🔵Part-336(25:50-62)Al-Furqãn(সংবিধি)
🟫Part-336(25:50-62)Al-Furqãn(সংবিধি)
🟫 Video: https://youtu.be/2t97-5PG0ZU
।।।
🟫মিনি সূচিঃPart-336(25:50-62)Al-Furqãn
২৫:৫৬-৫৭(Quranic criteria of Messenger -link)
২৫:৫৮(SERVE THE LIVING GOD)
।।।
💥১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
💥২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟣২৫:৫০
وَلَقَدْ صَرَّفْنَاهُ بَيْنَهُمْ لِيَذَّكَّرُوا فَأَبَىٰ أَكْثَرُ النَّاسِ إِلَّا كُفُورًا
আৰু অৱশ্যে আমি সেয়া সিহঁতৰ মাজত বন্টন কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।
.
✍️Verse:
25:50 We have repeated (these messages) to mankind in diverse ways, so that they might bear in mind. Yet most people remain ungrateful (for such light-giving guidance)(sa).
.
🟣২৫:৫১
وَلَوْ شِئْنَا لَبَعَثْنَا فِي كُلِّ قَرْيَةٍ نَذِيرًا
আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই এজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন।
.
✍️Verse/note/ref:
25:51 If We wish, We could send to every town a warner.
Note.
Every town (qarya) may not receive a warner, but every community/nation (umma) receives a warner. See 35:24.edip.
(৩৫:২৪
إِنَّا أَرْسَلْنَاكَ بِالْحَقِّ بَشِيرًا وَنَذِيرًا ۚ وَإِنْ مِنْ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٌ
নিশ্চয় আমি তোমাক সত্যসহ প্ৰেৰণ কৰিছো সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই।)
.
But, now has come the time to reveal the universal Message for all times. 25:1(sa).
.
✍️PZ-ref:(25:1)
২৫:১
تَبَارَكَ الَّذِي نَزَّلَ الْفُرْقَانَ عَلَىٰ عَبْدِهِ لِيَكُونَ لِلْعَالَمِينَ نَذِيرًا
অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) সৃষ্টিজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।
.
✍️refs:link:
.
🟣২৫:৫২
فَلَا تُطِعِ الْكَافِرِينَ وَجَاهِدْهُمْ بِهِ ⬅️جِهَادًا كَبِيرًا
এতেকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ লগত কঠোৰ সংগ্ৰাম চলাই যোৱা।
.
✍️ref:ap:9:73
৯:৭৩
يَا أَيُّهَا النَّبِيُّ جَاهِدِ الْكُفَّارَ وَالْمُنَافِقِينَ وَاغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ
হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে ➡️জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; আৰু সিহঁতৰ আবাসস্থল জাহান্নাম, আৰু সেয়া কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল!
(Pl find the verse/notes 9:73:link:➡️Jihad:
.
✍️Note:
Strive, struggle, venture, exert, endeavour. (Arabic: jihad. Root: J'H'D). Contrary to popular belief jihad does not mean 'holy war'. Jihad means to strive against something and in this verse it means to strive by following this guidance, the principles and values in this Quran, the criterion, as a weapon of knowledge. To be a good example is the greatest threat to the corrupt and the criminal. See verse and footnote 4:95.
(Pl find the verse/notes 4:95:Link:
.
🟣২৫:৫৩
۞ وَهُوَ الَّذِي مَرَجَ الْبَحْرَيْنِ هَٰذَا عَذْبٌ فُرَاتٌ وَهَٰذَا مِلْحٌ أُجَاجٌ وَجَعَلَ بَيْنَهُمَا بَرْزَخًا وَحِجْرًا مَحْجُورًا
আৰু তেৱেঁই দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।
.
✍️BB-ref:(55:19-21)
(৫৫:১৯-২১
مَرَجَ الْبَحْرَيْنِ يَلْتَقِيَانِ
তেৱেঁই দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,
৫৫:২০
بَيْنَهُمَا بَرْزَخٌ لَا يَبْغِيَانِ
কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।
৫৫:২১
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?)
.
✍️Ref-ap:27:61
(২৭:৬১
أَمَّنْ جَعَلَ الْأَرْضَ قَرَارًا وَجَعَلَ خِلَالَهَا أَنْهَارًا وَجَعَلَ لَهَا رَوَاسِيَ وَجَعَلَ بَيْنَ الْبَحْرَيْنِ حَاجِزًا ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
বৰং তেওঁ, যিজনে পৃথিৱীক বসবাস কৰাৰ উপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদ-নদী প্ৰবাহিত কৰিছে, আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বত লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়, (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে, বৰং সিহঁতৰ অধিকাংশই নাজানে।)
.
✍️Verse/note:
25:53. (Do not worry about why all people do not become one Ummah by accepting this
Deen. In fact people of different beliefs, those who accept the truth and those who deny it, do live together in this world.) This is similar to how in some places, waters with different tastes flow alongside each other (according to the physical Laws of God); one sweet and the other bitter and saline ~ 35:12. In spite of this closeness, there exists a barrier (invisible) and a forbidding ban which does not allow them to mix. (Similarly, people living together may physically look alike, but they could greatly differ in their behaviour and attitude. Even their
social intermingling cannot eliminate these differences.)pz.
.
✍️Note.
35:12. See 18:60 for two streams in a different sense(sa).
(৩৫:১২
وَمَا يَسْتَوِي الْبَحْرَانِ هَٰذَا عَذْبٌ فُرَاتٌ سَائِغٌ شَرَابُهُ وَهَٰذَا مِلْحٌ أُجَاجٌ ۖ وَمِنْ كُلٍّ تَأْكُلُونَ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُونَ حِلْيَةً تَلْبَسُونَهَا ۖ وَتَرَى الْفُلْكَ فِيهِ مَوَاخِرَ لِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
আৰু দুয়োখন সাগৰ সমান নহয়, এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা। প্ৰতিখনৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ, যিবোৰ তোমালোকে পৰিধান কৰা। আৰু তোমালোকে তাত দেখা পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰ, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
.
১৮:৬০
وَإِذْ قَالَ مُوسَىٰ لِفَتَاهُ لَا أَبْرَحُ حَتَّىٰ أَبْلُغَ مَجْمَعَ الْبَحْرَيْنِ أَوْ أَمْضِيَ حُقُبًا
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱালৈকে নৰখো, লাগিলে মই যুগ যুগ সময় গৈ থাকিম’।)
.
🟣২৫:৫৪
وَهُوَ الَّذِي خَلَقَ مِنَ الْمَاءِ بَشَرًا فَجَعَلَهُ نَسَبًا وَصِهْرًا ۗ وَكَانَ رَبُّكَ قَدِيرًا
আৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ ৰব প্ৰভূত ক্ষমতাৱান।
.
✍️Verse/note/ref:
25:54 And He is the One Who has created the human being from water, and then He has established relationships by lineage and by marriage, for, your Lord is the Designer of all things.
Note.
The best relationships are established on the basis of Ideology 3:102, 21:30,
24:45, 49:10(sa).
(২১:৩০
أَوَلَمْ يَرَ الَّذِينَ كَفَرُوا أَنَّ السَّمَاوَاتِ وَالْأَرْضَ كَانَتَا رَتْقًا فَفَتَقْنَاهُمَا ۖ وَجَعَلْنَا مِنَ الْمَاءِ كُلَّ شَيْءٍ حَيٍّ ۖ أَفَلَا يُؤْمِنُونَ
যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়কে পৃথক কৰি দিলো; আৰু প্ৰাণৱান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলো; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে?
.
২৪:৪৫
وَاللَّهُ خَلَقَ كُلَّ دَابَّةٍ مِنْ مَاءٍ ۖ فَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ بَطْنِهِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ رِجْلَيْنِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ أَرْبَعٍ ۚ يَخْلُقُ اللَّهُ مَا يَشَاءُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমানে পেটত ভৰ দি চুচৰি যায়, আন কিছুমানে দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমানে খোঁজকাঢ়ে চাৰি ঠেঙেৰে। আল্লাহে যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।)
.
✍️Verse/note:
25:54. (Now consider the question of the Rasool being from the same tribe or nation. This also is meaningless.) It is He who created man from a drop of water, according to His law of creation. (Therefore by virtue of birth there is no difference between one human being and another. Besides according to social needs) Every person has different relations kindred by blood or by marriage. (How can such relationships affect the concept of equality in mankind? Superiority on the basis of family or tribal background is thus irrelevant ~ 49:13.
Allah's universal Rabubiyyat should be freely available according to the standards set by
Him, not as set by the human beings.)pz.
.
🟣২৫:৫৫
وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُهُمْ وَلَا يَضُرُّهُمْ ۗ وَكَانَ الْكَافِرُ عَلَىٰ رَبِّهِ ظَهِيرًا
আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।
.
✍️Types of idols: Link:
We learn from the Quran that idols cannot judge (40:20), idols cannot create anything and are powerless (13:16, 46:4), and idols do not bring us closer to God (39:3). We learn that idolaters follow conjecture (6:148) and that idolaters deny their idol worship — now & on the Day of Judgment (6:22-24
.
✍️ref-ap:36:74-75
৩৬:৭৪-৭৫
وَاتَّخَذُوا مِنْ دُونِ اللَّهِ آلِهَةً لَعَلَّهُمْ يُنْصَرُونَ
অথচ সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।
৩৬:৭৫
لَا يَسْتَطِيعُونَ نَصْرَهُمْ وَهُمْ لَهُمْ جُنْدٌ مُحْضَرُونَ
কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।
.
🟣২৫:৫৬
وَمَا أَرْسَلْنَاكَ إِلَّا مُبَشِّرًا وَنَذِيرًا
আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছো।
.
✍️Quranic criteria of Messenger :Link:
.
✍️BB-ref:(17:105)
১৭:১০৫
وَبِالْحَقِّ أَنْزَلْنَاهُ وَبِالْحَقِّ نَزَلَ ۗ وَمَا أَرْسَلْنَاكَ إِلَّا مُبَشِّرًا وَنَذِيرًا
আৰু আমি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছো আৰু ই সত্য সহকাৰেই অৱতীৰ্ণ হৈছে। আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।
.
🟣২৫:৫৭
قُلْ مَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِلَّا مَنْ شَاءَ أَنْ يَتَّخِذَ إِلَىٰ رَبِّهِ سَبِيلًا
কোৱা, ‘মই তোমালোকৰ ওচৰত ইয়াৰ বিপৰীতে কোনো বিনিময় নিবিচাৰো, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)’।(See in above 25:56 link).
.
✍️Verse/note:
25:57. Also tell them, “I have a personal need to guide you to the right course; but I do not
want any compensation. My only desire is that whosoever amongst you so wishes can choose the path leading to God. This is the very reward of my Risalat.” (34:47; 42:13)pz.
.
✍️ref-ap:81:28
.
🟣২৫:৫৮(SERVE THE LIVING GOD).
وَتَوَكَّلْ عَلَى الْحَيِّ الَّذِي لَا يَمُوتُ وَسَبِّحْ بِحَمْدِهِ ۚ وَكَفَىٰ بِهِ بِذُنُوبِ عِبَادِهِ خَبِيرًا
আৰু তুমি কেৱল সেই সত্তাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজনে কেতিয়াও মৃত্যুবৰণ নকৰিব, আৰু তেওঁৰেই সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।
.
✍️refs-ap:link:
.
✍️Verse/Note:
25:58. Thereafter you should have complete trust on (the unalterable results of the
unchangeable Laws of) Allah who is Ever-living. (With this firm conviction keep yourself busy establishing this System, so that after seeing the results with their own eyes, everyone will invariably say, “Allah, whose System produces such tremendous results, does certainly deserve all Hamd.”) (1:1) And from now on do not even worry about the slander and accusations made against you. Allah knows what His subjects are doing; and what accusations are being framed against them. (Allah will protect you from the detrimental effects of their accusations ~ 48:2.)pz.
.
🟣২৫:৫৯
الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۚ الرَّحْمَٰنُ فَاسْأَلْ بِهِ خَبِيرًا
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।
.
✍️Note/refs:7:54
For the evolutionary creation of the universe, see 29:18; 41:9; 7:69; 15:26; 24:45; 32:7;
71:14.(edip).
.
Six Stages or Eras:
7:54, 10:3, 11:7, 25:59, 50:38, 57:4, See 41:10. ‘Anyone acquainted’ = Someone well founded in knowledge = One who has some idea of His glory by reflecting on His Book of revelation and the ‘Book’ of Nature = Ask God Himself by reflecting on His creation(sa).
{৭:৫৪
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়!
(Pl find the verse note 7:54:link:
.
✍️Verse/note:
25:59. In six aeons Allah created the heavens and the earth and all that is in between them. (What do they know about these facts?) O you people! If you are really interested to know about the Nizam-e-Rabubyyat of Ar-Rehman, then go and ask someone who (in the light of Allah's Wahi) utilizes his wisdom and is knowledgeable (about the innermost secrets of the universe ~ 3:188-90; 35:28.) Furthermore, go and ask Ar-Rehman for all your needs. He knows what everything requires for its nourishment and development (55:29). (All your requirements will be fulfilled by the Divine System.)pz.
.
✍️refs-ap:
৪:৫৯
يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِي الْأَمْرِ مِنْكُمْ ۖ فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।
.
৪২:১০
وَمَا اخْتَلَفْتُمْ فِيهِ مِنْ شَيْءٍ فَحُكْمُهُ إِلَى اللَّهِ ۚ ذَٰلِكُمُ اللَّهُ رَبِّي عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ أُنِيبُ
আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ ৰব; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছো আৰু মই তেওঁৰেই অভিমুখী হওঁ।
.
৬:১১৫
وَتَمَّتْ كَلِمَتُ رَبِّكَ صِدْقًا وَعَدْلًا ۚ لَا مُبَدِّلَ لِكَلِمَاتِهِ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
.
🟣২৫:৬০
وَإِذَا قِيلَ لَهُمُ اسْجُدُوا لِلرَّحْمَٰنِ قَالُوا وَمَا الرَّحْمَٰنُ أَنَسْجُدُ لِمَا تَأْمُرُنَا وَزَادَهُمْ نُفُورًا ۩
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া সিহঁতে কয়, ‘ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক’লেই আমি তাক ছাজদাহ কৰিমনে’? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।
.
✍️ref-ap:
১৭:১১০
قُلِ ادْعُوا اللَّهَ أَوِ ادْعُوا الرَّحْمَٰنَ ۖ أَيًّا مَا تَدْعُوا فَلَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ وَلَا تَجْهَرْ بِصَلَاتِكَ وَلَا تُخَافِتْ بِهَا وَابْتَغِ بَيْنَ ذَٰلِكَ سَبِيلًا
কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। আৰু তুমি চালাতত স্বৰ খুব উচ্চ নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যপথ অৱলম্বন কৰিবা।
.
(এনে লাগে যেন সেই সময়ৰ আৰবসকলৰ ঐশ্বৰিক গুণ ৰহমানৰ প্ৰতি কিছু বিদ্বেষ আছিল। ১৭:১১০ চাওক।
১৭:১১০
قُلِ ادْعُوا اللَّهَ أَوِ ادْعُوا الرَّحْمَٰنَ ۖ أَيًّا مَا تَدْعُوا فَلَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ وَلَا تَجْهَرْ بِصَلَاتِكَ وَلَا تُخَافِتْ بِهَا وَابْتَغِ بَيْنَ ذَٰلِكَ سَبِيلًا
কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। আৰু তুমি চালাতত স্বৰ খুব উচ্চ নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যপথ অৱলম্বন কৰিবা।)
.
✍️BB-ref:(Chapter- 55)
.
🟣২৫:৬১
تَبَارَكَ الَّذِي جَعَلَ فِي السَّمَاءِ بُرُوجًا وَجَعَلَ فِيهَا سِرَاجًا وَقَمَرًا مُنِيرًا
অতি বৰকতময় সেই সত্তা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন* কৰিছে প্ৰদীপ আৰু আলো বিকিৰণকাৰী চন্দ্ৰ।
.
✍️BB-ref:(85:1)*
৮৫:১
وَالسَّمَاءِ ذَاتِ الْبُرُوجِ
শপত বুৰূজবিশিষ্ট আকাশৰ,
.
✍️ref-ap:...
.
✍️Verse/note:
25:61 HALLOWED is He who has set up in the skies great constellations, and has placed among them a [radiant] lamp and a light-giving moon.
Note.
See 10:5, where the sun is spoken of as "a [source of] radiant light". For buruj as "great constellations", see 15:16.(as).
(১০:৫
هُوَ الَّذِي جَعَلَ الشَّمْسَ ضِيَاءً وَالْقَمَرَ نُورًا وَقَدَّرَهُ مَنَازِلَ لِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ مَا خَلَقَ اللَّهُ ذَٰلِكَ إِلَّا بِالْحَقِّ ۚ يُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
.
১৫:১৬
وَلَقَدْ جَعَلْنَا فِي السَّمَاءِ بُرُوجًا وَزَيَّنَّاهَا لِلنَّاظِرِينَ
আৰু অৱশ্যে আমি আকাশত বুৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।
.
✍️Note:
The moon does not have its own light but reflects the sunlight. This is something that was unlikely to have been known before the revelation in the Quran.sig.
.
🟣২৫:৬২
وَهُوَ الَّذِي جَعَلَ اللَّيْلَ وَالنَّهَارَ خِلْفَةً لِمَنْ أَرَادَ أَنْ يَذَّكَّرَ أَوْ أَرَادَ شُكُورًا
আৰু তেৱেঁই দিন ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, তাৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।
.
✍️Verse:
25:62 And He is the One Who causes the night and the day to succeed each other: (Sufficient sign) for him who is willing to be mindful, and who is willing to be appreciative (for the evident signs).(sa).
.
✍️ref-ap:...
।।।
🟫WORD BY WORD MEANING:
[25:50] And (Wa) We have certainly (Laqad') discharged it (Sorraf'naa-hu) among them (Bai'nahum') that
(Li) they might be reminded (Yazzakkaru'), but (Fa) most (Ak'tharu) of the people (En'Naasi) deny (Abaa)
only (illa) by disbelieving (Kufuuraa).
[25:51] And (Wa) if (Law') We had willed (Shi'naa), We could (La) send (Baåth'naa) a warner (Naziiraa) to
(Fii) every (Kulli) town (Qar'yatin).
[25:52] So (Fa) do not (Laa) obey (Tutie) the disbelievers (El'Kaafiriina), and (Wa) strive against them
(Jaahid'hum) by it (Bihi) with enormous (Kabiiraa) striving (Jihaadan).
[25:53] And (Wa) HE (Huwa) is the One who (Ellazii) has cluttered (Maraja) the two seas (El'Bah'rai'ni),
there (Haaza) is sweet water (Åz'bun Furaatu) and (Wa) there (Haaza) is salty (Mil'hun) and bitter (Ujaajun),
and has placed (Jaåla) between them both (Bai'nahumaa) a partition (Bar'zakhan) and preventing (Hij'ran)ward (Mah'juuraa). (55:19-20)
[25:54] And (Wa) HE (Huwa) is the One who (Ellazii) created (Khalaqa) a human (Basharan) from (Mina)
liquid (sperm) (El'Maai) and (Fa) made him (Jaåla-hu) lineage (Nasaban) and (Wa) relative-in-law (Sih'ran).
And (Wa) your LORD (s) (Rabbu-ka) is (Kaana) Omnipotent (Qadiiraa).
[25:55] And (Wa) they worship (Ya'buduuna) besides GOD (Min Duuni-llahi) what (Maa) does not (Laa)
benefit them (Yanfau-hum') or (Walaa) harm them (Yadurru-hum'), but (Wa) the disbeliever (El'Kaafiru)
assists (Zohiiran) against (Ålaa) his LORD (Rabbi-hi).
[25:56] And (Wa) We have only (Maa illa) sent you (s) (Ar'sal'naa-ka) as a missionary (Mubasshiran) and
(Wa) a warner (Naziiraa).
(17:105)
[25:57] Say (Qul'): "I do not (Maa) ask you (As'alu-kum') any (Min') wage (Aj'rin) for it (Ålai'hi), except (illa)
that (An) whoever (Man) wills (Shaa'a) should take (Yattakhiza) a way (Sabiilaa) to (ilaa) his LORD (Rabbi-hi)."
[25:58] And (Wa) rely on (Tawakkal' Ålaa) the LIVING (El' Hayyi) who (Ellazii) does not (Laa) die (Yamuutu),
and glorify (Sabbih') with (Bi) HIS praise (Ham'di-hi). And (Wa) sufficient is HE (Kafaa Bi-hi); HE is
conversant with (Khabiira Bi) the sins (Zunuubi) of HIS servants (Ebaadi-hi).
[25:59] The One who (Ellazii) created (Khalaqa) the heavens (Es'Samaawaati) and the earth (Wal' Ar'do) and
whatever (Wamaa) is between them both (Bai'nahumaa) in (Fii) six (Sittati) days (Ayyaamin) and then
(Thumma) sat firmly on (Es'tawaa Ålaa) the Throne (El'År'shi), the GRACIOUS (Er' Rah'maanu); so ask (Fas'al')
the well-informed about HIM (Khabiira Bi-hi).
[25:60] And (Wa) when (Izaa) they are told (Qiila La-humu), "Prostrate (Es'judu') to the GRACIOUS (Lir'
Rah'maani)," they say (Qaalu'), "And what (who) (Wamaa) is the GRACIOUS (Er' Rah'maanu)? Should we
prostrate (Anas'judu) to what (Limaa) you command us (Ta'muru-naa)?" And (Wa) it augments them (Zaada-hum') in aversion (Nufuuraa).(Ch 55).
[25:61] Blessed (Tabaaraka) is the One who (Ellazii) has placed (Jaåla) constellations (85:1) (Buruujan) in (Fii)
the sky (Es'Samaai) and (Wa) made (Jaåla) a lamp (Siraajan) therein (Fiihaa) and an illuminating (Muniiraa)
moon (Qamaran).
.
[25:62] And (Wa) HE (Huwa) is the One who (Ellazii) has made (Jaåla) the night (Ellai'la) and the day
(En'Nahaara) in succession (Khil'fatan) for whoever (Liman') intends (Araada) to (An) remember
(Yazzakkara) or (Aw') intends (Araada) to be grateful (Shukuuraa).
.
analysis syedraf, video #muktabulhussain
Comments
Post a Comment