🟡PART-359(28:61-75)Al-Qasas(The Story)

🟪PART-359(28:61-75)Al-Qasas(The Story)
।।।
🟪 বিশেষ টোকা:PART-359(28:61-75)Al-Qasas
২৮:৬২-৬৪✅(শেষ বিচাৰৰ দিনা অবিশ্বাসীসকলে নিজৰ মালিকক অস্বীকাৰ কৰিব। মুশ্বৰিকসকলৰ আলায় আথানি হ'ব(১২:১০৬ আয়াত মতে ইবাদতত মহম্মদক (আ:ছা:)টানি অনাটোও সন্নিৱিষ্ট)-টোকা)
২৮:৬৭(তাওবা, ঈমান আৰু সৎকৰ্মৰ কোৰআনি সূত্ৰ - টোকা চাব)
২৮:৬৮(Allah Alone is the One Who has the Power of Creation, Knowledge and Choice)
২৮:৭১-৭২("আফালা"ৰ প্ৰসঙ্গ -টোকা)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟢২৮:৬১
أَفَمَنْ وَعَدْنَاهُ وَعْدًا حَسَنًا فَهُوَ لَاقِيهِ كَمَنْ مَتَّعْنَاهُ مَتَاعَ الْحَيَاةِ الدُّنْيَا ثُمَّ هُوَ يَوْمَ الْقِيَامَةِ مِنَ الْمُحْضَرِينَ
যাক আমি উত্তম পুৰষ্কাৰৰ প্ৰতিশ্ৰুতি দিছো, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছো, তাৰ পিছত কিয়ামতৰ* দিনা সি হ’ব উপস্থিতকৃত বিলাকৰ অন্তৰ্ভুক্ত?
.
✍️Verse/note:
28:61. The matter is quite obvious - there is one group to whom We have made a promise; and this promise will be 
fulfilled soon. They will have all the comforts and pleasantries in this world, and also in the world hereafter (24:55). The 
second group is of those who will get all material wealth in their life of earth; but in the life hereafter they will be 
arraigned before us (like the guilty ones). 
(Just think about which of the two groups is more happily placed!)pz.
২৪:৫৫
وَعَدَ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَعَمِلُوا الصَّالِحَاتِ لَيَسْتَخْلِفَنَّهُمْ فِي الْأَرْضِ كَمَا اسْتَخْلَفَ الَّذِينَ مِنْ قَبْلِهِمْ وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ الَّذِي ارْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُمْ مِنْ بَعْدِ خَوْفِهِمْ أَمْنًا ۚ يَعْبُدُونَنِي لَا يُشْرِكُونَ بِي شَيْئًا ۚ وَمَنْ كَفَرَ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।
.
🟢২৮:৬২(DISBELIEVERS DISOWN THEIR MASTERS).
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
.
✍️As-ref:6:22
৬:২২
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا أَيْنَ شُرَكَاؤُكُمُ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’?
(See note: link: https://bit.ly/3BpLFVv)
.
🟢২৮:৬৩
قَالَ الَّذِينَ حَقَّ عَلَيْهِمُ الْقَوْلُ رَبَّنَا هَٰؤُلَاءِ الَّذِينَ أَغْوَيْنَا أَغْوَيْنَاهُمْ كَمَا غَوَيْنَا ۖ تَبَرَّأْنَا إِلَيْكَ ۖ مَا كَانُوا إِيَّانَا يَعْبُدُونَ
যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলো; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলো যেনেকৈ আমি বিভ্ৰান্ত হৈছিলো। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছো। ইহঁতে আমাৰ ইবাদত কৰা নাছিল’।
.
✍️Verse/notes:Link:
.
🟢২৮:৬৪
وَقِيلَ ادْعُوا شُرَكَاءَكُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا لَهُمْ وَرَأَوُا الْعَذَابَ ۚ لَوْ أَنَّهُمْ كَانُوا يَهْتَدُونَ
আৰু সিহঁতক কোৱা হ’ব, ‘তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰক মাতা’। তেতিয়া সিহঁতে সেইবোৰক মাতিব। কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু সিহঁতে শাস্তি দেখা পাব। হায়! সিহঁতে যদি সৎপথ অনুসৰণ কৰিলেহেঁতেন!
.
✍️Ap-ref:(18:52-53)
১৮:৫২-৫৩
وَيَوْمَ يَقُولُ نَادُوا شُرَكَائِيَ الَّذِينَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا لَهُمْ وَجَعَلْنَا بَيْنَهُمْ مَوْبِقًا
আৰু সেইদিনাৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰ মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম।
১৮:৫৩
وَرَأَى الْمُجْرِمُونَ النَّارَ فَظَنُّوا أَنَّهُمْ مُوَاقِعُوهَا وَلَمْ يَجِدُوا عَنْهَا مَصْرِفًا
আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁতে সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব।
.
🟢২৮:৬৫
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ مَاذَا أَجَبْتُمُ الْمُرْسَلِينَ
আৰু সেইদিনা আল্লাহে ইহঁতক মাতি ক’ব, ‘তোমালোকে ৰাছুলসকলক কি উত্তৰ দিছিলা’?
.
✍️টোকা:এই আয়াতটো হাদিসৰ দ্বাৰা কোৰআন ব্যাখ্যা কৰাসকলে কবৰত কৰা প্ৰশ্নৰ দৰে বুলি মিছাকৈ হাদিসৰ শুদ্ধতাৰ প্ৰমাণ কৰিব বিচাৰে:
This is like the questions which will be asked of a person in his grave:`who is your Lord who is your Prophet and what is your religion!'
.
🟢২৮:৬৬
فَعَمِيَتْ عَلَيْهِمُ الْأَنْبَاءُ يَوْمَئِذٍ فَهُمْ لَا يَتَسَاءَلُونَ
তাৰ পিছত সেইদিনা সকলো তথ্য সিহঁতৰ পৰা বিলুপ্ত হ’ব তেতিয়া সিহঁতে ইজনে সিজনক সোধ-পোচও কৰিব নোৱাৰিব।
.
🟢 ২৮:৬৭
فَأَمَّا مَنْ تَابَ وَآمَنَ وَعَمِلَ صَالِحًا فَعَسَىٰ أَنْ يَكُونَ مِنَ الْمُفْلِحِينَ
এতেকে যি ব্যক্তিয়ে তাওবা*১🔺 কৰিছে আৰু ঈমান*২🔺 আনিছে আৰু সৎকৰ্ম*৩🔺 কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব।
.
✍️What is Taubah*১🔺: link:
.
(*surah 24:31
The implication of this general call to repentance is that "since man has been created weak'' (4:28), no one is ever free of faults and temptations)
.
*২🔺What is Iman:link:
.
*৩🔺সৎকৰ্ম: ✔️Pl see the link:
.
🟢২৮:৬৮(Allah Alone is the One Who has the Power of Creation, Knowledge and Choice)
وَرَبُّكَ يَخْلُقُ مَا يَشَاءُ وَيَخْتَارُ ۗ مَا كَانَ لَهُمُ الْخِيَرَةُ ۚ سُبْحَانَ اللَّهِ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ
আৰু তোমাৰ প্ৰতিপালকে যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু যি ইচ্ছা সেইটোৱে মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ উৰ্দ্ধত।
.
✍️Note:
"God chooses for mankind whatever is best (ma huwa khayr) and most beneficial (aslah) for them, for He knows better than they themselves do what is good for them."
.
In the ongoing universal evolution, species and nations are subject to the Law of Natural Selection of God.
.
🟢২৮:৬৯
وَرَبُّكَ يَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ
আৰু তোমাৰ প্ৰতিপালকে জানে ইহঁতৰ অন্তৰে যি গোপন কৰে আৰু ইহঁতে যি ব্যক্ত কৰে।
.
✍️Ap-ref:১৩:১০
سَوَاءٌ مِنْكُمْ مَنْ أَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهِ وَمَنْ هُوَ مُسْتَخْفٍ بِاللَّيْلِ وَسَارِبٌ بِالنَّهَارِ
তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।
(Pl find the verse/note 13:10:link:
.
🟢২৮:৭০
وَهُوَ اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ ۖ لَهُ الْحَمْدُ فِي الْأُولَىٰ وَالْآخِرَةِ ۖ وَلَهُ الْحُكْمُ وَإِلَيْهِ تُرْجَعُونَ
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী(present life) আৰু আখিৰাতত(the life to come) সকলো প্ৰশংসা* তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা।
.
✍️BB-ref:(1:2)
.
✍️Verse/note:
28:70 for He is God, save whom there is no deity. Unto Him all praise is due, at the beginning and at the end [of time];# and with Him rests all judgment; and unto Him shall you all be brought back.
Note#
Or: "in this first [i.e., present life] as well as in the life to come".
.
🟢২৮:৭১(GOD'S ORDINANCE - HIS MERCY).
قُلْ أَرَأَيْتُمْ إِنْ جَعَلَ اللَّهُ عَلَيْكُمُ اللَّيْلَ سَرْمَدًا إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِضِيَاءٍ ۖ أَفَلَا تَسْمَعُونَ
কোৱা, ‘তোমালোকে ভাৱিছানে, ৰাতিক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ* বাহিৰে কোন এনেকুৱা ইলাহ আছে, যিয়ে তোমালোকৰ বাবে পোহৰ আনি দিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?
.
✍️BB-ref:(Ch 112) 
.
🟢২৮:৭২
قُلْ أَرَأَيْتُمْ إِنْ جَعَلَ اللَّهُ عَلَيْكُمُ النَّهَارَ سَرْمَدًا إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِلَيْلٍ تَسْكُنُونَ فِيهِ ۖ أَفَلَا📍 تُبْصِرُونَ
কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাৱি নাচাবানে’📍?
.
✍️Sam-refs/note:(Google translate no guarantee:
আফালা📍
২:৪৪, ২:৭৬, ৩:৬৫, ৪:৮২, ৫:৭৪, ৬:৩২, ৬:৫০, ৬:৮০, ৭:৬৫, ৭:১৬৯, ১০:৩, ১০:১৬, ১০:৩১, ১১:২৪, ১১:৩০, ১১:৫১, ১২:১০৯, ১৬:১৭, ২০:৮৯, ২১:১০,২১:৩০, ২১:৪৪, ২১:৬৭, ২৩:২৩, ২৩:৩২, ২৩:৮০, ২৩:৮৫, ২৩:৮৭, ২৮:৬০,২৮:৭১, ২৮:৭২, ৩২:৪, ৩২:২৬, ৩২:২৭, ৩৬:৩৫, ৩৬:৬৮, ৩৬:৭৩, ৩৭:১৩৮,৩৭:১৫৫, ৪৩:৫১, ৪৫:২৩, ৪৭:২৪, ৫১:২১, ৮৮:১৭, ১০০:৯।
 সাধাৰণতে এটা সৰল ঋণাত্মক প্ৰশ্ন হিচাপে ৰেণ্ডাৰ কৰা হয় যিয়ে কাম কৰে এটা উপদেশ: তোমালোকে নাভাবানে?  তেওঁলোকে বিবেচনা নকৰিবনে?
 অৱশ্যে কোৰআনৰ ইয়াৰ ব্যৱহাৰ অধিক সূক্ষ্ম।  
.
🟢২৮:৭৩
وَمِنْ رَحْمَتِهِ جَعَلَ لَكُمُ اللَّيْلَ وَالنَّهَارَ لِتَسْكُنُوا فِيهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন বনাইছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
.
🟢২৮:৭৪
وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تَزْعُمُونَ
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?(২৮:৬২)
.
🟢২৮:৭৫
وَنَزَعْنَا مِنْ كُلِّ أُمَّةٍ شَهِيدًا فَقُلْنَا هَاتُوا بُرْهَانَكُمْ فَعَلِمُوا أَنَّ الْحَقَّ لِلَّهِ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ
আৰু আমি প্ৰত্যেক জাতিৰ পৰা একোজনকৈ সাক্ষী উলিয়াই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই যাব।
.
✍️Asad's verse/note/refs: see link:
.
🟪WORD BY WORD MEANING:
[28:61] So is (Afa-) one whom (-man) We have promised (Waåd'naa-hu) a good (Hasanan) promise 
(Wa'dan) for (Fa) which (Huwa) he will meet (Laaqii-hi) like one whom (Kaman) We made him enjoy 
(Matta'naa-hu) the provision (Mataa'å) of the worldly (Ed'Dun'ya) life (El'Hayaati), then (Thumma) he (Huwa)
will be among (Mina) those in attendance (the punishment) (El'Muh'doriin), on the Day of Resurrection (Yaw'mal'
Qiyaamati)?

[28:62] And (Wa) it is the day (Yaw'ma) HE will summon them (Yunaadii-him') and (Fa) say (Yaquulu), 
"Where (Ai'na) are ‘MY partners’ (Shurakaa'i) whom (Ellaziina) you used to (Kuntum') claim (Taz'umuun)?" 1
 
[28:63] Those (Ellaziina) upon whom (Ålai'himu) the word (El'Qaw'lu) has been imposed (Haqqa) will say 
(Qaala), "Our LORD (Rabba-naa), these (Haaulaai) are the ones (Ellaziina) we misled (Ag'wai'naa); we misled 
them (Ag'wai'naa-hum') as (Kamaa) we were misled (Gawai'naa). We are innocent (Tabarra'naa) to YOU 
(ilai'ka). They were (Kaanuu') not (Maa) worshipping (Ya'buduun) us (Iyyaanaa)." 

[28:64] And (Wa) it will be said (Qiila), "Invoke (Ed'u') your associates (idols) (Shurakaa'a-kum')," and (Fa) they 
(the idolaters) will invoke them (Daåw'hum'); but (Fa) they will not (Lam') respond to them (Yas'tajiinu' Lahum'), 
and (Wa) they will see (Ra'awu') the punishment (El'Åzaaba). If only they (Law' Anna-hum') had been 
(Kaanu') guided (Yah'taduun)!

[28:65] And (Wa) it is the day (Yaw'ma) HE will summon them (Yunaadii-him') and (Fa) say (Yaquulu), 
"What (Maazaa) did you reply (Ajab'tumu) the messengers (El'Mur'saliin)?" 

[28:66] And (Fa) the news (El'Anbaa'u) will be obscured to them (Åmiyat' Ålai'himu) on that day 
(Yaw'mai'zin), but (Fa) they will not (Laa) ask each other (Yatasaa'aluun). 

[28:67] And (Fa) as for (Ammaa) one who (Man) had repented (Taaba), believed (Aamana) and (Wa) acted 
(Åmila) righteous (Soalihan), thus (Fa) he will possibly (Åsaa An) be (Yakuuna) among (Mina) the successful
(El'Muf'lihiin).

[28:68] And (Wa) your LORD (s) (Rabbu-ka) creates (Yukh'luqu) whatever (Maa) HE wills (Yashaau) and 
chooses (Yakh'taaru); the choice (El'Khiyaratu) is (Kaana) not (Maa) for them (Lahumu). Glory be to GOD 
(Sub'haana-llahi), and (Wa) exalted (Ta'åålaa) above what (Åmmaa) they associate (Yush'rikuun). 

[28:69] And (Wa) your LORD (s) (Rabbu-ka) knows (Ya'lamu) what (Maa) their bosoms (Suduuru-hum')
conceal (Tukinnu) and what (Wamaa) they declare (Yu'linuun). 

[28:70] And (Wa) HE (Huwa) is the GOD (Ellahu); there is no (Laa) god (ilaaha) except (illa) HIM (Huwa). 
To HIM belongs (Lahu) the praise (1:2) (El'Ham'du) in (Fii) the first life (El'Uulaa) and the hereafter (Wal'
Aakhirati). And (Wa) to HIM belongs (Lahu) the judgement (El'Huk'mu), and (Wa) to HIM (ilai'hi) you will 
be returned (Tur'ja'uun). 

[28:71] Say (Qul'): "Have you (p) considered (Ara'ai'tum'); if (In) GOD (Ellahu) should make (Jaåla) the night 
(Ellai'la) perpetual (Sar'madan) for you (Ålai'kumu) until (ilaa) the Day of Resurrection (Yaw'mil' Qiyaamati), 
which (Man') god (ilaahun) other than the GOD (Ch 112) (Gai'rullahi) could bring you (Ya'tii-kum Bi) light 
(Diyaa'in)? Will you then not (Afalaa) listen (Tas'mauun)?" 

[28:72] Say (Qul'): "Have you considered (Ara'ai'tum'); if (In) GOD (Ellahu) should make (Jaåla) the day 
(En'Nahaara) perpetual (Sar'madan) for you (Ålai'kumu) until (ilaa) the Day of Resurrection (Yaw'mil'
Qiyaamati), which (Man') god (ilaahun) other than the GOD (Gai'rullahi) could bring you (Ya'tii-kum Bi)
night (Lai'lin) in which (Fiihi) you may rest (Tas'kunuuna)? Will you then not (Afalaa) see (Tub'siruun)?" 
[28:73] And (Wa) out of (Min) HIS mercy (Rah'mati-hi) HE made (Jaåla) for you (Lakumu) the night (Ellai'la)
and the day (En'Nahaara) that (Li) you may rest (Tas'kunu') therein (Fiihi) and to (Wali) seek (Tab'tagu') for 
(Min) HIS favour (Fad'li-hi) and (Wa) that you (Laållakum') may be thankful (Tash'kuruun).

[28:74] And (Wa) it is the day (Yaw'ma) HE will summon them (Yunaadii-him) and (Fa) say (Yaquulu), 
"Where (Ai'na) are 'MY partners' (Shurakaai) whom (Ellaziina) you used to (Kuntum') claim (Taz'umuun)?" 2
 
[28:75] And (Wa) We will extract (Naza'naa) a witness (Shahiidan) from (Min) every (Kulli) nation 
(Ummatin), then (Fa) We will say (Qul'naa), "Bring (Haatu') your proof (Bur'haana-kum')," and (Fa) they will 
know (Ålimuu') that (Anna) the truth (El'Haqqa) belonged to GOD (Lillahi), and (Wa) what (Maa) they used 
to (Kaanu') fabricate (Yaf'taruun) will divert (Dolla) from them (Ån'hum). 
.
🟪বিশ্লেষণাত্মক কোৰআন চৰ্চা - চৈয়দ ৰফিক
ভিডিঅ'- মুক্তাবুল হুছেইন 

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)