাত নিৰীহ মহিলাক বিৰক্ত কৰি ৰখা, আক্ৰমণ কৰা বা ধৰ্ষণ কৰা পুৰুষৰ বাবে বিচাৰ কৰি শাস্তি বিহা)
৩৩:৬২(Sunnatullah, Ijma : link:)
৩৩:৬৬(ref:4:80-যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে-
Means:state that the one who obeys Muhammad would have obeyed God simply because Muhammad will preach nothing other than the Quran which was revealed to him by God)
৩৩:৬৬-৬৮✅(সেইদিনা যেতিয়া কোৰআনৰ মতে ইবাদত নকৰাৰ বাবে শাস্তি পাব তেতিয়া টেটুফালি চিঞৰি ক'ব "বিশিষ্ট লোকসকলৰ আনুগত্য কৰাৰ বাবেই আমি পথভ্ৰষ্ট হ'লো। গতিকে সিহঁতক দ্বিগুণ শাস্তি দিয়া")
৩৩:৬৯(মুছা-আ:ছা:)
৩৩:৭০-৭১✅(You should always
consciously guard the Divine Laws and speak that which is straight and firm)(আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। ইয়াত "আৰু" মানে "অৰ্থাৎ" , মানে হ'ব কোৰআনৰ আনুগত্য কৰা: এনে কৰিলে কি হ'ব টোকাৰ ৪:৬৯ চাওঁক):
Use of and(و): https://bit.ly/3Chu1U0
৩৩:৭৩(মহম্মদৰ(আ:ছা:) অনুগামীসকল ৭৩টা ফৈদত (আহজাব) বিভক্ত হ’ব বুলি কোৱা হাদীছৰ ৰচনাকাৰীসকলে এই অধ্যায়ৰ আয়াতৰ সংখ্যাৰ পৰা অনুপ্ৰাণিত হোৱাৰ সম্ভাৱনা বেছি...link)
.
💙 Chapter end 💙
Comments
Post a Comment