⚫Part-345(26:197-227)Al-Shu'arã'(The Poets)
🟧Part-345(26:197-227)Al-Shu'arã'(The Poets)
🟧 Video: https://youtu.be/IgfZeHi54mo
।।।
🟧মিনি সূচিঃPart-345(26:197-227)Al-Shu'arã'
26:213(আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা-Ref/notes)
26:214✅(কোৰআনৰ সত্য প্ৰচাৰ কৰিবলৈ প্ৰত্যেক বিশ্বাসীজন বাধ্য,ই আল্লাহৰ হুকুম-addressed to man in general-26:213)
26:01-227💥(SRV-Similarly Repeated Verses:
See bottom)
26:221-222✅(চয়তান অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।)
।।।
🔵২৬:১৯৭
أَوَلَمْ يَكُنْ لَهُمْ آيَةً أَنْ يَعْلَمَهُ عُلَمَاءُ بَنِي إِسْرَائِيلَ
এইটো সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলে এই বিষয়ে জানে?
.
✍️Note on Quran(see also pre verse 196):link:
https://bit.ly/3AZXEdl
.
✍️BB-ref:(Old Testament - Isaiah 28:9-13).
.
✍️Verse/note:
26:197. (Perhaps these people of Quraish are not aware of the fact that the essential teachings
of Quran are basically the same as that of the scriptures of earlier Anbia, as no Rasool has
come to them since long ~ 36:6.) Is it not evident enough for them that so many learned men
from Bani-Israel know this fact well. (They can find this out from them if they like.)pz.
(৩৬:৬
لِتُنْذِرَ قَوْمًا مَا أُنْذِرَ آبَاؤُهُمْ فَهُمْ غَافِلُونَ
যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়ে সিহঁত উদাসীন).
.
✍️Ap-ref:7:157
৭:১৫৭
الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ ۚ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ ۙ أُولَٰئِكَ هُمُ الْمُفْلِحُونَ
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।
➡️Important:
(Verse/Notes:Link: https://bit.ly/3wHPNyp)
.
🔵২৬:১৯৮(The Quran Must Be Translated-rk)
وَلَوْ نَزَّلْنَاهُ عَلَىٰ بَعْضِ الْأَعْجَمِينَ
আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন;
.
✍️Verse/note:
26:198. (As has been mentioned afore, the Quran has been revealed in the language of
Quraish, which is explicit, meaningful and perspicuous. From this they can conclude
whether such a book can be compiled or written by any human being; or whether it was
revealed by God, Who is higher than human beings. This could not have happened if we had revealed it to a non-Arab.(pz).
.
🔵২৬:১৯৯
فَقَرَأَهُ عَلَيْهِمْ مَا كَانُوا بِهِ مُؤْمِنِينَ
আৰু সেইটো তেওঁ সিহঁতৰ ওচৰত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।
.
✍️Verse/note:
26:199 and had he recited it unto them [in his own tongue], they would not have believed in it.
Note.
As the Qur'an points out in many places, most of the Meccan contemporaries of Muhammad refused in the beginning to believe in his prophethood on the ground that God could not have entrusted "a man from among themselves" with His message and this in spite of the fact that the Qur'an was expressed "in the clear Arabic tongue", which they could fully understand: but (so the argument goes) if the Prophet had been a foreigner, and his message expressed in a non-Arabic tongue, they would have been even less prepared to accept it - for then they would have had the legitimate excuse that they were unable to understand it (cf. 41:44).(as).
(৪১:৪৪
وَلَوْ جَعَلْنَاهُ قُرْآنًا أَعْجَمِيًّا لَقَالُوا لَوْلَا فُصِّلَتْ آيَاتُهُ ۖ أَأَعْجَمِيٌّ وَعَرَبِيٌّ ۗ قُلْ هُوَ لِلَّذِينَ آمَنُوا هُدًى وَشِفَاءٌ ۖ وَالَّذِينَ لَا يُؤْمِنُونَ فِي آذَانِهِمْ وَقْرٌ وَهُوَ عَلَيْهِمْ عَمًى ۚ أُولَٰئِكَ يُنَادَوْنَ مِنْ مَكَانٍ بَعِيدٍ
আৰু যদি আমি ইয়াক অনাৰবী ভাষাৰ কোৰআন বনালোহেঁতেন তেন্তে সিহঁতে অৱশ্যে ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইটো মুমিনসকলৰ বাবে হিদায়ত আৰু আৰোগ্য’। যিসকলে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।)
.
✍️Note:
The Quran is a book of guidance, first revealed in Arabic because the first recipients were
Arabs. For the message to reach speakers of other languages it is necessary to translate it into all
the languages of the world, while retaining the original and true message and guidance from God.(sig).
.
This would have been a foreign tongue to them, but now it is in plain Arabic that they easily understand(sa).
.
🔵২৬:২০০
كَذَٰلِكَ سَلَكْنَاهُ فِي قُلُوبِ الْمُجْرِمِينَ
এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছো।
.
✍️Verse/ref:199.
26:200 But to the guilty people, it just passes through their hearts (as a foreign tongue even though they might be Arabs). [41:44]sa.
.
🔵২৬:২০১
لَا يُؤْمِنُونَ بِهِ حَتَّىٰ يَرَوُا الْعَذَابَ الْأَلِيمَ
সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান* পোষণ নকৰিব।
.
✍️sam-ref:*
See 58:4 for Qur’anic usage of to believe in.
৫৮:৪
فَمَنْ لَمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ مِنْ قَبْلِ أَنْ يَتَمَاسَّا ۖ فَمَنْ لَمْ يَسْتَطِعْ فَإِطْعَامُ سِتِّينَ مِسْكِينًا ۚ ذَٰلِكَ لِتُؤْمِنُوا بِاللَّهِ وَرَسُولِهِ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۗ وَلِلْكَافِرِينَ عَذَابٌ أَلِيمٌ
কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম পালন কৰিব লাগিব;আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব;এই বিধান এই বাবে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
🔵২৬:২০২
فَيَأْتِيَهُمْ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ
এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।
.
🔵২৬:২০৩
فَيَقُولُوا هَلْ نَحْنُ مُنْظَرُونَ
তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?
.
✍️verse/note:
26:203 and then they will exclaim, “Could we have a respite?"
Note.
I.e., a second chance in life.(sa).
.
🔵২৬:২০৪
أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ
তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?
.
✍️Verse/note:
For this sarcastic demand of the unbelievers, see 6:57 and 8:32, as well as the corresponding notes; also verse 187 of the present surah.(as).
(Google translate no guarantee:
অবিশ্বাসীসকলৰ এই ব্যঙ্গাত্মক দাবীৰ বাবে ৬:৫৭ আৰু ৮:৩২ পদৰ লগতে সংশ্লিষ্ট টোকাসমূহ চাওক; লগতে বৰ্তমানৰ চুৰাৰ ১৮৭ নং আয়াত।
৬:৫৭
قُلْ إِنِّي عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَكَذَّبْتُمْ بِهِ ۚ مَا عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۖ يَقُصُّ الْحَقَّ ۖ وَهُوَ خَيْرُ الْفَاصِلِينَ
কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰীসকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।
.
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.
২৬:১৮৭
فَأَسْقِطْ عَلَيْنَا كِسَفًا مِنَ السَّمَاءِ إِنْ كُنْتَ مِنَ الصَّادِقِينَ
‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।)
.
🔵২৬:২০৫
أَفَرَأَيْتَ إِنْ مَتَّعْنَاهُمْ سِنِينَ
তুমি ভাৱি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,
.
🔵২৬:২০৬
ثُمَّ جَاءَهُمْ مَا كَانُوا يُوعَدُونَ
তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেয়া সিহঁতৰ ওচৰত আহি পৰে,
.
🔵২৬:২০৭
مَا أَغْنَىٰ عَنْهُمْ مَا كَانُوا يُمَتَّعُونَ
তেতিয়া সিহঁতক যি ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল সেয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?
.
🔵২৬:২০৮
وَمَا أَهْلَكْنَا مِنْ قَرْيَةٍ إِلَّا لَهَا مُنْذِرُونَ
আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,
.
🔵২৬:২০৯
⬅️ذِكْرَىٰ وَمَا كُنَّا ظَالِمِينَ
(সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।
{Zikra(ذِكْرَ)=Quran-36:69}
.
✍️Verse/note/refs:
26:209 and reminded:* for, never do We wrong [anyone].
Note*
Lit., "unless it had its warners by way of a reminder": see 6:131, 15:4, 20:134(as).
(৬:১৩১
ذَٰلِكَ أَنْ لَمْ يَكُنْ رَبُّكَ مُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا غَافِلُونَ
এইটো এইবাবে যে, অধিবাসীসকল গাফিল থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰা তোমাৰ প্ৰতিপালকৰ কাম নহয়।
.
১৫:৪
وَمَا أَهْلَكْنَا مِنْ قَرْيَةٍ إِلَّا وَلَهَا كِتَابٌ مَعْلُومٌ
আৰু আমি যি জনপদকেই ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।
.
২০:১৩৪
وَلَوْ أَنَّا أَهْلَكْنَاهُمْ بِعَذَابٍ مِنْ قَبْلِهِ لَقَالُوا رَبَّنَا لَوْلَا أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ آيَاتِكَ مِنْ قَبْلِ أَنْ نَذِلَّ وَنَخْزَىٰ
আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে অৱশ্যে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰত ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোহেঁতেন’।)
.
🔵২৬:২১০
وَمَا تَنَزَّلَتْ بِهِ الشَّيَاطِينُ
আৰু চয়তানবিলাকে এয়া লৈ অৱতৰণ কৰা নাই।
.
✍️verse/note-1
26:210 (The Qur’an is the Ultimate Reminder.) No Satans have brought it down.
Note.
Satans = Diviners, soothsayers, clairvoyants, the supposed ‘evil spirits’.
Gabriel has revealed it upon the Prophet’s heart. 2:185, 26:193, 44:3(sa).
(২:১৮৫
شَهْرُ رَمَضَانَ الَّذِي أُنْزِلَ فِيهِ الْقُرْآنُ هُدًى لِلنَّاسِ وَبَيِّنَاتٍ مِنَ الْهُدَىٰ وَالْفُرْقَانِ ۚ فَمَنْ شَهِدَ مِنْكُمُ الشَّهْرَ فَلْيَصُمْهُ ۖ وَمَنْ كَانَ مَرِيضًا أَوْ عَلَىٰ سَفَرٍ فَعِدَّةٌ مِنْ أَيَّامٍ أُخَرَ ۗ يُرِيدُ اللَّهُ بِكُمُ الْيُسْرَ وَلَا يُرِيدُ بِكُمُ الْعُسْرَ وَلِتُكْمِلُوا الْعِدَّةَ وَلِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ وَلَعَلَّكُمْ تَشْكُرُونَ
ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ যে তোমালোকক হিদায়ত দিছে তাৰবাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
.
২৬:১৯৩
نَزَلَ بِهِ الرُّوحُ الْأَمِينُ
বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।
.
৪৪:৩
إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ ۚ إِنَّا كُنَّا مُنْذِرِينَ
নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।)
✍️Note-2
No corrupt individual could ever impart profound guidance such as contained in this Quran. How could a fabricator produce a book of truth, justice and guidance for all mankind?sig.
.
✍️Verse-3
26:210. (As has been mentioned afore, this Quran has been revealed through Gabrial, Rooh-
ul-Amin.) This is not similar to what is usually presented by astrologers or priests. (Those
are tricks of the human brain, while Wahi is a totally different phenomenon.)pz.
.
🔵২৬:২১১
وَمَا يَنْبَغِي لَهُمْ وَمَا يَسْتَطِيعُونَ
আৰু সিহঁত এই কামৰ যোগ্যও নহয় লগতে সিহঁতে এই কামৰ সামৰ্থও নাৰাখে।
.
✍️Verse:
26:211. (The stratagem of trickery can be acquired by any one through skill and practice but)
Wahi cannot be acquired like this. (It is bestowed by the Almighty upon one who is
considered worthy of it.) The magicians, sorcerers or monks are not worthy of it.pz.
.
🔵২৬:২১২
إِنَّهُمْ عَنِ السَّمْعِ لَمَعْزُولُونَ
নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।
.
✍️Verse/refs:
26:212. (Apart from receiving Wahi or having it from the heavens) These people cannot
even hear of the center from where Wahi originates. (15:17-18; 37:8; 67:5)pz.
.
🔵২৬:২১৩
فَلَا تَدْعُ مَعَ اللَّهِ إِلَٰهًا آخَرَ فَتَكُونَ مِنَ الْمُعَذَّبِينَ
এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক🔺 আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।
.
✍️rf-refs:🔺6:22: see link for verse/notes 6:22
https://qurantafseeritself.blogspot.com/2022/01/part-123621-32-httpsyoutu.html
.
✍️Verse/note:
26:213 Hence, [O man,] do not invoke any other deity side by side with God, lest thou find thyself among those who are made to suffer [on Judgment Day].
Note.
The conjunctive particle fa at the beginning of this sentence (rendered here as "hence") evidently connects with verse 208 above. As shown in 215 below, the whole of the present passage is addressed to man in general.(as).
.
✍️BB-ref:(Ch. 112)
.
🔵২৬:২১৪(God's Messenger of the Covenant-rk).
وَأَنْذِرْ عَشِيرَتَكَ الْأَقْرَبِينَ
আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা।
.
✍️verse/note:
26:214 And warn [whomever thou canst reach, beginning with] thy kinsfolk,
Note.
A believer is morally obliged to preach the truth to all whom he can reach, but obviously he must begin with those who are nearest to him, and especially those who recognize his authority.(as).
(এজন বিশ্বাসীয়ে নৈতিকভাৱে তেওঁ যিসকলৰ ওচৰলৈ যাব পাৰে তেওঁলোকৰ ওচৰত সত্য প্ৰচাৰ কৰিবলৈ বাধ্য, কিন্তু স্পষ্টভাৱে তেওঁ তেওঁৰ আটাইতকৈ ওচৰৰ লোকসকলৰ পৰা আৰম্ভ কৰিব লাগিব, আৰু বিশেষকৈ যিসকলে তেওঁৰ কৰ্তৃত্ব স্বীকাৰ কৰে।)
.
🔵২৬:২১৫
وَاخْفِضْ جَنَاحَكَ لِمَنِ اتَّبَعَكَ مِنَ الْمُؤْمِنِينَ
আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।
.
✍️Verse/ref:
26:215. Then you should give affectionate and loving protection to those who profess Eiman
and follow you. (This will form a group which will comprise the first claimants of this revolution ~ 15:88.)pz.
.
✍️verse/note:
26:215 and spread the wings of thy tenderness over all of the believers who may follow thee;
Note.
For an explanation of the metaphorical expression "lower thy wing" - rendered by me as "spread the wings of thy tenderness" - see 17:24 and the corresponding note 28. The phrase "all of the believers who follow thee" shows that (contrary to the assumption of most of the commentators) the above passage is not addressed to the Prophet - since all who believe in him are, by definition, his followers and vice versa - but to everyone who chooses to he guided by the Qur'an, and who is herewith called upon to extend his loving kindness and care to all believers who may "follow" him i.e., who may regard him as spiritually or intellectually superior or more experienced. This interpretation also explains verse 213 above(as).
.
🔵২৬:২১৬
فَإِنْ عَصَوْكَ فَقُلْ إِنِّي بَرِيءٌ مِمَّا تَعْمَلُونَ
এতেকে যদি সিহঁতে তোমাৰ অবাধ্য হয়, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় মই তাৰ পৰা সম্পূৰ্ণ মুক্ত’।
.
🔵২৬:২১৭
وَتَوَكَّلْ عَلَى الْعَزِيزِ الرَّحِيمِ
আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,
.
🔵২৬:২১৮
الَّذِي يَرَاكَ حِينَ تَقُومُ
যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,
.
✍️BB-ref:(4:102)
৪:১০২
وَإِذَا كُنْتَ فِيهِمْ فَأَقَمْتَ لَهُمُ الصَّلَاةَ فَلْتَقُمْ طَائِفَةٌ مِنْهُمْ مَعَكَ وَلْيَأْخُذُوا أَسْلِحَتَهُمْ فَإِذَا سَجَدُوا فَلْيَكُونُوا مِنْ وَرَائِكُمْ وَلْتَأْتِ طَائِفَةٌ أُخْرَىٰ لَمْ يُصَلُّوا فَلْيُصَلُّوا مَعَكَ وَلْيَأْخُذُوا حِذْرَهُمْ وَأَسْلِحَتَهُمْ ۗ وَدَّ الَّذِينَ كَفَرُوا لَوْ تَغْفُلُونَ عَنْ أَسْلِحَتِكُمْ وَأَمْتِعَتِكُمْ فَيَمِيلُونَ عَلَيْكُمْ مَيْلَةً وَاحِدَةً ۚ وَلَا جُنَاحَ عَلَيْكُمْ إِنْ كَانَ بِكُمْ أَذًى مِنْ مَطَرٍ أَوْ كُنْتُمْ مَرْضَىٰ أَنْ تَضَعُوا أَسْلِحَتَكُمْ ۖ وَخُذُوا حِذْرَكُمْ ۗ إِنَّ اللَّهَ أَعَدَّ لِلْكَافِرِينَ عَذَابًا مُهِينًا
আৰু তুমি যেতিয়া সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল তোমাৰ সৈতে থিয় হোৱা উচিত আৰু সিহঁতে যেন সশস্ত্ৰ থাকে। সিহঁতৰ ছাজদাহ কৰা হ’লে সিহঁতে যেন তোমালোকৰ পিছফালে অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাই সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থাকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।
.
🔵২৬:২১৯
وَتَقَلُّبَكَ فِي السَّاجِدِينَ
আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।
.
✍️Verse/note:
26:219 and [sees] thy behaviour among those who prostrate themselves [before Him]:
Note.
I.e., among the believers, as contrasted with those who "disobey thee" (see verse 216 above).(as).
.
Sajdah = Prostration = Submission in humility = Obeying the Divine Commands = Adoration(sa).
.
🔵২৬:২২০
إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ
নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
🔵২৬:২২১
هَلْ أُنَبِّئُكُمْ عَلَىٰ مَنْ تَنَزَّلُ الشَّيَاطِينُ
মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?
.
🔵২৬:২২২
تَنَزَّلُ عَلَىٰ كُلِّ أَفَّاكٍ أَثِيمٍ
সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।
.
✍️Verse/ref:
26:222. These people are also wicked liars. They live by deceitful means and their human abilities are severely debilitated (45:7).pz.
(৪৫:৭
وَيْلٌ لِكُلِّ أَفَّاكٍ أَثِيمٍ
দুৰ্ভোগ প্ৰত্যেক ঘোৰ মিছলীয়া পাপীৰ বাবে!)
.
🔵২৬:২২৩
يُلْقُونَ السَّمْعَ وَأَكْثَرُهُمْ كَاذِبُونَ
সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই মিছলীয়া।
.
🔵২৬:২২৪
وَالشُّعَرَاءُ يَتَّبِعُهُمُ الْغَاوُونَ
আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।
.
✍️verse/note:
26:224 And as for the poets* [they, too, are prone to deceive themselves: and so, only] those who are lost in grievous error would follow them.
Note*
An allusion to the fact that some of the pagan Arabs regarded the Qur'an as a product of Muhammad's supposedly poetic mind. (See also 36:69).
(৩৬:৬৯
وَمَا عَلَّمْنَاهُ الشِّعْرَ وَمَا يَنْبَغِي لَهُ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْآنٌ مُبِينٌ
আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;)
.
✍️Verse/note:
26:224. (Besides soothsayers and magicians, poets also claim that whatever they say is based on intuition📍; and that the source of Wahi and poetry is the same, namely revelation!
This notion is wrong as there is a basic difference between the two. The groups that follow
Wahi have a definite objective before them, and every action of theirs produces concrete and
positive results. On the other hand) Those who follow the poets deceive themselves. They
are swayed by emotions and cannot face the facts. Like locust swarms they seem countless
in numbers, but the outcome of their labour is disorder and chaos.
.
(📍Arabs as well as other nations believed that poets get revelations. This is now called intuition. However,
Quran has clarified the fact that Wahi is a completely different phenomenon).pz.
.
🔵২৬:২২৫
أَلَمْ تَرَ أَنَّهُمْ فِي كُلِّ وَادٍ يَهِيمُونَ
তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?
.
✍️Note:
In this context it is meant to stress the difference between the precision of the Qur'an, which is free from all inner contradictions (cf. 4:82), and the vagueness often inherent in poetry.(as).
(এই প্ৰসংগত ইয়াৰ অৰ্থ হৈছে কোৰআনৰ নিখুঁততা, যিটো সকলো আভ্যন্তৰীণ বৈপৰীত্যৰ পৰা মুক্ত (৪:৮২ চাওক), আৰু কবিতাত প্ৰায়ে অন্তৰ্নিহিত অস্পষ্টতাৰ মাজৰ পাৰ্থক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা।)
(৪:৮২
أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ ۚ وَلَوْ كَانَ مِنْ عِنْدِ غَيْرِ اللَّهِ لَوَجَدُوا فِيهِ اخْتِلَافًا كَثِيرًا
সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো বিসঙ্গতি পালেহেঁতেন।)
.
🔵২৬:২২৬
وَأَنَّهُمْ يَقُولُونَ مَا لَا يَفْعَلُونَ
আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।
.
✍️Verse/ref:
26:226. And the biggest difference is that their own lives are not according to what they
say. They themselves do not act upon their own words. (Therefore how can a messenger of
Allah who has been inspired by the Divine Revolution, be like such poets. This certainly is not worthy of him ~ 36:69.)pz.
(৩৬:৬৯
وَمَا عَلَّمْنَاهُ الشِّعْرَ وَمَا يَنْبَغِي لَهُ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْآنٌ مُبِينٌ
আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;)
.
🔵২৬:২২৭
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَذَكَرُوا اللَّهَ كَثِيرًا وَانْتَصَرُوا مِنْ بَعْدِ مَا ظُلِمُوا ۗ وَسَيَعْلَمُ الَّذِينَ ظَلَمُوا أَيَّ مُنْقَلَبٍ يَنْقَلِبُونَ
কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰিছে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে*। আৰু যালিমসকলে অতিশীঘ্ৰেই জানিবলৈ পাব যে, কেনে ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।
.
✍️Note*
Thus the Qur'an makes it dear that a true believer may fight only in self-defence: cf. 22:39, the earliest reference to war as such, and 2:190, where the circumstances making war fully justified are further elaborated.(as).(এইদৰে কোৰআনে এইটো প্ৰিয় কৰি তুলিছে যে এজন প্ৰকৃত মুমিনে কেৱল আত্মৰক্ষাৰ বাবেহে যুঁজিব পাৰে: cf. ২২:৩৯, যুদ্ধৰ প্ৰাচীন উল্লেখ, আৰু ২:১৯০, য'ত যুদ্ধক সম্পূৰ্ণৰূপে ন্যায্যতা প্ৰদান কৰা পৰিস্থিতিসমূহ অধিক বিশদভাৱে উল্লেখ কৰা হৈছে)
(২২:৩৯
أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ
যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;
.
২:১৯০
وَقَاتِلُوا فِي سَبِيلِ اللَّهِ الَّذِينَ يُقَاتِلُونَكُمْ وَلَا تَعْتَدُوا ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْمُعْتَدِينَ
আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক ভাল নাপায়।)
.
✍️Note:
Stand up for your rights and fight to win is the clear message in the Quran. See verses 4:75-78; 8:16-19; 8:58; 42:39. Peace at any price? See verse47:35.sig.
.
💥🟧BB-26:01-227- Similar Repeated Verses:
.
1📍(SRV - 26:109, 26:127, 26:145, 26:164 /
2📍SRV - 26:108, 26:110, 26:126, 26:131, 26:144, 26:150, 26:163, 26:179 /
3📍SRV - 26:107, 26:125,
26:143, 26:162, 26:178 /
4📍SRV - 26:9, 26:68, 26:104, 26:122, 26:140, 26:159, 26:175, 26:191).
.
1📍
২৬:১০৯
وَمَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِيَ إِلَّا عَلَىٰ رَبِّ الْعَالَمِينَ
‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
.
২৬:১৬৪
وَمَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِيَ إِلَّا عَلَىٰ رَبِّ الْعَالَمِينَ
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
.
2📍
২৬:১০৮
فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
.
২৬:১৭৯
فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
.
3📍
২৬:১০৭
إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
.
২৬:১২৫
إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
.
২৬:১৭৮
إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
.
4📍
২৬:৯
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
.
২৬:১৯১
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
.
।।।ছুৰা সমাপ্ত।।।
🟧WORD BY WORD MEANING:
[26:197] Or has it not (Awalam') been (Yakun) a sign (Aayatan) for them (Lahum') that (An) the scholars
(Ulamaau) of the Children of Israel (Banii Is'raa'iila) know it (Ya'lama-hu)?
(Old Testament - Isaiah 28:9-13)
[26:198] Even if (Walaw) We had revealed it (Nazzal'naa-hu) to (Ålaa) some (Ba'di) foreigners (El'A'jamiin)
[26:199] and (Fa) he (the Messenger) read it (Qara'a-hu) to them (Ålai'him), they would not (Maa) have been
(Kaanu') believers (Mu'miniin) in it (Bihi).
[26:200] Thus (Kazaalika) have We proceeded it (Salak'naa-hu) in (Fii) the hearts (Quluubi) of the
criminals (El'Muj'rimiin).
[26:201] They will not (Laa) believe (Yu'minuuna) in it (Bihi) until (Hattaa) they see (Yarawu') the painful
(Aliim) punishment (El'Åzaaba).
[26:202] And (Fa) it will come to them (Ya'tiya-hum) surprisingly (Bag'tatan) while (Wa) they do not (Laa)
perceive (Yash'uruun).
[26:203] And (Wa) they will say (Yaquulu'), "Can (Hal') we (Nah'nu) be respited (Munzoruun)?"
[26:204] So is it (Afa-) for (-bi) Our punishment (Åzaabi-naa) they are hastening (Yas'ta'jiluun)?
[26:205] Have you (s) then (Afa-) considered (-ra'ai'ta) that (In) We made them enjoy (Matta'naa-hum') for
years (Siniin),
[26:206] and then (Thumma) what (Maa) they were (Kaanu') promised (Yuåduun) came to them (Jaa'a-hum)?
[26:207] What (Maa) they were (Kaanu') made to enjoy (Yumatta'uun) did not (Maa) avail them (Ag'naa
Ån'hum).
[26:208] And (Wa) We did not (Maa) annihilate (Ah'lak'naa) a town (Qar'yatin) except (illa) it had (Lahaa)
warners (Munziruun)
[26:209] as a remembrance (Zik'raa); for (Wa) We are (Kunnaa) not (Maa) unjust (Zoalimiin).
[26:210] And (Wa) the devils (Es'Shayaatiin) cannot (Maa) descend (Tanazzalat') with it (Bihi),
[26:211] neither (Wamaa) does it appear (Yanbagii) to them (Lahum') nor (Wamaa) would they be able
(Yas'tatii'uun).
[26:212] Indeed, they (the devils) (Innahum') are (La) expelled (Ma'zuuluun) from (Åni) hearing (Es'Sam'e).
[26:213] Therefore (Fa) do not (Laa) invoke (Tad'u) another (Aakhara) god (ilaahan) with the GOD (Ch 112)
(Maållahi), then (Fa) you would be (Takuuna) among (Mina) those who are punished (El'Muåzzabiin).
[26:214] And (Wa) warn (Anzir') your (s) (-ka) closest (El'Aq'rabiin) tribe (Åshiirata-).
[26:215] And (Wa) lower (Ekh'fid') your flank (Janaaha-ka) to whomever (Limani) follows you (s) (Ettabaå-
ka) of (Mina) the believers (El'Mu'miniin).
[26:216] But (Fa) if (In') they disobey you (s) (Åsow'ka), then (Fa) say (Qul'): "Indeed, I am (Innii) free
(Bariiun) from what (Mimmaa) you do (Ta'maluun)."
[26:217] And (Wa) rely on (Tawakkal' Ålaa) the ALMIGHTY (El' Åziizi), the MERCIFUL (Er' Rahiim),
[26:218] the One who (Ellazii) sees you (s) (Yaraa-ka) when (Hiina) you stand (Taquum)
(4:102)
[26:219] and (Wa) your movement (Taqalluba-ka) among (Fii) those who prostrate (Es'Saajidiin).
[26:220] Indeed, HE (Innahu) is (Huwa) the HEARER (Es' Samiiu), the OMNISCIENT (El' Åliim).
[26:221] Shall (Hal') I inform you (Unabbiu-kum') upon (Ålaa) whom (Man) the devils (Es'Shayaatiin)
descend (Tanazzalu)?
~ 641 ~
[26:222] They descend (Tanazzalu) upon (Ålaa) every (Kulli) sinful (Athiim) liar (Affaakin),
[26:223] to present (Yul'quuna) a hearing (26:212) (Es'Sam'å), but (Wa) most of them (Ak'tharu-hum') are liars
(Kaazibuun).
[26:224] As for (Wa) the poets (Es'Shuåraau), the strayers (El'Gaawuun) will follow them (Yattabiu-humu).
[26:225] Do you not (Alam') see that (Annahum') they (the poets) roam (Yahiimuun) in (Fii) every (Kulli) valley
(Waadin),
[26:226] and (Wa) that they (Annahum') say (Yaquuluuna) what (Maa) they do not (Laa) do (Yaf'åluun)?
[26:227] Except (illa) those who (Ellaziina) believe (Aamanu') and do (Åmilu') good deeds (Es'Soalihaati) and
commemorate GOD (Zakaru'llaha) frequently (Kathiiran) and (Wa) prevail (defend)
(Entasoru') after (Min
Ba'di) they (Maa) were wronged (Zulimu'). And (Wa) those who (Ellaziina) have transgressed (Zolamuu')
will find out (Sa Ya'lamu) to what (Ayya) return (Munqalabin) they will be returned (Yanqalibuun).
(SRV - 26:109, 26:127, 26:145, 26:164 / SRV - 26:108, 26:110, 26:126, 26:131, 26:144, 26:150, 26:163, 26:179 / SRV - 26:107, 26:125,
26:143, 26:162, 26:178 / SRV - 26:9, 26:68, 26:104, 26:122, 26:140, 26:159, 26:175, 26:191).
।।।
🟧বিশ্লেষণ: চৈয়দৰফ (চৈঃজিঃহুছেইন)।
🟧ভিডিঅ': #মুক্তাবুলহুছেইন।
🟧ছূৰা সমাপ্ত।
।।।।
Comments
Post a Comment