🌐PART-366(29:56-69)Al-'Ankaboot(The Spider)

🔴PART-366(29:56-69)Al-'Ankaboot(The Spider)
।।।
🔴বিঃটোকাঃPART-366(29:56-69)Al-'Ankaboot
💥২৯:৫৬(মুমিনে যিকোনো পৰিস্থিতিতে আল্লাহৰ ইবাদত কৰে, প্ৰয়োজনত হিজৰত কৰে- টোকা চাব)
(I have not created the jinn and the humans except to worship Me. 51:56, BUT WHAT IS IBADAH/WORSHIP -see v.sp.link)
💥২৯:৫৭(প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; -টোকা চাব)
💥২৯:৫৮-৫৯( যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে অৱশ্যে আল্লাহে তেওঁলোকৰ জান্নাতত ৰাখিব- টোকা চাব)
💥২৯:৬০(ref:পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই)
💥২৯:৬১(Most Believers Destined for Hell- ref:সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে)
💥২৯:৬৪(এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন)
💥২৯:৬৭(The Blessing of the Sanctuary Mecca- see notes)
💥২৯:৬৮("সত্য" অৰ্থাৎ কোৰআন আহি যোৱাৰ পাছত তাক অস্বীকাৰ কৰি মিছা ৰচনাৰ কিতাপেৰে আমল কৰা সকল যালিম। জাহান্নামেই তেওঁলোকৰ আবাসস্থল। মহম্মদ (আ:ছা:) কাৰো কাৰ্যনিৰ্বাহক নহয়- টোকা চাব)
💥২৯:৬৯(যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা(Jihad)* চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম-টোকা চাওঁক)
।।ছুৰা অন্ত।।
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
।।।
🟨২৯:৫৬
يَا عِبَادِيَ الَّذِينَ آمَنُوا إِنَّ أَرْضِي وَاسِعَةٌ فَإِيَّايَ فَاعْبُدُونِ
হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱী প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত* কৰা।
.
✍️Note:
মানুহ আৰু জিন অৰ্থাৎ আদম আৰু ইবলীছৰ পৰাই কোৰআন লিপিবদ্ধ হৈ মহম্মদৰ(আ:ছা:) সময়ত সম্পূৰ্ণ হৈছে। গুৰুত্বপূৰ্ণ কথাটো হলঃ পৃথিৱীত মানুহ আৰু জিনৰ আবিৰ্ভাৱৰ মূল কাৰণটোৱেই হৈছে আল্লাহৰ ইবাদত* কৰা।
(*Qur’an consistently promotes action over ritual,Ibadah means obeying God by serving His creation)
(*What is Ebadat: https://bit.ly/3R5moWb)
.
✍️AS-verse/note: Link:
.
🟨২৯:৫৭
كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ ۖ ثُمَّ إِلَيْنَا تُرْجَعُونَ
প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ* গ্ৰহণ কৰিব, তাৰ পিছত তোমালোক আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’বা।
.
✍️BB-ref:(21:35)
২১:৩৫
كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ ۗ وَنَبْلُوكُمْ بِالشَّرِّ وَالْخَيْرِ فِتْنَةً ۖ وَإِلَيْنَا تُرْجَعُونَ
প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকো, আৰু আমাৰ ওচৰতেই তোমালোকে উভতি আহিব লাগিব।
(তলৰ লিংকত এই আয়াতটো বিচাৰি তাৰ টোকা চাওঁক: https://bit.ly/3xIM6t0 )
.
🟨২৯:৫৮
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَنُبَوِّئَنَّهُمْ مِنَ الْجَنَّةِ غُرَفًا تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ نِعْمَ أَجْرُ الْعَامِلِينَ
আৰু যিসকলে ঈমান🌀 আনিছে আৰু সৎকৰ্ম🌀 কৰিছে অৱশ্যে আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰাসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰীসকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান!
.
✍️Verse/note:
29:58. It is Our promise that We will get the group of Momeneen who will work according 
to our constructive suggested programme, out of a life of poverty and misery and bestow on 
them a life of comfort, dignity, grace and aplenty. This life will never wane in its grandeur 
or freshness. They will stay evergreen (25:75). See what an excellent reward We give to those who work for it.pz.
(২৫:৭৫
أُولَٰئِكَ يُجْزَوْنَ الْغُرْفَةَ بِمَا صَبَرُوا وَيُلَقَّوْنَ فِيهَا تَحِيَّةً وَسَلَامًا
তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা কৰা হ’ব।)
.
🟨২৯:৫৯
الَّذِينَ صَبَرُوا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে।
.
✍️Verse/note:
29:59. This refers to those who remain steadfast in the enforcement of the Divine 
Programme and have full trust in the firmness of the Laws of their Rabb. (They have no doubt in their minds about what they would live on if they leave their homes in the cause of 
the Divine System, or if they keep their hard earned income open for the nourishment of 
mankind.)pz 
.
🟨২৯:৬০
وَكَأَيِّنْ مِنْ دَابَّةٍ لَا تَحْمِلُ رِزْقَهَا اللَّهُ يَرْزُقُهَا وَإِيَّاكُمْ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
এনেকুৱা বহুতো জীৱ-জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় নকৰে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
✍️Verse/ref:
29:60. (Tell those who have any such uncertainty to just look at the universe.) How many living beings are there (on the earth), which store their food or carry it on their backs? 
Every one of them gets its sustenance as per the universal Divine Law of nourishment 
(11:6). Accordingly, if you also establish such a system in your society (and stop 
individual plunder or hoarding), you will also get nourishment like this (6:152). This is 
because He hears all and is aware of everyone's needs. No one is outside His view. (It is 
your own unjust system which has created such economic imbalances and disorders.)pz 
.
✍️Verse/refs:
Establishment of the Divine System ensures honorable provision for everyone. 6:152, 11:6
(১১:৬
 وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ إِلَّا عَلَى اللَّهِ رِزْقُهَا وَيَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ۚ كُلٌّ فِي كِتَابٍ مُبِينٍ
আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।)
.
🟨২৯:৬১(ACTIONS BELIE WHAT MANY PEOPLE PROFESS)(Most Believers Destined for Hell)
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ لَيَقُولُنَّ اللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভোতাই নিয়া হৈছে!
.
✍️Verse/note/refs:
29:61. (But such is their state of mind that they accept the supremacy of Divine Laws in 
the outer universe, but want to keep human affairs outside its ambit. For instance) If you 
ask them about the creator of the heavens and the earth and about the maker of laws to 
which the sun and the moon have been made subservient, they will agree that Allah is 
responsible for all this. 
However ask them why they do not establish human society according to the Divine Laws? Why do 
they start vacillating on reaching this point? (21:20-22; 23:84-88; 31:25; 43:9)pz.
.
✍️Note:
Those who profess to believe in the One God can actually be mushrik. See verse: 12:106.(sig).
(১২:১০৬
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।)
.
✍️Verse/refs:
The Supreme Creator must be the law-giving Authority to mankind as He is in the entire Universe. 21:20, 23:84, 31:25, 39:38, 43:9(sa
.
🟨২৯:৬২
اللَّهُ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ مِنْ عِبَادِهِ وَيَقْدِرُ لَهُ ۚ إِنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
.
✍️Verse/note:
29:62 God widens His provision to His servants (and societies) according to His laws, and He restricts it accordingly. God is Knower of all things (including the best socio-economic Order for mankind)(sa).
.
🟨২৯:৬৩
وَلَئِنْ سَأَلْتَهُمْ مَنْ نَزَّلَ مِنَ السَّمَاءِ مَاءً فَأَحْيَا بِهِ الْأَرْضَ مِنْ بَعْدِ مَوْتِهَا لَيَقُولُنَّ اللَّهُ ۚ قُلِ الْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْقِلُونَ
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।
.
🟨২৯:৬৪(THE REAL LIFE YET TO COME)
وَمَا هَٰذِهِ الْحَيَاةُ الدُّنْيَا إِلَّا لَهْوٌ وَلَعِبٌ ۚ وَإِنَّ الدَّارَ الْآخِرَةَ لَهِيَ الْحَيَوَانُ ۚ لَوْ كَانُوا يَعْلَمُونَ
এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!
.
🟨২৯:৬৫
فَإِذَا رَكِبُوا فِي الْفُلْكِ دَعَوُا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ فَلَمَّا نَجَّاهُمْ إِلَى الْبَرِّ إِذَا هُمْ يُشْرِكُونَ
কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে আনুগত্যত বিশুদ্ধ হৈ একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক স্থলত আনি উদ্ধাৰ কৰে, তেতিয়া সিহঁতে শ্বিৰ্কত লিপ্ত হয়;
.
✍️Ap-ref:
১৭:৬৭
وَإِذَا مَسَّكُمُ الضُّرُّ فِي الْبَحْرِ ضَلَّ مَنْ تَدْعُونَ إِلَّا إِيَّاهُ ۖ فَلَمَّا نَجَّاكُمْ إِلَى الْبَرِّ أَعْرَضْتُمْ ۚ وَكَانَ الْإِنْسَانُ كَفُورًا
আৰু যেতিয়া তোমালোকক সাগৰত বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ (তোমালোকৰ মনৰ পৰা) হেৰাই যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।
.
✍️Note:
They implore God in times of need. See verse 10:12.(sig).
.
🟨২৯:৬৬
لِيَكْفُرُوا بِمَا آتَيْنَاهُمْ وَلِيَتَمَتَّعُوا ۖ فَسَوْفَ يَعْلَمُونَ
এইকাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছো, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে অতিশীঘ্ৰে সিহঁতে জানিবলৈ পাব।
.
🟨২৯:৬৭(The Blessing of the Sanctuary Here )
أَوَلَمْ يَرَوْا أَنَّا جَعَلْنَا حَرَمًا آمِنًا وَيُتَخَطَّفُ النَّاسُ مِنْ حَوْلِهِمْ ۚ أَفَبِالْبَاطِلِ يُؤْمِنُونَ وَبِنِعْمَةِ اللَّهِ يَكْفُرُونَ
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি হাৰামক* নিৰাপদ কৰিছো, অথচ ইয়াৰ চাৰিওফালে যিবোৰ মানুহ আছে সিহঁতৰ ওপৰত আক্ৰমণ কৰা হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে?
.
✍️BB-ref:(28:57)*
২৮:৫৭
وَقَالُوا إِنْ نَتَّبِعِ الْهُدَىٰ مَعَكَ نُتَخَطَّفْ مِنْ أَرْضِنَا ۚ أَوَلَمْ نُمَكِّنْ لَهُمْ حَرَمًا آمِنًا يُجْبَىٰ إِلَيْهِ ثَمَرَاتُ كُلِّ شَيْءٍ رِزْقًا مِنْ لَدُنَّا وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
আৰু সিহঁতে ক’লে, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰো তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফলমূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এইটো নাজানে*।

(*. এইটো মক্কা নগৰীৰ এনেকুৱা এটা বৈশিষ্ট্য, যিটো লাখ লাখ হাজী আৰু ওমৰাহ পালনকাৰীসকলে প্ৰত্যেক বছৰেই দেখিবলৈ পায়। মক্কা নগৰীত যদিও খেতি বাতি নহয় তথাপিও তাত সকলো ধৰণৰ ফলমূল বৰং সকলো প্ৰকাৰৰ লাগতিয়াল বস্তু তাত উপলব্ধ আছে। সবিশেষ চাওঁক ছুৰা নামলৰ ৯১ নং আয়াতৰ আৰু ছুৰা বাক্বাৰাৰ ১৯১ নং আয়াতত।
(২৭:৯১
إِنَّمَا أُمِرْتُ أَنْ أَعْبُدَ رَبَّ هَٰذِهِ الْبَلْدَةِ الَّذِي حَرَّمَهَا وَلَهُ كُلُّ شَيْءٍ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُسْلِمِينَ
মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰীসকলৰ অন্তৰ্ভুক্ত হওঁ।
.
২:১৯১
وَاقْتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ وَأَخْرِجُوهُمْ مِنْ حَيْثُ أَخْرَجُوكُمْ ۚ وَالْفِتْنَةُ أَشَدُّ مِنَ الْقَتْلِ ۚ وَلَا تُقَاتِلُوهُمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ حَتَّىٰ يُقَاتِلُوكُمْ فِيهِ ۖ فَإِنْ قَاتَلُوكُمْ فَاقْتُلُوهُمْ ۗ كَذَٰلِكَ جَزَاءُ الْكَافِرِينَ
আৰু সিহঁতক য’তেই পাবা হত্যা কৰিবা, আৰু যি স্থানৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছে তোমালোকেও সেই স্থানৰ পৰা সিহঁতক বহিষ্কাৰ কৰিবা। (জানি থোৱা) ফিতনা হত্যা কৰাতকৈও সাংঘাতিক; আৰু মছজিদুল হাৰামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে তোমালোকেও সিহঁতক হত্যা কৰিবা, এইটোৱেই কাফিৰসকলৰ পৰিণাম।)(Ap-Mong)
.
✍️Note:Asad:Link:
.
✍️Ap-refs:১০৬:১-৪, ১৪:২৪
১০৬:১-৪
 لِإِيلَافِ قُرَيْشٍ
যিহেতু ক্বুৰাইছসকল অভ্যস্ত,
১০৬:২
إِيلَافِهِمْ رِحْلَةَ الشِّتَاءِ وَالصَّيْفِ
শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।
১০৬:৩
فَلْيَعْبُدُوا رَبَّ هَٰذَا الْبَيْتِ
এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।
১০৬:৪
الَّذِي أَطْعَمَهُمْ مِنْ جُوعٍ وَآمَنَهُمْ مِنْ خَوْفٍ
যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।
.
১৪:২৪
أَلَمْ تَرَ كَيْفَ ضَرَبَ اللَّهُ مَثَلًا كَلِمَةً طَيِّبَةً كَشَجَرَةٍ طَيِّبَةٍ أَصْلُهَا ثَابِتٌ وَفَرْعُهَا فِي السَّمَاءِ
তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰে? কলিমা তায়্যেবাৰ তুলনা উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা ওপৰত 
.
✍️Note:
The sanctions refer to the restrictions and measures imposed by God and His decrees as part of His system. It is the permanent laws that give freedom and as a consequence create perfect harmony for those in the System: Deen-Islam.(sig).
.
🟨২৯:৬৮
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِالْحَقِّ لَمَّا جَاءَهُ ۚ أَلَيْسَ فِي جَهَنَّمَ مَثْوًى لِلْكَافِرِينَ
আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?*
.
✍️BB-ref:(6:66)*
৬:৬৬
وَكَذَّبَ بِهِ قَوْمُكَ وَهُوَ الْحَقُّ ۚ قُلْ لَسْتُ عَلَيْكُمْ بِوَكِيلٍ
আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।
.
🟨২৯:৬৯
وَالَّذِينَ جَاهَدُوا* فِينَا لَنَهْدِيَنَّهُمْ سُبُلَنَا ۚ وَإِنَّ اللَّهَ لَمَعَ الْمُحْسِنِينَ
আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা(Jihad)* চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম**। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।
.
✍️BB-fers:(22:78)*, (33:35)**
২২:৭৮*
وَجَاهِدُوا فِي اللَّهِ حَقَّ جِهَادِهِ ۚ هُوَ اجْتَبَاكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِي الدِّينِ مِنْ حَرَجٍ ۚ مِلَّةَ أَبِيكُمْ إِبْرَاهِيمَ ۚ هُوَ سَمَّاكُمُ الْمُسْلِمِينَ مِنْ قَبْلُ وَفِي هَٰذَا لِيَكُونَ الرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ ۚ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَاعْتَصِمُوا بِاللَّهِ هُوَ مَوْلَاكُمْ ۖ فَنِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ
আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে চালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!
.
৩৩:৩৫**
إِنَّ الْمُسْلِمِينَ وَالْمُسْلِمَاتِ وَالْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ وَالْقَانِتِينَ وَالْقَانِتَاتِ وَالصَّادِقِينَ وَالصَّادِقَاتِ وَالصَّابِرِينَ وَالصَّابِرَاتِ وَالْخَاشِعِينَ وَالْخَاشِعَاتِ وَالْمُتَصَدِّقِينَ وَالْمُتَصَدِّقَاتِ وَالصَّائِمِينَ وَالصَّائِمَاتِ وَالْحَافِظِينَ فُرُوجَهُمْ وَالْحَافِظَاتِ وَالذَّاكِرِينَ اللَّهَ كَثِيرًا وَالذَّاكِرَاتِ أَعَدَّ اللَّهُ لَهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا
নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিম নাৰী, মুমিন পুৰুষ আৰু মুমিন নাৰী, অনুগত পুৰুষ আৰু অনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীলা নাৰী, বিনীত পুৰুষ আৰু বিনীতা নাৰী, দানশীল পুৰুষ আৰু দানশীলা নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰিণী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰিণী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰিণী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।
।।।
ছুৰা অন্ত- ৰফিক
।।।
🔴WORD BY WORD MEANING:BB
[29:56] “O (Yaa) MY servants (Ebaadiya) who (Ellaziina) have believed (Aamanuu'), indeed (Inna) MY earth 
(Ar'dii) is spacious (Waasiåtun), for (Fa) it belongs to ME (Iyyaaya), so (Fa) worship ME (E'buduuni).”
[29:57] Every (Kullu) soul (Nad'sin) will taste (Zaaiqatu) death (21:35) (El'Maw'ti), then (Thumma) to Us 
(ilai'naa) you will be returned (Tur'jauun). 
[29:58] As for (Wa) those who (Ellaziina) have believed (Aamanu') and (Wa) done (Åmilu') good deeds 
(Es'Soalihaati); We will (La) accommodate them with (Nubawwianna-hum) chambers (Gurafan) of (Mina)
Paradise (El'Jannati) beneath which (Tah'tihaa) rivers (El'An'haaru) flow (Taj'rii), eternally (Khaalidiina)
therein (Fiihaa);
such a wonderful (Ni'ma) reward (Aj'ru) for the workers (El'Ååmiliin),
[29:59] who (Ellaziina) were patient (Sobaru') and (Wa) relied on (Yatawakkaluun Ålaa) their LORD (Rabbi-him'). 
[29:60] And (Wa) how many (Ka'ayyun) a (Min) creature (Daabbatin) does not (Laa) carry (Tah'milu) its 
sustenance (Riz'qa-haa); GOD (Ellahu) provides for it (Yar'zuqu-haa) and for you (Iyyaakum'). And (Wa) HE 
(Huwa) is the HEARER (Es' Samiiu), the OMNISCIENT (El' Åliim).
[29:61] And (Wa) if (Lain) you (s) should ask them (Sa'al'ta-hum), "Who (Man') created (Khalaqa) the 
heavens (Es'Samaawaati) and the earth (Wal' Ar'do) and subjugated (Sakkhara) the sun (Es'Sham'sa) and the 
moon (Wal' Qamara)?" They would (La) say (Yaquulunna), "GOD (Ellahu)." Then (Fa) how (Annaa) are they 
lying (Yu'fakuun)?
[29:62] GOD (Ellahu) extends (Yab'sutu) sustenance (Er'Riz'qa) for whomever (Liman) HE wills (Yashaau)
among (Min') HIS servants (Ebaadi-hi) and (Wa) limits (Yaq'diru) for him (Lahu). Indeed, GOD (Innallaha) is 
aware of (Åliim Bi) all (Kulli) things (Shai'in). 
[29:63] And (Wa) if (Lain) you (s) should ask them (Sa'al'ta-hum), "Who (Man) sends down (Nazzala) water 
(Maa'an) from (Mina) the sky (Es'Samaai) and (Fa) revives (Ah'yaa) the earth (El'Ar'do) with it (Bihi) after 
(Min Ba'di) its lifelessness (Maw'ti-haa)?" They would (La) say (Yaquulunna), "GOD (Ellahu)." Say (Quli): 
"Praise (El'Ham'du) be to GOD (Lillahi)." In fact (Bal'), most of them (Ak'tharu-hum') do not (Laa) reason 
(Ya'qiluun). 
[29:64] This (Haazihi) worldly (Ed'Dun'yaa) life (El'Hayaatu) is only (Maa illa) amusement (Lah'wun) and 
(Wa) play (Laebun), but (Wa) indeed (Inna), the Home (Ed'Daara) of the hereafter (El'Aakhirata) is (Lahiya)
the liveliness (El'Hayawaanu), if (Law') they should (Kaanu') know (Ya'lamuun).
[29:65] And (Fa) whenever (Izaa) they ride on (Rakibu' Fii) a ship (El'Ful'ki), they invoke GOD (Daåwu'llaha)
being sincere (Mukh'lisiina) to HIM (Lahu) in religion (Ed'Diina); but (Fa) when (Lammaa) HE rescues them 
(Najjaahum') to (ilaa) the land (El'Barri), then (Izaa) they (Hum') associate others (idolize) (Yush'rikuun)
[29:66] in order to (Li) disbelieve (Yak'furu') in what (Bimaa) We have given them (Aatai'naa-hum') and to 
(Wali) enjoy themselves (Yatamattau'). Therefore (Fa) they will (Saw'fa) find out (Ya'lamuun). 
[29:67] Do they not (Awalam') see (Yaraw') that (Annaa) We have made (Jaål'naa) a safe (Aaminan)
sanctuary (28:57) (Haraman), while (Wa) people (En'Naasu) are being snatched (Yutakhattafu) around them 
(Min' Haw'li-him)? Would they then (Afa) believe (Yu'minuuna) in falsehood (Bil' Baatili) and (Wa)
disbelieve (Yak'furuun) in (Bi) the blessing of GOD (Ni'mati-llahi)?
[29:68] And (Wa) who (Man') is more unjust (Az'lamu) than one who (Mimmani) fabricates (Ef'taraa)
falsehood (Kaziban) about GOD (Ålaallahi) or (Aw') denies (Kazaba Bi) the truth (El'Haqqi) when (Lammaa) it 
has come to him (Jaa'a-hu)? Is there no (A’lai'sa) abode (Math'wan) in (Fii) Hell (Jahannama) for the 
disbelievers (Lil' Kaafiriin)? 
(6:66)
[29:69] As for (Wa) those who (Ellaziina) strive for Us (22:78) (Jaahadu Fiinaa); We will (La) guide them 
(Nah'diyannahum') to Our ways (33:35) (Subula-naa). Indeed, GOD (Innallaha) is (La) with (Maå) the
benevolent (El'Muh'siniin). 
.
🔵Analytical Quran Studies -syedraf
🟢Analytical Video - Muktabul Hussain 

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)