🟡PART-354(28:11-19)Al-Qasas(The Story)
🟫PART-354(28:11-19)Al-Qasas(The Story)
🟫 VIDEO- https://youtu.be/YrZKxDd2DfU
।।।
🟫মিনি সূচিঃPART-354(28:11-19)Al-Qasas
২৮:১২(The Infant Returned to His Mother)
২৮:১৪(মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলো-টোকা)
২৮:১৫(মুছা নৰহত্যাকাৰীত পৰিণত হয়)
২৮:১৬✅(ক্ষমা খোজাৰ দোৱাঃ "LORD (Rabbi), indeed I have (Innii) wronged (Zolam'tu) my soul (Naf'sii), so (Fa)forgive me (Eg'fir' Lii),"
رَبِّ إِنِّي ظَلَمْتُ نَفْسِي فَاغْفِرْ لِي
২৮:১৯(Moses' Crime Exposed)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🔴২৮:১১
وَقَالَتْ لِأُخْتِهِ قُصِّيهِ ۖ فَبَصُرَتْ بِهِ عَنْ جُنُبٍ وَهُمْ لَا يَشْعُرُونَ
আৰু মুছাৰ বায়েকক ক'লে, ইয়াৰ পিছে পিছে যোৱা। তেওঁ দূৰৰ পৰাই ইয়াক দেখি আছিল কিন্তু সিহঁতে (শত্ৰুবিলাকে) সেয়া উপলব্ধি কৰিব পৰা নাছিল।
.
🔴২৮:১২(The Infant Returned to His Mother).
۞ وَحَرَّمْنَا عَلَيْهِ الْمَرَاضِعَ مِنْ قَبْلُ فَقَالَتْ هَلْ أَدُلُّكُمْ عَلَىٰ أَهْلِ بَيْتٍ يَكْفُلُونَهُ لَكُمْ وَهُمْ لَهُ نَاصِحُونَ
আৰু আমি পূৰ্বৰে পৰা তাৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলোঁ। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনে এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?
.
🔴২৮:১৩
فَرَدَدْنَاهُ إِلَىٰ أُمِّهِ كَيْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ وَلِتَعْلَمَ أَنَّ وَعْدَ اللَّهِ حَقٌّ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
তাৰ পিছত আমি তাক ওভোতাই দিলোঁ তাৰ মাতৃৰ ওচৰত, যাতে তেওঁৰ চকু জুৰ পৰি যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
.
✍️Ap-refs:2:216, 4:19
For a thing may happen that people do not like, but its consequences are good, as Allah says:
وَعَسَى أَن تَكْرَهُواْ شَيْيًا وَهُوَ خَيْرٌ لَّكُمْ وَعَسَى أَن تُحِبُّواْ شَيْيًا وَهُوَ شَرٌّ لَّكُمْ
and it may be that you dislike a thing which is good for you and that you like a thing which is bad for you. (2:216)
২:২১৬
كُتِبَ عَلَيْكُمُ الْقِتَالُ وَهُوَ كُرْهٌ لَكُمْ ۖ وَعَسَىٰ أَنْ تَكْرَهُوا شَيْئًا وَهُوَ خَيْرٌ لَكُمْ ۖ وَعَسَىٰ أَنْ تُحِبُّوا شَيْئًا وَهُوَ شَرٌّ لَكُمْ ۗ وَاللَّهُ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ
তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে যদিও এয়া তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটো তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।
.
🔴২৮:১৪
وَلَمَّا بَلَغَ أَشُدَّهُ وَاسْتَوَىٰ آتَيْنَاهُ حُكْمًا وَعِلْمًا ۚ وَكَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ
আৰু মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলো, আৰু এইদৰেই আমি মুহছিনসকলক পুৰষ্কাৰ প্ৰদান কৰো।
.
✍️Verse/note:
28:14 Now when [Moses] reached full manhood and had become mature [of mind]. We bestowed upon him the ability to judge [between right and wrong] as well as [innate] knowledge: for thus do We reward the doers of good.
Note.
This statement, almost entirely identical with 12:22 {where it refers to Joseph(Yusuf)}, stresses the supreme divine blessing of spiritual consciousness (ilm in its deepest significance) combined with rational thought, as expressed in the concept of hukm, the "ability to judge [between right and wrong]". As is evident from 26:20, Moses reached this spiritual maturity after the events described in verses 15 ff.
(Google translate no guarantee:
এই বক্তব্য, ১২:২২ (য'ত ই যোচেফক বুজাইছে)ৰ সৈতে প্ৰায় সম্পূৰ্ণৰূপে একে, যুক্তিবাদী চিন্তাৰ সৈতে সংযুক্ত আধ্যাত্মিক চেতনাৰ পৰম ঐশ্বৰিক আশীৰ্বাদৰ ওপৰত গুৰুত্ব আৰোপ কৰে (ইয়াৰ গভীৰতম তাৎপৰ্য্যত ilm), যিটো হুকুমৰ ধাৰণাত প্ৰকাশ কৰা হৈছে, "শক্তি" বিচাৰক [শুদ্ধ আৰু ভুলৰ মাজত]". ২৬:২০ পদৰ পৰা স্পষ্ট হোৱাৰ দৰে, ১৫ পদত বৰ্ণনা কৰা পৰিঘটনাৰ পিছত মোচিয়ে এই আধ্যাত্মিক পৰিপক্কতাত উপনীত হৈছিল)
(২৬:২০
قَالَ فَعَلْتُهَا إِذًا وَأَنَا مِنَ الضَّالِّينَ
মুছাই ক’লে, ‘সেইটো মই কৰিছিলো তেতিয়া, যেতিয়া মই বিভ্ৰান্ত আছিলো’।)
.
🔴২৮:১৫(মুছা নৰহত্যাকাৰীত পৰিণত হয়)
وَدَخَلَ الْمَدِينَةَ عَلَىٰ حِينِ غَفْلَةٍ مِنْ أَهْلِهَا فَوَجَدَ فِيهَا رَجُلَيْنِ يَقْتَتِلَانِ هَٰذَا مِنْ شِيعَتِهِ وَهَٰذَا مِنْ عَدُوِّهِ ۖ فَاسْتَغَاثَهُ الَّذِي مِنْ شِيعَتِهِ عَلَى الَّذِي مِنْ عَدُوِّهِ فَوَكَزَهُ مُوسَىٰ فَقَضَىٰ عَلَيْهِ ۖ قَالَ هَٰذَا مِنْ عَمَلِ الشَّيْطَانِ ۖ إِنَّهُ عَدُوٌّ مُضِلٌّ مُبِينٌ
আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজ ফৈদৰ আৰু আনজন শত্ৰু🔺1 পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এয়া চয়তানৰ কাম। নিশ্চয় সি প্ৰকাশ্য শত্ৰু, বিভ্ৰান্তকাৰী’🔺2।
.
✍️Sam-notes🔺1
The man Mūsā killed is assumed to be of the sect of Firʿawn, in conformity with the account in Genesis. However, the text of the Qur’an does not say so. Moreover, the verse at 28:17 strongly suggests that the man he struck was of his own people.
.
🔺2-Mūsā understands here how he had been manipulated into the factionalism fostered by Firʿawn as a means of control (cf. 28:4).
(Google translate no guarantee: মুছাই ইয়াত বুজি পাইছে যে তেওঁক নিয়ন্ত্ৰণৰ মাধ্যম হিচাপে ফিৰাউনে লালন-পালন কৰা ফৈদবাদত কেনেকৈ হেতালি খেলা হৈছিল (২৮:৪)।
.
✍️Note by edip:
Moses attributes this event to devil, since he acted with racist emotions by trusting the account of his tribesman without cross examining him or without questioning the other party about the issue. This is a common crime we tend to commit frequently. We make judgment about other people by just listening one party. If a wise man like Moses (28:14; 26:21) fall into the trap of tribalism and racism, we should investigate thoroughly before siding with one party against the other. We are expected to side with justice, even if against us and our family members. (See also: 38:24 and 4:135).
(Google translate no guarantee:
মোচিয়ে এই পৰিঘটনাৰ কাৰণ চয়তান বুলি কয়, কিয়নো তেওঁ নিজৰ জনগোষ্ঠীৰ মানুহজনৰ বিৱৰণীক বিশ্বাস কৰি তেওঁক ক্ৰছ এক্সাম নকৰাকৈ বা বিষয়টোৰ বিষয়ে আন পক্ষক প্ৰশ্ন নকৰাকৈয়ে বৰ্ণবাদী আৱেগেৰে কাম কৰিছিল। এইটো এটা সাধাৰণ অপৰাধ যিটো আমি সঘনাই কৰাৰ প্ৰৱণতা থাকে। আমি কেৱল এটা পক্ষৰ কথা শুনি আন মানুহৰ বিষয়ে বিচাৰ কৰোঁ। যদি মোচিৰ দৰে এজন জ্ঞানী ব্যক্তি (২৮:১৪; ২৬:২১) জনজাতীয়তাবাদ আৰু বৰ্ণবাদৰ ফান্দত পৰে, তেন্তে আমি এটা পক্ষৰ বিৰুদ্ধে আনটো পক্ষৰ পক্ষ লোৱাৰ আগতে ভালদৰে তদন্ত কৰা উচিত। আমাৰ আৰু আমাৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে হ’লেও আমি ন্যায়ৰ পক্ষ লোৱাৰ আশা কৰা হৈছে। (আৰু চাওক: ৩৮:২৪ আৰু ৪:১৩৫)।
.
✍️Note:
This incident took place in Misr, the trade station where Firawn was powerful and Moses' tribe was oppressed. See verses and footnotes 2:61; 12:111; 43:51.(sig).
.
🔴২৮:১৬
قَالَ رَبِّ إِنِّي ظَلَمْتُ نَفْسِي فَاغْفِرْ لِي فَغَفَرَ لَهُ ۚ إِنَّهُ هُوَ الْغَفُورُ الرَّحِيمُ
তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছো, সেয়ে তুমি মোক ক্ষমা কৰা’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
.
✍️ Note:
Protect. (Arabic: ghafur. Root GH'F'R). This is the protection that people supplicate to God for and indeed a protection that is given by Him to those who follow His guidance. See verses 2:52; 2:58.(sig).
.
🔴২৮:১৭
قَالَ رَبِّ بِمَا أَنْعَمْتَ عَلَيَّ فَلَنْ أَكُونَ ظَهِيرًا لِلْمُجْرِمِينَ
মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’।
.
✍️Sam's verse/note:
17 He said: “My Lord: for that which Thou hast favoured me, nevermore will I be helper to the lawbreakers.”
Note:
Mūsā killed one of the sect of Firʿawn, but that contradicts the plain sense here. The God Protocol includes an analysis of this point. The word mujrimūn (rendered as lawbreakers throughout) can be better understood by reviewing all instances where it occurs: 6:55, 6:123, 7:40, 7:84, 8:8, 9:66,
10:17, 10:50, 10:82, 11:52, 11:116, 14:49, 15:12, 18:49, 18:53, 19:86, 20:74, 20:102, 25:22, 25:31, 26:99, 26:200, 27:69, 28:17, 28:78, 30:12, 30:55, 32:12, 32:22, 34:32, 36:59, 37:34, 43:74, 42:22, 44:37, 45:31, 46:25, 51:32, 54:47, 55:41, 55:43, 68:35, 74:41, 77:18, 77:46.
(৬:৫৫
وَكَذَٰلِكَ نُفَصِّلُ الْآيَاتِ وَلِتَسْتَبِينَ سَبِيلُ الْمُجْرِمِينَ
আৰু এনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো; যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায়।)etc.
.
🔴২৮:১৮
فَأَصْبَحَ فِي الْمَدِينَةِ خَائِفًا يَتَرَقَّبُ فَإِذَا الَّذِي اسْتَنْصَرَهُ بِالْأَمْسِ يَسْتَصْرِخُهُ ۚ قَالَ لَهُ مُوسَىٰ إِنَّكَ لَغَوِيٌّ مُبِينٌ
এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰত তেওঁ ৰাতি অতিবাহিত কৰিলে*। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞঁৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।
.
✍️ Sam's note*
The remainder of this verse as a replay of what had happened the day before (and connects with 28:15 where we read: ‘And he who was of his sect sought aid of him against him who was of his enemy’) which sets up the fact that now Mūsā intends to correct his error of the previous day.
.
🔴২৮:১৯(Moses' Crime Exposed).
فَلَمَّا أَنْ أَرَادَ أَنْ يَبْطِشَ بِالَّذِي هُوَ عَدُوٌّ لَهُمَا قَالَ يَا مُوسَىٰ أَتُرِيدُ أَنْ تَقْتُلَنِي كَمَا قَتَلْتَ نَفْسًا بِالْأَمْسِ ۖ إِنْ تُرِيدُ إِلَّا أَنْ تَكُونَ جَبَّارًا فِي الْأَرْضِ وَمَا تُرِيدُ أَنْ تَكُونَ مِنَ الْمُصْلِحِينَ
এতেকে মুছাই যেতিয়া উভয়ৰ** শত্ৰুক* ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে*** চিঞঁৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱা কালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? অৱশ্যে তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।
.
✍️ Sam's note*
‘enemy’ at 28:15. This his only makes sense if we understand Mūsā to have killed a man of the children of Israel the day before.
.
**I.e. to Mūsā and the Israelite he had killed the day before (see 28:15-19).
.
***I.e. the man Mūsā now intends to kill: a member of the sect of Firʿawn (see notes to 28:15-19
.
✍️Verse/note:
28:19. However, when Moses looked more closely he noticed that the other person was also from Pharoah’s people (but because he was from the governing class, he was clearly exaggerating. People from governing class always do that). Hence he decided to hold back the aggressor and separate them. (As Moses had scolded the Israelite, and had mentioned yesterday’s event, the other man realized that this was the same person who had killed the man from Pharoah. So as soon as he saw Moses reaching out his hands towards him, the latter exclaimed), "O Moses! Do you want to kill me, like you killed the other man yesterday? Your sole aim is to become a tyrant in this land and you do not want to be one of those who set
things right." (In his opinion the “right” meant to allow the people of the governing nation to do whatever they liked; that there should be no restriction; rather the people from the slave nation should be scolded and crushed; and always be declared ascriminals.)pz.
।।।
🟫WORD BY WORD MEANING:
[28:11] And (Wa) she (the mother) said to (Qaalat’ Li) his sister (Ukh'ti-hi), “Relate to him (Qussii-hi).” So (Fa)
she (the sister) perceived him (Bashurat Bi-hi) from (Ån) the side (Junubin) while (Wa) they (Hum) did not (Laa)
perceive (Yash'uruun).
[28:12] And (Wa) We forbade (Harram'naa) foster mothers (El'Maraadiå) for him (Ålai'hi) earlier (Min
Qab'lu), so (Fa) she (the sister)said (Qaalat), "Shall (Hal') I direct you to (Adullu-kum’ Ålaa) a family (Ah'li) house
(Bai'tin) who can support him (take care of) (Yak'fuluunahu) for you (Lakum’), and (Wa) they (Hum) will be
sincere to him (Naasihuun Lahu)?"
[28:13] So (Fa) We returned him (Radad'naa-hu) to (ilaa) his mother (Ummi-hi) in order to (Kai') entertain
(Taqarra) her eyes (Åi'nu-haa) and (Wa) not (Laa) grieve (Tah'zana) and to (Wali) know (Ta'lama) that (Anna)
the promise of GOD (Wa'da-llahi) is true (Haqqu), but (Walaakinna) most of them (Ak'thara-hum) do not
(Laa) know (Ya'lamuun).
[28:14] And (Wa) when (Lammaa) he (Moses) attained (Balaga) his maturity (Ashudda-hu) and was matured
(Es'tawaa), We gave him (Aatai'naa-hu) judgement (Huk'man) and knowledge (il'man). And (Wa) thus
(Kazaalika) do We reward (Naj’zii) the benevolent (El’Muh’siniin).
[28:15] And (Wa) he entered (Dakhala) the city (El'Madiinata) at (Ålaa) a time (Hiini) its people (Ah'li-haa)
were unaware (Gaf'latin), then (Fa) he found (Wajada) two men (Rajulai'ni) fighting (Yaq'tatilani) therein
(Fiiha); this (Haaza) from (Min) his community (Shiiåti-hi) and (Wa) this (Haaza) from (Min') his enemy
(Åduwwi-hi). And (Fa) the one who (Ellazii) was from (Min) his community (Shiiåti-hi) asked for his help
(Es'tagaatha-hu) against (Ålaa) the one who (Ellazii) was from (Min') his enemy (Åduwwi-hi), then (Fa)
Moses (Muusaa) punched him (the enemy) (Wakaza-hu) and (Fa) finished him (Qadaa Ålai'hi). He (Moses) said
(Qaala), "This (Haaza) is from (Min') the work (Åmali) of the devil (Es'Shai'taani). Indeed, he (Innahu) as an
enemy (Åduwwun) is a clear (Mubiin) misleader (Mudillun)."
[28:16] He (Moses) said, "LORD (Rabbi), indeed I have (Innii) wronged (Zolam'tu) my soul (Naf'sii), so (Fa)
forgive me (Eg'fir' Lii)," and (Fa) HE (God) forgave him (Gafara La-hu). Indeed (Innahu), HE (Huwa) is the
FORGIVING (El' Gafuuru), the MERCIFUL (Er' Rahiim).
[28:17] He (Moses) said (Qaala), "LORD (Rabbi), because (Bimaa) YOU have favoured me (An'åm'ta Ålayya),
hence (Fa) I will never (Lan') be (Akuuna) an assistant (Zohiiran) to the criminals (Lil' Muj'rimiin)."
[28:18] So (Fa) he became (As'baha) fearful (Khaa'ifan) and (Wa) anticipating (Yataraqqabu) in (Fii) the city
(El'Madiinati), and (Fa) then (Izaa) the one who (Ellazii) asked for his assistance (Es'tansora-hu) in the day
before (Bil' Am'si) asked again for his help (Yas'tas'rikhu-hu). Moses (Muusaa) said to him (Qaala La-hu),
"Indeed, you (Innaka) are (La) a clear (Mubiin) misleader (Gawiyyun)."
[28:19] And (Fa) when (Lammaa An’) he intended (Araada) to (An) attack (Yab'tisha Bi) the one (Ellazii) who
(Huwa) was an enemy (Åduwwu) to them (Lahumaa), he (the enemy) said (Qaala), "O (Yaa) Moses (Muusaa), do
you want (Aturiidu) to (An) kill me (Taq'tulanii) as (Kamaa) you killed (Qatal'ta) someone (Naf'sa) yesterday
(Bil' Am'si)? You only (In illaa) intend (Turiidu) to (An) be (Takuuna) a tyrant (Jabbaaran) in the land (Fiil' Ar'di),
and (Wa) you do not (Maa) intend (Turiidu) to (An) be (Takuuna) of (Mina) the peacemakers (El'Mus'lihiin)."
.
VIDEO #MUKTABULHUSSAIN
ANALYSIS SYEDRAF
Comments
Post a Comment