🟡PART-360(28:76-88)Al-Qasas(end)
🟦PART-360(28:76-88)Al-Qasas(end)
🟦VIDEO- https://youtu.be/t6BDUkOOz6Y
।।।
🟦 বিশেষ টোকা:PART-360(28:76-88)Al-Qasas
🔺২৮:৭৬-৭৭(ref-পৃথিৱীত ধন দৌলত, মৰ্যদা, শক্তিলৈ অহংকাৰ নকৰিব। নহলে ক্বাৰূন, ফিৰআউন আৰু হামানৰ দৰে শূণ্যলৈকে ধ্বংস হ'ব(v-৮১) -see note)(আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা)
🔺২৮:৮০(The real wealthy-see link)
🔺২৮-৮২(Do not be impressed by the apparent success of people whether financial or social-see Note)
২৮:৮৩(BELIEVERS: THE ULTIMATE WINNERS)
🔺২৮:৮৪(যেনে কৰ্ম তেনে প্ৰতিদান)
🔺✅২৮:৮৫(কোৰআন আপোনাক বিধানস্বৰূপে (فَرَضَ) দান কৰিছে-see imp link)
🔺২৮:৮৭(আল্লাহৰ পথৰ পৰা আঁতৰাই নিয়াটো শ্বিৰ্ক, অৰ্থাৎ কোৰআনৰ আয়াতৰ লগত আপোচ নহয়। যেনে: হাদিসৰ "নামাজ"ক কোৰআনৰ "ছালাত" বুজাবলৈ চেষ্টা কৰাতো শ্বিৰ্ক- টোকা চাওঁক)
🔺২৮:৮৮(ref-তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই।- টোকা চাব)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟢২৮:৭৬(QAROON: HIS POWER AND DEMISE)
۞ إِنَّ قَارُونَ كَانَ مِنْ قَوْمِ مُوسَىٰ فَبَغَىٰ عَلَيْهِمْ ۖ وَآتَيْنَاهُ مِنَ الْكُنُوزِ مَا إِنَّ مَفَاتِحَهُ لَتَنُوءُ بِالْعُصْبَةِ أُولِي الْقُوَّةِ إِذْ قَالَ لَهُ قَوْمُهُ لَا تَفْرَحْ ۖ إِنَّ اللَّهَ لَا يُحِبُّ الْفَرِحِينَ
নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আৰু আমি তাক দান কৰিছিলো ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবিবোৰ বহন কৰা এদল শক্তিশালী মানুহৰ পক্ষেও কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে।
.
✍️As-refs:(29:39 and 40:24)
২৯:৩৯
وَقَارُونَ وَفِرْعَوْنَ وَهَامَانَ ۖ وَلَقَدْ جَاءَهُمْ مُوسَىٰ بِالْبَيِّنَاتِ فَاسْتَكْبَرُوا فِي الْأَرْضِ وَمَا كَانُوا سَابِقِينَ
আৰু আমি ধ্বংস কৰিছিলো ক্বাৰূন, ফিৰআউন আৰু হামানক। অৱশ্যে মুছা সিহঁতৰ ওচৰত সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাই।
.
৪০:২৩-২৪
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِآيَاتِنَا وَسُلْطَانٍ مُبِينٍ
আৰু অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শন আৰু সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো,
৪০:২৪
إِلَىٰ فِرْعَوْنَ وَهَامَانَ وَقَارُونَ فَقَالُوا سَاحِرٌ كَذَّابٌ
ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰত। কিন্তু সিহঁতে ক’লে, ‘যাদুকৰ, চৰম মিছলীয়া’।
.
✍️Note:
Qaroon represents the corruptions and exploitations of the capitalist system. Firawn is
representative of all corrupt political powers. Likewise, Haman represents the priesthood. See verse 26:29(sig).
(২৬:২৯
قَالَ لَئِنِ اتَّخَذْتَ إِلَٰهًا غَيْرِي لَأَجْعَلَنَّكَ مِنَ الْمَسْجُونِينَ
ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।)
.
🟢২৮:৭৭
وَابْتَغِ فِيمَا آتَاكَ اللَّهُ الدَّارَ الْآخِرَةَ ۖ وَلَا تَنْسَ نَصِيبَكَ مِنَ الدُّنْيَا ۖ وَأَحْسِنْ كَمَا أَحْسَنَ اللَّهُ إِلَيْكَ ۖ وَلَا تَبْغِ الْفَسَادَ فِي الْأَرْضِ ۖ إِنَّ اللَّهَ لَا يُحِبُّ الْمُفْسِدِينَ
‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপাহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।
.
28:77. (No, We are not asking you to abandon your wealth and worldly pleasantries and become a monk.) “What we ask of
you is to enjoy and seek all benefit and happiness from this wealth, but at the same time to not forget that life does not end in
this world, where the only object is to collect wealth. Life continues in the hereafter as well. Therefore, also make that life
happy and enjoyable with this wealth. The best way to do this is to make other people happy by making up for their
deficiencies, just as God has satisfied all your needs and made you happy. Do not create unevenness (fasad) in the society.
(In that way you become richer every day, while others continue going down in poverty. This is what is called fasad.)
Allah Almighty does not like those who create fasad. It is quite obvious the resultant effects of anything which is not preferred
in Allah's Laws, are nothing but chaos and destruction."pz
.
🟢২৮:৭৮
قَالَ إِنَّمَا أُوتِيتُهُ عَلَىٰ عِلْمٍ عِنْدِي ۚ أَوَلَمْ يَعْلَمْ أَنَّ اللَّهَ قَدْ أَهْلَكَ مِنْ قَبْلِهِ مِنَ الْقُرُونِ مَنْ هُوَ أَشَدُّ مِنْهُ قُوَّةً وَأَكْثَرُ جَمْعًا ۚ وَلَا يُسْأَلُ عَنْ ذُنُوبِهِمُ الْمُجْرِمُونَ
সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছো’*। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈও শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।
.
✍️Sa-ref: 39:49*
৩৯:৪৯
فَإِذَا مَسَّ الْإِنْسَانَ ضُرٌّ دَعَانَا ثُمَّ إِذَا خَوَّلْنَاهُ نِعْمَةً مِنَّا قَالَ إِنَّمَا أُوتِيتُهُ عَلَىٰ عِلْمٍ ۚ بَلْ هِيَ فِتْنَةٌ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
এতেকে যেতিয়া কোনো বিপদ-আপদে মানুহক স্পৰ্শ কৰে, তেতিয়া সি কেৱল মোকেই আহ্বান কৰে, তাৰ পিছত যেতিয়া আমি তাক আমাৰ কোনো নিয়ামতৰ অধিকাৰী কৰো তেতিয়া সি কয়, ‘এইটো মোক কেৱল মোৰ জ্ঞানৰ কাৰণেহে দিয়া হৈছে’। বৰং এইটো এটা পৰীক্ষা, কিন্তু সিহঁতৰ সৰহভাগেই সেয়া নাজানে।
.
✍️Note:
The guilty need not be asked about their crimes. Justice is automatic and takes place as a
consequence of their actions. The Law of Requital. See verse 49:18.
(৪৯:১৮
إِنَّ اللَّهَ يَعْلَمُ غَيْبَ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَاللَّهُ بَصِيرٌ بِمَا تَعْمَلُونَ
নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।)
.
🟢২৮:৭৯
فَخَرَجَ عَلَىٰ قَوْمِهِ فِي زِينَتِهِ ۖ قَالَ الَّذِينَ يُرِيدُونَ الْحَيَاةَ الدُّنْيَا يَا لَيْتَ لَنَا مِثْلَ مَا أُوتِيَ قَارُونُ إِنَّهُ لَذُو حَظٍّ عَظِيمٍ
এতেকে কাৰূনে তাৰ সম্প্ৰদায়ৰ সন্মুখত জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে আমাকো যদি সেইদৰে দান কৰা হ’লহেঁতেন! নিশ্চয় সি মহা ভাগ্যৱান’।
.
🟢২৮:৮০(The real wealthy)
وَقَالَ الَّذِينَ أُوتُوا الْعِلْمَ وَيْلَكُمْ ثَوَابُ اللَّهِ خَيْرٌ لِمَنْ آمَنَ وَعَمِلَ صَالِحًا وَلَا يُلَقَّاهَا إِلَّا الصَّابِرُونَ
আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান📍 আনিছে আৰু সৎকৰ্ম📍 কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰষ্কাৰেই শ্ৰেষ্ঠ আৰু ধৈৰ্যশীলসকলৰ বাহিৰে আন কোনেও সেয়া নাপাব’।
(see📍note-28:67 - https://bit.ly/3Uj6BWJ)
.
✍️Note:
The real wealthy is one who believes in Divine laws, helps the needy, and benefits the society(sa).
.
🟢২৮:৮১
فَخَسَفْنَا بِهِ وَبِدَارِهِ الْأَرْضَ فَمَا كَانَ لَهُ مِنْ فِئَةٍ يَنْصُرُونَهُ مِنْ دُونِ اللَّهِ وَمَا كَانَ مِنَ الْمُنْتَصِرِينَ
তাৰ পিছত আমি কাৰূনক তাৰ প্ৰাসাদসহ ভূগৰ্ভত পুতি পোলালোঁ। তাৰ সপক্ষে এনে কোনো দল নাছিল যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।
.
🟢২৮:৮২
وَأَصْبَحَ الَّذِينَ تَمَنَّوْا مَكَانَهُ بِالْأَمْسِ يَقُولُونَ وَيْكَأَنَّ اللَّهَ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ مِنْ عِبَادِهِ وَيَقْدِرُ ۖ لَوْلَا أَنْ مَنَّ اللَّهُ عَلَيْنَا لَخَسَفَ بِنَا ۖ وَيْكَأَنَّهُ لَا يُفْلِحُ الْكَافِرُونَ
আৰু যোৱাকালি যিসকলে তাৰ দৰে হোৱাৰ কামনা কৰিছিল, সিহঁতে ক’বলৈ ধৰিলে, ‘চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ’লেহেঁতেন তেন্তে আমাকো তেওঁ ভূগৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফলকাম হ’ব নোৱাৰে’।
.
✍️Note:
Do not be impressed by the apparent success of people whether financial or social. Delusions of grandeur and people wanting to believe and behave like those around them are both aptly illustrated by Hans Christian Anderson in his well known story 'The Emperor's New Clothes'.
Individuals prove successful because of their sincerity and good deeds, which always prevails. See
verses 9:34; 9:55; 3:196; 40:4; 54:5. See also verses 2:15; 20:121.(sig).
(see verses: link:
.
🟢২৮:৮৩(BELIEVERS: THE ULTIMATE WINNERS)
تِلْكَ الدَّارُ الْآخِرَةُ نَجْعَلُهَا لِلَّذِينَ لَا يُرِيدُونَ عُلُوًّا فِي الْأَرْضِ وَلَا فَسَادًا ۚ وَالْعَاقِبَةُ لِلْمُتَّقِينَ
এইটো আখিৰাতৰ সেই আবাস যিটো আমি নিৰ্ধাৰিত কৰো তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে।
.
🟢২৮:৮৪(যেনে কৰ্ম তেনে প্ৰতিদান)
مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ خَيْرٌ مِنْهَا ۖ وَمَنْ جَاءَ بِالسَّيِّئَةِ فَلَا يُجْزَى الَّذِينَ عَمِلُوا السَّيِّئَاتِ إِلَّا مَا كَانُوا يَعْمَلُونَ
যিয়ে সৎকৰ্ম লৈ উপস্থিত হ’ব, তাৰ বাবে আছে তাতোকৈ উত্তম প্ৰতিদান*, আৰু যিয়ে অসৎকৰ্ম লৈ উপস্থিত হ’ব, তেন্তে সিহঁতক কেৱল সেইখিনি অসৎকৰ্মৰ শাস্তি দিয়া হ’ব যিখিনি সিহঁতে কৰিছে।**
.
✍️As-ref:(*27:89)(** 6:60)
৬:৬০
وَهُوَ الَّذِي يَتَوَفَّاكُمْ بِاللَّيْلِ وَيَعْلَمُ مَا جَرَحْتُمْ بِالنَّهَارِ ثُمَّ يَبْعَثُكُمْ فِيهِ لِيُقْضَىٰ أَجَلٌ مُسَمًّى ۖ ثُمَّ إِلَيْهِ مَرْجِعُكُمْ ثُمَّ يُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।
.
🟢২৮:৮৫
إِنَّ الَّذِي فَرَضَ عَلَيْكَ الْقُرْآنَ لَرَادُّكَ إِلَىٰ مَعَادٍ ۚ قُلْ رَبِّي أَعْلَمُ مَنْ جَاءَ بِالْهُدَىٰ وَمَنْ هُوَ فِي ضَلَالٍ مُبِينٍ
নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে(فَرَضَ) দান কৰিছে, অৱশ্যে তেওঁ তোমাক ওভোতাই নিব প্ৰত্যাৱৰ্তনস্থলত। কোৱা, ‘মোৰ প্ৰতিপালকেই ভালকৈ জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’।
.
✍️কোৰআন আৰু আল্লাহৰ চুন্নত আপোনাৰ ওপৰত ফৰ্জ কৰা হৈছে, কেনেকৈ, কিভাৱে- সৰু ভিডিঅ'টো চাওঁক: https://bit.ly/3BSRprY
.
✍️Quran is fard on you : An imp link: https://bit.ly/3S9DFhW
.
✍️(See 21:10)
২১:১০
لَقَدْ أَنْزَلْنَا إِلَيْكُمْ كِتَابًا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?
.
🟢২৮:৮৬
وَمَا كُنْتَ تَرْجُو أَنْ يُلْقَىٰ إِلَيْكَ الْكِتَابُ إِلَّا رَحْمَةً مِنْ رَبِّكَ ۖ فَلَا تَكُونَنَّ ظَهِيرًا لِلْكَافِرِينَ
আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ। সেয়ে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা।
.
🟢২৮:৮৭(আল্লাহৰ পথৰ পৰা আঁতৰাই নিয়াটো শ্বিৰ্ক)
وَلَا يَصُدُّنَّكَ عَنْ آيَاتِ اللَّهِ بَعْدَ إِذْ أُنْزِلَتْ إِلَيْكَ ۖ وَادْعُ إِلَىٰ رَبِّكَ ۖ وَلَا تَكُونَنَّ مِنَ الْمُشْرِكِينَ
আৰু তোমাৰ প্ৰতি আল্লাহৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ পিছত সিহঁতে যেন তোমাক কোনো মতেই তাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনো মতেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
.
✍️Verse/explanation/note:see link:
.
🟢২৮:৮৮
وَلَا تَدْعُ مَعَ اللَّهِ إِلَٰهًا آخَرَ ۘ لَا إِلَٰهَ إِلَّا هُوَ ۚ كُلُّ شَيْءٍ هَالِكٌ إِلَّا وَجْهَهُ ۚ لَهُ الْحُكْمُ وَإِلَيْهِ تُرْجَعُونَ
তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্তাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
.
✍️Verse/Note:
28:88. Therefore do not invite any worldly power to have a share in Divine authority. All power and authority belongs to
Allah; and you have to establish the system only according to His Laws. Remember that man-made theories and concepts
also continue changing like other things in the universe (55:26-27). Only the Divine guidance provided by Wahi is beyond
change; and it is this guidance which will ultimately take you to the destination determined by Allah. Therefore the
supremacy should only be that of Allah's Laws; and all judgments should be made according to them. Your every effort
and activity should revolve around this very axis, and every step you take should be in the direction of that destination. Also
bear in mind that you are accountable to Him for every action. That is the everlasting way of life (12:40).pz.
(৫৫:২৬-২৭
كُلُّ مَنْ عَلَيْهَا فَانٍ
ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,
৫৫:২৭
وَيَبْقَىٰ وَجْهُ رَبِّكَ ذُو الْجَلَالِ وَالْإِكْرَامِ
আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;
.
১২:৪০✔️
مَا تَعْبُدُونَ مِنْ دُونِهِ إِلَّا أَسْمَاءً سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا أَنْزَلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۚ أَمَرَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ ۚ ذَٰلِكَ الدِّينُ الْقَيِّمُ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।
(Pl find the verse/analysis/notes 12:40:link:
-ছুৰা সমাপ্ত-
.
🟦WORD BY WORD MEANING:BB.
[28:76] Indeed (Inna), Croesus (Qaaruuna) was (Kaana) from (Mina) the people (Qaw'mi) of Moses
(Muusaa), and (Fa) he tyrannized them (Bagaa Ålai'him'). And (Wa) We gave him (Aatai'naa-hu) of (Mina)
treasures (El'Kunuuzi) whose keys (Mafaatiha-hu) would have been (La) burdensome (Tanuu'u) for (Bi) a
band (El'Us'bati) of those (U'lii) of strength (El'Quwwati); when (Iz') he was told (Qaala La-hu), "Do not (Laa)
exult (Taf'rah'); indeed, GOD (Innallaha) does not (Laa) like (Yuhibbu) the exultant (El'Farihiin).
[28:77] "And (Wa) seek (Eb'Tagi) the Home (Ed'Daara) of the hereafter (El'Aakhirata) through what (Fiimaa)
GOD (Ellahu) has given you (Aataa-ka), but (Wa) do not (Laa) forget (Tansa) your share (Nasiiba-ka) of
(Mina) the world (Ed'Dun'ya). And (Wa) be good (Ah'sin) as (Kamaa) GOD (Ellahu) has been good (Ah'sana)
to you (ilai'ka). And do not (Walaa) seek (Tab'gi) corruption (El'Fasaada) on earth (Fiil' Ar'di). Indeed, GOD
(Innallaha) does not (Laa) like (Yuhibbu) the corrupters (El'Muf'sidiin)."
[28:78] He (Croesus) said (Qaala), "I was only (Innamaa) given such (Uutiitu-hu) because of (Ålaa) the
knowledge (il'min) I have (Endii)." Or did he not (Awalam') know (Ya'lam') that GOD (Annallaha) had (Qad')
annihilated (Ah'laka) before him (Min Qab'li-hi) some of (Mina) the generations (El'Quruuni) who (Man')
were (Huwa) stronger (Ashaddu) than him (Min'hu) in strength (Quwwatan) and (Wa) greater (Ak'tharu) in
accumulation (Jam'åån)? But (Wa) the criminals (El'Muj'rimuun) will not (Laa) be asked (Yus'alu) about (Ån)
their sins (Zunuubi-himu).
[28:79] So (Fa) he (Croesus) came out (Kharaja) to (Ålaa) his people (Qaw'mi-hi) in (Fii) his adornment (Ziinati-
hi). Those who (Ellaziina) desired (Yuriidu) the worldly (Ed'Dun'ya) life (El'Hayaata) said (Qaala), "O (Yaa) if
only (Lai'ta) we had (Lanaa) the like (Mith'la) of what (Maa) has been given (Uutiya) to Croesus (Qaaruunu). Indeed, he (Innahu) possesses (Lazuu) great (Åziim) fortune (Hazzin)."
[28:80] But (Wa) those who (Ellaziina) were given (Uutu') the knowledge (El' il'ma) said (Qaala), "Woe to
you (Wai'la-kum')! The reward of GOD (Thawaabu-llahi) is better (Khai'run) for whoever (Liman') believes
(Aamana) and (Wa) acts (Åmila) righteous (Soalihan). And (Wa) none (Laa) attains it (Yulaqqaa-haa) except
(illa) those who are patient (Es'Soabiruun).”
[28:81] So (Fa) We caused the earth (El'Ar'da) to swallow him (-Khasaf'naa Bi-hi) and (Wa) his house
(Daari-hi). And (Fa) there was (Kaana) no (Maa Min) party (Fiatin) to help him (Yansuruunahu) besides
GOD (Min Duuni-llahi), nor (Wamaa) was he (Kaana) of (Mina) the defended (El'Muntasiriin).
[28:82] And (Wa) those who (Ellaziina) wished for (Tamannaw') his position (Makaana-hu) in the day
before (Bil' Am'si) began (As'baha) to say (Yaquuluuna), "What a shame that (Wai'ka'anna) GOD (Ellaha)
extends (Yab'sutu) sustenance (Er'Riz'qa) to whomever (Liman) HE wills (Yashaa'u) among (Min') HIS servants (Ebaadi-hi) and limits (Yaq'diru)! If not (Law'laa) that (An) GOD (Ellahu) had favoured us (Manna
Ålai'naa), HE would have (La) sank us down (Khasafa Bi-naa). What a shame that (Wai'ka'anna-hu) the
disbelievers (El'Kaafiruun) do not (Laa) succeed (Yuf'lihu)!"
[28:83] That (Til'ka) Home (Ed'Daaru) of the hereafter (El'Aakhiratu) We grant it (Naj'ålu-haa) to those who (Lillaziina) do not (Laa) desire (Yuriiduuna) haughtiness (Uluwwan) on earth (Fiil' Ar'di) nor (Walaa)
corruption (Fasaadan). And (Wa) the outcome (El'Ååqibatu) is for the pious (Lil' Muttaqiin).
[28:84] Whoever (Man) brings (Jaa'a Bi) a good deed (El'Hasanati), thence (Fa) he will have (Lahu) better
(Khai'run) than it (Min'haa); and whoever (Waman) brings (Jaa'a Bi) a bad deed (Es'Sayyiati), thence (Fa)
those who (Ellaziina) did (Åmilu') bad deeds (Es'Sayyi'aati) will only (Laa illa) be requited (Yuj'zaa) for what
(Maa) they have (Kaanu') done (Ya'maluun).
[28:85] Indeed (Inna), the One who (Ellazii) has enjoined (Farado) the Koran (27:6) (El'Qur'aana) on you (s)
(Ålai'ka) will (La) return you (Raaddu-ka) to (ilaa) a place of return (destination) (Ma'åådin). Say (Qul): "My
LORD (Rabbii) is aware of (A'lamu) one who (Man) comes with (Jaa'a Bi) the guidance (El'Hudaa) and (Wa)
one who (Man') is (Huwa) in (Fii) clear (Mubiin) error (Dolaalin)."
[28:86] And (Wa) you (s)were (Kunta) not (Maa) expecting (Tar'juu') that (An) the Book (El'Kitaabu) would
be delivered (Yul'qaa) to you (ilai'ka), but (illa) it is a mercy (Rah'matan) from (Min) your LORD (Rabbi-ka). So (Fa) do not (Laa) be (Takuunanna) an assistant (Zohiiran) to the disbelievers (Lil' Kaafiriin),
[28:87] nor (Walaa) shall you be diverted (Yusuddunnaka) from (Ån') the verses of GOD (Aayaati-llahi)
after (Ba'da) when (Iz') they have been revealed (Unzilat') to you (s) (ilai'ka). And (Wa) invite (Ed'u) to (ilaa)
your LORD (Rabbi-ka), but (Wa) do not (Laa) be (Takuunanna) among (Mina) the polytheists (El'Mush'rikiin).
[28:88] And do not (Walaa) invoke (Tad'u) another (Aakhara) god (ilaahan) with the GOD (Ch 112)
(Maållahi);
there is no (Laa) god (ilaaha) except (illa) HIM (Huwa). All (Kullu) things (Shai'in) will perish (Haalikun)
except (illa) HIS presence (Waj'ha-hu). To HIM belongs (Lahu) the judgement (El'Huk'mu), and (Wa) to
HIM (ilai'hi) you will be returned (Tur'ja'uun).
(SRV - 28:62, 28:74)
.
🟩Analytical Quran Studies - Syed Rafique
🟩Analytical Video - Muktabul Hussain
।।।The end of Chapter।।।
Comments
Post a Comment