🟡PART-357(28:43-50)Al-Qasas(The Story)

🟦PART-357(28:43-50)Al-Qasas(The Story)
।।।
🟦বিশেষ-টোকাঃPART-357(43:20-50)Al-Qasas
২৮:৪৭(আদিয় পৰা প্ৰত্যেক জনগোষ্ঠীয়েই ৰছুল আৰু কিতাপ পাইছে। গতিকে কাকো ৰেহাই দিয়া নহব)
২৮:৪৮-৪৯(আগৰ তাওৰাত পুনৰ কোৰআনত লিপিবদ্ধ: লিংক চাওঁক)(The terms shir'ah and minhaj are more restricted in their meaning than the term din)(যীচুৰ মতে তেওঁ কেৱল বিধান পূৰণ কৰিবলৈহে আহিছিল সেয়েহে ইয়াত সুসমাচাৰ(Gospel) ইঞ্জেলৰ কথা উল্লেখ কৰা হোৱা নাই।  আন এটা উল্লেখযোগ্য কথা হ’ল যে কোৰআনে তওৰাতত দিয়া সকলো সত্যক আকোৱালি লৈছে)
২৮:৫০(আল্লাহে তেওঁৰ ৰছুলসকলৰ যোগেদি আমালৈ তেওঁৰ শিক্ষা প্ৰেৰণ কৰিছে).
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟠২৮:৪৩(The Book of Moses).
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ مِنْ بَعْدِ مَا أَهْلَكْنَا الْقُرُونَ الْأُولَىٰ بَصَائِرَ لِلنَّاسِ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ يَتَذَكَّرُونَ
আৰু অৱশ্যে পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলো কিতাব, মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
.
✍️কিতাব* লিংকত চাওঁক:https://bit.ly/3U7ezlv
আৰু চাওঁক:Al-Kitab: https://bit.ly/3d5IJoU
.
✍️Note:
The Torah is the collection of all the scriptures revealed to all the prophets of Israel, including the book of Moses. The Quran consistentlystates that Moses was given a book, or "the Statute Book." Nowhere in theQuran do we see that Moses was given "the Torah." Today's Old Testament,therefore, is the Torah (see3:50,5:46).rk.
(৩:৫০
وَمُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَلِأُحِلَّ لَكُمْ بَعْضَ الَّذِي حُرِّمَ عَلَيْكُمْ ۚ وَجِئْتُكُمْ بِآيَةٍ مِنْ رَبِّكُمْ فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘আৰু মোৰ সন্মুখত তাওৰাতৰ যি (শিক্ষা) আছে তাৰ সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যি হাৰাম আছিল তাৰে কিছুমান হালাল কৰাৰ বাবে আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।
.
৫:৪৬
وَقَفَّيْنَا عَلَىٰ آثَارِهِمْ بِعِيسَى ابْنِ مَرْيَمَ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ التَّوْرَاةِ ۖ وَآتَيْنَاهُ الْإِنْجِيلَ فِيهِ هُدًى وَنُورٌ وَمُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ التَّوْرَاةِ وَهُدًى وَمَوْعِظَةً لِلْمُتَّقِينَ
আৰু আমি সিহঁতৰ পিছতেই মাৰইয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলো, তাৰ সন্মুখত তাওৰাতৰ পৰা যি অৱশিষ্ট আছিল তাৰ সত্যতা প্ৰতিপন্নকাৰীৰূপে। আমি তেওঁক ইঞ্জীল প্ৰদান কৰিছিলো, তাত আছে হিদায়ত আৰু জ্যোতি, আৰু সেয়া আছিল তাৰ সন্মুখত অৱশিষ্ট তাওৰাতৰ সত্যতা প্ৰতিপন্নকাৰী আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশস্বৰূপ।)
.
🟠২৮:৪৪
وَمَا كُنْتَ بِجَانِبِ الْغَرْبِيِّ إِذْ قَضَيْنَا إِلَىٰ مُوسَى الْأَمْرَ وَمَا كُنْتَ مِنَ الشَّاهِدِينَ
(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলো তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শী সকলৰো অন্তৰ্ভুক্ত নাছিলা।
.
✍️Ap-ref:
৩:৪৪
ذَٰلِكَ مِنْ أَنْبَاءِ الْغَيْبِ نُوحِيهِ إِلَيْكَ ۚ وَمَا كُنْتَ لَدَيْهِمْ إِذْ يُلْقُونَ أَقْلَامَهُمْ أَيُّهُمْ يَكْفُلُ مَرْيَمَ وَمَا كُنْتَ لَدَيْهِمْ إِذْ يَخْتَصِمُونَ
এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভুক্ত, যিটো আমি তোমাক অহিৰ দ্বাৰা অৱহিত কৰিছো; আৰু মাৰইয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহণ কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।
.
১১:৪৯
تِلْكَ مِنْ أَنْبَاءِ الْغَيْبِ نُوحِيهَا إِلَيْكَ ۖ مَا كُنْتَ تَعْلَمُهَا أَنْتَ وَلَا قَوْمُكَ مِنْ قَبْلِ هَٰذَا ۖ فَاصْبِرْ ۖ إِنَّ الْعَاقِبَةَ لِلْمُتَّقِينَ
‘এইবোৰ গায়েবৰ সংবাদ আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছো, যিবোৰ ইয়াৰ আগতে তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে’।
(See verse/note on 11:49:link:
https://bit.ly/3ePjE1C)
.
✍️Note:
Some events only God bears witness. See verses 4:79; 63:1.(sig).
.
🟠২৮:৪৫
وَلَٰكِنَّا أَنْشَأْنَا قُرُونًا فَتَطَاوَلَ عَلَيْهِمُ الْعُمُرُ ۚ وَمَا كُنْتَ ثَاوِيًا فِي أَهْلِ مَدْيَنَ تَتْلُو عَلَيْهِمْ آيَاتِنَا وَلَٰكِنَّا كُنَّا مُرْسِلِينَ
প্ৰকৃততে আমি বহু প্ৰজন্মৰ আবিৰ্ভাৱ ঘটাইছিলো; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসী বিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।
.
✍️Verse/note:
28:45 nay, but [between them and thee] We brought into being [many] generations, and long was their span of life. And neither didst thou dwell among the people of Madyan, conveying Our messages unto them:* nay, but We have [always] been sending [Our message-bearers unto man].

Note*
I.e., "thou art not the first of Our apostles, O Muhammad: We have sent thee to the people of thy time just as We sent Shu'ayb to the people of Madyan(as).
.
🟠২৮:৪৬
وَمَا كُنْتَ بِجَانِبِ الطُّورِ إِذْ نَادَيْنَا وَلَٰكِنْ رَحْمَةً مِنْ رَبِّكَ لِتُنْذِرَ قَوْمًا مَا أَتَاهُمْ مِنْ نَذِيرٍ مِنْ قَبْلِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ
আৰু মুছাক যেতিয়া আমি মাতিছিলো তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
.
✍️Verse/note:
28:46 And neither were you present on the slope of Mount Sinai when We called Moses. But you are sent as a grace from your Lord to warn people to whom no warner has come before you, so that they may reflect.
Note.
32:3, 36:6. Prophet Ishmael, the ancestor of Arabs, cannot be considered a Prophet to them since Children of Ishmael multiplied and inhabited Arabia as the Arab community long after his death. See 2:125 and introduction to Surah 11 Hud📍(sa).
(৩২:৩
أَمْ يَقُولُونَ افْتَرَاهُ ۚ بَلْ هُوَ الْحَقُّ مِنْ رَبِّكَ لِتُنْذِرَ قَوْمًا مَا أَتَاهُمْ مِنْ نَذِيرٍ مِنْ قَبْلِكَ لَعَلَّهُمْ يَهْتَدُونَ
অথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এয়া তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, সম্ভৱতঃ সিহঁতে হিদায়ত লাভ কৰিব।
.
৩৬:৬
لِتُنْذِرَ قَوْمًا مَا أُنْذِرَ آبَاؤُهُمْ فَهُمْ غَافِلُونَ
যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়ে সিহঁত উদাসীন।
.
(📍11-Hud: see link: https://bit.ly/3eRksDv )
.
🟠২৮:৪৭(No Excuse).
وَلَوْلَا أَنْ تُصِيبَهُمْ مُصِيبَةٌ بِمَا قَدَّمَتْ أَيْدِيهِمْ فَيَقُولُوا رَبَّنَا لَوْلَا أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ آيَاتِكَ وَنَكُونَ مِنَ الْمُؤْمِنِينَ
আৰু ৰাছুল প্ৰেৰণ নকৰিলে, সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, তেতিয়াহে আমি তোমাৰ নিদৰ্শন মানি চলিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’।
.
✍️Ap-refs:৬:১৫৬-১৫৭, ৪:১৬৫, ৫:১৯
See the verses: link:
.
🟠২৮:৪৮
فَلَمَّا جَاءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوا لَوْلَا أُوتِيَ مِثْلَ مَا أُوتِيَ مُوسَىٰ ۚ أَوَلَمْ يَكْفُرُوا بِمَا أُوتِيَ مُوسَىٰ مِنْ قَبْلُ ۖ قَالُوا سِحْرَانِ تَظَاهَرَا وَقَالُوا إِنَّا بِكُلٍّ كَافِرُونَ
এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰত সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল সেয়া সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। আৰু সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।
.
✍️আগৰ তাওৰাত পুনৰ কোৰআনত লিপিবদ্ধ:
See the verse/note/reference: link:
.
🟠২৮:৪৯
قُلْ فَأْتُوا بِكِتَابٍ مِنْ عِنْدِ اللَّهِ هُوَ أَهْدَىٰ مِنْهُمَا أَتَّبِعْهُ إِنْ كُنْتُمْ صَادِقِينَ
কোৱা, ‘তোমালোকে যদি সত্যবাদী তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিটো পথনিৰ্দেশত এই দুটাতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাব অনুসৰণ কৰিম’।
.
✍️Verse/note:
28:49 Say, "Produce then, a Book from God that would offer better guidance than either of these two (the Torah in its original form, and the Qur’an), and I shall follow it! Do it if you are truthful."

Note.
The Gospel Injeel is not mentioned here since, according to Jesus, he only came to fulfill the law. Another point worth mentioning is that the Qur’an embraces all of the truth that was given in the Torah while rejecting human interpolations or deletions. 2:101, 3:78, 5:48(sa).
(Google translate no guarantee:
যীচুৰ মতে তেওঁ কেৱল বিধান পূৰণ কৰিবলৈহে আহিছিল সেয়েহে ইয়াত সুসমাচাৰ(Gospel) ইঞ্জেলৰ কথা উল্লেখ কৰা হোৱা নাই।  আন এটা উল্লেখযোগ্য কথা হ’ল যে কোৰআনে তওৰাতত দিয়া সকলো সত্যক আকোৱালি লৈছে আৰু একে সময়তে মানৱীয় আন্তঃপ্ৰৱেশ বা বিলোপক নাকচ কৰিছে।  ২:১০১, ৩:৭৮, ৫:৪৮
(২:১০১
وَلَمَّا جَاءَهُمْ رَسُولٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ نَبَذَ فَرِيقٌ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ كِتَابَ اللَّهِ وَرَاءَ ظُهُورِهِمْ كَأَنَّهُمْ لَا يَعْلَمُونَ
আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিল, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।
.
৩:৭৮
وَإِنَّ مِنْهُمْ لَفَرِيقًا يَلْوُونَ أَلْسِنَتَهُمْ بِالْكِتَابِ لِتَحْسَبُوهُ مِنَ الْكِتَابِ وَمَا هُوَ مِنَ الْكِتَابِ وَيَقُولُونَ هُوَ مِنْ عِنْدِ اللَّهِ وَمَا هُوَ مِنْ عِنْدِ اللَّهِ وَيَقُولُونَ عَلَى اللَّهِ الْكَذِبَ وَهُمْ يَعْلَمُونَ
আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে, যিসকলে কিতাবক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভাৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। সিহঁতে আৰু কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
.
৫:৪৮
وَأَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ مِنَ الْكِتَابِ وَمُهَيْمِنًا عَلَيْهِ ۖ فَاحْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ عَمَّا جَاءَكَ مِنَ الْحَقِّ ۚ لِكُلٍّ جَعَلْنَا مِنْكُمْ شِرْعَةً وَمِنْهَاجًا ۚ وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۖ فَاسْتَبِقُوا الْخَيْرَاتِ ۚ إِلَى اللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতা প্ৰতিপন্নকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছো। আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকামত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৰেই প্ৰত্যাৱৰ্তনস্থল। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।)
.
🟠২৮:৫০(আল্লাহে তেওঁৰ ৰছুলসকলৰ যোগেদি আমালৈ তেওঁৰ শিক্ষা প্ৰেৰণ কৰিছে).
فَإِنْ لَمْ يَسْتَجِيبُوا لَكَ فَاعْلَمْ أَنَّمَا يَتَّبِعُونَ أَهْوَاءَهُمْ ۚ وَمَنْ أَضَلُّ مِمَّنِ اتَّبَعَ هَوَاهُ بِغَيْرِ هُدًى مِنَ اللَّهِ ۚ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। আৰু যিয়ে আল্লাহৰ পথ নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
.
🟦WORD BY WORD MEANING:
[28:43] And (Wa) We certainly (Laqad') gave (Aatai'naa) Moses (Muusaa) the Book (El'Kitaaba), after (Min
Ba'di) those (Maa) We had annihilated (Ah'lak'naa) of the previous (El'Uulaa) generations (El'Quruuna), as 
insight (Basoa'ira) for the people (Lin' Naasi) and (Wa) as guidance (Hudan) and mercy (Rah'matan) that
they (Laållahum') might take heed (Yatazakkaruun).
[28:44] And (Wa) you (s) were (Kunta) not (Maa) at (Bi) the western (El'Gar'biyyi) side (Jaanibi) when (Iz')
We issued (Qadoi'naa) the command (El'Am'ra) to (ilaa) Moses (Muusa), nor (Wamaa) were you (s) (Kunta) of
(Mina) the witnesses (Es'Shaahidiin).
[28:45] But (Walaakinnaa) We established (Ansha'naa) generations (Quruunan) and (Fa) prolonged 
(Tatoawala) the lifetime (El'Umuru) for them (Ålai'himu). And (Wa) you (s) were (Kunta) not (Maa) an 
inhabitant (Thaawiyyan) among (Fii) the people (Ah'li) of Midian (Mad'yana), reciting (Tat'lu') Our verses 
(Aayaati-naa) to them (Ålai'him), however (Walaakinna) We were (Kunna) transmitting (Mur'siliin),
[28:46] nor (Wamaa) were you (s)
(Kunta) at (Bi) the side (Jaanibi) of the Mount (Ettuuri) when (Iz') We 
called (Naadai'naa), but (Walaakin)
it is a mercy (Rah'matan) from (Min) your LORD (Rabbi-ka) so that (Li)
you may warn (Tunzira) a people (Qaw'man) to whom (-hum) no (Maa) warner (Naziirin) had come (Ataa-) before you (s) (Min Qab'li-ka) perhaps they (Laållahum') will take heed (Yatazakkaruun).
[28:47] And (Wa) if not (Law' Laa) that (An) a misfortune (Musiibatu) should strike them (Tusiiba-hum) for 
what (Bimaa) their hands (Ai'dii-him') have sent forth (Qaddamat'), then (Fa) they would say (Yaquulu'), 
"Our LORD (Rabba-naa), why (Law') did YOU not (Laa) send (Ar'sal'ta) a messenger (Rasuulan) to us 
(ilai'naa), then (Fa) we could follow (Nattabiå) YOUR verses (Aayaati-ka) and (Wa) be (Nakuuna) among 
(Mina) the believers (El'Mu'miniin)?"
[28:48] But (Fa) when (Lammaa) the truth (El'Haqqu) came to them (Jaa'a-humu) from Us (Min' Endi-naa), 
they said (Qaalu'), "Why (Law') was he (Mohammed) not (Laa) given (Uutiya) like (Mith'la) that which (Maa) was 
given (Uutiya) to Moses (Muusaa)?" Or did they not (Awalam') disbelieve (Yak'furu') in what (Bimaa) was 
given to (Uutiya) Moses (Muusaa) before (Min Qab'lu)? They said (Qaalu'), "Two sorceries (Sih'raani)
supporting each other (Tazoaharaa),” and (Wa) they said (Qaaluu'), "Indeed, we (Innaa) are disbelievers 
(Kaafiruun) in (Bi) both (Kullin)." 
[28:49] Say (Qul'): "Then (Fa) bring (Etu' Bi) a book (Kitaabin) from GOD (Min' Endi-llahi) which (Huwa) has 
better guidance (Ah'daa) than both (Min'humaa)
that I may follow it (Attabi'hu), if (In) you should be 
(Kuntum') truthful (Soadiqiin)." 
(the Book of Moses & the Koran)
[28:50] And (Fa) if (In) they do not (Lam') respond to you (s) (Yas'tajiibu' Laka), then (Fa) know (E'lam') that 
they only (Annamaa) follow (Yattabiuuna) their inclinations (Ah'waa'a-hum'). And (Wa) who (Man') is more 
astray (Adollu) than one who (Mimmani) follows (Ettabaå) his inclination (Hawaa-hu) without (Bi-Gai'ri)
guidance (Hudan) from GOD (Minallahi)? Indeed, GOD (Innallaha) does not (Laa) guide (Yah'dii) the 
transgressing (Ez'Zoalimiin) people (El'Qaw'ma). 
।।।
🟦।।বিশ্লেষণাত্মক কোৰআন চৰ্চা-চৈয়দৰফিক।।🟦

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)