🔵PART-335(25:35-49)Al-Furqãn(সংবিধি)
🟥PART-335(25:35-49)Al-Furqãn(সংবিধি)
🟥 https://youtu.be/UD-L9-kkNb4 Muktabul
।।।
🟥মিনি সূচিঃPART-335(25:35-49)Al-Furqãn
২৫:৩৫(Writ/scripture/al-kitāb(الْكِتَابَ): Links)
২৫:৩৬-৪৪(নূহ,আদ,ছামূদ,ৰাছ’ৰঅধিবাসীবিলাক)
২৫:৪৫-৪৬(God's Blessings)
২৫:৪৭(দিন ৰাতি- নিদ্ৰা সপোন- Note)
২৫:৪৮-৪৯(This is also part of Allah's complete power and supreme authority)
।।।
💥১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
💥২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟢২৫:৩৫
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ➡️ وَجَعَلْنَا مَعَهُ أَخَاهُ هَارُونَ وَزِيرًا
আৰু আমিয়েই মুছাক কিতাব🔺 প্ৰদান কৰিছিলো আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী কৰি দিছিলো।
.
✍️Notes:
(🔺 Book to Mosa a.s:Link:
.
(➡️Sam's Note/ref on:
Writ/scripture/al-kitāb(الْكِتَابَ): Link:
.
✍️BB-ref:(20:29)
২০:২৯
وَاجْعَلْ لِي وَزِيرًا مِنْ أَهْلِي
‘আৰু মোৰ পৰিয়ালৰ পৰা মোৰ বাবে এজন সাহায্যকাৰী নিৰ্ধাৰণ কৰি দিয়া;
.
✍️Verse/Note:
25:35 AND, INDEED, [long before Muhammad] We vouchsafed revelation unto Moses, and appointed his brother Aaron to help him to bear his burden;
Note.
For this rendering of the term wazir, see 20:29. The mention, at this place, of Moses and Aaron - and of Noah, etc., in the following verses - is intended to remind us of the statement in verse 31 above that "against every prophet We have set up enemies from among those who are lost in sin".(as).
(Google translate no guarantee:
ৱাজিৰ শব্দটোৰ এই অনুবাদৰ বাবে ২০:২৯ চাওক। এই ঠাইত, মুছা আৰু হাৰোণৰ বিষয়ে - আৰু নূহ আদিৰ বিষয়ে তলত দিয়া পদবোৰত উল্লেখ কৰা হৈছে - ইয়াৰ উদ্দেশ্য হৈছে ওপৰৰ ৩১ পদত এই কথাষাৰ সোঁৱৰাই দিয়া হৈছেযে "প্ৰতিজন নবীৰ বিৰুদ্ধে আমি যিসকলৰ মাজৰ পৰা শত্ৰু স্থাপন কৰিছো।" যিসকল পাপত হেৰাই গৈছে"।)
.
🟢২৫:৩৬
فَقُلْنَا اذْهَبَا إِلَى الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِنَا فَدَمَّرْنَاهُمْ تَدْمِيرًا
তাৰ পিছত আমি কৈছিলো, ‘তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰত যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে’। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলো;
.
✍️Note:
Regarding the tribes of Ad and Thamud, see surah 7:65 and 7:73. As for Ar-Rass, a town of that name exists to this day in the Central-Arabian province of Al-Qasim.(as).
.
✍️ref:ap:
৪৭:১০
۞ أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۚ دَمَّرَ اللَّهُ عَلَيْهِمْ ۖ وَلِلْكَافِرِينَ أَمْثَالُهَا
তেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।
.
🟢২৫:৩৭
وَقَوْمَ نُوحٍ لَمَّا كَذَّبُوا الرُّسُلَ أَغْرَقْنَاهُمْ وَجَعَلْنَاهُمْ لِلنَّاسِ آيَةً ۖ وَأَعْتَدْنَا لِلظَّالِمِينَ عَذَابًا أَلِيمًا
আৰু নূহৰ সম্প্ৰদায়কো, যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিলো আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শনস্বৰূপ বনাই দিলো। আৰু আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।
.
✍️ref:ap:
১১:৪০
حَتَّىٰ إِذَا جَاءَ أَمْرُنَا وَفَارَ التَّنُّورُ قُلْنَا احْمِلْ فِيهَا مِنْ كُلٍّ زَوْجَيْنِ اثْنَيْنِ وَأَهْلَكَ إِلَّا مَنْ سَبَقَ عَلَيْهِ الْقَوْلُ وَمَنْ آمَنَ ۚ وَمَا آمَنَ مَعَهُ إِلَّا قَلِيلٌ
অৱশেষত যেতিয়া আমাৰ আদেশ আহিল আৰু চৌকাটো উথলি উঠিল, আমি ক’লো, ‘প্ৰত্যেক জাতৰে এযোৰ এযোৰকৈ নাৱঁত তুলি লোৱা। যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে তোমাৰ পৰিয়ালৰ আৰু যিসকলে ঈমান আনিছে তেওঁলোককো তুলি লোৱা; আনহাতে তেওঁৰ লগত ঈমান আনিছিল কেৱল কিছুসংখ্যক লোকে’।
.
৬৯:১১-১২
إِنَّا لَمَّا طَغَى الْمَاءُ حَمَلْنَاكُمْ فِي الْجَارِيَةِ
যেতিয়া বানপানী বিপদসীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।
৬৯:১২
لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَتَعِيَهَا أُذُنٌ وَاعِيَةٌ
আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইবাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।
.
🟢২৫:৩৮
وَعَادًا وَثَمُودَ وَأَصْحَابَ الرَّسِّ وَقُرُونًا بَيْنَ ذَٰلِكَ كَثِيرًا
আৰু আমি ধ্বংস কৰিছিলো আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, আৰু সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।
.
✍️BB-ref:(50:12)
৫০:১২
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَأَصْحَابُ الرَّسِّ وَثَمُودُ
সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও,
.
✍️Note: History:
The people of Ar-Rass used to dig deep wells, and irrigate their flourishing crops. They lived in the current province of Al-Qaseem in the Central Arabian Peninsula. Historically, they had thrown their Messenger in a well, and persisted with their unjust feudal system.
.
🟢২৫:৩৯
وَكُلًّا ضَرَبْنَا لَهُ الْأَمْثَالَ ۖ وَكُلًّا تَبَّرْنَا تَتْبِيرًا
আমি সিহঁতৰ প্ৰত্যেকৰ বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলো আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।
.
✍️ref:ap:
১৭:১৭
وَكَمْ أَهْلَكْنَا مِنَ الْقُرُونِ مِنْ بَعْدِ نُوحٍ ۗ وَكَفَىٰ بِرَبِّكَ بِذُنُوبِ عِبَادِهِ خَبِيرًا بَصِيرًا
আৰু নূহৰ পিছত আমি বহু প্ৰজন্মক ধ্বংস কৰিছো আৰু তোমাৰ প্ৰতিপালকেই নিজ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।
.
🟢২৫:৪০
وَلَقَدْ أَتَوْا عَلَى الْقَرْيَةِ الَّتِي أُمْطِرَتْ مَطَرَ السَّوْءِ ۚ أَفَلَمْ يَكُونُوا يَرَوْنَهَا ۚ بَلْ كَانُوا لَا يَرْجُونَ نُشُورًا
অৱশ্যে এই কাফিৰবিলাকেও সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? আচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই কৰা নাছিল।*(They do not believe in accountability, and think that events happen only by chance.-sa)
.
ref:as.
১১:৮২*
فَلَمَّا جَاءَ أَمْرُنَا جَعَلْنَا عَالِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهَا حِجَارَةً مِنْ سِجِّيلٍ مَنْضُودٍ
এতেকে যেতিয়া আমাৰ আদেশ আহিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলো পকা মাটিৰ শিল,
.
✍️ref:ap:
২৬:১৭৬
كَذَّبَ أَصْحَابُ الْأَيْكَةِ الْمُرْسَلِينَ
আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
.
৩৭:১৩৭-১৩৮
وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِمْ مُصْبِحِينَ
আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত,
৩৭:১৩৮
وَبِاللَّيْلِ ۗ أَفَلَا تَعْقِلُونَ
আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে?
.
১৫:৭৬
وَإِنَّهَا لَبِسَبِيلٍ مُقِيمٍ
আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।
.
১৫:৭৯
فَانْتَقَمْنَا مِنْهُمْ وَإِنَّهُمَا لَبِإِمَامٍ مُبِينٍ
সেইকাৰণে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছো, আৰু দুয়োটা জনপদ প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।
.
🟢২৫:৪১(How the Disbelievers mocked the Messenger).
وَإِذَا رَأَوْكَ إِنْ يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا الَّذِي بَعَثَ اللَّهُ رَسُولًا
আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, কয়, ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’?
.
✍️ref:ap:
২১:৩৬
وَإِذَا رَآكَ الَّذِينَ كَفَرُوا إِنْ يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا الَّذِي يَذْكُرُ آلِهَتَكُمْ وَهُمْ بِذِكْرِ الرَّحْمَٰنِ هُمْ كَافِرُونَ
আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।
.
৬:১০
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَحَاقَ بِالَّذِينَ سَخِرُوا مِنْهُمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।
.
🟢২৫:৪২
إِنْ كَادَ لَيُضِلُّنَا عَنْ آلِهَتِنَا لَوْلَا أَنْ صَبَرْنَا عَلَيْهَا ۚ وَسَوْفَ يَعْلَمُونَ حِينَ يَرَوْنَ الْعَذَابَ مَنْ أَضَلُّ سَبِيلًا
‘এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোহেঁতেন’। কিন্তু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।
.
🟢২৫:৪৩
أَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ أَفَأَنْتَ تَكُونُ عَلَيْهِ وَكِيلًا
তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে?
.
✍️BB-ref:(45:23)
৪৫:২৩
أَفَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ وَأَضَلَّهُ اللَّهُ عَلَىٰ عِلْمٍ وَخَتَمَ عَلَىٰ سَمْعِهِ وَقَلْبِهِ وَجَعَلَ عَلَىٰ بَصَرِهِ غِشَاوَةً فَمَنْ يَهْدِيهِ مِنْ بَعْدِ اللَّهِ ۚ أَفَلَا تَذَكَّرُونَ
এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
.
✍️ref:ap:
৩৫:৮
أَفَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ فَرَآهُ حَسَنًا ۖ فَإِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۖ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَاتٍ ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَصْنَعُونَ
কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।
.
🟢২৫:৪৪
أَمْ تَحْسَبُ أَنَّ أَكْثَرَهُمْ يَسْمَعُونَ أَوْ يَعْقِلُونَ ۚ إِنْ هُمْ إِلَّا كَالْأَنْعَامِ ۖ بَلْ هُمْ أَضَلُّ سَبِيلًا
অথবা তুমি ভাৱা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত পশুৰ দৰে; বৰং সিহঁত তাতোকৈ অধিক পথভ্ৰষ্ট।
.
✍️BB-ref:(67:10)
৬৭:১০
وَقَالُوا لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِي أَصْحَابِ السَّعِيرِ
আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।
.
✍️Verse/notes:
25:44. Do you expect such people to listen to reason and logic; and then utilize their own
intellect and powers of reasoning? (No, certainly not! Anyone who follows his emotions can
never think dispassionately.) Truly these people (have not reached the human level of life
and) are just living like cattle. In fact it is worse than that! (At least animals follow their instincts and never go astray from their path; but a human being who follows his passions continuously keeps changing his course ~ 7:179, 67:10.)pz.
(৭:১৭৯
وَلَقَدْ ذَرَأْنَا لِجَهَنَّمَ كَثِيرًا مِنَ الْجِنِّ وَالْإِنْسِ ۖ لَهُمْ قُلُوبٌ لَا يَفْقَهُونَ بِهَا وَلَهُمْ أَعْيُنٌ لَا يُبْصِرُونَ بِهَا وَلَهُمْ آذَانٌ لَا يَسْمَعُونَ بِهَا ۚ أُولَٰئِكَ كَالْأَنْعَامِ بَلْ هُمْ أَضَلُّ ۚ أُولَٰئِكَ هُمُ الْغَافِلُونَ
নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।(See ref:7:179:link:
.
৬৭:১০
وَقَالُوا لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِي أَصْحَابِ السَّعِيرِ
আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।)
.
✍️Note:
Lit., "they are farther astray from the path [of truth]": see on 7:179.
.
✍️Note/ref:
The real reason that some people don’t believe in God is not that such belief is not
intellectually possible but because belief in God compels the thinking person to face the fact that
he is accountable to the ultimate Reckoner. The Quran is a challenge to atheism as much as it is a
challenge to religion because both extremes are wrong. See verses 18:32; 20:123 & verse 7:179.(sig).
.
🟢২৫:৪৫(God's Blessings).
أَلَمْ تَرَ إِلَىٰ رَبِّكَ كَيْفَ مَدَّ الظِّلَّ وَلَوْ شَاءَ لَجَعَلَهُ سَاكِنًا ثُمَّ جَعَلْنَا الشَّمْسَ عَلَيْهِ دَلِيلًا
তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছো।
.
✍️ref:ap:
২৮:৭১
قُلْ أَرَأَيْتُمْ إِنْ جَعَلَ اللَّهُ عَلَيْكُمُ اللَّيْلَ سَرْمَدًا إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِضِيَاءٍ ۖ أَفَلَا تَسْمَعُونَ
কোৱা, ‘তোমালোকে ভাৱিছানে, ৰাতিক যদি আল্লাহে কিয়ামত দিৱসলৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে, যিয়ে তোমালোকৰ বাবে পোহৰ আনি দিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?
.
🟢২৫:৪৬
ثُمَّ قَبَضْنَاهُ إِلَيْنَا قَبْضًا يَسِيرًا
তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।
.
🟢২৫:৪৭
وَهُوَ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِبَاسًا وَالنَّوْمَ سُبَاتًا وَجَعَلَ النَّهَارَ نُشُورًا
আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু নিদ্ৰা প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।
.
✍️EDIP's note/ref:(sleep & dream):Link:
.
✍️ref:ap:
৯২:১
وَاللَّيْلِ إِذَا يَغْشَىٰ
শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,
.
২৮:৭৩
وَمِنْ رَحْمَتِهِ جَعَلَ لَكُمُ اللَّيْلَ وَالنَّهَارَ لِتَسْكُنُوا فِيهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন বনাইছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
.
✍️Note/ref:
Just as we are resurrected each time after a period of sleep, we will be awakened after death, but in a different form. Before we go to sleep we think about and prepare for the next day, so we should think and prepare for the life yet to come.sig.
.
🟢২৫:৪৮
وَهُوَ الَّذِي أَرْسَلَ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ ۚ وَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً طَهُورًا
আৰু তেৱেঁই তেওঁৰ ৰহমতৰ বৰষুণৰ আগতে সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰো,
.
🟢২৫:৪৯
لِنُحْيِيَ بِهِ بَلْدَةً مَيْتًا وَنُسْقِيَهُ مِمَّا خَلَقْنَا أَنْعَامًا وَأَنَاسِيَّ كَثِيرًا
যাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰো, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছো, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ,
.
✍️ref:ap:
৪১:৩৯
وَمِنْ آيَاتِهِ أَنَّكَ تَرَى الْأَرْضَ خَاشِعَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ ۚ إِنَّ الَّذِي أَحْيَاهَا لَمُحْيِي الْمَوْتَىٰ ۚ إِنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
তেওঁৰ আৰু এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰো তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে অৱশ্যে তেৱেঁই মৃতসকলক জীৱন দানকাৰী। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
৪২:২৮
وَهُوَ الَّذِي يُنَزِّلُ الْغَيْثَ مِنْ بَعْدِ مَا قَنَطُوا وَيَنْشُرُ رَحْمَتَهُ ۚ وَهُوَ الْوَلِيُّ الْحَمِيدُ
আৰু সিহঁত নিৰাশ হোৱাৰ পিছত তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁৰ ৰহমত বিস্তাৰ কৰে। তেৱেঁই অভিভাৱক, অত্যন্ত প্ৰশংসিত।
.
৩০:৫০
فَانْظُرْ إِلَىٰ آثَارِ رَحْمَتِ اللَّهِ كَيْفَ يُحْيِي الْأَرْضَ بَعْدَ مَوْتِهَا ۚ إِنَّ ذَٰلِكَ لَمُحْيِي الْمَوْتَىٰ ۖ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
এতেকে তুমি আল্লাহৰ অনুগ্ৰহৰ ফল সম্পৰ্কে চিন্তা কৰা, কিদৰে তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় এইদৰেই আল্লাহে মৃতক জীৱিত কৰিব, আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
🟥WORD BY WORD MEANING:
analysis syedraf, video #Muktabulhussain
.
[25:35] And (Wa) We certainly (Laqad') gave (Aatai'naa) Moses (Muusa) the Book (El'Kitaaba) and (Wa)
appointed (Jaål'naa) his brother (Akhaahu) Aaron (Haaruuna) with him (Maåhu) as a minister (20:29) (Waziiraa).
[25:36] And (Fa) We said (Qul'naa), "Go (Ez'habaa) to (ilaa) the people (El'Qaw'mi) who (Ellaziina) have
denied (Kazzabu' Bi) Our signs (Aayaati-naa)." Consequently (Fa) We destroyed them (Dammar'naa-hum)
with destruction (Tad'miiraa).
[25:37] Also (Wa) the people (Qaw'ma) of Noah (Nuuhin) when (Lammaa) they denied (Kazzabu') the
messengers (Er'Rusula); We drowned them (Ag'raq'naa-hum) and render them (Jaål'naa-hum) a sign
(Aayatan) for the people (Lin' Naasi). And (Wa) We have prepared (A'tad'naa) a painful (Aliimaa)
punishment (Åzaaban) for (Li) the transgressors (Ez'Zoalimiina).
[25:38] Also (Wa) Ad (Åådan), Thamud (Thamuuda), the companions (As'haaba) of Rass (50:12) (Er'Rassi) as
well as (Wa) many (Kathiiraa) generations (Quruuna) in between (Bai'na Zaalika).
[25:39] And (Wa) for (Lahu) each (Kullan) We cited (Dorab'naa) the examples (El'Am'thaala), and (Wa) We
destroyed (Tabbar'naa) each (Kullan) with destruction (Tat'biiraa).
[25:40] And (Wa) it certainly (Laqad') happened (Ataw') to (Ålaa) the town (El'Qar'yati) which (Ellatii) was
showered (Um'tirat') with an evil (Es'Saw'i) rain (Matora). Have they then not (Afalam') been (Yakuunu')
considering it (Yaraw'nahaa)? In fact (Bal'), they do not (Laa) expect (Yar'juuna) resurrection (Nushuuraa).
[25:41] And (Wa) when (Izaa) they see you (s)
(Ra'aw'ka), they only (In illa) take you (Yattakhizuunaka) as a joke (Huzuwan), "Is (A-) this (-haaza) the one whom (Ellazii) GOD has sent (Baåtha-llahu) as a messenger
(Rasuulaa)?
[25:42] "He almost (In Kaada) would have (La) diverted us (Yudillu-naa) from (Ån') our gods (Aalihati-naa),
if not (Law' Laa) because (An) we endured (Sobar'naa) for them (Ålai'haa)." But (Wa) those who (Man') are
more astray (Adollu) from the way (Sabiila) will (Saw'fa) find out (Ya'lamuuna), when (Hiina) they see
(Yaraw'na) the punishment (El'Åzaaba).
[25:43] Have you seen (Ara-ai'ta) one who (Mani) has taken (Ettakhaza) his inclination (45:23) (Hawaa-hu) as
his god (ilaaha-hu)? Will you (s) then (Afa-anta) be (Takuunu) his advocate (Wakiila Ålai'hi)?
[25:44] Or (Am') do you think (Tah'sabu) that (Anna) most of them (Ak'thara-hum') listen (Yas'mauuna) or
(Aw') reason (Ya'qiluuna)? They (Hum') are just (In' illa) like (Ka) livestock (El'An'ååmi); in fact (Bal'), they
(Hum') are more astray (Adollu)
from the way (Sabiila). (67:10).
[25:45] Have you not (Alam') considered (Tara ilaa) how (Kai'fa) your LORD (s) (Rabbi-ka) extends (Madda)
the shadow (Ez'Zilla), and (Wa) if (Law') HE wills (Shaa'a), HE could (La) render it (Jaåla-hu) motionless
(Saakinan)? Yet (Thumma) We made (Jaål'naa) the sun (Es'Sham'sa) an indication (Daliila) for it (Ålai'hi),
[25:46] then (Thumma) We seize it (Qabad'naa-hu) before Us (ilai'naa) with a simple (Yasiiraa) seizure
(Qab'doan).
[25:47] And (Wa) HE (Huwa) is the One who (Ellazii) made (Jaåla) the night (Ellai'la) as covering (Libaasan)
for you (Lakumu) and (Wa) the sleep (En'Naw'ma) as slumber (Subaatan) and made (Jaåla) daytime
(En'Nahaara) as resurrection (Nushuuraa).
[25:48] And (Wa) HE (Huwa) is the One who (Ellazii) sends (Ar'sala) the winds (Er'Riyaaha) as good news
(Bush'raa) before (Bai'na Yadai') HIS mercy (Rah'mati-hi), and (Wa) We send down (Anzal'naa) pure
(Tohuura) water (Maa'an) from (Mina) the sky (Es'Samaai).
[25:49] to (Li) revive (Nuh'iya) a lifeless (Mai'tan) land (Bal'datan) thereby (Bihi) and (Wa) provide it as
drink (Nus'qiya-hu) for those (Mimmaa) We created (Khalaq'naa) of numerous (Kathiiran) livestock
(An'ååman) and human beings (Anaasiyya).
.......ooo......
Comments
Post a Comment