⚫Part-340(26:38-68)Al-Shu'arã'(The Poets)
🟫Part-340(26:38-68)Al-Shu'arã'(The Poets)
🟫 https://youtu.be/gfC0XC0kWNg মুক্তাবুল
।।।
🟫মিনি সূচিঃPart-340(26:38-68)Al-Shu'arã'
২৬:৪৬(The Experts See the Truth-
তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল)
২৬:৪৯(🟣Extra: এই আয়াতত أَرْجُلَكُمْ শব্দটো আছে। টোকা চাওঁক)
২৬:৫৩(ফিৰআউনৰ দাসত্ব বজাই ৰখাৰ প্ৰচেষ্টা বিফল হয়)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟢২৬:৩৮
فَجُمِعَ السَّحَرَةُ لِمِيقَاتِ يَوْمٍ مَعْلُومٍ
তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,
.
🟢২৬:৩৯
وَقِيلَ لِلنَّاسِ هَلْ أَنْتُمْ مُجْتَمِعُونَ
আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?
.
🟢২৬:৪০
لَعَلَّنَا نَتَّبِعُ السَّحَرَةَ إِنْ كَانُوا هُمُ الْغَالِبِينَ
‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰো, যদি সিহঁতে বিজয়ী হয়’।
(✍️এই "যাদুকৰী"সকল যে চৰকাৰী আমোন ধৰ্মৰ পুৰোহিত আছিল, য'ত যাদুই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, তাত কোনো সন্দেহ নাই। এইদৰে মুছাৰ ওপৰত তেওঁলোকৰ বিজয়ে ৰাষ্ট্ৰ ধৰ্মৰ ৰাজহুৱা যুক্তিযুক্ততা হিচাপে গণ্য কৰা হ’ব।as।)
.
🟢২৬:৪১
فَلَمَّا جَاءَ السَّحَرَةُ قَالُوا لِفِرْعَوْنَ أَئِنَّ لَنَا لَأَجْرًا إِنْ كُنَّا نَحْنُ الْغَالِبِينَ
এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে’?
.
✍️ref:7:113(as).
.
🟢২৬:৪২
قَالَ نَعَمْ وَإِنَّكُمْ إِذًا لَمِنَ الْمُقَرَّبِينَ
ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্ঠসকলৰ অন্তৰ্ভুক্ত হ’বা’।
.
✍️Ap:ref:(20:65-66)
.
✍️Verse/ref:
26:42. "Of course," said Pharaoh, "You will be duly rewarded and the biggest reward
will be that you shall become nobles of the court." (7:113)pz.
.
🟢২৬:৪৩
قَالَ لَهُمْ مُوسَىٰ أَلْقُوا مَا أَنْتُمْ مُلْقُونَ
মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।
.
🟢২৬:৪৪
فَأَلْقَوْا حِبَالَهُمْ وَعِصِيَّهُمْ وَقَالُوا بِعِزَّةِ فِرْعَوْنَ إِنَّا لَنَحْنُ الْغَالِبُونَ
তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।
.
✍️Verse/note:
26:44 Thereupon they threw their [magic ropes and their staffs, and said: “By Pharaoh's might, behold, it is we indeed who have prevailed!"
Note.
The reason for their premature sense of triumph is given in 7:116 ("they cast a spell upon the people's eyes, and struck them with awe") and 20:66 ("by virtue of their sorcery, their [magic] ropes and staffs seemed to him to be moving rapidly and in his heart, Moses became apprehensive".
(Google translate no guarantee:
তেওঁলোকৰ অকালতে জয়ী হোৱাৰ কাৰণ ৭:১১৬ পদত দিয়া হৈছে ("তেওঁলোকে লোকসকলৰ চকুত মন্ত্ৰ মাৰিলে, আৰু তেওঁলোকক ভয়ৰে আঘাত কৰিলে") আৰু ২০:৬৬ ("তেওঁলোকৰ যাদুৰ দ্বাৰা, তেওঁলোকৰ [যাদুৰ] ৰছী আৰু... লাখুটিবোৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা যেন লাগিল আৰু তেওঁৰ হৃদয়ত মুছা শংকিত হৈ পৰিল")
.
✍️Ap-ref:7:116, 20:66-69
.
🟢২৬:৪৫
فَأَلْقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِيَ تَلْقَفُ مَا يَأْفِكُونَ
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।
.
✍️ref:on 7:117
.
🟢২৬:৪৬(The Experts See the Truth).
فَأُلْقِيَ السَّحَرَةُ سَاجِدِينَ
তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।
.
🟢২৬:৪৭
قَالُوا آمَنَّا بِرَبِّ الْعَالَمِينَ
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলো সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি,
.
🟢২৬:৪৮
رَبِّ مُوسَىٰ وَهَارُونَ
‘যিজন মুছা আৰু হাৰূনৰ ৰব’।
.
✍️Ap-ref:7:118-122, 20:71, 7:123
.
🟢২৬:৪৯
قَالَ آمَنْتُمْ لَهُ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّهُ لَكَبِيرُكُمُ الَّذِي عَلَّمَكُمُ السِّحْرَ فَلَسَوْفَ تَعْلَمُونَ ۚ لَأُقَطِّعَنَّ أَيْدِيَكُمْ ⬅️وَأَرْجُلَكُمْ مِنْ خِلَافٍ وَلَأُصَلِّبَنَّكُمْ أَجْمَعِينَ
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ➡️ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।
✍️Note-(🟣Extra: এই আয়াতত أَرْجُلَكُمْ শব্দটো আছে। ইয়াৰ মানে ভৰি। ইংৰাজীত leg অৰ্থাৎ আঠুৰ তলৰ অংশ।
যিটো শব্দ তলৰ অজুৰ আয়াততো আছে।
৫:৬....وَأَرْجُلَكُمْ....(অজু)
Example:
أسقطو فوق معدكم وافتحوا أيديكم ⬅️و أرجلكم
Down on your stomachs! Spread your arms ➡️and legs!
গতিকে ছালাতৰ এটা অংশ অজুত ভৰিৰ আঠুৰ পৰা তললৈ মুছেহ কৰিব লাগিব।)
.
✍️Verse/Notes/References:
26:49 Said [Pharaoh]: “Have you come to believe in him* ere I have given you permission? Verily, he must be your master who has taught you magic!** But in time you shall come to know [my revenge]: most certainly shall I cut off your hands and your feet in great numbers, because of [your] perverseness, and shall most certainly crucify you in great numbers, all together!"***(as).
Note*
See 7:123.
(৭:১২৩
قَالَ فِرْعَوْنُ آمَنْتُمْ بِهِ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّ هَٰذَا لَمَكْرٌ مَكَرْتُمُوهُ فِي الْمَدِينَةِ لِتُخْرِجُوا مِنْهَا أَهْلَهَا ۖ فَسَوْفَ تَعْلَمُونَ
ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে এই চক্ৰান্ত কৰিছা নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।)
Note**
I.e., he is so superior a sorcerer that he could be your teacher".
Note***
See 5:33, and 7:24, which explain the repeated stress on "great numbers" in the above sentence.
(৫:৩৩
إِنَّمَا جَزَاءُ الَّذِينَ يُحَارِبُونَ اللَّهَ وَرَسُولَهُ وَيَسْعَوْنَ فِي الْأَرْضِ فَسَادًا أَنْ يُقَتَّلُوا أَوْ يُصَلَّبُوا أَوْ تُقَطَّعَ أَيْدِيهِمْ وَأَرْجُلُهُمْ مِنْ خِلَافٍ أَوْ يُنْفَوْا مِنَ الْأَرْضِ ۚ ذَٰلِكَ لَهُمْ خِزْيٌ فِي الدُّنْيَا ۖ وَلَهُمْ فِي الْآخِرَةِ عَذَابٌ عَظِيمٌ
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।
.
৭:২৪
قَالَ اهْبِطُوا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۖ وَلَكُمْ فِي الْأَرْضِ مُسْتَقَرٌّ وَمَتَاعٌ إِلَىٰ حِينٍ
তেওঁ ক’লে, ‘তোমালোকে নামি যোৱা, তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা’।)
.
🟢২৬:৫০
قَالُوا لَا ضَيْرَ ۖ إِنَّا إِلَىٰ رَبِّنَا مُنْقَلِبُونَ
তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।
.
🟢২৬:৫১
إِنَّا نَطْمَعُ أَنْ يَغْفِرَ لَنَا رَبُّنَا خَطَايَانَا أَنْ كُنَّا أَوَّلَ الْمُؤْمِنِينَ
নিশ্চয় আমি আশা পোষণ কৰো যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।
.
🟢২৬:৫২
۞ وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ أَنْ أَسْرِ بِعِبَادِي إِنَّكُمْ مُتَّبَعُونَ
আৰু* আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিছিলো যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।
.
✍️Note:
(*I.e., after the period of plagues with which the Egyptians were visited (cf. 7:130.)-(as)
৭:১৩০
وَلَقَدْ أَخَذْنَا آلَ فِرْعَوْنَ بِالسِّنِينَ وَنَقْصٍ مِنَ الثَّمَرَاتِ لَعَلَّهُمْ يَذَّكَّرُونَ
আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।)
.
🟢২৬:৫৩(দাসত্ব বজাই ৰখাৰ প্ৰচেষ্টা বিফল হয়).
فَأَرْسَلَ فِرْعَوْنُ فِي الْمَدَائِنِ حَاشِرِينَ
তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,
.
🟢২৬:৫৪
إِنَّ هَٰؤُلَاءِ لَشِرْذِمَةٌ قَلِيلُونَ
‘নিশ্চয় ইহঁত ক্ষুদ্ৰ এটা দল,
.
🟢২৬:৫৫
وَإِنَّهُمْ لَنَا لَغَائِظُونَ
‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,
.
🟢২৬:৫৬
وَإِنَّا لَجَمِيعٌ حَاذِرُونَ
‘আৰু নিশ্চয় আমি সকলো সদায় সতৰ্ক’।
.
✍️Verse/note:
26:56 seeing that we are, verily, a nation united, fully prepared against danger –
Note.
Thus the Qur'an illustrates the psychological truth that, as a rule, a dominant nation is unable really to understand the desire for liberty on the part of the group or groups which it oppresses and therefore attributes their rebelliousness to no more than unreasonable hatred and blind envy of the strong.
(Google translate no guarantee:
এইদৰে কোৰআনে এই মানসিক সত্যৰ উদাহৰণ দাঙি ধৰিছে যে, নিয়ম অনুসৰি, এটা প্ৰভাৱশালী জাতিয়ে যিটো গোট বা গোটৰ ফালৰ পৰা স্বাধীনতাৰ আকাংক্ষাক প্ৰকৃততে বুজিব নোৱাৰে আৰু সেয়েহে তেওঁলোকৰ বিদ্ৰোহৰ কাৰণ অযুক্তিকৰ ঘৃণা আৰু... শক্তিশালীৰ প্ৰতি অন্ধ ঈৰ্ষা)
.
🟢২৬:৫৭(অনিবাৰ্য প্ৰতিশোধ)
فَأَخْرَجْنَاهُمْ مِنْ جَنَّاتٍ وَعُيُونٍ
পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলো,
.
🟢২৬:৫৮
وَكُنُوزٍ وَمَقَامٍ كَرِيمٍ
লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।
.
🟢২৬:৫৯
كَذَٰلِكَ وَأَوْرَثْنَاهَا بَنِي إِسْرَائِيلَ
এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলো এইবোৰৰ অধিকাৰী।
.
✍️Verse/note/history:
26:59 Thus those things were taken away from them and We caused the Children of Israel to inherit the blessings.
Note.
Instead of returning to Egypt they would rule the land including Sinai, Jordan, Palestine and Northern Arabian Peninsula until their zenith during the times of David and Solomon about 940 BC. 7:136:137,
20:76(sa).
(৭:১৩৬-১৩৭
فَانْتَقَمْنَا مِنْهُمْ فَأَغْرَقْنَاهُمْ فِي الْيَمِّ بِأَنَّهُمْ كَذَّبُوا بِآيَاتِنَا وَكَانُوا عَنْهَا غَافِلِينَ
সেয়ে আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছো আৰু সিহঁতক অটল সাগৰত ডুবাই দিছো। কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী।
৭:১৩৭
وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الْأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَا ۖ وَتَمَّتْ كَلِمَتُ رَبِّكَ الْحُسْنَىٰ عَلَىٰ بَنِي إِسْرَائِيلَ بِمَا صَبَرُوا ۖ وَدَمَّرْنَا مَا كَانَ يَصْنَعُ فِرْعَوْنُ وَقَوْمُهُ وَمَا كَانُوا يَعْرِشُونَ
আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলো; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হ’ল, যিহেতু সিহঁতে ধৈৰ্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰাসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছো।.
.
২০:৭৬✔️
جَنَّاتُ عَدْنٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ وَذَٰلِكَ جَزَاءُ مَنْ تَزَكَّىٰ
স্থায়ী জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।)
.
✍️Ap-ref:7:137, 28:5-6
২৮:৫-৬
وَنُرِيدُ أَنْ نَمُنَّ عَلَى الَّذِينَ اسْتُضْعِفُوا فِي الْأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ الْوَارِثِينَ
আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো;
২৮:৬
وَنُمَكِّنَ لَهُمْ فِي الْأَرْضِ وَنُرِيَ فِرْعَوْنَ وَهَامَانَ وَجُنُودَهُمَا مِنْهُمْ مَا كَانُوا يَحْذَرُونَ
আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলো, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলো, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।)
.
🟢২৬:৬০
فَأَتْبَعُوهُمْ مُشْرِقِينَ
তাৰ পিছত সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত তেওঁলোকৰ পিছ ল’লে।
.
🟢২৬:৬১
فَلَمَّا تَرَاءَى الْجَمْعَانِ قَالَ أَصْحَابُ مُوسَىٰ إِنَّا لَمُدْرَكُونَ
এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলো!’
.
🟢২৬:৬২
قَالَ كَلَّا ۖ إِنَّ مَعِيَ رَبِّي سَيَهْدِينِ
মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।
.
🟢২৬:৬৩
فَأَوْحَيْنَا إِلَىٰ مُوسَىٰ أَنِ اضْرِبْ بِعَصَاكَ الْبَحْرَ ۖ فَانْفَلَقَ فَكَانَ كُلُّ فِرْقٍ كَالطَّوْدِ الْعَظِيمِ
তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;
.
✍️Ap-ref:20:77
.
✍️Verse/note/ref:
26:63. So We sent a revelation to Moses, saying; "Take your people to the sea/river (from a particular direction) and then cross it at a point where it has become dry.” (20:77; 44:24)pz.
.
🟢২৬:৬৪
وَأَزْلَفْنَا ثَمَّ الْآخَرِينَ
আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলো,
.
🟢২৬:৬৫
وَأَنْجَيْنَا مُوسَىٰ وَمَنْ مَعَهُ أَجْمَعِينَ
আৰু আমি উদ্ধাৰ কৰিলো মুছা আৰু তেওঁৰ সঙ্গীসকল,
.
🟢২৬:৬৬
ثُمَّ أَغْرَقْنَا الْآخَرِينَ
তাৰ পিছত ডুবাই মাৰিলো আনটো দলক।
.
🟢২৬:৬৭
إِنَّ فِي ذَٰلِكَ لَآيَةً ۖ وَمَا كَانَ أَكْثَرُهُمْ مُؤْمِنِينَ
নিশ্চয় ইয়াৰ মাজত আছে নিদৰ্শন, কিন্তু সিহঁতৰ অধিকাংশই মুমিন নহয়।
.
🟢২৬:৬৮
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু নিশ্চয় তোমাৰ ৰব মহাপৰাক্ৰমশালী, পৰম দয়ালু।
.
✍️ref:verses 8-9.
২৬:৮-৯
إِنَّ فِي ذَٰلِكَ لَآيَةً ۖ وَمَا كَانَ أَكْثَرُهُمْ مُؤْمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
২৬:৯
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
।।।
🟫WORD BY WORD MEANING:
[26:38] Thus (Fa) the sorcerers (Es'Saharatu) were assembled (Jumiå) for (Li) the appointed time (Miiqaati)
of a well-known (Ma'luum) day (Yaw'min).
(20:59)
[26:39] And (Wa) the people (Naasi) were told (Qiila Li), "Have (Hal') you (p) (Antum) assembled (Muj'tamiuun)?
[26:40] "Perhaps we (Laållanaa) will follow (Nattabiu) the sorcerers (Es'Saharata), if (In) they (Humu) are
(Kaanu') the winners (El'Gaalibiin)."
[26:41] So (Fa) when (Lammaa) the sorcerers (Es'Saharatu) came (Jaa'a), they said (Qaalu') to (Li) Pharaoh
(Fir'åw'na), "Will we indeed (A'inna) have (Lanaa) a (La) reward (Aj'ran) if (In) we (Nah'nu) are (Kunnaa) the
winners (El'Gaalibiin)?"
[26:42] He (Pharaoh) said (Qaala), "Yes (Naåm'); indeed, you (Innakum') in that case (Izan) will be among
(Lamina) those nearby (El'Muqarrabiin)."
[26:43] Moses (Muusaa) said (Qaala) to them (Lahum), "Throw (Al'qu') what (Maa) you (Antum) will throw
(Mul'quun)."
[26:44] So (Fa) they (the sorcerers) threw (Al'qaw') their ropes (Hibaala-hum') and (Wa) their sticks (Esiyya-hum')
and said (Qaalu'), "By (Bi) the might (Ezzati) of Pharaoh (Fir'åw'na), indeed (Innaa) we (Nah'nu) will be (La)
the winners (El'Gaalibuun)."
[26:45] Then (Fa) Moses (Muusaa) threw (Al'qaa) his staff (stick) (Åsoa-hu) and (Fa) then (Izaa) it (Hiya) seized
(Tal'qafu) what (Maa) they falsified (Ya'fikuun).
[26:46] And (Fa) the sorcerers (Es'Saharatu) dropped down (Ul'qiya) in prostration (Saajidiin).
(7:120)
[26:47] They said (Qaaluu'), "We have believed (Aamanna) in (Bi) the LORD (Rabbi) of the worlds (El'Åålamiin),
[26:48] the LORD (Rabbi) of Moses (Muusaa) and (Wa) Aaron (Haaruun)."
[26:49] He (Pharaoh) said (Qaala), "Did you believe him (Aamantum' Lahu) before (Qab'la An') I permit you
(Aazana La-kum')? Indeed, he (Moses) (Innahu) is (La) your senior (Kabiiru-kum) who (Ellazii) has taught you
(Ållama-kumu) sorcery (Es'Sih'ra). So (Fa) you will (La Saw'fa) find out (Ta'lamuuna), I will (La) amputate
(Uqattiånna) your hands (Ai'diya-kum') and (Wa) your legs (Ar'jula-kum) from (Min') opposite sides
(Khilaafin), and I will (La) crucify you (Usollibanna-kum') all together (Aj'maeen)."
(20:71)
[26:50] They said (Qaalu'), "There is no (Laa) harm (Doi'ra). Indeed, we (Innaa) will return (Munqalibuun)
to (ilaa) our LORD (Rabbi-naa).
[26:51] "Indeed (Innaa), we hope (Nat'mau) that (An) our LORD (Rabbu-naa) will forgive us (Yag'fira Lanaa)
our mistakes (Khatoayaa-naa) since (An) we were (Kunnaa) the first (Awwala) of believers (El'Mu'miniin)."
[26:52] And (Wa) We inspired (Aw'hai'naa) to (ilaa) Moses (Muusaa) that (An'), "Travel with (As'ri Bi) MY
servants (Ebaadiya); indeed, you (Innakum) will be pursued (Muttabauun)."
[26:53] Then (Fa) Pharaoh (Fir'åw'nu) sent (Ar'sala) gatherers (Haashiriin) into (Fii) the cities (El'Madaa'ini).
[26:54] "Indeed (Inna), these people (Haaulaai) are (La) a small (Qaliiluun) gang (group) (Shir'zimatun),
[26:55] but (Wa) indeed, they (Innahum') are (La) irritating us (Gaaizuun Lanaa).
[26:56] "And (Wa) so let us (Innaa La) all (Jamiiun) watch out (Haaziruun)."
[26:57] Consequently (Fa), We ousted them (Akh'raj'naa-hum) from (Min) the gardens (Jannaatin) with
(Wa) springs (Uyuun)
[26:58] as well as (Wa) treasures (Kunuuzin) and (Wa) an honourable (Kariim) place (Maqaamin).
[26:59] Thus (Kazaalika) We caused the Children of Israel (Banii Is'raa'iil) to inherit them (-Aw'rath'naa-haa).
[26:60] For (Fa) they (the Children of Israel) were pursued (At'bauu-hum) to the east (Mush'riqiin).
[26:61] And (Fa) when (Lammaa) the two assemblies (El'Jam'ååni) saw each other (Taraa'a), the
companions (As'haabu) of Moses (Muusaa) said (Qaala), "Indeed, we (Innaa) will surely (La) be caught
(Mud'rakuun)!"
[26:62] He (Moses) said (Qaala), "Nay (Kallaa)! Indeed (Inna), my LORD (Rabbii) is with me (Maeya); HE will
guide me (Sa Yah'diini)."
[26:63] Then (Fa) We inspired (Aw'hai'naa) to (ilaa) Moses (Muusaa) that (Ani), "Strike (Ed'rib) the sea
(El'Bah'ra) with (Bi) your staff (Åsoa-ka)," and then (Fa) it split (Enfalaqa), and (Fa) each (Kullu) part (Fir'qin)
became (Kaana) like (Ka) a huge (El'Åziim) mountain (Tow'di).
[26:64] And (Wa) We brought the others (El'Aakhariin) near (-Az'laf'naa) there (Thamma).
[26:65] And (Wa) We rescued (Anjai'naa) Moses (Muusaa) and those (Waman) with him (Maåhu), all
together (Aj'maeen).
[26:66] Then (Thumma) We drowned (Ag'raq'naa) the others (the enemies)
(El'Aakhariin).
[26:67] Indeed (Inna), there is (La) a sign (Aayatan) in (Fii) that (Zaalika), but (Wa) most of them (Akh'tharu-
hum) are (Kaana) not (Maa) believers (Mu'miniin).
[26:68] And (Wa) indeed (Inna), your LORD (s) (Rabba-ka) is (Lahuwa) the ALMIGHTY (El' Åziizu), the
MERCIFUL (Er' Rahiim).
2
.
Analysis Syedraf, Video #Muktabulhussain
Comments
Post a Comment