🟪Part-385(33:38-46)Al-Ahzãb(The Parties)
🌤️Part-385(33:38-46)Al-Ahzãb(The Parties)
Video- https://youtu.be/UCHE6ugl84k
।।।
মিনি সূচিঃPart-385(33:38-46)Al-Ahzãb
৩৩:৩৮[God's way: (Arabic: sunnatullah) God's system is consistent and does not change. Unchanging
principles in changing times]
৩৩:৪০(✅Muhammed the Final Prophet,but Not The Final Messenger-see SP Note✅)
৩৩:৪১-৪২(হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা)
৩৩:৪৩(ref-তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে)
৩৩:৪৪(Greeting approved by God)
৩৩:৪৫-৪৬(নবীক সকলো জাতিৰ ওপৰত সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছে)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
।।।
🔵৩৩:৩৮
مَا كَانَ عَلَى النَّبِيِّ مِنْ حَرَجٍ فِيمَا فَرَضَ اللَّهُ لَهُ ۖ سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۚ وَكَانَ أَمْرُ اللَّهِ قَدَرًا مَقْدُورًا
সেইটো কৰিলে নবীৰ কোনো দোষ নহয় যিটো তেওঁৰ বাবে আল্লাহে বিধিসন্মত* কৰিছে। পূৰ্বে যিসকল অতিবাহিত হৈছে তেওঁলোকৰ বাবেও এইটোৱেই আছিল আল্লাহৰ বিধান। আল্লাহৰ ফয়চালা সুনিৰ্ধাৰিত, অৱশ্যম্ভাৱী।
.
✍️BB-ref:(17:77)*
১৭:৭৭
سُنَّةَ مَنْ قَدْ أَرْسَلْنَا قَبْلَكَ مِنْ رُسُلِنَا ۖ وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِيلًا
আমাৰ ৰাছুলসকলৰ মাজত তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।
.
✍️ Sunnatullah: link:
.
✍️Note:
God's way: (Arabic: sunnatullah) God's system is consistent and does not change. Unchanging
principles in changing times: Permanent Values always remain the same. See verse 33:62.(sig).
(৩৩:৬২
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।)
.
🔵৩৩:৩৯
الَّذِينَ يُبَلِّغُونَ رِسَالَاتِ اللَّهِ وَيَخْشَوْنَهُ وَلَا يَخْشَوْنَ أَحَدًا إِلَّا اللَّهَ ۗ وَكَفَىٰ بِاللَّهِ حَسِيبًا
তেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকে ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। হিচাপ গ্ৰহণকাৰীৰূপে আল্লাহেই যথেষ্ট।
.
✍️BB-refs:(20:42-48):
তলৰ লিংকত চাওঁক: https://bit.ly/3eptWGb
.
✍️Ap-ref:
৭:১৫৮
قُلْ يَا أَيُّهَا النَّاسُ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ جَمِيعًا الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ لَا إِلَٰهَ إِلَّا هُوَ يُحْيِي وَيُمِيتُ ۖ فَآمِنُوا بِاللَّهِ وَرَسُولِهِ النَّبِيِّ الْأُمِّيِّ الَّذِي يُؤْمِنُ بِاللَّهِ وَكَلِمَاتِهِ وَاتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।
.
🔵৩৩:৪০(Muhammed the Final Prophet,but Not The Final Messenger).
مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَٰكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ ۗ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু নবীসকলৰ মোহৰ (Xসৰ্বশেষ নবী)। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
.
✍️Seal of the Prophets (خَاتَمَ النَّبِيِّينَ)
Meaning of خَاتَمَ=To seal/stamp
/imprint/impress etc
MS: https://youtu.be/w0d_YQSaFao
.
✍️✅Note:
Praiseworthy (Arabic: muhammadun). This verse states that it is no badge of honour to be the father of a son - especially in preference to a daughter, whose arrival still is in many cultures considered a bad omen. See verses and footnotes 17:31; 43:15-21; 47:2. Seal of revelation: final
communication (Arabic: Khataman-Nabiyyin). A nabi receives and delivers revelation and this Quran is the final culminating revelation delivered by His final nabi. See verse 7:157.sig.
Pl open the link for verse/note:
.
✍️BB-refs:(Mohammed 48:29 / 3:144 / 47:2)
৪৮:২৯
مُحَمَّدٌ رَسُولُ اللَّهِ ۚ وَالَّذِينَ مَعَهُ أَشِدَّاءُ عَلَى الْكُفَّارِ رُحَمَاءُ بَيْنَهُمْ ۖ تَرَاهُمْ رُكَّعًا سُجَّدًا يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا ۖ سِيمَاهُمْ فِي وُجُوهِهِمْ مِنْ أَثَرِ السُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِي التَّوْرَاةِ ۚ وَمَثَلُهُمْ فِي الْإِنْجِيلِ كَزَرْعٍ أَخْرَجَ شَطْأَهُ فَآزَرَهُ فَاسْتَغْلَظَ فَاسْتَوَىٰ عَلَىٰ سُوقِهِ يُعْجِبُ الزُّرَّاعَ لِيَغِيظَ بِهِمُ الْكُفَّارَ ۗ وَعَدَ اللَّهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ مِنْهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا
মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহত অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।
.
৩:১৪৪
وَمَا مُحَمَّدٌ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ۚ أَفَإِنْ مَاتَ أَوْ قُتِلَ انْقَلَبْتُمْ عَلَىٰ أَعْقَابِكُمْ ۚ وَمَنْ يَنْقَلِبْ عَلَىٰ عَقِبَيْهِ فَلَنْ يَضُرَّ اللَّهَ شَيْئًا ۗ وَسَيَجْزِي اللَّهُ الشَّاكِرِينَ
আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব।
.
৪৭:২
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَآمَنُوا بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٍ وَهُوَ الْحَقُّ مِنْ رَبِّهِمْ ۙ كَفَّرَ عَنْهُمْ سَيِّئَاتِهِمْ وَأَصْلَحَ بَالَهُمْ
আৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে আৰু সেয়া তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।
.
✍️✅
.
🔵৩৩:৪১
يَا أَيُّهَا الَّذِينَ آمَنُوا اذْكُرُوا اللَّهَ ذِكْرًا كَثِيرًا
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা,
.
✍️BB-refs:(48:9/40:55)
৪৮:৯
لِتُؤْمِنُوا بِاللَّهِ وَرَسُولِهِ وَتُعَزِّرُوهُ وَتُوَقِّرُوهُ وَتُسَبِّحُوهُ بُكْرَةً وَأَصِيلًا
যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যোগোৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ (আল্লাহৰ) পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
.
৪০:৫৫
فَاصْبِرْ إِنَّ وَعْدَ اللَّهِ حَقٌّ وَاسْتَغْفِرْ لِذَنْبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِالْعَشِيِّ وَالْإِبْكَارِ
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা-মহিমা ঘোষণা কৰা।
.
✍️Verse/note:
33:41. (The institution of Nubuwwah has come to an end, but as far as the obligations of
Rasool are concerned, that is to convey the Divine Laws to the people and establish the
Divine Order, these were entrusted to the Ummah ~ 3:109; 35:32 ~ of Muhammad.
Therefore) O Jamaat-ul-Momineen! It is obligatory on you to always keep in view the
Divine Laws and to extensively disseminate them further;pz.
.
🔵৩৩:৪২
وَسَبِّحُوهُ بُكْرَةً وَأَصِيلًا
আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
.
✍️Verse/note:
33:42. And to keep on working day and night to practically implement them (48:9).pz.
.
🔵৩৩:৪৩
هُوَ الَّذِي يُصَلِّي عَلَيْكُمْ وَمَلَائِكَتُهُ لِيُخْرِجَكُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۚ وَكَانَ بِالْمُؤْمِنِينَ رَحِيمًا
তেৱেঁই তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে তোমালোকৰ বাবে দুআ কৰে, যাতে তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ💡 উলিয়াই আনে। তেওঁ মুমিনসকলৰ প্ৰতি পৰম দয়ালু।
.
✍️BB-ref:(57:9)💡
৫৭:৯
هُوَ الَّذِي يُنَزِّلُ عَلَىٰ عَبْدِهِ آيَاتٍ بَيِّنَاتٍ لِيُخْرِجَكُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۚ وَإِنَّ اللَّهَ بِكُمْ لَرَءُوفٌ رَحِيمٌ
তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।
.
✍️Verse/note:
33:43. If you continue doing this then all the blessings of the Divine Laws, along with the
help and assistance of all the heavenly forces, will remain with you (33:56). You will
continue being showered by their blessings and greetings. The practical result of this will be that He will take you out of all kinds of darkness into the bright light (14:1; 14:5) and
continue developing your potentialities (2:155 –157; 9:103).pz.
.
✍️Note:
725 Commitments (Arabic: solaa. Derivative: yusolee) of God: see verse 2:157; 33:56.sig.
.
🔵৩৩:৪৪
تَحِيَّتُهُمْ يَوْمَ يَلْقَوْنَهُ سَلَامٌ ۚ وَأَعَدَّ لَهُمْ أَجْرًا كَرِيمًا
যিদিনা তেওঁলোকে আল্লাহৰ লগত সাক্ষাত কৰিব, সেইদিনা তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’। তেওঁলোকৰ বাবে তেওঁ প্ৰস্তুত কৰিছে সন্মানজনক প্ৰতিদান।
.
✍️Note:
Peace (Arabic: salamun). Greeting approved by God. See verse 6:54.sig.
.
✍️Verse:
33:44. (The present life of these Momineen will be glorious and dignified and thereafter) When they are rewarded for their deeds, they will be given salutations of 'peace' from all
around as well as a highly honoured and dignified status.pz.
.
🔵৩৩:৪৫
يَا أَيُّهَا النَّبِيُّ إِنَّا أَرْسَلْنَاكَ شَاهِدًا وَمُبَشِّرًا وَنَذِيرًا
হে নবী! অৱশ্যে আমি তোমাক সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছো;
.
✍️Verse/note:
33:45. O Nabi! (As far as you are concerned) We have sent you to establish a Divine
System which will also supervise the performance of all nations (2:43). You will be the
bearer of glad tidings to the people who follow this System; and warn them about the destructive results of disobeying it.pz.
(২:৪৩
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَارْكَعُوا مَعَ الرَّاكِعِينَ
আৰু তোমালোকে চালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা)
.
🔵৩৩:৪৬
وَدَاعِيًا إِلَى اللَّهِ بِإِذْنِهِ وَسِرَاجًا مُنِيرًا
আৰু আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ ফালে আহ্বানকাৰী আৰু উজ্জ্বল প্ৰদীপৰূপে।
।।।
WORD BY WORD MEANING:BB.
[33:38] There is (Kaana) no (Maa) guilt upon (Harajin Åla) the Prophet (En'Nabiyyi) concerning what (Fiimaa) GOD has ordained (Farado-llahu) for him (Lahu); such is the tradition of GOD (17:77)
(Sunnata-llahi)
among (Fii) those who (Ellaziina) passed (Khalaw') before (Min Qab'lu). And (Wa) the command of GOD
(Am'ru-llahi) is a decreed (Maq'duuraa) fate (Qadaran).
[33:39] Those who (Ellaziina) convey (Yuballiguuna) the messages of GOD (Risaalaati-llahi) and (Wa) fear
HIM (Yakh'shaw'nahu), such (Wa) will not (Laa) fear (Yakh'shaw'na) anyone (Ahadan) but (illa) GOD
(Ellaha). And (Wa) sufficient is GOD (Kafaa Bi-llahi) as a Reckoner (Hasiibaa). (20:42-48).
[33:40] Mohammed (Muhammadun) is (Kaana) not (Maa) the father (Abaa) of anyone (Ahadin) among
(Min) your men (Rijaali-kum), but (Walaakin) a messenger of GOD (Rasuula-llahi) and (Wa) the seal (stamp)
(Khaatama) of the prophets (En'Nabiyyiina). And (Wa) GOD (Ellahu) is (Kaana) aware of (Åliima Bi) all (Kulli)
things (Shai'in).
(Mohammed 48:29 / 3:144 / 47:2)
[33:41] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), remember GOD (Ez'kuru-llaha)
with much
(Kathiiraa) remembrance (Zik'ran)(48:9/40:55)
[33:42] and (Wa) glorify HIM (Sabbihuu-hu); early in the morning (Buk'ratan) and before sunset (Asiilaa).
[33:43] HE (Huwa) is the One who (Ellazii) reaches out to you (p)(Yusollii Ålai'kum’) together with (Wa) HIS
Angels (Malaaikatu-hu) in order to (Li) bring you (Yukh'rija-kum) out of (Mina) darknesses (Ez'Zulumaati) into (ilaa) the light (57:9) (En'Nuuri). And (Wa) HE is (Kaana) merciful to (Rahiima Bi) the believers(El'Mu'miniina).
[33:44] Their greeting (Tahiyyatu-hum') the day (Yaw'ma) they meet HIM (Yal'qaw'nahu)
will be, "Peace
(Salaamun)." And (Wa) HE has prepared (Aådda) an honourable (Kariimaa) reward (Aj'ran) for them (Lahum').
[33:45] O you (Yaa Ayyuha) Prophet (En'Nabiyyu), indeed (Innaa) We have sent you (Ar'sal'naa-ka) as a
witness 1
(Shaahidan), a missionary 2
(Mubasshiran) and (Wa) a warner 3
(Naziiraa)
[33:46] as well as (Wa) an inviter 4
(Daa'eyaan) to GOD (ilaallahi) by (Bi) HIS permission (Iz'ni-hi), and as
(Wa) an illuminating (Muniiraa) lamp 5
(Siraajan).
.
বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)
syedraf #muktabulhussain
Comments
Post a Comment