🟣Part-350(27:54-66)An-Namal(The Ant)
🟪Part-350(27:54-66)An-Namal(The Ant)
🟪Video- https://youtu.be/xEdhH05WFYc
।।।
🟪মিনি সূচিঃPart-350(27:54-66)An-Namal
২৭:৬০(আল্লাহ কোন?-ছুৰা-১১২)
২৭:৬১(Set upon it mountains firm, and has placed a barrier between the two great bodies of water-see refs)
২৭:৬৫(আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কোনেও গায়েব নাজানে-see link)
২৭:৬৬(যিসকলে কোৰআনৰ বাহিৰত কথাকৈ চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী কৰোৱাই, তেওঁলোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে আৰু তেওঁলোক ছাক্বাৰত নিক্ষিপ্ত হ'ব- See Link)
।।।
🟪Assume Section:
Salih and Lot (Verses 27:45–27:58)
The Faithful will be Exalted (Verses 27:59–27:66)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🔵২৭:৫৪(লূতে অনৈতিকতাক নিন্দা কৰে).
وَلُوطًا إِذْ قَالَ لِقَوْمِهِ أَتَأْتُونَ الْفَاحِشَةَ وَأَنْتُمْ تُبْصِرُونَ
আৰু স্মৰণ কৰা লূতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে জানি-বুজি কিয় অশ্লীল কাম কৰা?
.
✍️Note/refs:
The story of Lot and the perverted people of Sodom is mentioned in several places, particularly in 7:80, 11:69 and 26:60.(as).
(৭:৮০
وَلُوطًا إِذْ قَالَ لِقَوْمِهِ أَتَأْتُونَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ أَحَدٍ مِنَ الْعَالَمِينَ
আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলো। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।)
.
🔵২৭:৫৫
أَئِنَّكُمْ لَتَأْتُونَ الرِّجَالَ شَهْوَةً مِنْ دُونِ النِّسَاءِ ۚ بَلْ أَنْتُمْ قَوْمٌ تَجْهَلُونَ
‘তোমালোকে কামতৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষৰ লগত উপগত হোৱানে! প্ৰকৃততে তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।
.
✍️SA-ref:27:54
২৭:৫৪
وَلُوطًا إِذْ قَالَ لِقَوْمِهِ أَتَأْتُونَ الْفَاحِشَةَ وَأَنْتُمْ تُبْصِرُونَ
আৰু স্মৰণ কৰা লূতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে জানি-বুজি কিয় অশ্লীল কাম কৰা?
.
✍️Note:
Sodomy forbidden. See verses 7:80-84; 11:77-82; 26:160-175; 29:29.(sig).
(২৯:২৯
أَئِنَّكُمْ لَتَأْتُونَ الرِّجَالَ وَتَقْطَعُونَ السَّبِيلَ وَتَأْتُونَ فِي نَادِيكُمُ الْمُنْكَرَ ۖ فَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا ائْتِنَا بِعَذَابِ اللَّهِ إِنْ كُنْتَ مِنَ الصَّادِقِينَ
‘তোমালোকেই পুৰুষৰ ওচৰত গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।)
.
🔵২৭:৫৬
۞ فَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا أَخْرِجُوا آلَ لُوطٍ مِنْ قَرْيَتِكُمْ ۖ إِنَّهُمْ أُنَاسٌ يَتَطَهَّرُونَ
উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত সম্প্ৰদায়ক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰা, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।(ref.on 7:82).
.
🔵২৭:৫৭
فَأَنْجَيْنَاهُ وَأَهْلَهُ إِلَّا امْرَأَتَهُ قَدَّرْنَاهَا مِنَ الْغَابِرِينَ
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলো, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলো।
.
✍️Verse/refs:
27:57 Thereupon We saved Lot, his household and his followers but his wife – whom We knew was destined to remain behind for her disbelief.
Note.
7:85, 11:81, 66:10(sa).
.
🔵২৭:৫৮
وَأَمْطَرْنَا عَلَيْهِمْ مَطَرًا ۖ فَسَاءَ مَطَرُ الْمُنْذَرِينَ
আৰু আমি সিহঁতৰ ওপৰত ভয়ংকৰ বৃষ্টি বৰ্ষণ কৰিছিলো, এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৰষুণ কিমান যে নিকৃষ্ট আছিল!
.
✍️Verse/note:
27:58 the while We rained a rain [of destruction] upon the others: and dire is such rain upon all who let themselves be warned [to no avail].(as).
Note.
See on 7:83; also 11:81 and 66:10,
Note.
Cf. 26:173.
.
🔵২৭:৫৯
قُلِ الْحَمْدُ لِلَّهِ وَسَلَامٌ عَلَىٰ عِبَادِهِ الَّذِينَ اصْطَفَىٰ ۗ آللَّهُ خَيْرٌ أَمَّا يُشْرِكُونَ
কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই আৰু শান্তি কেৱল তেওঁৰ মনোনীত বান্দাসকলৰ প্ৰতি! (তেন্তে কোৱাচোন!) কোন শ্ৰেষ্ঠ, আল্লাহ নে সিহঁতে যিবোৰ অংশী কৰে সেইবোৰ’🔺?
.
✍️Verse/Note:
27:59 SAY: “All praise is due to God, and peace be upon those servants of His whom He chose [to be His message-bearers]!" 🔺Is not God far better than anything to which men [falsely] ascribe a share in His divinity?
Note.
Lit., "Is God better, or that to which they ascribe…", etc.: thus including, by implication, not only deified beings or forces of nature, but also false social and moral values to which custom and ancestral tradition have lent an almost "religious" sanction.(as).
(Google translate no guarantee:
"ঈশ্বৰ শ্ৰেষ্ঠ নেকি, বা যাৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ কৰে...", ইত্যাদি: এইদৰে, ইংগিতৰ দ্বাৰা, কেৱল প্ৰকৃতিৰ দেৱতা বা শক্তিকে নহয়, ভুৱা সামাজিক আৰু নৈতিক মূল্যবোধকো সামৰি লয়, যাৰ প্ৰতি ৰীতি-নীতি আৰু পূৰ্বপুৰুষৰ পৰম্পৰা প্ৰায় "ধৰ্মীয়" গ্ৰহণ কৰে .)
.
🔵২৭:৬০
أَمَّنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَأَنْزَلَ لَكُمْ مِنَ السَّمَاءِ مَاءً فَأَنْبَتْنَا بِهِ حَدَائِقَ ذَاتَ بَهْجَةٍ مَا كَانَ لَكُمْ أَنْ تُنْبِتُوا شَجَرَهَا ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ بَلْ هُمْ قَوْمٌ يَعْدِلُونَ
বৰং তেওঁহে (শ্ৰেষ্ঠ) যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে লগতে তোমালোকৰ বাবে তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰোঁ, সেইবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে?* বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে (আল্লাহৰ) সমকক্ষ নিৰ্ধাৰণ কৰে।
.
✍️BB-ref:(Ch 112)*
.
🔵২৭:৬১
أَمَّنْ جَعَلَ الْأَرْضَ قَرَارًا وَجَعَلَ خِلَالَهَا أَنْهَارًا وَجَعَلَ لَهَا رَوَاسِيَ وَجَعَلَ بَيْنَ الْبَحْرَيْنِ حَاجِزًا ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
বৰং তেওঁ, যিজনে পৃথিৱীক বসবাস কৰাৰ উপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদ-নদী প্ৰবাহিত কৰিছে, আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বত লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়, (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে, বৰং সিহঁতৰ অধিকাংশই নাজানে।
.
✍️Verse/notes:
27:61 Nay - who is it that has made the earth a fitting abode* [for living things], and has caused running waters [to flow] in its midst, and has set upon it mountains firm, and has placed a barrier between the two great bodies of water?** Could there be any divine power besides God? Nay, most of those [who think so] do not know [what they are saying]!(as).
Note*
Lit., "place of rest" (qarar). But see also 77:25.
(৭৭:২৫
أَلَمْ نَجْعَلِ الْأَرْضَ كِفَاتًا
আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?)
Note**
See 25:53
(২৫:৫৩
۞ وَهُوَ الَّذِي مَرَجَ الْبَحْرَيْنِ هَٰذَا عَذْبٌ فُرَاتٌ وَهَٰذَا مِلْحٌ أُجَاجٌ وَجَعَلَ بَيْنَهُمَا بَرْزَخًا وَحِجْرًا مَحْجُورًا
আৰু তেৱেঁই দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।)
.
✍️Verse/note:
27:61. Ask them again, “Who is the one that has made the earth a fitting abode where
everything can stay firmly (in spite of its fast rotation); and Who caused the rivers to flow on
it and set upon it firm mountains; and placed a barrier between the two great bodies of
flowing water?” (25:53)
Now say, “Is there any other being who can be a partner with him in authority, discipline and
order? If none, then how can anyone else be Ilaha besides Him? However, these people do
not use their knowledge and wisdom (but take erroneous paths due to ignorance and superstitions).”pz.
.
🔵২৭:৬২
أَمَّنْ يُجِيبُ الْمُضْطَرَّ إِذَا دَعَاهُ وَيَكْشِفُ السُّوءَ وَيَجْعَلُكُمْ خُلَفَاءَ الْأَرْضِ ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ قَلِيلًا مَا تَذَكَّرُونَ
বৰং তেওঁ, যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেওঁ বিপদ দূৰীভূত কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছে নে? বৰং তোমালোকে খুবেই কম শিক্ষা গ্ৰহণ কৰা।
.
✍️Verse/note:
27:62. Then ask them, “Who is it that responds to the cries of anguish and distress of the
oppressed and helpless people when they ask for assistance from His Law. He replies to their
call (and tells them that the solution to their problems lies with Him). And when they work according to it, He removes their difficulties and (thus) awards them the state and the
authority in the land.” (24:54-55).pz.sa.
(২৪:৫৪
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ ۖ وَإِنْ تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।
২৪:৫৫
وَعَدَ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَعَمِلُوا الصَّالِحَاتِ لَيَسْتَخْلِفَنَّهُمْ فِي الْأَرْضِ كَمَا اسْتَخْلَفَ الَّذِينَ مِنْ قَبْلِهِمْ وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ الَّذِي ارْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُمْ مِنْ بَعْدِ خَوْفِهِمْ أَمْنًا ۚ يَعْبُدُونَنِي لَا يُشْرِكُونَ بِي شَيْئًا ۚ وَمَنْ كَفَرَ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।)
.
🔵২৭:৬৩
أَمَّنْ يَهْدِيكُمْ فِي ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ وَمَنْ يُرْسِلُ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ تَعَالَى اللَّهُ عَمَّا يُشْرِكُونَ
বৰং তেওঁ, যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধকাৰত পথ দেখুৱায় আৰু তেৱেঁই নিজ অনুগ্ৰহৰ আগত সুসংবাদবাহী* বতাহ প্ৰেৰণ কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? সিহঁতে যি অংশীদাৰ স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
.
✍️BB-ref:(7:57)*
৭:৫৭
وَهُوَ الَّذِي يُرْسِلُ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ ۖ حَتَّىٰ إِذَا أَقَلَّتْ سَحَابًا ثِقَالًا سُقْنَاهُ لِبَلَدٍ مَيِّتٍ فَأَنْزَلْنَا بِهِ الْمَاءَ فَأَخْرَجْنَا بِهِ مِنْ كُلِّ الثَّمَرَاتِ ۚ كَذَٰلِكَ نُخْرِجُ الْمَوْتَىٰ لَعَلَّكُمْ تَذَكَّرُونَ
আৰু তেৱেঁই সেই সত্ত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত সুসংবাদৰূপে বতাহ প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰে, তেতিয়া আমি তাক মৃত জনপদৰ ফালে চালিত কৰো, তাৰ পিছত আমি তাৰ পৰা পানী বৰ্ষাওঁ আৰু তাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ফল-মূল উৎপাদন কৰো। এইদৰেই আমি মৃতসকলক জীৱিত কৰিম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
.
🔵২৭:৬৪
أَمَّنْ يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ وَمَنْ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ قُلْ هَاتُوا بُرْهَانَكُمْ إِنْ كُنْتُمْ صَادِقِينَ
বৰং তেওঁ, যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।
.
✍️verse/note:
27:64. Ask them, “Who is it that initiates the creation of everything, and then by passing it
through various stages of evolution, takes it to its destined end? And Whose Nizam-e-
Rabubiyyat it is that provides means of nourishment from the mutual coordination between
heavens and the earth?
Can any authority or system other than that of Allah do this? If you think that it is possible,
then bring forth proof and evidence in support of your claim; (because all our claims are
based on reason and rationale; which can only be rebutted rationally and with reasons - which
you cannot produce). (23:117)pz.
(২৩:১১৭
وَمَنْ يَدْعُ مَعَ اللَّهِ إِلَٰهًا آخَرَ لَا بُرْهَانَ لَهُ بِهِ فَإِنَّمَا حِسَابُهُ عِنْدَ رَبِّهِ ۚ إِنَّهُ لَا يُفْلِحُ الْكَافِرُونَ
আৰু যিয়ে আল্লাহৰ লগতে আন কোনো উপাস্যক আহ্বান কৰে, যি বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।)
.
🔵২৭:৬৫
قُلْ لَا يَعْلَمُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ الْغَيْبَ إِلَّا اللَّهُ ۚ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ
কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কোনেও গায়েব📍 নাজানে। আনকি সিহঁতে উপলব্ধিও কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’।
.
✍️📍Ghaib/Unseen: See link with Google translated:
.
✍️verse/note:
27:65. (Such is the state of their ignorance that, let alone the living, they even consider the
dead to be partners in the Divine functions.) Tell them that no one knows the hidden realities
in the heavens and earth (as these are metaphysical in nature) other than Allah. The dead do
not even know when they themselves will be raised (so how can they share the Divine
knowledge ~ 16:22).pz.
(১৬:২২
إِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ ۚ فَالَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ قُلُوبُهُمْ مُنْكِرَةٌ وَهُمْ مُسْتَكْبِرُونَ
তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।)
.
🔵২৭:৬৬
بَلِ ادَّارَكَ عِلْمُهُمْ فِي الْآخِرَةِ ۚ بَلْ هُمْ فِي شَكٍّ مِنْهَا ۖ بَلْ هُمْ مِنْهَا عَمُونَ
বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিঃশেষ হৈছে; বৰং সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, বৰং এই বিষয়ে সিহঁত অন্ধ।
.
✍️Note: যিসকলে কোৰআনৰ বাহিৰত কথাকৈ চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী কৰোৱাই, তেওঁলোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে আৰু তেওঁলোক ছাক্বাৰত নিক্ষিপ্ত হ'ব- See Link: https://ahsana3923.blogspot.com/2022/09/2766-note-on-those-who-have-no.html
।।।
🟪WORD BY WORD MEANING:
[27:54] And (Wa) Lot (Luutoan), when (Iz') he said to (Qaala Li) his people (Qaw'mi-hi), "Do you approach
(Ata'tuuna) obscenity (El'Faahishatan) while (Wa) you (Antum') see (Tub'siruun)?
[27:55] "Do you indeed (A'innakum' La) approach (Ta'tuuna) men (Er'Rijaala) with lust (Shah'watan) other
than (Min Duuni) women (En'Nisaai)? In fact (Bal'), you (Antum') are an ignorant (Taj'haluun) people
(Qaw'mun)."
[27:56] And (Fa) the only (Maa illaa) answer (Jawaaba) of his people (Qaw'mi-hi) was (Kaana) to (An) say
(Qaaluu'), "Expel (Akh'rijuu') the family (Aala) of Lot (Luutin) from (Min) your town (Qar'yati-kum'). Indeed,
they (Innahum') are a people (Unaasun) who purify themselves (Yatatohharuun)."
[27:57] So (Fa) We rescued him (Anjai'naa-hu) and (Wa) his family (Ah'la-hu), except (illa) his wife
(Em'ra'ata-hu); We destined her (Qaddar'naa-haa) among (Mina) those who passed away (El'Gaabiriin).
[27:58] And (Wa) We showered (Am'tor'naa) rain (Matorran) upon them (Ålai'him), and (Fa) it was an evil
(Saa'a) rain (Matoru) for those who were warned (El'Munzariin).
[27:59] Say (Quli): "Praise (El'Hamdu) be to GOD (Lillahi) and (Wa) peace be upon (Salaamun Ålaa) HIS
servants (Ebaadi-hi) whom (Ellaziina) HE has chosen (Es'tofaa). Is (A-) GOD (-allahu) better (Khai'run) or
what (Ammaa) they associate (Yush'rikuun)?"
[27:60] Is there one who (Amman') created (Khalaqa) the heavens (Es'Samaawaati) and the earth (Wal'
Ar'do) and (Wa) send down (Anzala) water (Maa'an) from (Mina) the sky (Es'Samaai) for you (Lakum) and
(Fa) germinate (Anbat'naa) gardens (Hadaa'iqa) with it (Bihi) of (Zaata) splendour (Bah'jatin) whose trees
(Shajara-haa) you could not (Maa) have (Kaana Lakum') grown (Tunbitu')? Is it another god (A'ilaahun) with
the GOD (Ch 112)
(Maållahi)? In fact (Bal'), they (Hum') are a people (Qaw'mun) who counteract (Ya'diluun).
[27:61] Is there one who (Amman) made (Jaåla) the earth (El'Ar'do) a base (Qaraaran) and (Wa) made
(Jaåla) rivers (An'haaran) through it (Khilaalahaa) and made (Jaåla) for it (Lahaa) anchors (mountains)
(Rawaasiya) and made (Jaåla) an obstacle .
[27:62] Is there one who (Amman) responds (Yujiibu) to the disturbed (El'Mud'torra) when (Izaa) they
invoke him (Da'åå-hu) and (Wa) removes (Yak'shifu) evil (Es'Suwaa'a) and makes you (Yaj'ålu-kum')
successors (Khulafaa'a) of the earth (El'Ar'di)? Is it another god (A'ilaahun) with the GOD (Maållahi)? Rarely
(Qaliilan Maa) do you take heed (Tazakkaruun).
[27:63] Is there one who (Amman) guides you (Yah'dii-kum') in (Fii) the darknesses (Zulumaati) of the land
(El'Barri) and the sea (Wal' Bah'ri) and who (Man) sends (Yur'silu) the winds (Er'Riyaaha) as good news
(Bush'ra) before (Bai'na Yadai') his mercy (7:57) (Rah'mati-hi)? Is it another god (A'ilaahun) with the GOD
(Maållahi)? Exalted is GOD (Ta'åålaa-llahu) above what (Åmmaa) they associate (Yush'rikuun).
[27:64] Is there one who (Amman) initiated (Yab'dau') the creation (El'Khal'qa) and then (Thumma) repeats
it (Yueedu-hu) and (Wa) who (Man) provides for you (Yar'uqu-kum) from (Mina) the heaven (Es'Samaai)
and the earth (Wal' Ar'di)? Is it another god (A'ilaahun) with the GOD (Maållahi)? Say (Qul'): "Bring (Haatu')
your proof (Bur'haana-kum'), if (In) you should be (Kuntum') truthful (Soadiqiin)."
[27:65] Say (Qul): "None (Laa Man) in (Fii) the heavens (Es'Samaawaati) and the earth (Wal' Ar'di) knows
(Ya'lamu) the unseen (El'Gai'ba) except (illa) the GOD (Ellahu), and (Wa) they do not (Maa) perceive
(Yash'uruuna) when (Ayyaana) they will be resurrected (Yub'åthuun)."
[27:66] Rather (Bali), their knowledge (il'mu-hum') concerning (Fii) the hereafter (El'Aakhirati) has been
overtaken (Eddaaraka). In fact (Bal'), they (Hum') are in (Fii) doubt (Shakkin) of it (Min'haa). In fact (Bal'),
they (Hum) are blind (Åmuun) thereof (Min'haa).
.
analysis Syedraf, video #Muktabulhussain
Comments
Post a Comment