🌀🟡২৮-মিনি.সূচিঃআল.কাছাছ(০১-৮৮)
🔺353-মিনি সূচিঃPART-353(28:01-10)Al-Qasas
Pre-Page, Assume Sections....
২৮:১-২(হুৰুফ মুক্কাতাট)
২৮:৪(Divide and rule- See note)
২৮:৫(আল্লাহে নিপীড়িতসকলক ক্ষতিপূৰণ দিয়ে)
২৮:৭(MOSES BEGINS HIS JOURNEY)
২৮:৯(কেঁচুৱা মুছা যেন সিংহৰ গুহাৰ ভিতৰত)
.
🔺354-মিনি সূচিঃPART-354(28:11-19)Al-Qasas
২৮:১২(The Infant Returned to His Mother)
২৮:১৪(মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলো-টোকা)
২৮:১৫(মুছা নৰহত্যাকাৰীত পৰিণত হয়)
২৮:১৬✅(ক্ষমা খোজাৰ দোৱাঃ "LORD (Rabbi), indeed I have (Innii) wronged (Zolam'tu) my soul (Naf'sii), so (Fa)forgive me (Eg'fir' Lii),"
رَبِّ إِنِّي ظَلَمْتُ نَفْسِي فَاغْفِرْ لِي
২৮:১৯(Moses' Crime Exposed)
.
🔺355-বিশেষ-টোকাঃPART-355(28:20-28)Al-Qasas
২৮:২০[এই আয়াতত أَقْصَى {(আক্বছা) বুলি এটা শব্দ আছে ইয়াৰ অৰ্থ the farthest-দূৰৱৰ্তী} (Aq'soa)}। ইয়াৰ লগত যি শব্দই প্ৰয়োগ কৰে সেইটো দূৰৈত হ'ব। ১৭:১ নং আয়াতত হাদিসে ইয়াৰ কি অৱস্থা কৰিলে ইয়াত দিয়া লিংক চাব]
২৮:২১:(যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই যালিম-সীমাৰেখাৰ উদাহৰণ ২:২২৯)
২৮:২১-২২[✅দোৱা: ‘হে মোৰ ৰব্ব! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’(رَبِّ نَجِّنِي مِنَ الْقَوْمِ الظَّالِمِينَ),আশা কৰো মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব(رَبِّي أَنْ يَهْدِيَنِي سَوَاءَ السَّبِيلِ)]
২৮:২২(As Musa traveled towards Midyan -see note)
২৮:২৪[✅দোৱা -নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয় মই সেইটোৰে মুখাপেক্ষী’(رَبِّ إِنِّي لِمَا أَنْزَلْتَ إِلَيَّ مِنْ خَيْرٍ فَقِيرٌ)]
২৮:২৭✅(ইয়াত pilgrimages (Hijajin)শব্দৰ বাবে কিছু তথ্য দাঙি ধৰা হৈছে)
.
.
🔺357-বিশেষ-টোকাঃPART-357(43:20-50)Al-Qasas
২৮:৪৭(আদিয় পৰা প্ৰত্যেক জনগোষ্ঠীয়েই ৰছুল আৰু কিতাপ পাইছে। গতিকে কাকো ৰেহাই দিয়া নহব)
২৮:৪৮-৪৯✅(আগৰ তাওৰাত পুনৰ কোৰআনত লিপিবদ্ধ: লিংক চাওঁক)(The terms shir'ah and minhaj are more restricted in their meaning than the term din)(যীচুৰ মতে তেওঁ কেৱল বিধান পূৰণ কৰিবলৈহে আহিছিল সেয়েহে ইয়াত সুসমাচাৰ(Gospel) ইঞ্জেলৰ কথা উল্লেখ কৰা হোৱা নাই। আন এটা উল্লেখযোগ্য কথা হ’ল যে কোৰআনে তওৰাতত দিয়া সকলো সত্যক আকোৱালি লৈছে)
২৮:৫০(আল্লাহে তেওঁৰ ৰছুলসকলৰ যোগেদি আমালৈ তেওঁৰ শিক্ষা প্ৰেৰণ কৰিছে).
.
🔺358-বিশেষ-টোকাঃPART-358(28:51-60)Al-Qasas
২৮:৫৩(Tilaawah=Recitation with understanding)
২৮:৫৪(প্ৰতিদান দুবাৰ "বিপদত ধৈৰ্য্য" আৰু "ভালৰ দ্বাৰা বেয়াক প্ৰতিহত কৰা")
২৮:৫৫(মুৰ্খৰ লগত তৰ্ক নকৰিব, ছালাম দি আঁতৰি আঁহক)
২৮:৫৬✅(Guidance comes from God, not the messengers)
২৮:৬০(এই জগত ক্ষণস্থায়ী আৰু যাৰ চিন্তা এই জগত, তেওঁৰ চিন্তা পৰকালৰ সমান নহয়-see refs)
.
🔺359-বিশেষ টোকা:PART-359(28:61-75)Al-Qasas
২৮:৬২-৬৪✅(শেষ বিচাৰৰ দিনা অবিশ্বাসীসকলে নিজৰ মালিকক অস্বীকাৰ কৰিব। মুশ্বৰিকসকলৰ আলায় আথানি হ'ব(১২:১০৬ আয়াত মতে ইবাদতত মহম্মদক (আ:ছা:)টানি অনাটোও সন্নিৱিষ্ট)-টোকা)
২৮:৬৭(তাওবা, ঈমান আৰু সৎকৰ্মৰ কোৰআনি সূত্ৰ - টোকা চাব)
২৮:৬৮(Allah Alone is the One Who has the Power of Creation, Knowledge and Choice)
২৮:৭১-৭২("আফালা"ৰ প্ৰসঙ্গ -টোকা)(INFB)
.
🔺360-বিশেষ টোকা:PART-360(28:76-88)Al-Qasas
🔺২৮:৭৬-৭৭(ref-পৃথিৱীত ধন দৌলত, মৰ্যদা, শক্তিলৈ অহংকাৰ নকৰিব। নহলে ক্বাৰূন, ফিৰআউন আৰু হামানৰ দৰে শূণ্যলৈকে ধ্বংস হ'ব(v-৮১) -see note)(আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা)
🔺২৮:৮০(The real wealthy-see link)
🔺২৮-৮২(Do not be impressed by the apparent success of people whether financial or social-see Note)
২৮:৮৩(BELIEVERS: THE ULTIMATE WINNERS)
🔺২৮:৮৪(যেনে কৰ্ম তেনে প্ৰতিদান)
🔺✅২৮:৮৫(কোৰআন আপোনাক বিধানস্বৰূপে (فَرَضَ) দান কৰিছে-see imp link)
🔺২৮:৮৭(আল্লাহৰ পথৰ পৰা আঁতৰাই নিয়াটো শ্বিৰ্ক, অৰ্থাৎ কোৰআনৰ আয়াতৰ লগত আপোচ নহয়। যেনে: হাদিসৰ "নামাজ"ক কোৰআনৰ "ছালাত" বুজাবলৈ চেষ্টা কৰাতো শ্বিৰ্ক- টোকা চাওঁক)
🔺২৮:৮৮(ref-তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই।- টোকা চাব)
🔺🔺The End of this Chapter 🔺🔺
Comments
Post a Comment