⚫Part-343(26:141-159)Al-Shu'arã'(The Poets)

⬛Part-343(26:141-159)Al-Shu'arã'(The Poets)
।।।
⬛মিনি সূচিঃPart-343(26:141-159)Al-Shu'arã 
২৬:১৪১(Salih and the People of Thamud)
২৬:১৪৬(A Reminder to Them of their Circumstances and the Blessings)
২৬:১৫৩(The Response of Thamud, Their Demand for a Sign, and Their Punishment)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
⚫২৬:১৪১(Saleh).
كَذَّبَتْ ثَمُودُ الْمُرْسَلِينَ
ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
.
⚫২৬:১৪২
إِذْ قَالَ لَهُمْ أَخُوهُمْ صَالِحٌ أَلَا تَتَّقُونَ
যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা* অৱলম্বন নকৰিবানে?(*al muttaqūn at 2:2-sam).
.
✍️verse/note:
26:142 when their brother Salih said unto them:* “Will you not be conscious of God?

Note*
For the story of Salih and the tribe of Thamud, see 7:73 ; also, the version appearing in 11:61.
(৭:৭৩
وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ قَدْ جَاءَتْكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ ۖ هَٰذِهِ نَاقَةُ اللَّهِ لَكُمْ آيَةً ۖ فَذَرُوهَا تَأْكُلْ فِي أَرْضِ اللَّهِ ۖ وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابٌ أَلِيمٌ
আৰু ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আবৰি ধৰিব’।
(Pl find the verse/notes 7:73 : link:
.
১১:৬১
۞ وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ هُوَ أَنْشَأَكُمْ مِنَ الْأَرْضِ وَاسْتَعْمَرَكُمْ فِيهَا فَاسْتَغْفِرُوهُ ثُمَّ تُوبُوا إِلَيْهِ ۚ إِنَّ رَبِّي قَرِيبٌ مُجِيبٌ
আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ চলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।
(Pl find the verse/notes 11:61:link:
.
⚫২৬:১৪৩
إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
.
⚫২৬:১৪৪
فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা* অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা**।
.
✍️Sam-ref:
al muttaqūn at 2:2.

Cf**. 3:50, 26:108, 26:110, 26:126, 26:131, 26:144, 26:150, 26:163, 26:179, 43:63.
.
⚫২৬:১৪৫
وَمَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِيَ إِلَّا عَلَىٰ رَبِّ الْعَالَمِينَ
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
.
⚫২৬:১৪৬
أَتُتْرَكُونَ فِي مَا هَاهُنَا آمِنِينَ
‘ইয়াত যি আছে তাত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?
.
✍️ Verse/note:
26:146 “Do you think that you will be left secure [forever] in the midst of what you have here and now?

Note.
Lit., "of what is here", i.e., on earth. In the original, this question has a direct form, thus: "Will you be left secure…?", etc. (see also 158 below).(as).
(২৬:১৫৮
فَأَخَذَهُمُ الْعَذَابُ ۗ إِنَّ فِي ذَٰلِكَ لَآيَةً ۖ وَمَا كَانَ أَكْثَرُهُمْ مُؤْمِنِينَ
এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।)
.
⚫২৬:১৪৭
فِي جَنَّاتٍ وَعُيُونٍ
‘উদ্যান আৰু ঝৰ্ণাসমূহত,
.
⚫২৬:১৪৮
وَزُرُوعٍ وَنَخْلٍ طَلْعُهَا هَضِيمٌ
‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকাবিশিষ্ট খেজুৰ বাগানত?
.
⚫২৬:১৪৯
وَتَنْحِتُونَ مِنَ الْجِبَالِ بُيُوتًا فَارِهِينَ
‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা।
.
✍️Note-sam:
Ultimately, the answer, obviously, is in the negative. All men are to die.
.
✍️As-ref: 7:74.
৭:৭৪
وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ عَادٍ وَبَوَّأَكُمْ فِي الْأَرْضِ تَتَّخِذُونَ مِنْ سُهُولِهَا قُصُورًا وَتَنْحِتُونَ الْجِبَالَ بُيُوتًا ۖ فَاذْكُرُوا آلَاءَ اللَّهِ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ
‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেওঁ তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে, আৰু তেওঁ তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰাসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
(see link 26:124 at 7:73)
.
⚫২৬:১৫০
فَاتَّقُوا اللَّهَ وَأَطِيعُونِ
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।(see ref 144)
.
⚫২৬:১৫১
وَلَا تُطِيعُوا أَمْرَ الْمُسْرِفِينَ
‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,
.
⚫২৬:১৫২
الَّذِينَ يُفْسِدُونَ فِي الْأَرْضِ وَلَا يُصْلِحُونَ
‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।
.
⚫২৬:১৫৩
قَالُوا إِنَّمَا أَنْتَ مِنَ الْمُسَحَّرِينَ
সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকাৰীবিলাকৰ অন্যতম।
.
✍️Sam-ref:Arabic: musaḥḥarūn. See note to 2:102
(Pl find the verse/note:link):
.
⚫২৬:১৫৪
مَا أَنْتَ إِلَّا بَشَرٌ مِثْلُنَا فَأْتِ بِآيَةٍ إِنْ كُنْتَ مِنَ الصَّادِقِينَ
‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।
.
⚫২৬:১৫৫
قَالَ هَٰذِهِ نَاقَةٌ لَهَا شِرْبٌ وَلَكُمْ شِرْبُ يَوْمٍ مَعْلُومٍ
তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট*, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।(* 7:73-see 142 link).
(The she-camel had watering rights on a particular day as did their own camels-sam).
.
✍️Verse:
26:155 He said, "This she-camel (representing the weak and the poor) has the right to drink, just as you have the right to water (your flocks) at the time of watering(sa).
.
⚫২৬:১৫৬
وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابُ يَوْمٍ عَظِيمٍ
‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।
.
⚫২৬:১৫৭
فَعَقَرُوهَا فَأَصْبَحُوا نَادِمِينَ
তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।
.
✍️Verse/note:
26:157 But they cruelly slaughtered her - and then they had cause to regret it:
Note.
Lit., "they became regretful". For my rendering of aqaruha as "they cruelly slaughtered her", see note 61 on 7:77.
(৭:৭৭
فَعَقَرُوا النَّاقَةَ وَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ وَقَالُوا يَا صَالِحُ ائْتِنَا بِمَا تَعِدُنَا إِنْ كُنْتَ مِنَ الْمُرْسَلِينَ
তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।)
.
⚫২৬:১৫৮
فَأَخَذَهُمُ الْعَذَابُ ۗ إِنَّ فِي ذَٰلِكَ لَآيَةً ۖ وَمَا كَانَ أَكْثَرُهُمْ مُؤْمِنِينَ
এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন* নহয়।
.
✍️sam-ref*
(al) mu’minūn at 8:2. 
and In this chapter see 26:8, 26:67, 26:103, 
26:121, 26:139, 26:158, 26:174, 26:190.
.
⚫২৬:১৫৯
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
।।।
⬛WORD BY WORD MEANING:
[26:141] Thamud (Thamuudu) denied (Kazzabat') the messengers (El'Mur'saliin),
[26:142] when (Iz') their brother (Akhuu-hum') Shelah (Soalihun) said (Qaala) to them (Lahum'), "Will you 
not (Alaa) be pious (Tattaquun)? 
[26:143] "Indeed, I am (Innii) an honest (Amiin) messenger (Rasuulun) to you (Lakum'). 
3
[26:144] "So (Fa) beware of GOD (Ettaqu'llaha) and (Wa) obey me (Atiiuuni). 
5
[26:145] "For (Wa) I do not (Maa) ask you (As'alu-kum') any (Min') wage (Aj'rin) for it (Ålai'hi). My wage 
(Aj'riya) is only (In' illa) from (Ålaa) the LORD (Rabbi) of the worlds (El'Åålamiin). 
3
[26:146] "Will you be left (Atut'rakuuna) safely (Aaminiin) in (Fii) that which (Maa) is here (Haahunaa), 
[26:147] in (Fii) gardens (Jannaatin) with (Wa) springs (Uyuun), 
[26:148] as well as (Wa) planting (Zuruuen) and (Wa) date palms (Nakh'lin) which appears (Tal'u-ha) for 
ingestion (Hadiim), 
[26:149] and (Wa) you engrave (Tan'hituuna) attractive (Faarihiin) houses (Buyuutan) out of (Mina) the 
mountains (El'Jibaali)?
[26:150] "So (Fa) beware of GOD (Ettaqu'llaha) and (Wa) obey me (Atiiuuni). 
6
[26:151] "And do not (Walaa) obey (Tutiiuu') the command (Am'ra) of the profligates (El'Mus'rifiin),
[26:152] who (Ellaziina) corrupt (Yuf'siduuna) in the land (Fiil' Ar'di), and (Wa) they do not (Laa) reform 
(Yus'lihuun)." 
[26:153] They said (Qaaluu'), "You (Anta) are only (Innamaa) of (Mina) those bewitched (El'Musahhariin).
[26:154] "You (Anta) are only (Maa illa) a human (Basharun) like us (Mith'lu-naa), so bring (Fa'ti Bi) a sign
(Aayatin), if (In) you should be (Kunta) of (Mina) the truthful (Es'Soadiqiin)." 
[26:155] He (Shelah) said (Qaala) "This (Haazihi) is a she-camel (Naaqatun). It has (Lahaa) to drink (Shir'bun)
and (Wa) you have (Lakum') to drink (Shir'bu) on a fixed (well-known) (Ma'luum) day (Yaw'min).
[26:156] "So (Wa) do not (Laa) touch her (Tamassuu-ha) with (Bi) harm (Suuin), then (Fa) the punishment 
(Åzaabu) of a terrible (Åziim) day (Yaw'min) would seize you (Ya'khuza-kum')." 
[26:157] But (Fa) they slaughtered her (Åqaruu-ha), so (Fa) they became (As'bahu') regretful (Naadimiin),
[26:158] and (Fa) the punishment (El'Åzaabu) seized them (Akhaza-humu). Indeed (Inna), there is (La) a 
sign (Aayatan) in (Fii) that (Zaalika), but (Wa) most of them (Ak'tharu-hum) are (Kaana) not (Maa) believers 
(Mu'miniin). 
[26:159] And (Wa) indeed (Inna), your LORD (s) (Rabba-ka) is (Lahuwa) the ALMIGHTY (El' Åziizu), the 
MERCIFUL (Er' Rahiim). 
6
।।। বিশ্লেষণ - চৈয়দ ৰফিক
।।। ভিডিঅ'- #মুক্তাবুলহুছেইন

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)