⚫Part-344(26:160-196)Al-Shu'arã'(The Poets)
📍Part-344(26:160-196)Al-Shu'arã'(The Poets)
📍https://youtu.be/ZYOT7OFvZP4 Muktabul
।।।
📍মিনি সূচিঃPart-344(26:160-196)Al-Shu'arã'
২৬:১৬০(Lot and Transgrassing Homosexuals)
২৬:১৭১(The old woman was Lots' wife-Note)
২৬:১৭৬(শ্বুয়াইব আৰু আল-আইকাহৰ বাসিন্দাসকলৰ ওচৰত তেওঁৰ প্ৰচাৰ)
২৬:১৮১(সম্পূৰ্ণ জোখ দিবলৈ আদেশ)
২৬:১৮৫(শ্বুয়াইবৰ সমাজৰ প্ৰতিক্ৰিয়া, তেওঁৰ ওপৰত তেওঁলোকৰ অবিশ্বাস আৰু তেওঁলোকৰ ওপৰত শাস্তিৰ আগমন)
২৬:১৯২-১৯৪✅(The Qur'an was revealed by Allah through Ruh-ul-Qudus On Muhammad -47:2,6:19-see note)
২৬:১৯৫(in the clear Arabic tongue)
২৬:১৯৬(The Qur'an was mentioned in the Previous Scriptures-2:97)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🌐২৬:১৬০(Lot and Transgrassing Homosexuals)
كَذَّبَتْ قَوْمُ لُوطٍ الْمُرْسَلِينَ
লূতৰ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
.
🌐২৬:১৬১
إِذْ قَالَ لَهُمْ أَخُوهُمْ لُوطٌ أَلَا تَتَّقُونَ
যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা* অৱলম্বন নকৰিবানে?
(al muttaqūn at 2:2*sam)
.
✍️Verse/note:
26:161 when their brother Lot said unto them: “Will you not be conscious of God?
Note.
The story of Lot and the sinful people among whom he lived is narrated in greater detail in 11:69-70(see link:
.
🌐২৬:১৬২
إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
.
🌐২৬:১৬৩
فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা*।
(*samCf. 3:50, 26:108, 26:110, 26:126, 26:131, 26:144, 26:150, 26:163, 26:179, 43:63.
.
🌐২৬:১৬৪
وَمَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِيَ إِلَّا عَلَىٰ رَبِّ الْعَالَمِينَ
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
.
🌐২৬:১৬৫(লুতৰ জনসাধাৰণৰ কাৰ্যক নিন্দা, তেওঁলোকৰ সঁহাৰি আৰু তেওঁলোকৰ শাস্তি)
أَتَأْتُونَ الذُّكْرَانَ مِنَ الْعَالَمِينَ
‘সৃষ্টিজগতৰ মাজত তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা?
.
✍️As-ref:See 7:80.
৭:৮০
وَلُوطًا إِذْ قَالَ لِقَوْمِهِ أَتَأْتُونَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ أَحَدٍ مِنَ الْعَالَمِينَ
আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলো। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।
.
🌐২৬:১৬৬
وَتَذَرُونَ مَا خَلَقَ لَكُمْ رَبُّكُمْ مِنْ أَزْوَاجِكُمْ ۚ بَلْ أَنْتُمْ قَوْمٌ عَادُونَ
‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যে স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি থাকা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।
.
🌐২৬:১৬৭
قَالُوا لَئِنْ لَمْ تَنْتَهِ يَا لُوطُ لَتَكُونَنَّ مِنَ الْمُخْرَجِينَ
সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।
.
✍️ref-27:56
২৭:৫৬
۞ فَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا أَخْرِجُوا آلَ لُوطٍ مِنْ قَرْيَتِكُمْ ۖ إِنَّهُمْ أُنَاسٌ يَتَطَهَّرُونَ
উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত সম্প্ৰদায়ক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰা, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।
.
🌐২৬:১৬৮
قَالَ إِنِّي لِعَمَلِكُمْ مِنَ الْقَالِينَ
তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ কৰ্মক ঘৃণা কৰো।
.
🌐২৬:১৬৯
رَبِّ نَجِّنِي وَأَهْلِي مِمَّا يَعْمَلُونَ
(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ ৰব! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কৰ্মৰ পৰা ৰক্ষা কৰা’।
.
🌐২৬:১৭০
فَنَجَّيْنَاهُ وَأَهْلَهُ أَجْمَعِينَ
ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলো।
.
🌐২৬:১৭১
إِلَّا عَجُوزًا فِي الْغَابِرِينَ
কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
.
✍️Verse/note:
26:171 all but an old woman, who was among those that stayed behind;
Note.
As is evident from 7:83, 11:81, 27:57
and 29:32, the old woman was Lots' wife - a native of Sodom - who chose to remain with her own people instead of accompanying her husband, whom she thus betrayed (cf. also 66:10).(as).
.
🌐২৬:১৭২
ثُمَّ دَمَّرْنَا الْآخَرِينَ
তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলো।
.
🌐২৬:১৭৩
وَأَمْطَرْنَا عَلَيْهِمْ مَطَرًا ۖ فَسَاءَ مَطَرُ الْمُنْذَرِينَ
আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলো। এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!
.
🌐২৬:১৭৪
إِنَّ فِي ذَٰلِكَ لَآيَةً ۖ وَمَا كَانَ أَكْثَرُهُمْ مُؤْمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন* নহয়।
.
✍️Sam-ref:
(*(al) mu’minūn at 8:2.
In this chapter see 26:8, 26:67, 26:103,
26:121, 26:139, 26:158, 26:174, 26:190).
.
🌐২৬:১৭৫
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
.
🌐২৬:১৭৬(শ্বুয়াইব আৰু আল-আইকাহৰ বাসিন্দাসকলৰ ওচৰত তেওঁৰ প্ৰচাৰ)
كَذَّبَ أَصْحَابُ الْأَيْكَةِ الْمُرْسَلِينَ
আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
.
✍️Sam-ref:15:78.
(১৫:৭৮
وَإِنْ كَانَ أَصْحَابُ الْأَيْكَةِ لَظَالِمِينَ
আৰু আইকাহ বাসীসকলেও আছিল সীমালংঘনকাৰী,)
.
🌐২৬:১৭৭
إِذْ قَالَ لَهُمْ شُعَيْبٌ أَلَا تَتَّقُونَ
যেতিয়া ছুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
.
🌐২৬:১৭৮
إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
.
🌐২৬:১৭৯
فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
.
🌐২৬:১৮০
وَمَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِيَ إِلَّا عَلَىٰ رَبِّ الْعَالَمِينَ
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
.
🌐২৬:১৮১(সম্পূৰ্ণ জোখ দিবলৈ আদেশ)
۞ أَوْفُوا الْكَيْلَ وَلَا تَكُونُوا مِنَ الْمُخْسِرِينَ
‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।
.
🌐২৬:১৮২
وَزِنُوا بِالْقِسْطَاسِ الْمُسْتَقِيمِ
‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।
.
🌐২৬:১৮৩
وَلَا تَبْخَسُوا النَّاسَ أَشْيَاءَهُمْ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ
‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
.
✍️Ap-ref:7:86
This is like the Ayah,
وَلَا تَقْعُدُواْ بِكُلِّ صِرَطٍ تُوعِدُونَ
And sit not on every road, threatening, (7:86)
৭:৮৬
وَلَا تَقْعُدُوا بِكُلِّ صِرَاطٍ تُوعِدُونَ وَتَصُدُّونَ عَنْ سَبِيلِ اللَّهِ مَنْ آمَنَ بِهِ وَتَبْغُونَهَا عِوَجًا ۚ وَاذْكُرُوا إِذْ كُنْتُمْ قَلِيلًا فَكَثَّرَكُمْ ۖ وَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ
‘আৰু তেওঁৰ প্ৰতি যিসকলে ঈমান আনিছে সিহঁতক ভয় দেখুৱাৰ বাবে, আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিবলৈ আৰু তাত বক্ৰতা অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। আৰু স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, আল্লাহে তেতিয়া তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছে আৰু লক্ষ্য কৰা বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পৰিণাম কেনেকুৱা আছিল’।
(৭:১৬
قَالَ فَبِمَا أَغْوَيْتَنِي لَأَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِيمَ
সি ক’লে, ‘তুমি মোক পথভ্ৰষ্ট কৰাৰ কাৰণে মই অৱশ্যে তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম’।)
.
🌐২৬:১৮৪
وَاتَّقُوا الَّذِي خَلَقَكُمْ وَالْجِبِلَّةَ الْأَوَّلِينَ
‘আৰু সেই সত্তাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।
.
✍️Ap-ref:26:26, 36:62
২৬:২৬
قَالَ رَبُّكُمْ وَرَبُّ آبَائِكُمُ الْأَوَّلِينَ
মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব’।
.
৩৬:৬২
وَلَقَدْ أَضَلَّ مِنْكُمْ جِبِلًّا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا تَعْقِلُونَ
আৰু চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?
.
🌐২৬:১৮৫(শ্বুয়াইবৰ সমাজৰ প্ৰতিক্ৰিয়া, তেওঁৰ ওপৰত তেওঁলোকৰ অবিশ্বাস আৰু তেওঁলোকৰ ওপৰত শাস্তিৰ আগমন)
قَالُوا إِنَّمَا أَنْتَ مِنَ الْمُسَحَّرِينَ
সিহঁতে ক’লে, ‘নিশ্চয় তুমি যাদুগ্ৰস্ত হৈছা।
.
🌐২৬:১৮৬
وَمَا أَنْتَ إِلَّا بَشَرٌ مِثْلُنَا وَإِنْ نَظُنُّكَ لَمِنَ الْكَاذِبِينَ
‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাৱো।
.
🌐২৬:১৮৭
فَأَسْقِطْ عَلَيْنَا كِسَفًا مِنَ السَّمَاءِ إِنْ كُنْتَ مِنَ الصَّادِقِينَ
‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।
.
✍️Ap-ref:17:90-92, 8:32
১৭:৯০-৯২
وَقَالُوا لَنْ نُؤْمِنَ لَكَ حَتَّىٰ تَفْجُرَ لَنَا مِنَ الْأَرْضِ يَنْبُوعًا
আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰিম, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা;
১৭:৯১
أَوْ تَكُونَ لَكَ جَنَّةٌ مِنْ نَخِيلٍ وَعِنَبٍ فَتُفَجِّرَ الْأَنْهَارَ خِلَالَهَا تَفْجِيرًا
‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’,
১৭:৯২
أَوْ تُسْقِطَ السَّمَاءَ كَمَا زَعَمْتَ عَلَيْنَا كِسَفًا أَوْ تَأْتِيَ بِاللَّهِ وَالْمَلَائِكَةِ قَبِيلًا
‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিবা, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰিবা’,
.
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.
🌐২৬:১৮৮
قَالَ رَبِّي أَعْلَمُ بِمَا تَعْمَلُونَ
তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।
.
🌐২৬:১৮৯
فَكَذَّبُوهُ فَأَخَذَهُمْ عَذَابُ يَوْمِ الظُّلَّةِ ۚ إِنَّهُ كَانَ عَذَابَ يَوْمٍ عَظِيمٍ
এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।
.
✍️Ap-ref:(7:88), (11:94), (11:87), (15:73).
১১:৯৪
وَلَمَّا جَاءَ أَمْرُنَا نَجَّيْنَا شُعَيْبًا وَالَّذِينَ آمَنُوا مَعَهُ بِرَحْمَةٍ مِنَّا وَأَخَذَتِ الَّذِينَ ظَلَمُوا الصَّيْحَةُ فَأَصْبَحُوا فِي دِيَارِهِمْ جَاثِمِينَ
আৰু যেতিয়া আমাৰ আদেশ আহি পালে তেতিয়া আমি ছুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু অৱস্থাত পৰি থাকিল।
.
🌐২৬:১৯০
إِنَّ فِي ذَٰلِكَ لَآيَةً ۖ وَمَا كَانَ أَكْثَرُهُمْ مُؤْمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
.
🌐২৬:১৯১
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
.
🌐২৬:১৯২(The Qur'an was revealed by Allah through Ruh-ul-Qudus)
وَإِنَّهُ لَتَنْزِيلُ رَبِّ الْعَالَمِينَ
নিশ্চয় এইখন (কোৰআন) সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।
.
✍️BB-ref:(17:106)
১৭:১০৬
وَقُرْآنًا فَرَقْنَاهُ لِتَقْرَأَهُ عَلَى النَّاسِ عَلَىٰ مُكْثٍ وَنَزَّلْنَاهُ تَنْزِيلًا
আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছো; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো।
.
🌐২৬:১৯৩
نَزَلَ بِهِ الرُّوحُ الْأَمِينُ
বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।
.
✍️Sam-sp note:
The Traditionalist typically inserts mention of Jibrīl (Gabriel) at this point, however no explicit mention is found here.
.
✍️BB-ref:(16:102)
১৬:১০২
قُلْ نَزَّلَهُ رُوحُ الْقُدُسِ مِنْ رَبِّكَ بِالْحَقِّ لِيُثَبِّتَ الَّذِينَ آمَنُوا وَهُدًى وَبُشْرَىٰ لِلْمُسْلِمِينَ
কোৱা, ‘তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰূহুল-কুদুছে (জীব্ৰীলে) যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে, যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’।
.
Ap-ref:
২:৯৭
قُلْ مَنْ كَانَ عَدُوًّا لِجِبْرِيلَ فَإِنَّهُ نَزَّلَهُ عَلَىٰ قَلْبِكَ بِإِذْنِ اللَّهِ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ وَهُدًى وَبُشْرَىٰ لِلْمُؤْمِنِينَ
কোৱা, ‘যিয়ে জিব্ৰীলৰ প্ৰতি শত্ৰুতা পোষণ কৰিব, এইবাবে যে, তেওঁ আল্লাহৰ অনুমতিক্ৰমে তোমাৰ হৃদয়ত কোৰআন অৱতীৰ্ণ কৰিছে, যিখন পূৰ্বৱৰ্তী কিতাবৰো সত্যায়নকাৰী আৰু যিখন মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু শুভ সংবাদ।
.
✍️note/ref: see 194.
.
🌐২৬:১৯৪
عَلَىٰ قَلْبِكَ لِتَكُونَ مِنَ الْمُنْذِرِينَ
তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।
.
✍️Verse/note/ref:
193-194 A Divine energy has instilled it into your heart (center of consciousness); and that
Divine energy does not make any alteration in it. Whatever God sends, Gabriel instills it into Nabi’s heart (2:97; 16:102). The objective or the mission is (the same as that of previous Anbia) that you should also warn people of the destructive results of their erroneous deeds.pz.
.
🌐২৬:১৯৫
بِلِسَانٍ عَرَبِيٍّ مُبِينٍ
সুস্পষ্ট আৰবী ভাষাত।
.
✍️BB-ref:(16:103)
১৬:১০৩
وَلَقَدْ نَعْلَمُ أَنَّهُمْ يَقُولُونَ إِنَّمَا يُعَلِّمُهُ بَشَرٌ ۗ لِسَانُ الَّذِي يُلْحِدُونَ إِلَيْهِ أَعْجَمِيٌّ وَهَٰذَا لِسَانٌ عَرَبِيٌّ مُبِينٌ
আৰু আমি অৱশ্যে জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইয়াক সম্পৰ্কযুক্ত কৰিবলৈ ইংগিত দিছে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।
.
✍️Verse/note:
26:195 in the clear Arabic tongue.
Note.
See 14:4🌀 - "never have We sent forth any apostle otherwise than (with a message) in his own people's tongue". "That the message of the Qur'an is, nevertheless, universal has been stressed in many of its verses (e.g., in 7:158 or 25:1). The other prophets mentioned in the Qur'an who "preached in the Arabic tongue" were Ishmael, Hud, Salih and Shu'ayb, all of them Arabians. In addition, if we bear in mind that Hebrew and Aramaic are but ancient Arabic dialects, all the Hebrew prophets may be included among "those who preached in the Arabic tongue".(as).
(Google translate no guarantee:
২৬:১৯৫ বিশুদ্ধ আৰবীত।
টোকা.
১৪:৪ চাওক - "আমি কেতিয়াও আন কোনো দূতক তেওঁৰ নিজৰ লোকসকলৰ ভাষাত (বাৰ্তাৰ সৈতে) পঠোৱা নাছিলো"। "কোৰআনৰ বাৰ্তাক অৱশ্যে ইয়াৰ বহুতো আয়াতত (যেনে, ৭:১৫৮ বা ২৫:১) সাৰ্বজনীনভাৱে গুৰুত্ব দিয়া হৈছে। কোৰআনত উল্লেখ কৰা আন নবীসকল যিসকলে "আৰবী ভাষাত প্ৰচাৰ কৰিছিল" তেওঁলোক হ'ল ইছমাইল, হুদ, ছালিহ, আৰু শ্বুয়াইব, যিসকল সকলোৱে আৰব আছিল।
(🌀14:4-See verse/notes:link:
.
🌐২৬:১৯৬(The Qur'an was mentioned in the Previous Scriptures)
وَإِنَّهُ لَفِي زُبُرِ الْأَوَّلِينَ
আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।
.
✍️Sam-ref:Arabic: zubur. See 3:184.
৩:১৮৪
فَإِنْ كَذَّبُوكَ فَقَدْ كُذِّبَ رُسُلٌ مِنْ قَبْلِكَ جَاءُوا بِالْبَيِّنَاتِ وَالزُّبُرِ وَالْكِتَابِ الْمُنِيرِ
এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিবোৰ ৰাছুল স্পষ্ট নিদৰ্শন, আচমানী ছহীফা আৰু দিপ্তীমান কিতাবসহ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।
।।।
📍Word by word meaning:
[26:160] The people (Qaw'mu) of Lot (Luutin) denied (Kazzabat') the messengers (El'Mur'saliin),
[26:161] when (Iz') their brother (Akhuu-hum') Lot (Luutun) said (Qaala) to them (Lahum'), "Will you not
(Alaa) be pious (Tattaquun)?
[26:162] "Indeed, I am (Innii) an honest (Amiin) messenger (Rasuulun) to you (Lakum').
4
[26:163] "So (Fa) beware of GOD (Ettaqu'llaha) and (Wa) obey me (Atiiuuni).
7
[26:164] "For (Wa) I do not (Maa) ask you (As'alu-kum') any (Min') wage (Aj'rin) for it (Ålai'hi). My wage
(Aj'riya) is only (In' illa) from (Ålaa) the LORD (Rabbi) of the worlds (El'Åålamiin).
4
[26:165] "Do you approach (A'ta'tuuna) males (Ez'Zuk'raana) of (Mina) all people (El'Åålamiin),
[26:166] while (Wa) leaving (Tazaruuna) what (Maa) your LORD (Rabbu-kum) has created (Khalaqa) for
you (Lakum') as (Min') your wives (Az'waaji-kumu)? In fact (Bal'), you (Antum') are a trespassing (Ååduun)
people (Qaw'mun)."
[26:167] They said (Qaalu'), "If (Lain) you do not (Lam') refrain (Tantahi), O (Yaa) Lot (Luutu), you will (La)
be (Takuunanna) of (Mina) those who are expelled (El'Mukh'rajiin)."
[26:168] He (Lot) said (Qaala), "Indeed, I am (Innii) of (Mina) those who detest (El'qaaliin Li) your actions
(Åmali-kum)."
[26:169] "LORD (Rabbi), rescue me (Najji-nii) and (Wa) my family (Ah'lii) from what (Mimmaa) they do
(Ya'maluun)."
[26:170] So (Fa) We rescued him (Najjai'naa-hu) and (Wa) his family (Ah'la-hu), all together (Aj'maeen)
[26:171] except (illa) the old woman (his wife) (Åjuuzan), she was among (Fii) those who passed away
(El'Gaabiriin).
[26:172] Then (Thumma) We destroyed (Dammar'naa) the others (El'Aakhariin)
[26:173] and (Wa) showered (Am'tor'naa) rain (Matoran) upon them (Ålai'him), and (Wa) evil (Saa'a) was
the rain (Matoru) of those who were warned (El'Munzariin)!
[26:174] Indeed (Inna), there is (La) a sign (Aayatan) in (Fii) that (Zaalika), but (Wa) most of them
(Ak'tharu-hum) are (Kaana) not (Maa) believers (Mu'miniin).
[26:175] And (Wa) indeed (Inna), your LORD (s) (Rabba-ka) is (Lahuwa) the ALMIGHTY (El' Åziizu), the
MERCIFUL (Er' Rahiim).
7
[26:176] The companions of the jungle (Midian) (As'haabul' Ai'kati) denied (Kazzaba) the messengers
(El'Mur'saliin),
[26:177] when (Iz') Shuaib (Shuåi'bun) said (Qaala) to them (Lahum'), "Will you not (Alaa) be pious
(Tattaquun)?
[26:178] "Indeed, I am (Innii) an honest (Amiin) messenger (Rasuulun) to you (Lakum').
5
[26:179] "So (Fa) beware of GOD (Ettaqu'llaha) and (Wa) obey me (Atiiuuni).
8
[26:180] "For (Wa) I do not (Maa) ask you (As'alu-kum') any (Min') wage (Aj'ri) for it (Ålai'hi). My wage
(Aj'riya) is only (In' illa) from (Ålaa) the LORD (Rabbi) of the worlds (El'Åålamiin).
[26:181] "Fulfil (Aw'fu') a measure (El'Kai'la) and (Wa) do not (Laa) be (Takuunu') of (Mina) those who cause
loss (El'Mukh'siriin).
[26:182] "And (Wa) weigh (Zinu') with (Bi) a straight (El'Mus'taqiim) scale (El'Qis'toasi).
[26:183] "And (Wa) do not (Laa) depreciate (Tab'khasu') the people (En'Naasa) of their things (Ash'yaa'a-
hum'), and do not (Walaa) behave wickedly (Ta'thaw') on earth (Fiil' Ar'di) as corrupters (Muf'sidiin).
[26:184] "And (Wa) reverence (Ettaqu') the One who (Ellazii) created you (Khalaqa-kum') and (Wa) the past
(preceding) (El'Awwaliin) creation (El'Jibillata)."
[26:185] They said (Qaaluu'), "You (Anta) are only (Innamaa) of (Mina) those bewitched (El'Musahhariin).
[26:186] "And (Wa) you (Anta) are only (Maa illa) a human (Basharun) like us (Mith'lu-naa), and (Wa)
indeed (In'), we think you ('Nazunnu-ka) are of (Lamina) the liars (El'Kaazibiin).
[26:187] "So (Fa) let the eclipse (Kisafan) of (Mina) the sky (Es'Samaai) come across us (-As'qit' Ålai'naa), if
(In) you should be (Kunta) truthful (Es'Soadiqiin)."
[26:188] He (Shuaib)
said (Qaala), "My LORD (Rabbii) is aware (A'lamu) of what (Bimaa) you do (Ta'maluun)."
[26:189] And (Fa) they denied him (Kazzabuu-hu), so (Fa) the punishment (Åzaabu) seized them (Akhaza-
hum') on the Day (Yaw'mi) of Shade (Ez'Zullati). Indeed, it (Innahu) was (Kaana) the punishment (Åzaaba) of
a terrible (Åziim) day (Yaw'min).
[26:190] Indeed (Inna), there is (La) a sign (Aayatan) in (Fii) that (Zaalika), but (Wa) most of them
(Ak'tharu-hum) are not (Maa) believers (Mu'miniin).
[26:191] And (Wa) indeed (Inna), your LORD (s) (Rabba-ka) is (Lahuwa) the ALMIGHTY (El' Åziizu), the
MERCIFUL (Er' Rahiim).
8
[26:192] And (Wa) indeed, it (Innahu) is (La) the revelation (17:106) (Tanziilu) of the LORD (Rabbi) of the
worlds (El'Åålamiin).
[26:193] The Honest (El'Amiin) Spirit (Er'Ruuhu) brought it down (Nazala Bi-hi)
(16:102)
[26:194] into (Ålaa) your heart (s) (Qal'bi-ka) that (Li) you may be (Takuuna) of (Mina) the warners
(El'Munziriin),
[26:195] in (Bi) a clear (Mubiin) Arabic (Årabiyyin) language (tongue) (Lisaanin);
(16:103)
[26:196] for (Wa) indeed, it (Innahu) is in (Lafii) the scriptures (Zuburi) of the predecessors (El'Awwaliin).
।।।
Analysis- syedraf, video #muktabulhussain
Comments
Post a Comment