⚫Part-339(26:18-37)Al-Shu'arã'(The Poets)
🅰️Part-339(26:18-37)Al-Shu'arã'(The Poets)
🅱️Video https://youtu.be/YkrLEj_cBNs মুক্তা
।।।
🟥মিনি সূচিঃPart-339(26:18-37)Al-Shu'arã'
26:18-33(Moses is Called and Sent to Pharaoh-Verses 26:10-33)
26:34-37(Moses and the Enchanters-Verses 26:34-51)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🔵২৬:১৮
قَالَ أَلَمْ نُرَبِّكَ فِينَا وَلِيدًا وَلَبِثْتَ فِينَا مِنْ عُمُرِكَ سِنِينَ
ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলো নে? আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা,
.
🔵২৬:১৯
وَفَعَلْتَ فَعْلَتَكَ الَّتِي فَعَلْتَ وَأَنْتَ مِنَ الْكَافِرِينَ
‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছায়ে আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।
.
✍️BB-ref:(28:33)
২৮:৩৩
قَالَ رَبِّ إِنِّي قَتَلْتُ مِنْهُمْ نَفْسًا فَأَخَافُ أَنْ يَقْتُلُونِ
মুছাই ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই সিহঁতৰ এজনক হত্যা কৰিছিলো। ফলত মই আশংকা কৰিছো সিহঁতে মোক হত্যা কৰিব’।
.
ref:as:
২৮:৪
إِنَّ فِرْعَوْنَ عَلَا فِي الْأَرْضِ وَجَعَلَ أَهْلَهَا شِيَعًا يَسْتَضْعِفُ طَائِفَةً مِنْهُمْ يُذَبِّحُ أَبْنَاءَهُمْ وَيَسْتَحْيِي نِسَاءَهُمْ ۚ إِنَّهُ كَانَ مِنَ الْمُفْسِدِينَ
নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক সি হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।
.
🔵২৬:২০
قَالَ فَعَلْتُهَا إِذًا وَأَنَا مِنَ الضَّالِّينَ
মুছাই ক’লে, ‘সেইটো মই কৰিছিলো তেতিয়া, যেতিয়া মই বিভ্ৰান্ত আছিলো’।
.
✍️Verse/ref:
26:20. Moses said, “I did not kill him intentionally. I had only punched him and I never expected that he would die of a punch.”(28:15)pz.sa.
২৮:১৫
وَدَخَلَ الْمَدِينَةَ عَلَىٰ حِينِ غَفْلَةٍ مِنْ أَهْلِهَا فَوَجَدَ فِيهَا رَجُلَيْنِ يَقْتَتِلَانِ هَٰذَا مِنْ شِيعَتِهِ وَهَٰذَا مِنْ عَدُوِّهِ ۖ فَاسْتَغَاثَهُ الَّذِي مِنْ شِيعَتِهِ عَلَى الَّذِي مِنْ عَدُوِّهِ فَوَكَزَهُ مُوسَىٰ فَقَضَىٰ عَلَيْهِ ۖ قَالَ هَٰذَا مِنْ عَمَلِ الشَّيْطَانِ ۖ إِنَّهُ عَدُوٌّ مُضِلٌّ مُبِينٌ
আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজ ফৈদৰ আৰু আনজন শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এয়া চয়তানৰ কাম। নিশ্চয় সি প্ৰকাশ্য শত্ৰু, বিভ্ৰান্তকাৰী’।
.
🔵২৬:২১
فَفَرَرْتُ مِنْكُمْ لَمَّا خِفْتُكُمْ فَوَهَبَ لِي رَبِّي حُكْمًا وَجَعَلَنِي مِنَ الْمُرْسَلِينَ
‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলো, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলো। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।
.
✍️Verse/note:
26:21 and I fled from you because I feared you. But [since] then my Sustainer has endowed me with the ability to judge [between right and wrong], and has made me one of [His] message-bearers.
Note.
As is shown in 28:15, after having killed the Egyptian, Moses suddenly realized that he had committed a grievous sin.
.
🔵২৬:২২
وَتِلْكَ نِعْمَةٌ تَمُنُّهَا عَلَيَّ أَنْ عَبَّدْتَ بَنِي إِسْرَائِيلَ
‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।(ref: 28:4-See above at 19).
.
🔵২৬:২৩
قَالَ فِرْعَوْنُ وَمَا رَبُّ الْعَالَمِينَ
ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ ৰব আকৌ কি’?
(see verse 16 above).
.
✍️Verse/ref:
26:23 Pharaoh said, "What is the Lord of the worlds?"
Note.
See 2:60.edip.
২:৬০
۞ وَإِذِ اسْتَسْقَىٰ مُوسَىٰ لِقَوْمِهِ فَقُلْنَا اضْرِبْ بِعَصَاكَ الْحَجَرَ ۖ فَانْفَجَرَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَيْنًا ۖ قَدْ عَلِمَ كُلُّ أُنَاسٍ مَشْرَبَهُمْ ۖ كُلُوا وَاشْرَبُوا مِنْ رِزْقِ اللَّهِ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ জাতিৰ বাবে পানী বিচাৰিলে, আমি ক’লো, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’, ফলত বাৰটা নিজৰা প্ৰবাহিত হ’ল । প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱা ঠাই জানি ল’লে । (মই ক’লো) ‘তোমালোকে আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা আৰু পান কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
.
✍️Verse/note/ref:
26:23. (Now feeling embarrassed and changing the discussion to another matter) The Pharaoh said “You claim that you have been sent by Rabb-ul-Alameen. Now tell me who that 'Rabb-ul-Aalameen', the Sustainer of all the worlds, is?” (20:49)pz.
২০:৪৯
قَالَ فَمَنْ رَبُّكُمَا يَا مُوسَىٰ
ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?
.
✍️Ap-ref:
২৮:৩৮
وَقَالَ فِرْعَوْنُ يَا أَيُّهَا الْمَلَأُ مَا عَلِمْتُ لَكُمْ مِنْ إِلَٰهٍ غَيْرِي فَأَوْقِدْ لِي يَا هَامَانُ عَلَى الطِّينِ فَاجْعَلْ لِي صَرْحًا لَعَلِّي أَطَّلِعُ إِلَىٰ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُ مِنَ الْكَاذِبِينَ
ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইটা তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক দেখিব পাৰিম। কিন্তু মোৰ মতে সি এজন মিছলীয়া’।
.
৪৩:৫৪
فَاسْتَخَفَّ قَوْمَهُ فَأَطَاعُوهُ ۚ إِنَّهُمْ كَانُوا قَوْمًا فَاسِقِينَ
এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথা মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।
.
🔵২৬:২৪
قَالَ رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا ۖ إِنْ كُنْتُمْ مُوقِنِينَ
মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ ৰব, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।
.
✍️Verse/ref:
26:24. Moses said, "The Sustainer of all the world is He Who provides nourishment to each and everything in the universe. If you believe in this (you will also believe that He Who provides nourishment to everything in the universe also nourishes human beings and thus) your claim that you are the Rabb of your subjects is totally baseless.” (43:51; 79:24)pz.
৪৩:৫১
وَنَادَىٰ فِرْعَوْنُ فِي قَوْمِهِ قَالَ يَا قَوْمِ أَلَيْسَ لِي مُلْكُ مِصْرَ وَهَٰذِهِ الْأَنْهَارُ تَجْرِي مِنْ تَحْتِي ۖ أَفَلَا تُبْصِرُونَ
আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয় নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে দেখা পোৱা নাইনে?
.
৭৯:২৪
فَقَالَ أَنَا رَبُّكُمُ الْأَعْلَىٰ
আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।
.
🔵২৬:২৫
قَالَ لِمَنْ حَوْلَهُ أَلَا تَسْتَمِعُونَ
ফিৰআউনে তাৰ ওচৰে-পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?
.
✍️Note:
আক্ষৰিক অৰ্থত, "আপুনি শুনা নাইনে?" - বিস্ময়, ক্ষোভ বা উপহাস প্ৰকাশ কৰিবলৈ উদ্দেশ্য কৰা এটা অলংকাৰিক প্ৰশ্ন।(as).
.
🔵২৬:২৬
قَالَ رَبُّكُمْ وَرَبُّ آبَائِكُمُ الْأَوَّلِينَ
মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব’।
.
🔵২৬:২৭
قَالَ إِنَّ رَسُولَكُمُ الَّذِي أُرْسِلَ إِلَيْكُمْ لَمَجْنُونٌ
ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।
.
🔵২৬:২৮
قَالَ رَبُّ الْمَشْرِقِ وَالْمَغْرِبِ وَمَا بَيْنَهُمَا ۖ إِنْ كُنْتُمْ تَعْقِلُونَ
মুছাই ক’লে, ‘তেওঁ পূৱ আৰু পশ্চিমৰ লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ ৰব; যদি তোমালোকে বুজি পোৱা’।
.
✍️ref: 2:115.
২:১১৫
وَلِلَّهِ الْمَشْرِقُ وَالْمَغْرِبُ ۚ فَأَيْنَمَا تُوَلُّوا فَثَمَّ وَجْهُ اللَّهِ ۚ إِنَّ اللَّهَ وَاسِعٌ عَلِيمٌ
পূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই আল্লাহৰ দিশ। নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।
.
✍️Ap-ref: Similar verse:
২:২৫৮
أَلَمْ تَرَ إِلَى الَّذِي حَاجَّ إِبْرَاهِيمَ فِي رَبِّهِ أَنْ آتَاهُ اللَّهُ الْمُلْكَ إِذْ قَالَ إِبْرَاهِيمُ رَبِّيَ الَّذِي يُحْيِي وَيُمِيتُ قَالَ أَنَا أُحْيِي وَأُمِيتُ ۖ قَالَ إِبْرَاهِيمُ فَإِنَّ اللَّهَ يَأْتِي بِالشَّمْسِ مِنَ الْمَشْرِقِ فَأْتِ بِهَا مِنَ الْمَغْرِبِ فَبُهِتَ الَّذِي كَفَرَ ۗ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
তুমি সেইজন ব্যক্তিক দেখা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘মোৰ প্ৰতিপালক তেৱেঁই যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰোৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ গ’ল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
.
🔵২৬:২৯
قَالَ لَئِنِ اتَّخَذْتَ إِلَٰهًا غَيْرِي لَأَجْعَلَنَّكَ مِنَ الْمَسْجُونِينَ
ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।
.
✍️Note/refs:
Firawn is 'god' as far as his people are concerned. They have set him up as an authority equal to God, but it is Firawn who will be held accountable for his corruption and exploitations, by the One God who is supreme. Firawn is represented as a symbol of all political powers. The same controls, oppressions and aggressions can now be seen in the politically powerful nations of
today. Likewise, Haman represents the priesthood, the intellectual exploiters and Qaroon represents corruption and exploitation of the economic system. See verses 28:6; 28:76.(sig).
২৮:৬
وَنُمَكِّنَ لَهُمْ فِي الْأَرْضِ وَنُرِيَ فِرْعَوْنَ وَهَامَانَ وَجُنُودَهُمَا مِنْهُمْ مَا كَانُوا يَحْذَرُونَ
আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলো, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলো, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।
.
২৮:৭৬
۞ إِنَّ قَارُونَ كَانَ مِنْ قَوْمِ مُوسَىٰ فَبَغَىٰ عَلَيْهِمْ ۖ وَآتَيْنَاهُ مِنَ الْكُنُوزِ مَا إِنَّ مَفَاتِحَهُ لَتَنُوءُ بِالْعُصْبَةِ أُولِي الْقُوَّةِ إِذْ قَالَ لَهُ قَوْمُهُ لَا تَفْرَحْ ۖ إِنَّ اللَّهَ لَا يُحِبُّ الْفَرِحِينَ
নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আৰু আমি তাক দান কৰিছিলো ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবিবোৰ বহন কৰা এদল শক্তিশালী মানুহৰ পক্ষেও কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে।
.
🔵২৬:৩০
قَالَ أَوَلَوْ جِئْتُكَ بِشَيْءٍ مُبِينٍ
মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰত স্পষ্ট কোনো বিষয় লৈ আহোঁ, তথাপিও’?
.
✍️For this rendering of the term mubin, see 12:1.
১২:১
الر ۚ تِلْكَ آيَاتُ الْكِتَابِ الْمُبِينِ
আলিফ-লাম-ৰা। এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
.
🔵২৬:৩১
قَالَ فَأْتِ بِهِ إِنْ كُنْتَ مِنَ الصَّادِقِينَ
ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।
.
🔵২৬:৩২
فَأَلْقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعْبَانٌ مُبِينٌ
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে তৎক্ষণাত সেয়া এডাল স্পষ্ট অজগৰ সাপত পৰিণত হ’ল।
.
✍️ Verse/Note:
26:32 Moses presented the absolute truth, vibrant with life. [7:107-108, 20:17-25, 28:31-32](sa).(see next note).
.
✍️Verse/note/refs:
26:32. In reply Moses produced the Divine Code and Laws which were revealed to him and were firmly held by him. This Divine Code and the directives appeared like a python swallowing all evil beliefs. (These laws explained the destructive results of Pharaoh's system ~ 7:107-108; 20:17-25; 28:31-32. SEE VERSES: LINK:
.
🔵২৬:৩৩
وَنَزَعَ يَدَهُ فَإِذَا هِيَ بَيْضَاءُ لِلنَّاظِرِينَ
আৰু মুছাই তেওঁৰ হাত (কাষলতিৰ পৰা) উলিয়াই অনাৰ ফলত তৎক্ষণাত সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।
.
✍️Verse/note/ref:
26:33 and he drew forth his hand - and lo! it appeared [shining] white to the beholders.
Note.
See 7:107 , 20:22. 27:12 and 28:32(sa).
৭:১০৭
فَأَلْقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعْبَانٌ مُبِينٌ
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেইডাল এটা অজগৰ সাপত পৰিণত হ’ল।
(Pl see remaining verses at 26:32 link)
.
🔵২৬:৩৪
قَالَ لِلْمَلَإِ حَوْلَهُ إِنَّ هَٰذَا لَسَاحِرٌ عَلِيمٌ
ফিৰআউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।
.
🔵২৬:৩৫
يُرِيدُ أَنْ يُخْرِجَكُمْ مِنْ أَرْضِكُمْ بِسِحْرِهِ فَمَاذَا تَأْمُرُونَ
‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কৃত কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?
.
✍️Verse/ref:
26:35. “It appears that his plan is to drive you out of your land by taking people with him
through deceitful means and establishing his own state. So tell me now what you
counsel.” (7:109-110)pz.
৭:১০৯-১১০
قَالَ الْمَلَأُ مِنْ قَوْمِ فِرْعَوْنَ إِنَّ هَٰذَا لَسَاحِرٌ عَلِيمٌ
ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’,
৭:১১০
يُرِيدُ أَنْ يُخْرِجَكُمْ مِنْ أَرْضِكُمْ ۖ فَمَاذَا تَأْمُرُونَ
‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’?
.
🔵২৬:৩৬
قَالُوا أَرْجِهْ وَأَخَاهُ وَابْعَثْ فِي الْمَدَائِنِ حَاشِرِينَ
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,
.
🔵২৬:৩৭
يَأْتُوكَ بِكُلِّ سَحَّارٍ عَلِيمٍ
‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।
.
🔵২৬:৩৮(Between Musa, peace be upon him, and the Sorcerers).
فَجُمِعَ السَّحَرَةُ لِمِيقَاتِ يَوْمٍ مَعْلُومٍ
তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,
.
✍️BB-ref:(20:59)
২০:৫৯
قَالَ مَوْعِدُكُمْ يَوْمُ الزِّينَةِ وَأَنْ يُحْشَرَ النَّاسُ ضُحًى
মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।
.
✍️Ap-ref:
২১:১৮
بَلْ نَقْذِفُ بِالْحَقِّ عَلَى الْبَاطِلِ فَيَدْمَغُهُ فَإِذَا هُوَ زَاهِقٌ ۚ وَلَكُمُ الْوَيْلُ مِمَّا تَصِفُونَ
বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাৎ অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা সেয়ে তোমালোকৰ বাবে আছে দুৰ্ভোগ!
.
১৭:৮১
وَقُلْ جَاءَ الْحَقُّ وَزَهَقَ الْبَاطِلُ ۚ إِنَّ الْبَاطِلَ كَانَ زَهُوقًا
আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।
।।।
🟥 WORD BY WORD MEANING:
[26:18] He (Pharaoh) said (Qaala), "Did we not (Alam') raise you (Moses) (Nurabbi-ka) among us (Fiina) as a child
(Waliidan), and (Wa) you lingered (Labith'ta) among us (Fiina) for (Min') years (Siniin) of your life (Umuri-ka)?
[26:19] "And (Wa) you committed (Faål'ta) your act (Fa'lata-ka) which (Ellatii) you committed (Faål'ta),
while (Wa) you (Anta) were one of (Mina) the disbelievers (El'Kaafiriin)?" (28:33)
[26:20] He (Moses) said (Qaala), "I did it (Faål'tu-haa) then (Izaan), while (Wa) I was (Ana') of (Mina) the
misguided (Ed'Doalliin).
[26:21] "So (Fa) I fled (Farar'tu) from you (Minkum’), when (Lamma) I feared you (Khif'tu-kum’), but (Fa) my
LORD (Rabbii) granted me (Wahaba Lii) judgement (Huk'man) and (Wa) made me (Jaåla-nii) one of (Mina)
the messengers (El'Mur'saliin).
[26:22] "And (Wa) these (Til'ka) were favours (Ni'matun) which you obliged me (Tamunnu-haa Ålayya) in
order to (An') enslave (Åbbadtta) the Children of Israel (Banii Is'raa'iil)."
[26:23] Pharaoh (Fir'åw'nu) said (Qaala), "And (Wa) what (who) (Maa) is the LORD (Rabbu) of the worlds
(universe) (El'Åålamiin)?"
[26:24] He (Moses) said (Qaala), "The LORD (Rabbu) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di)
and whatever (Wamaa) is between them (Bai'nahumaa), if (In) you should be (Kuntum) certain (Muuqiniin)."
[26:25] He (Pharaoh) said (Qaala) to those (Liman') around him (Haw'la-hu), "Did you not (Ala) hear
(Tas'tamiuun)?
[26:26] "He said (Qaala), 'Your LORD (Rabbu-kum) and (Wa) the LORD (Rabbu) of your forefathers
(Aabaai-kumul' Awwaliin)!'?"
[26:27] He (Pharaoh) said (Qaala), "Indeed (Inna), your messenger (Rasuula-kumu) who (Ellazii) has been sent
(Ur'sila) for you (p) (ilai'kum) is (La) crazy (Maj'nuun)!
[26:28] "He said (Qaala), 'The LORD (Rabbu) of the east (El'Mash'riqi) and the west (Wal' Mag'ribi) and
whatever (Wamaa) is between both (Bai'nahumaa), if (In) you should (Kuntum) reason (Ta'qiluun)’?"
[26:29] He (Pharaoh) said (Qaala), "Indeed, if (La'ini) you accept (Ettakhaz'ta) a god (ilaahan) other than me
(Gai'rii), I will (La) place you (Moses)
(Aj'ålanna-ka) among (Mina) the prisoners (El'Mas'juuniina)."
[26:30] He (Moses) said, "What if (Awalaw') I have brought you (Pharaoh) (Ji'tu-ka Bi) something (Shai'in) plain
(Mubiin)?"
[26:31] He (Pharaoh) said (Qaala), "Then bring it (Fa'ti Bi-hi), if (In) you should be (Kunta) of (Mina) the
truthful (Es'Soadiqiin)."
[26:32] So (Fa) he (Moses) threw (Al'qaa) his staff (Åsoa-hu) and (Fa) then (Izaa) it (Hiya)
became a plain (Mubiin)
snake (Thu'baanun).
[26:33] And (Wa) he removed (Nazaå) his hand (Yada-hu) and (Fa) then (Izaa) it (Hiya)
became white
(Bai'doau) for the observers (Lin' Naaziriin).
[26:34] He (Pharaoh) said (Qaala) to the crowd (Lil' Malai) around him (Haw'la-hu), "Indeed (Inna), this
(Haazaa) is (La) an erudite (learned) (Åliim) sorcerer (Saahiru).
[26:35] "He intends (Yuriidu) to (An) expel you (p) (Yukh'rija-kum) from (Min') your land (Ar'di-kum) with
(Bi) his sorcery (Sih'ri-hi), so (Fa) what (Maaza) do you suggest (Ta'muruun)?"
[26:36] They said (Qaaluu'), "Delay him (Ar'jih') and (Wa) his brother (Akhaa-hu), and (Wa) send (Eb'åth')
gatherers (Haashiriin) into (Fii) the cities (El'Madaa'ini)
[26:37] to bring you (Ya'tuu-ka Bi) every (Kulli) erudite (Åliim) sorcerer (Sahhaarin)."
[26:38] Thus (Fa) the sorcerers (Es'Saharatu) were assembled (Jumiå) for (Li) the appointed time (Miiqaati)
of a well-known (Ma'luum) day (Yaw'min).
(20:59)
.
Analysis Syedraf, Video #Muktabulhussain
Comments
Post a Comment