🌐PART-365(29:45-55)Al-'Ankaboot(The Spider)

🟩PART-365(29:45-55)Al-'Ankaboot(The Spider)
.
🟩বিঃটোকাঃPART-365(29:45-55)Al-'Ankaboot
২৯:৪৫(প্ৰচলিত হাদিস/ফিকাহআদিৰে মানুহে বনোৱা "নামাজ"ৰ(A-Z) লগত কোৰআনৰ ছালাতৰ কোনো সন্মন্ধ নাই। যিকিৰ কি?- see Note Pl)
২৯:৪৮(এই আয়াতত মহম্মদেযে পূৰ্বে নাযিল হোৱা কোনো কিতাব পঢ়া বা লিখা নাছিল সেই কথা কৈছে। বৰ্তমান গোটেই পৃথিৱীৰ আলিম ওলামা জাতীয় মজহাবিসকলে মহম্মদেযে অশিক্ষিত নাছিল(উম্মি) তাক মানিব নোখোজে-টোকা চাওঁক)
২৯:৫৫(দোযখৰ বৰ্ননা- টোকা চাওঁক)
.
🔵২৯:৪৫
اتْلُ مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ وَلَذِكْرُ ⬅️اللَّهِ أَكْبَرُ➡️ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত💥 কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু ➡️আল্লাহৰ স্মৰণেই* হৈছে সৰ্বশ্ৰেষ্ঠ⬅️। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
.
➡️ALLAHU AKBAR - BB
https://youtu.be/nlKxvi7ranY
.
✍️BB-ref:(13:28)*
১৩:২৮
الَّذِينَ آمَنُوا وَتَطْمَئِنُّ قُلُوبُهُمْ *بِذِكْرِ اللَّهِ ۗ أَلَا بِذِكْرِ اللَّهِ تَطْمَئِنُّ الْقُلُوبُ
‘যিসকলে ঈমান আনিছে আল্লাহৰ স্মৰণত* তেওঁলোকৰ মন প্ৰশান্ত হয়; জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি লাভ হয়’; কৰা হৈছে 
(* যিকিৰ কি?-https://bit.ly/3dztu7J )
.
✍️Note💥 প্ৰচলিত হাদিস/ফিকাহআদিৰে মানুহে বনোৱা "নামাজ"ৰ(A-Z) লগত কোৰআনৰ ছালাতৰ কোনো সন্মন্ধ নাই। সাধাৰণ ভাৱে বুজিবলৈ"ৰুকু"ৰ কথাকেই ধৰিব পাৰি, লিংক: https://bit.ly/3qSqJBA

ৰাকাতৰ বিষয়েও চাব পাৰে, লিংক:
.
✍️Note:
 Remembering God's greatness: (Arabic: zikrullahi-akbar). See verse and footnote 6:19; 50:45(sig).
(৬:১৯
قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
(find the verse/notes 6:19:link:
.
✍️Verse/note:
29:45 (O Prophet) convey to people all that is revealed to you of the Book, and establish the Divine System. Establishment of the Divine System will shut off lewdness, stinginess, and bad conduct. This is so, because God’s law is the Greatest law that can give you eminence. And God knows whatever you people contrive on your own.

Note.
21:10, 21:24, 23:70, 43:43, 70:21. Fahasha includes miserliness, and Munkar is all behavior that goes against Permanent Values given in the Qur’an(sa).
.
🔵২৯:৪৬
۞ وَلَا تُجَادِلُوا أَهْلَ الْكِتَابِ إِلَّا بِالَّتِي هِيَ أَحْسَنُ إِلَّا الَّذِينَ ظَلَمُوا مِنْهُمْ ۖ وَقُولُوا آمَنَّا بِالَّذِي أُنْزِلَ إِلَيْنَا وَأُنْزِلَ إِلَيْكُمْ وَإِلَٰهُنَا وَإِلَٰهُكُمْ وَاحِدٌ وَنَحْنُ لَهُ مُسْلِمُونَ
আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজত যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছো। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’*।
.
✍️BB-ref:(3:64)
৩:৬৪
قُلْ يَا أَهْلَ الْكِتَابِ تَعَالَوْا إِلَىٰ كَلِمَةٍ سَوَاءٍ بَيْنَنَا وَبَيْنَكُمْ أَلَّا نَعْبُدَ إِلَّا اللَّهَ وَلَا نُشْرِكَ بِهِ شَيْئًا وَلَا يَتَّخِذَ بَعْضُنَا بَعْضًا أَرْبَابًا مِنْ دُونِ اللَّهِ ۚ فَإِنْ تَوَلَّوْا فَقُولُوا اشْهَدُوا بِأَنَّا مُسْلِمُونَ
কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।
.
✍️Note:
Note 19
2:79, 2:101, 3:78, 5:48. Zulm = To relegate the truth = Displace something from its rightful place = Oppression = Violation of human rights = Wrongdoing(sa).
(২:৭৯
فَوَيْلٌ لِلَّذِينَ يَكْتُبُونَ الْكِتَابَ بِأَيْدِيهِمْ ثُمَّ يَقُولُونَ هَٰذَا مِنْ عِنْدِ اللَّهِ لِيَشْتَرُوا بِهِ ثَمَنًا قَلِيلًا ۖ فَوَيْلٌ لَهُمْ مِمَّا كَتَبَتْ أَيْدِيهِمْ وَوَيْلٌ لَهُمْ مِمَّا يَكْسِبُونَ
এতেকে দুৰ্ভোগ  সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাব ৰচনা কৰে, তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস)
.
As-ref:
১৬:১২৫
ادْعُ إِلَىٰ سَبِيلِ رَبِّكَ بِالْحِكْمَةِ وَالْمَوْعِظَةِ الْحَسَنَةِ ۖ وَجَادِلْهُمْ بِالَّتِي هِيَ أَحْسَنُ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِيلِهِ ۖ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ
তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ ৰব, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেইটোও তেওঁ ভালকৈ জানে।
.
🔵২৯:৪৭
وَكَذَٰلِكَ أَنْزَلْنَا إِلَيْكَ الْكِتَابَ ۚ فَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يُؤْمِنُونَ بِهِ ۖ وَمِنْ هَٰؤُلَاءِ مَنْ يُؤْمِنُ بِهِ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا الْكَافِرُونَ
এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলো* তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।
.
✍️Sa-ref:5:48
৫:৪৮
وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَاحْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ عَمَّا جَاءَكَ مِنَ الْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ إِلَى اللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।
(see the notes/refs. of 5:48 : link:
.
🔵২৯:৪৮
وَمَا كُنْتَ تَتْلُو مِنْ قَبْلِهِ مِنْ كِتَابٍ وَلَا تَخُطُّهُ بِيَمِينِكَ ۖ إِذًا لَارْتَابَ الْمُبْطِلُونَ
আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া🔺 নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা🔺 নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।
.
✍️🔺এই আয়াতত মহম্মদেযে পূৰ্বে নাযিল হোৱা কোনো কিতাব পঢ়া বা লিখা নাছিল সেই কথা কৈছে। বৰ্তমান গোটেই পৃথিৱীৰ আলিম ওলামা জাতীয় মজহাবিসকলে মহম্মদেযে অশিক্ষিত নাছিল(উম্মি) তাক মানিব নোখোজে। 
এই বিষয়ে আমি পাৰহৈ অহা খণ্ডবোৰত বহলাই বিশ্লেষণ কৰিছো। ৭:১৫৭নং আয়াতৰ টোকাৰ বাবে তলৰ লিংকত চাওঁক:✔️ https://ahsana3923.blogspot.com/2022/09/ummi-means-not-illiterate7157.html

✔️লগতে তলৰ সৰু ভিডিঅ'টো চাওঁক:
Debate✅ 6:30 min...
MS debate with Alim: https://bit.ly/3Sl1qnk
.
✍️Verse/note:
29:48 (O Prophet) you were never able to read a book before this (Revelation), nor could you write anything with your own hand. Or else, those who try to disprove the truth might have some reason to doubt it.

Note.
2:23. Biyameenik = With your right hand = With your own hand(sa).
.
🔵২৯:৪৯
بَلْ هُوَ آيَاتٌ بَيِّنَاتٌ فِي صُدُورِ الَّذِينَ أُوتُوا الْعِلْمَ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا الظَّالِمُونَ
বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইটো স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই* আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰে।
.
✍️Note:
Zaalim= Unjust = Oppressor = Violator of human rights = One who relegates the truth = Displaces something from its rightful place(sa).
.
🔵২৯:৫০
وَقَالُوا لَوْلَا أُنْزِلَ عَلَيْهِ آيَاتٌ مِنْ رَبِّهِ ۖ قُلْ إِنَّمَا الْآيَاتُ عِنْدَ اللَّهِ وَإِنَّمَا أَنَا نَذِيرٌ مُبِينٌ
সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ* ওচৰত। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।
.
✍️As-ref:on 6:109
৬:১০৯
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ جَاءَتْهُمْ آيَةٌ لَيُؤْمِنُنَّ بِهَا ۚ قُلْ إِنَّمَا الْآيَاتُ عِنْدَ اللَّهِ ۖ وَمَا يُشْعِرُكُمْ أَنَّهَا إِذَا جَاءَتْ لَا يُؤْمِنُونَ
আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিদৰ্শন কেৱল আল্লাহৰ ওচৰত’। (হে ঈমান্দাৰসকল!) কিদৰে তোমালোকৰ উপলব্ধিত আহিব যে, যেতিয়া সেই (নিদৰ্শন) আহি যাব, তেতিয়াও সিহঁতে ঈমান নানিব?
(Pl see the note of 6:109: link:
.
🔵২৯:৫১
أَوَلَمْ يَكْفِهِمْ أَنَّا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ يُتْلَىٰ عَلَيْهِمْ ۚ إِنَّ فِي ذَٰلِكَ لَرَحْمَةً وَذِكْرَىٰ لِقَوْمٍ يُؤْمِنُونَ
এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
.
✍️Verse/note:
29:51 Why - is it not enough for them that We have bestowed this divine writ on thee from on high, to be conveyed [by thee] to them *For, verily, in it is [manifested Our] grace, and a reminder to people who will believe.

Note*
I.e., "are the contents of this revelation not enough for them to make them grasp its intrinsic truth without the help of 'miraculous proofs' of its divine origin?" ( 7:75).
(Google translate no guarantee:
"এই প্ৰকাশৰ বিষয়বস্তুৱে ইয়াৰ ঐশ্বৰিক উৎপত্তিৰ 'অলৌকিক প্ৰমাণ'ৰ সহায় অবিহনে তেওঁলোকে ইয়াৰ অন্তৰ্নিহিত সত্যক ধৰি ৰাখিবলৈ যথেষ্ট নহয়নে?"  (৭:৭৫).
(৭:৭৫
قَالَ الْمَلَأُ الَّذِينَ اسْتَكْبَرُوا مِنْ قَوْمِهِ لِلَّذِينَ اسْتُضْعِفُوا لِمَنْ آمَنَ مِنْهُمْ أَتَعْلَمُونَ أَنَّ صَالِحًا مُرْسَلٌ مِنْ رَبِّهِ ۚ قَالُوا إِنَّا بِمَا أُرْسِلَ بِهِ مُؤْمِنُونَ
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।)
.
🔵২৯:৫২
قُلْ كَفَىٰ بِاللَّهِ بَيْنِي وَبَيْنَكُمْ شَهِيدًا ۖ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۗ وَالَّذِينَ آمَنُوا بِالْبَاطِلِ وَكَفَرُوا بِاللَّهِ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত’।
.
✍️SA-ref:6:136
৬:১৩৬
وَجَعَلُوا لِلَّهِ مِمَّا ذَرَأَ مِنَ الْحَرْثِ وَالْأَنْعَامِ نَصِيبًا فَقَالُوا هَٰذَا لِلَّهِ بِزَعْمِهِمْ وَهَٰذَا لِشُرَكَائِنَا ۖ فَمَا كَانَ لِشُرَكَائِهِمْ فَلَا يَصِلُ إِلَى اللَّهِ ۖ وَمَا كَانَ لِلَّهِ فَهُوَ يَصِلُ إِلَىٰ شُرَكَائِهِمْ ۗ سَاءَ مَا يَحْكُمُونَ
আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!
.
🔵২৯:৫৩
وَيَسْتَعْجِلُونَكَ بِالْعَذَابِ ۚ وَلَوْلَا أَجَلٌ مُسَمًّى لَجَاءَهُمُ الْعَذَابُ وَلَيَأْتِيَنَّهُمْ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ
আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত* কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে অৱশ্যে শাস্তি সিহঁতৰ ওপৰত আহি পৰিলহেঁতেন। আৰু নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, অথচ সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব।
.
✍️ref:
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
(see references link:
.
🔵২৯:৫৪
يَسْتَعْجِلُونَكَ بِالْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌ بِالْكَافِرِينَ
সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। নিশ্চয় জাহান্নামে কাফিৰসকলক পৰিবেষ্টন কৰিব।
.
✍️Verse/note:
29:54 They keep asking you to hasten the doom, but certainly the blazing fire is surrounding the rejecters. [79:36, 82:16](sa).
(৭৯:৩৬
وَبُرِّزَتِ الْجَحِيمُ لِمَنْ يَرَىٰ
আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।
.
৮২:১৬
وَمَا هُمْ عَنْهَا بِغَائِبِينَ
আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।)
.
🔵২৯:৫৫
يَوْمَ يَغْشَاهُمُ الْعَذَابُ مِنْ فَوْقِهِمْ وَمِنْ تَحْتِ أَرْجُلِهِمْ وَيَقُولُ ذُوقُوا مَا كُنْتُمْ تَعْمَلُونَ
সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ ফলত তোমালোকে স্বাদ লোৱা’।
.
✍️Ap-refs(Hell description):link:
.
🟩WORD BY WORD MEANING:
[29:45] Recite (Et'lu) what (Maa) has been inspired (Uuhiya) to you (s) (ilai'ka) of (Mina) the Book (El'Kitaabi)
and (Wa) establish (Aqimi) the Prayer (Es'Solaata). Indeed (Inna), the Prayer (Es'Solaata) restrains (Tan'haa
Åni) obscenity (El'Fah'shaai) and abomination (Wal' Mun'kar), but (Wa) the (La) remembrance of GOD (13:28)
(Zik'ru-llahi) is greater (Ak'baru). And (Wa) GOD (Ellahu) knows (Ya'lamu) whatever (Maa) you do (Tas'nauun). 
[29:46] And (Wa) do not (Laa) argue with (Tujaadiluu') the People of the Book (Ah'lal' Kitaabi) except (illa)
by that which (Billatii) is (Hiya) best (Ah'sanu), except (illa) those who (Ellaziina) transgress (Zolamu')
among them (Min'hum'), and (Wa) say (Quuluu'), "We believe (Aamannaa) in what (Billazii) has been 
revealed (Unzila) to us (ilai'naa) and revealed (Unzila) to you (ilai'kum'), our god (ilaahu-naa) and your god
(ilaahu-kum') is One (Waahidun); and we (Nah'nu) are submitters (3:64) (Mus'limuun) to HIM (Lahu)." 
[29:47] And (Wa) thus (Kazaalika) have We revealed (Anzal'naa) the Book (El'Kitaaba) to you (s) (ilai'ka), and
(Fa) those (Ellaziina) to whom We gave (Aatai'naa-humu) the Book (El'Kitaaba) believe (Yu'minuuna) in it 
(Bihi). And among (Wamin') these (Haaulaai) are those who (Man) believe (Yu'minu) in it (Bihi), but (Wa)
none (Maa) rejects (Yaj'hadu Bi) Our verses (Aayaati-naa) except (illa) the disbelievers (El'Kaafiruun).
[29:48] And (Wa) you (s)
did (Kunta) not (Maa) recite (Tat'lu') any (Min) book (Kitaabin) before it (Min
Qab'li-hi), nor (Walaa) did you inscribe such (Takhuttu-hu) with (Bi) your right hand (Yamiini-ka). Then 
(Izan) the falsifiers (El'Mub'tiluun) would have had (La) suspicion (Er'taaba).
[29:49] In fact (Bal'), its (Huwa) verses (Aayaatu) are proofs (Bayyinaatun) in (Fii) the bosoms (Suduuri) of 
those who (Ellaziina) have been given (Uutu') the knowledge (El' il'ma), but (Wa) none (Maa) rejects
(Yaj'hadu Bi) Our verses (Aayaati-naa) except (illa) the transgressors (Ez'Zoalimuun). 
[29:50] And (Wa) they say (Qaalu'), "Why (Law') are signs (Aayaatun) not (Laa) revealed (Unzila) to him 
(Ålai'hi) from (Min) his LORD (Rabbi-hi)?" Say (Qul'), "The signs (El'Aayaatu) are only (Innamaa) by GOD 
(Endallahi), and (Wa) I am (Ana') only (Innamaa) a clear (Mubiin) warner (Naziirun)." 
[29:51] Or is it not (Awalam') sufficient for them (Yak'fi-him’) that (Annaa) We have revealed (Anzal'naa)
the Book (El'Kitaaba) to you (s) (Ålai'ka) being recited (Yut'laa) to them (Ålai'him')? Indeed (Inna), there is (La)
mercy (Rah'matan) and (Wa) remembrance (Zik'raa) in (Fii) that (Zaalika) for (Li) people (Qaw'min) who 
believe (Yu'minuun). 
[29:52] Say (Qul'): "Sufficient is GOD (Kafaa Billahi) as a Witness (Shahiidan) between me and you (p)
(Bai'na-nii Wa Bai'na-kum'). HE knows (Ya'lamu) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and 
the earth (Wal' Ar'di). As for (Wa) those who (Ellaziina) believe (Aamanu') in falsehood (Bil' Baatili) and 
disbelieve (Kafaru') in GOD (Billahi); they (Humu) are those who (U'laaika) are the losers (El'Khaasiruun)."
[29:53] And (Wa) they ask you (s) to hasten (Yas'ta'jiluunaka) with the punishment (Bil' Åzaabi). And (Wa) if 
not for (Law' Laa) the fixed (Musammaa) term (Ajalun), the punishment (El'Åzaabu) would have (La) come 
to them (Jaa'a-humu), but (Wa) it will (La) come to them (Ya'tiyanna-hum) surprisingly (Bag'tatan) while 
(Wa) they (Hum') do not (Laa) perceive (Yash'uruun).
[29:54] They ask you (s) to hasten (Yas'ta'jiluunaka) with the punishment (Bil' Åzaabi). Indeed (Inna), Hell 
(Jahannama) shall (La) encompass (Muhiitotu Bi) the disbelievers (El'Kaafiriin).
[29:55] It is the day (Yaw'ma) the punishment (El'Åzaabu) will cover them (Yag'shaa-humu); from above 
them (Min Faw'qi-him') and (Wa) from beneath (Min Tah'ti) their legs (Ar'juli-him'), and it will be said 
(Yaquulu), "Taste (Zuuqu') what (Maa) you have (Kuntum') done (Ta'maluun)." 
.
syedraf, video -Muktabul Hussain 
.
.
686÷1071=64.05%
We have crossed 64%(22.09.2022)

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)