🌀🟢Ch.22 and 23-Al-Hajj and Al-Muminu

✔️These 2 blogs are spumed hence its url is blocked.
Ch.22-Al-Hajj-Mini Content:


🇮🇳308-মিনি সূচিঃPart-309(22:1-6)Al-Hajj fb


আগ-কথাঃ

২২:১✅(তাক্বৱা📍 অৱলম্বন কৰক, কাৰণ ভয়ংকৰ কিয়ামত আহি আছে -টোকা)

২২:২(কিয়ামতৰ ভয়ৰ সৈতে ই  প্ৰতিজন মানুহক আগুৰি ধৰিব; ইমানদাৰৰ কোনো ভয় নাই-টোকা)

২২:৩-৪(বিদ্ৰোহী চয়তান-টোকা)

২২:৫✅(According to modern biology, the normal period for pregnancy, starting from fertilization until birth is 38 weeks and 266 days....see note)

২২:৬(Allah "the Ultimate Sovereign").

.

🇮🇳309-মিনি সূচিঃPart-309(22:7-17)Al-Hajj

২২:৭(আল্লাহে মৃতকক তেওঁলোকৰ বিচ্ছিন্ন অৱস্থাৰ পৰা পুনৰুত্থান কৰিব, সেয়া কবৰতেই হওক বা সাগৰতেই হওক বা ছাইতেই হওক)

২২:১১(Those Who Conditionally Serve God)

২২:১৩(ref-যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল তাৰ বাবেই, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব)

২২:১৪✅(Pairing:1 = Those who believe and do good deeds. 2 = Observe the Salat and give the Zakat)

২২:১৫(যিসকলে আল্লাহৰ ওপৰত নিজৰ সকলো আস্থা ৰাখে(see Google translate):see link)

২২:১৬(আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা  সৎপথত পৰিচালিত কৰে-link)

২২:১৭(ঈমান-অনা আৰু ননা,)(God: The Only Judge-see note)

.

🇮🇳310-মিনি সূচিঃPart-310(22:18- 25)Al-Hajj

২২:১৮✅(পৃথিৱীত যি আছে সেই সকলোবোৰে আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তুৰ লগতে বহুতো মানুহেও ছাজদাহ কৰে।টোকা-লিংক)

২২:১৯-২২✅[কুফৰী মানে কি,তলত চাওঁক 📍(কুফৰী কৰাৰ শাস্তি, জাহান্নাম)

২২:২৩✅(ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব আৰু ই স্থায়ী জান্নাত)

২২:২৪✅ref:(এই পৱিত্ৰ কোৰআনতৰ বাণী ৰছুলৰ মুখৰ পৰা বাহিত বাণী (لَقَوْلُ رَسُولٍ):

২২:২৫(মক্কা আৰু মদীনাত কিয় অমুছলমানৰ প্ৰৱেশৰ অনুমতি নাই?  এই ঠাইবোৰত প্ৰৱেশ কৰিলে কি হ’ব?-লিংক চাওঁক)

.

🇮🇳311-মিনি সূচিঃPart-311(22:26-31)Al-Hajj

২২:২৬✅(ইব্ৰাহীম-আ:ছা: ইছলামৰ মূল ৰাছুল -link)

২২:২৭(হজ্জৰ উদ্দেশ্য-টোকা)

২২:২৮✅(ঈদউজজ্বোহাৰ সময়ত একেলগে গোটেই পৃথিৱীতে যি আল্লাহৰ নামত জন্তুৰ কোৰবাণী কৰা হয় সেই নিয়ম কিন্তু কোৰআনত উল্লেখ নাই-Note).

.

🇮🇳312-মিনি সূচিঃPart-312(22:32-40)Al-Hajj

২২:৩২("আল্লাহৰ প্ৰতীক (শা'আ'ইৰ)" - এটা অভিব্যক্তি(expression) যিয়ে এই প্ৰসংগত হজযাত্ৰাৰ আচাৰ-ব্যৱহাৰক বুজায় (৫:২ )

২২:৩৩(Livestock Offerings During Pilgrimage)

২২:৩৬(...আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এখন ভৰি বান্ধি থোৱা আৰু বাকী তিনিখন ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা।....)

২২:৩৮(God Defends the Believers)

২২:৩৯(অত্যাচাৰ আৰু আক্ৰমণাত্মকতাৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰক)

২২:৪০(ref:আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লেহেঁতেন।)

.

🇮🇳313-মিনি সূচিঃPart-313(22:41-51)Al-Hajj

22:41-44(এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আল্লাহে পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে চালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকমৰ নিৰ্দেশ দিব, লগতে অসৎকৰ্ম নিষেধ কৰিব)

(Many of the above people did not follow the Allah's commands. Still they divert the Salat throw their manmade hadith- see Notes)

22:49(ৰছুল কেৱল আমাৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰী’)

22:50(যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে -Note)

22:51(ref:যিসকলে আল্লাহৰ আয়াতক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি।)

.

🇮🇳314-মিনি সূচিঃPART-314(22:52-64)Al-Hajj✔️

২২:৫২-৫৪(চয়তানী লোকসকলে আগৰ নবী/ৰছুলৰ ৱহীবোৰৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰাত আল্লাহে আল-কোৰআন প্ৰকাশ কৰিলে আৰু  নিজেই ইয়াৰ সঠিকতা আৰু সংৰক্ষণৰ নিশ্চয়তা দিলে-টোকা চাওঁক)

২২:৫৬✅(যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে-টোকা)

২২:৫৮✅(ref:যিসকলে আল্লাহৰ পথত নিহত হৈছে সিহঁতক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং সিহঁত জীৱিত আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতে জীৱিকাপ্ৰাপ্ত।।

২২:৬০(ref:অত্যাচাৰ আৰু আক্ৰমণাত্মকতাৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰক)

২২:৬১(ref:তোমালোকেই বিজয়ী যদি তোমালোক মুমিন হোৱা)

২২:৬২-৬৪(আল্লাহ সুক্ষ্মদৰ্শী,তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত)

.

🇮🇳315-মিনি সূচিঃPart-315(22:65-78)Al-Hajj-22:65✅(The Flat Earth Model is in total contradiction to the Quranic information due to the force of gravity)

22:67✅(মহম্মদ আ:ছা: সৰল পথত প্ৰতিষ্ঠিত আৰু মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত আছিল)

22:71(সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই-note)


22:72(হিংসা আৰু যুদ্ধংদেহ: অবিশ্বাসৰ চিন)


22:73(Can They Create a Fly?)


22:74(ref:সিহঁতে আল্লাহক যথোচিত সন্মান কৰা নাই অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী থাকিব তেওঁৰ হাতৰ মুঠিত আৰু আকাশসমূহ তেওঁৰ সোঁহাতত মেৰিয়াই থোৱা অৱস্থাত থাকিব)


22:75(Angels being message-bearers = Angels of revelation to the Prophets).


22:77✅(আল্লাহৰ ওচৰত সফল হ'বলৈ মুমিন হ'ব লাগিব। মুমিন হ'বলৈ ৰুকু, ছাজদাহেৰে নিজক আত্মসমৰ্পণ কৰিব লাগিব। কেৱল উঠা বহাই সমৰ্পণ নহয়। ইয়াৰ বাবে লাগিব সৎকৰ্মৰ সৈতে আল্লাহৰ ইবাদত। ইবাদত কি? লিংক চাওঁক)


22:78(এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’-Note)END.


🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

.
Ch.23-Al-muminu-Mini Content:

⬇️
Can share it: https://bit.ly/3IsLu0x(23:01-22 2parts)


Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)